GChemPaint/C3/Features-of-GChem3D/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. 'GChem3D বৈশিষ্ট্য' এই টিউটৰিয়েললৈ স্ৱাগতম
00:07 এই টিউটৰিয়েলত, আমি
00:10 মেনু বাৰ ফাইল টাইপ ফৰম্যােট
00:13 বিভিন্ন মডেলৰ ধৰন আৰু
00:15 পটভূমিৰ ৰঙ পৰিবর্তন কৰা সম্পর্কে শিকিম
00:18 এই টিউটৰিয়েলত আমি উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো.
00:24 'GChemPaint' সংস্কৰণ 0.12.10.
00:29 'GChem3D' ভাৰ্চন 0.12.10.
00:34 এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনি GChemPaint ৰ 'সৈতে পৰিচিত হোৱা উচিত
00:38 যদি নাজানে, প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট চাওক
00:44 আমি এটা নতুন 'GChemPaint' উইন্ডো খোলিছো.
00:47 'টেমপ্লেট' ড্রপ ডাউন ব্যবহাৰ কৰি,
00:49 আমি Display area'('প্ৰদর্শন এলাকা') সম্মুখৰ ফালে 'Adenosine' (এডিনসিন') গঠন লোড কৰিম.
00:53 ফাইল সংৰক্ষণ কৰিবলৈ টুল বাৰত "'Save' আইকন ত ক্লিক কৰক.
00:58 Save as ডায়লগ বক্স প্ৰর্দশিত হয়.
01:02 'GChem3D' ত ফাইলটো চাবলৈ ই এটা ফাইল ফৰম্যাটেত সংৰক্ষিত হব লাগিব যেনে, '' .mol', .mdl আৰু .pdb. '
01:11 'Adenosine.pdb' হিসাবে ফাইলৰ নাম টাইপ কৰক
01:15 'ডেস্কটপত' ফাইল সংৰক্ষণ কৰিবলৈ 'ডেস্কটপত' ক্লিক কৰক.
01:18 Save' বাটনত ক্লিক কৰক.
01:21 আমি 'GChemPaint' উইন্ডোখন বন্ধ কৰিম.
01:25 এতিয়া 'GChem3D' আবেদনৰ সম্পর্কে শিকো.
01:29 'GChem3D' 'GChemPaint' ৰ'এটা ইউটিলিটি সফটওয়্যাৰ হিচাবে ইনস্টল কৰিব পাৰি,
01:34 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি.
01:38 সিনাপ্টিক প্যাকেজ ম্যানেজাৰ লৈ যাওক.
01:40 Quick filter box, টাইপ কৰক 'gchempaint' .
01:44 'GChemPaint' 'ইউটিলিটি' সম্পূর্ণ ইনস্টলেশনৰ বাবে, ইনস্টল কৰক gcu-plugin, libgcu-dbg আৰু gcu-bin
01:55 মই ইতিমধ্যে সকলো ফাইল ইনস্টল কৰিলো.
01:59 'GChem3d' এটা 3 মাত্রিক আণবিক গঠন ভিজোয়েলাইজাৰ (visualizer) হয়.
02:04 GChemPaint" 'ৰ এটা ইউটিলিটি বৈশিষ্ট্য হয়.
02:07 'GChemPaint'ত অকা গঠনবোৰ GChem3D ত দেখা যাব
02:12 'GChem3D' 'খুলিবলৈ 'ড্যাশ হোম' 'ত ক্লিক কৰক.
02:15 search bar'ত টাইপ কৰক 'gchem3d'
02:20 "Molecules viewer আইকনত ক্লিক কৰক.
02:24 'GChem3d Viewer" উইন্ডোত Menubar আৰু Display area আছে
02:30 আপোনি 'GChem3D' সৈতে কাম কৰিবলৈ Menubarত সকলো প্ৰয়োজনিয় কমান্ড আছে.
02:36 Display area য়ে এটা খোলা ফাইলৰ বিষয়বস্তু দেখায়.
02:40 এটা ফাইল খুলিবলৈ File নির্বাচন কৰক Openত ক্লিক কৰক.
02:46 'Open ডায়লগ বক্স প্ৰর্দশিত হয়.
02:49 আপোনি খুলিব বিচৰা ফাইলটো নির্বাচন কৰক.
02:52 মই মোৰ ডেস্কটপত 'Adenosine.pdb' নির্বাচন কৰিম.
02:57 এতিয়া Open বাটনত ক্লিক কৰক.
02:59 ফাইল খন Display areaত প্ৰদর্শিত হয়.
03:02 এটা ইমেজ হিসাবে ভিউক সংৰক্ষণ কৰিবলৈ শিকো.
03:05 Fileত ক্লিক কৰক. Save As Image বুলি নেভিগেট কৰক".
03:10 Save as image হিসাবে' ডায়লগ বক্স প্ৰর্দশিত হয়
03:12 Width আৰু Height পেৰামিতাৰ্চ মন কৰক.
03:17 ডিফল্ট ইমেজৰ সাইজ হৈছে Width '300 পিক্সেল' ' আৰু Height' 300 পিক্সেল.
03:24 আপোনি scrollers ব্যবহাৰ কৰি মান বৃদ্ধি বা হ্রাস কৰিব পাৰিব
03:29 এতিয়া 'ফাইল টাইপ' বিকল্প.
03:31 'GChem3D'য়ে বিভিন্ন ফাইল ফৰম্যাটক সমর্থন কৰে.
03:35 ফাইল টাইপ VRML, PDF, PNG আৰু অন্যবোৰ ড্রপ ডাউন তালিকাত পোৱা যায়.
03:45 যদি কোনো ফাইল টাইপ উল্লেখিত নাথাকে, 'GChem3d'য়ে ফাইল নামৰ পৰা ফাইল টাইপ নির্ধাৰণ কৰাৰ চেষ্টা কৰে.
03:52 যদি এইটো সফল নহয়, ডিফল্ট 'File type VRML' ব্যবহাৰ কৰা হব.
03:58 গঠনটো 'VRML' ফাইল ফৰম্যাটত সংৰক্ষণ কৰা যাওক.
04:03 VRML document বিকল্পটো নির্বাচন কৰক.
04:07 Adenosine হিসাবে ফাইলৰ নাম টাইপ কৰক.
04:11 'ডেস্কটপত ফাইলটো সংৰক্ষণ কৰিবলৈ Desktopত ক্লিক কৰক.
04:14 Save বাটনত ক্লিক কৰক.
04:17 এতিয়া আমি ঠিক VRML ফাইল টাইপ কি শিকিম.
04:22 VRML '.wrl' এক্সটেনশন সহ এটা টেক্সট ফাইল ফৰম্যাট হয়.
04:28 3D বহুভুজ (polygon) বৈশিষ্ট্য যেনে''vertices', 'edges', 'surface color উল্লেখ কৰিব পাৰি.
04:35 'VRML' ফাইলবোৰ প্লেইন টেক্সটত আছে যি 'gzip' হিসাবে কম্প্রেস হয় .
04:40 3D মডেলিং প্রোগ্রামে বস্তু আৰু দৃশ্য ইয়াত সংৰক্ষণ কৰে.
04:45 আমি সংৰক্ষিত ফাইলবোৰ খুলু.
04:48 'Adenosine.wrl' ফাইলত সো ক্লিক কৰক. বিকল্পটো নির্বাচন কৰক Open with Text Editor.
04:55 টেক্সট এডিটৰে গঠনৰ সম্পর্কে সকলো বিস্তাৰিত দেখায়.
05:01 এতিয়া আমি ' Page Setup লৈ যাও.
05:04 'GChem3d'য়ে প্ৰিন্টিং কৰাৰ সময়ত 300 DPI ' ৰেজল্যুশন' ব্যবহাৰ কৰে.
05:09 Page Setup' ৰ বৈশিষ্ট্য 'GChemPaint' ৰ নিচিনা একেই.
05:14 আমি ইতিমধ্যে এই সিৰিজত 'GChemPaint' টিউটৰিয়েলত আলোচনা কৰিলো
05:19 আমি উইন্ডো বন্ধ কৰিম.
05:21 এতিয়া View মেনুলৈ যাও.
05:25 View' মেনু নির্বাচন কৰক.
05:27 'GChem3D'য়ে চাৰি ধৰনৰ মডেল ব্যবহাৰ কৰি এটা অণু (molecule)প্ৰদর্শন কৰে:
05:32 Balls আৰু sticks স্পেচ ফিলিং
05:35 Cylinders আৰু Wireframe.
05:39 Balls আৰু sticks ডিফল্ট মডেল হয়.
05:42 এই মডেল ব্যবহাৰ কৰি একাধিক বন্ড আৰু সঠিক বন্ড অবস্থান চাব পাৰি.
05:48 আমি "Space Filling'উপৰত ক্লিক কৰিম আৰু আপোনি পার্থক্যটো চাব পাৰিব
05:53 Space Filling মোদেলে কম্প্যাক্ট ফর্মত অণুবোৰ (molecules)দেখায়.
05:58 Cylinders মডেলে 'cylindrical pipes আকাৰে গঠনটো দেখায়.
06:03 'Wireframe' মডেলে skeletal গঠন দেখায়.
06:08 এতিয়া Balls and sticks ইয়ালৈ যোৱা যাওক.
06:11 এতিয়া আমি Background color' লৈ যাও
06:14 পটভূমিৰ (Background) ডিফল্ট ৰং ক'লা হয়.
06:17 Background colorলৈ নেভিগেট কৰক, View মেনু নির্বাচন কৰক.
06:21 এটা সাবমেনু খোলে.
06:23 সাবমেনুৰ শেষত Custom color নির্বাচন কৰক.
06:26 Background color' 'উইন্ডো খোলে
06:30 আমি বিচৰা ৰঙ বাচনি কৰিবলৈ এই উইন্ডোত বিভিন্ন ক্ষেত্র আছে.
06:35 Hue বয়ৱহাৰ কৰি, আমি পটভূমিৰ ৰঙ পৰিবর্তন কৰিব পাৰিম
06:39 Scroller উপৰত ক্লিক কৰক. color circleৰ মান আৰু গতিবিধিৰ পৰিবর্তন লক্ষ্য কৰক.
06:45 Saturation ব্যবহাৰ কৰি, আমি ৰংৰ ঘনত্ব পৰিবর্তন কৰিব পাৰো
06:51 Value ব্যবহাৰ কৰি, আমি একেই ৰংৰ বিভিন্ন ছেদ পাবল RGB combination পৰিবর্তন কৰিব পাৰো
06:59 ইয়াতে eyedropper আইকনৰ সৈতে Preview box আছে
07:04 eyedropper আইকনৰ ওপৰত ক্লিক কৰক.
07:07 পছন্দৰ ৰঙ বাছনি কৰিবলৈ কালাৰ ৰিংৰ ওপৰত যিকোনো জেগাত ক্লিক কৰক.
07:11 Ok বাটনত ক্লিক কৰক. স্ক্ৰিনত Backgroundৰ ৰঙ পৰিবর্তন হয়.
07:18 সংক্ষেপতে আমি শিকিলো.
07:20 এই টিউটৰিয়েলত আমি শিকিছো,
07:23 বিভিন্ন মেনু, ফাইল টাইপ ফৰম্যাট
07:26 মডেলৰ ধৰন আৰু পটভূমিৰ ৰঙ পৰিবর্তন কৰা.
07:30 ইয়াতে এটা নিয়োগ আছে
07:33 1. 'GChemPaint' ৰ পৰা 'Saccharide' লোড কৰক আৰু .mdl ' ফৰ্মেটত ফাইলটো সংৰক্ষণ কৰক.
07:39 2. Molecules viewer' ত গঠনটো খুলক.
07:42 3. PNGআৰু PDF ' ফাইল টাইপত ইমেজ সংৰক্ষণ কৰক.
07:46 4. বিভিন্ন ব্যাকগ্রাউন্ড ৰং চেষ্টা কৰক.
07:49 তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial
07:53 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07:56 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
08:01 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
08:06 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
08:10 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
08:17 স্পোকেন টিউটোৰিয়েল প্রযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্রযেক্ত ।
08:22 ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ ।
08:29 অধিক তথ্যৰ বাবে চাওক:স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি হাইফেন ইনত্ৰো । http://spoken-tutorial.org/NMEICT-Intro]
08:35 মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । দৰ্শন দিয়া বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya