GChemPaint/C3/Features-of-GChem3D/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. 'GChem3D বৈশিষ্ট্য' এই টিউটৰিয়েললৈ স্ৱাগতম |
00:07 | এই টিউটৰিয়েলত, আমি |
00:10 | * মেনু বাৰ |
00:11 | * ফাইল টাইপ ফৰম্যােট |
00:13 | * বিভিন্ন মডেলৰ ধৰন আৰু |
00:15 | পটভূমিৰ ৰঙ পৰিবর্তন কৰা সম্পর্কে শিকিম |
00:18 | এই টিউটৰিয়েলত আমি উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো. |
00:24 | 'GChemPaint' সংস্কৰণ 0.12.10. |
00:29 | 'GChem3D' সংস্কৰণ 0.12.10 GChem3D' version 0.12.10. |
00:34 | এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনি GChemPaint ৰ 'সৈতে পৰিচিত হোৱা উচিত |
00:38 | যদি নাজানে, প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট চাওক |
00:44 | আমি এটা নতুন 'GChemPaint' উইন্ডো খোলিছো. |
00:47 | 'টেমপ্লেট' ড্রপ ডাউন ব্যবহাৰ কৰি, |
00:49 | আমি Display area'('প্ৰদর্শন এলাকা') সম্মুখৰ ফালে 'Adenosine' (এডিনসিন') গঠন লোড কৰিম. |
00:53 | ফাইল সংৰক্ষণ কৰিবলৈ টুল বাৰত "'Save' আইকন ত ক্লিক কৰক. |
00:58 | Save as ডায়লগ বক্স প্ৰর্দশিত হয়. |
01:02 | 'GChem3D' ত ফাইলটো চাবলৈ ই এটা ফাইল ফৰম্যাটেত সংৰক্ষিত হব লাগিব যেনে, '' .mol', .mdl আৰু .pdb. ' |
01:11 | 'Adenosine.pdb' হিসাবে ফাইলৰ নাম টাইপ কৰক |
01:15 | 'ডেস্কটপত' ফাইল সংৰক্ষণ কৰিবলৈ 'ডেস্কটপত' ক্লিক কৰক. |
01:18 | Save' বাটনত ক্লিক কৰক. |
01:21 | আমি 'GChemPaint' উইন্ডোখন বন্ধ কৰিম. |
01:25 | এতিয়া 'GChem3D' আবেদনৰ সম্পর্কে শিকো. |
01:29 | 'GChem3D' 'GChemPaint' ৰ'এটা ইউটিলিটি সফটওয়্যাৰ হিচাবে ইনস্টল কৰিব পাৰি, |
01:34 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি. |
01:38 | সিনাপ্টিক প্যাকেজ ম্যানেজাৰ লৈ যাওক. |
01:40 | Quick filter boxত , টাইপ কৰক 'gchempaint' . |
01:44 | 'GChemPaint' 'ইউটিলিটি' সম্পূর্ণ ইনস্টলেশনৰ বাবে, ইনস্টল কৰক gcu-plugin, libgcu-dbg আৰু gcu-bin |
01:55 | মই ইতিমধ্যে সকলো ফাইল ইনস্টল কৰিলো. |
01:59 | 'GChem3d' এটা 3 মাত্রিক আণবিক গঠন ভিজোয়েলাইজাৰ (visualizer) হয়. |
02:04 | ই GChemPaint" 'ৰ এটা ইউটিলিটি বৈশিষ্ট্য হয়. |
02:07 | 'GChemPaint'ত অকা গঠনবোৰ GChem3D ত দেখা যাব |
02:12 | 'GChem3D' 'খুলিবলৈ 'ড্যাশ হোম' 'ত ক্লিক কৰক. |
02:15 | search bar'ত টাইপ কৰক 'gchem3d' |
02:20 | "Molecules viewer আইকনত ক্লিক কৰক. |
02:24 | 'GChem3d Viewer" উইন্ডোত Menubar আৰু Display area আছে |
02:30 | আপোনি 'GChem3D' সৈতে কাম কৰিবলৈ Menubarত সকলো প্ৰয়োজনিয় কমান্ড আছে. |
02:36 | Display area য়ে এটা খোলা ফাইলৰ বিষয়বস্তু দেখায়. |
02:40 | এটা ফাইল খুলিবলৈ File নির্বাচন কৰক Openত ক্লিক কৰক. |
02:46 | 'Open ডায়লগ বক্স প্ৰর্দশিত হয়. |
02:49 | আপোনি খুলিব বিচৰা ফাইলটো নির্বাচন কৰক. |
02:52 | মই মোৰ ডেস্কটপত 'Adenosine.pdb' নির্বাচন কৰিম. |
02:57 | এতিয়া Open বাটনত ক্লিক কৰক. |
02:59 | ফাইল খন Display areaত প্ৰদর্শিত হয়. |
03:02 | এটা ইমেজ হিসাবে ভিউক সংৰক্ষণ কৰিবলৈ শিকো. |
03:05 | Fileত ক্লিক কৰক. Save As Image বুলি নেভিগেট কৰক". |
03:10 | Save as image হিসাবে' ডায়লগ বক্স প্ৰর্দশিত হয় |
03:12 | Width আৰু Height পেৰামিতাৰ্চ মন কৰক. |
03:17 | ডিফল্ট ইমেজৰ সাইজ হৈছে Width '300 পিক্সেল' ' আৰু Height' 300 পিক্সেল. |
03:24 | আপোনি scrollers ব্যবহাৰ কৰি মান বৃদ্ধি বা হ্রাস কৰিব পাৰিব |
03:29 | এতিয়া 'ফাইল টাইপ' বিকল্প. |
03:31 | 'GChem3D'য়ে বিভিন্ন ফাইল ফৰম্যাটক সমর্থন কৰে. |
03:35 | ফাইল টাইপ VRML, PDF, PNG আৰু অন্যবোৰ ড্রপ ডাউন তালিকাত পোৱা যায়. |
03:45 | যদি কোনো ফাইল টাইপ উল্লেখিত নাথাকে, 'GChem3d'য়ে ফাইল নামৰ পৰা ফাইল টাইপ নির্ধাৰণ কৰাৰ চেষ্টা কৰে. |
03:52 | যদি এইটো সফল নহয়, ডিফল্ট 'File type VRML' ব্যবহাৰ কৰা হব. |
03:58 | গঠনটো 'VRML' ফাইল ফৰম্যাটত সংৰক্ষণ কৰা যাওক. |
04:03 | VRML document বিকল্পটো নির্বাচন কৰক. |
04:07 | Adenosine হিসাবে ফাইলৰ নাম টাইপ কৰক. |
04:11 | 'ডেস্কটপত ফাইলটো সংৰক্ষণ কৰিবলৈ Desktopত ক্লিক কৰক. |
04:14 | Save বাটনত ক্লিক কৰক. |
04:17 | এতিয়া আমি ঠিক VRML ফাইল টাইপ কি শিকিম. |
04:22 | VRML '.wrl' এক্সটেনশন সহ এটা টেক্সট ফাইল ফৰম্যাট হয়. |
04:28 | 3D বহুভুজ (polygon) বৈশিষ্ট্য যেনে''vertices', 'edges', 'surface color উল্লেখ কৰিব পাৰি. |
04:35 | 'VRML' ফাইলবোৰ প্লেইন টেক্সটত আছে যি 'gzip' হিসাবে কম্প্রেস হয় . |
04:40 | 3D মডেলিং প্রোগ্রামে বস্তু আৰু দৃশ্য ইয়াত সংৰক্ষণ কৰে. |
04:45 | আমি সংৰক্ষিত ফাইলবোৰ খুলু. |
04:48 | 'Adenosine.wrl' ফাইলত সো ক্লিক কৰক. বিকল্পটো নির্বাচন কৰক Open with Text Editor. |
04:55 | টেক্সট এডিটৰে গঠনৰ সম্পর্কে সকলো বিস্তাৰিত দেখায়. |
05:01 | এতিয়া আমি ' Page Setup লৈ যাও. |
05:04 | 'GChem3d'য়ে প্ৰিন্টিং কৰাৰ সময়ত 300 DPI ' ৰেজল্যুশন' ব্যবহাৰ কৰে. |
05:09 | Page Setup' ৰ বৈশিষ্ট্য 'GChemPaint' ৰ নিচিনা একেই. |
05:14 | আমি ইতিমধ্যে এই সিৰিজত 'GChemPaint' টিউটৰিয়েলত আলোচনা কৰিলো |
05:19 | আমি উইন্ডো বন্ধ কৰিম. |
05:21 | এতিয়া View মেনুলৈ যাও. |
05:25 | View' মেনু নির্বাচন কৰক. |
05:27 | 'GChem3D'য়ে চাৰি ধৰনৰ মডেল ব্যবহাৰ কৰি এটা অণু (molecule)প্ৰদর্শন কৰে: |
05:32 | * Balls আৰু sticks * স্পেচ ফিলিং |
05:35 | * Cylinders আৰু * Wireframe. |
05:39 | Balls আৰু sticks ডিফল্ট মডেল হয়. |
05:42 | এই মডেল ব্যবহাৰ কৰি একাধিক বন্ড আৰু সঠিক বন্ড অবস্থান চাব পাৰি. |
05:48 | আমি "Space Filling'উপৰৰ ক্লিক কৰিম আৰু আপোনি পার্থক্যটো চাব পাৰিব |
05:53 | Space Filling মোদেলে কম্প্যাক্ট ফর্মত অণুবোৰ (molecules)দেখায়. |
05:58 | Cylinders মডেলে 'cylindrical pipes আকাৰে গঠনটো দেখায়. |
06:03 | 'Wireframe' মডেলে skeletal গঠন দেখায়. |
06:08 | এতিয়া Balls and sticks লৈ যোৱা যাওক. |
06:11 | এতিয়া আমি Background color' লৈ যাও |
06:14 | পটভূমিৰ (Background) ডিফল্ট ৰং ক'লা হয়. |
06:17 | Background colorলৈ নেভিগেট কৰক, View মেনু নির্বাচন কৰক. |
06:21 | এটা সাবমেনু খোলে. |
06:23 | সাবমেনুৰ শেষত Custom color নির্বাচন কৰক. |
06:26 | Background color' 'উইন্ডো খোলে |
06:30 | আমি বিচৰা ৰঙ বাচনি কৰিবলৈ এই উইন্ডোত বিভিন্ন ক্ষেত্র আছে. |
06:35 | Hue বয়ৱহাৰ কৰি, আমি পটভূমিৰ ৰঙ পৰিবর্তন কৰিব পাৰিম |
06:39 | Scroller উপৰত ক্লিক কৰক. color circleৰ মান আৰু গতিবিধিৰ পৰিবর্তন লক্ষ্য কৰক. |
06:45 | Saturation ব্যবহাৰ কৰি, আমি ৰংৰ ঘনত্ব পৰিবর্তন কৰিব পাৰো |
06:51 | Value ব্যবহাৰ কৰি, আমি একেই ৰংৰ বিভিন্ন ছেদ পাবল RGB combination পৰিবর্তন কৰিব পাৰো |
06:59 | ইয়াতে eyedropper আইকনৰ সৈতে Preview boxআছে |
07:04 | eyedropper আইকনৰ ওপৰত ক্লিক কৰক. |
07:07 | পছন্দৰ ৰঙ বাছনি কৰিবলৈ কালাৰ ৰিংৰ ওপৰত যিকোনো জেগাত ক্লিক কৰক. |
07:11 | Ok বাটনত ক্লিক কৰক. স্ক্ৰিনত Backgroundৰ ৰঙ পৰিবর্তন হয়. |
07:18 | সংক্ষেপতে আমি শিকিলো. |
07:20 | এই টিউটৰিয়েলত আমি শিকিছো, |
07:23 | বিভিন্ন মেনু |
07:24 | ফাইল টাইপ ফৰম্যাটেৰ |
07:26 | মডেলৰ ধৰন আৰু পটভূমিৰ ৰঙ পৰিবর্তন কৰা. |
07:30 | ইয়াতে এটা নিয়োগ আছে |
07:33 | 1. 'GChemPaint' ৰ পৰা 'Saccharide' লোড কৰক আৰু .mdl ' ফৰ্মেটত ফাইলটো সংৰক্ষণ কৰক. |
07:39 | 2. Molecules viewer' ত গঠনটো খুলক. |
07:42 | 3. PNGআৰু PDF ' ফাইল টাইপত ইমেজ সংৰক্ষণ কৰক. |
07:46 | 4. বিভিন্ন ব্যাকগ্রাউন্ড ৰং চেষ্টা কৰক. |
07:49 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial |
07:53 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
07:56 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
08:01 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
08:06 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
08:10 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
08:17 | স্পোকেন টিউটোৰিয়েল প্রযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্রযেক্ত । |
08:22 | ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ । |
08:29 | অধিক তথ্যৰ বাবে চাওক:স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি হাইফেন ইনত্ৰো । http://spoken-tutorial.org/NMEICT-Intro] |
08:35 | মই আফৰীন পীনজাৰি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । দৰ্শন দিয়া বাবে ধণ্যবাদ । |