Linux/C2/The-Linux-Environment/Assamese

From Script | Spoken-Tutorial
Revision as of 16:36, 13 August 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration

 

0:00 লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷

 

0:07 এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে ইউবানটু লাগতিয়াল হয়৷

 

0:13 আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷

 

0:22 যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়ে ৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল  চাওক.

 

0:32 অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিং কৰাৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে
0:36 আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু  এই টিতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ  লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷

 

0:46 লিনাক্স এনভাইৰনমেন্ট নির্ধারণ করে কিভাবে অপারেটিং সিস্টেম আপনার সৈতে আচরণ কৰে, কিভাবে এটি আপনার কমান্ডক ৰেসপন্দ কৰে, কিভাবে ই আপনার কর্ম আদি ব্যাখ্যা কৰে

 

0:55 শেলএর সেটিংক পরিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকরণ কৰিব পাৰে.

 

0:58 আহক আমি বোজো কিভাবে এই সকলো করা যায় 

 

0:59 শেলৰ ব্যবহার সাধারণতে শেল ভেরিয়েবলবোৰ দ্বারা নির্ধারিত কৰা যায়.

 

1:04 দুই ধৰনৰ shell variables আছে:এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু লোকেল ডেৰিয়েৱলচ

 

1:12 এইডাইৰনমেন্ট ডেৰিয়েৱলচ ৱুলি নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷

 

1:19 এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্দ হয়

 

1:24 লোকেল ডেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্দ হয়৷

 

1:31 এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্দ নহয়

 

1:36 ঘিহেতু এই টিউটৰিয়েলত আমি এনডাইৰনমেন্ট ডেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷


1:48 বৰ্তমান চেলত থকা সকলো ডেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷
1:53 টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক


2:00 আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো,


2:04 উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান টো মন কৰক.


2:15 তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক
2:21 ইয়াত ভবেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো pipelined কৰা হৈছে.


2:38 এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ
2:45 টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' অধিক" আৰু Enter টিপক


2:52 উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash .
3:00 আকৌ আপনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক
3:07 এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো.
3:11 ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম.
3:15 বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয়


3:19 প্রকৃততে এটি ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটি ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব
3:30 প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি চাওচ সেইটো হৈছে SHELL ভেৰিয়েবল .
3:35 ই বর্তমান শেলৰ নাম সঞ্চয় কৰে .


3:37 SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক.
3:55 ইয়াত স্ল্যাশ বিন স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো.
4:02 পিছৰ ভেৰিয়েবল হল হোম.
4:05 ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়**৷


4:11 এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷


4:17 ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E in capital"আৰু এন্টাৰ টিপক৷
4:29 ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷
4:32 পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকুটেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে
4:40 এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷
4:43 আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H"in capital আৰু এন্টাৰ প্ৰেছ কৰক৷
4:51 মোৰ কম্পিউটাৰত ও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ বিন স্ল্যাশ ইউজাৰ স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ বিন ইত্যাদি
5:04 এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷
5:07 এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷


5:18 ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷
5:25 আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷
5:29 P-A-T-H in capital 'eqal to' doller P-A-T-H again in capital colon slash home slash নিজৰ home directory আৰু এন্টাৰ প্ৰেছ কৰক৷
5:54 ঘদি আমি পথৰ মূল্য ইকো’ কৰো৷
6:04 আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ আংগ হব৷


6:10 চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷


6:16 আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME.


6:20 যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷


6:24 ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক


6:35 ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷


6:42 এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ এ প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷


6:47 ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷


6:50 ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷


7:00 এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷


7:05 চেকেণ্ডাৰী কামাণ্ড প্ৰমোতৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ প্ৰেছ কৰক৷


7:20 আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt.


7:28 এইটো কৰিবলৈ


টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ প্ৰেছ কৰক৷


7:41 এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷


7:50 আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি পৰম্পত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷


7:56 কেৱল টাইপ কৰক "PS1 in capital 'eqal to' quotesত dollar LOGNAME" আৰু এন্টাৰ প্ৰেছ কৰক৷


8:12 এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷


8:16 পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ প্ৰেছ কৰক


8:28 আমি বহুত এনডাইৰমেন্ট ডেৰিয়েৱলৰবোৰক ডেলু এচাইন কৰিলো৷


8:32 কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷


8:37 ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷


8:40 ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক


9:00 আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷


9:05 ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷


9:13 প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ execute কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত execute কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷
9:22 নহয়, ইয়াৰ বহুটো সমাধান আছে৷


9:26 প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷


9:33 কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷


9:37 আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷


9:42 কিন্তু যেতিয়া আপোনি বহু কম্মন্দ বোৰে দি যায় এইটো আলপ সালমিলনি হৈ যায়. *** হিস্টৰী কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি হয়


9:52 পৰম্পত টাইপ কৰক হিস্টৰী৷


9:58 আৰু এন্টাৰ ডবাওক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷


10:04 ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷


10:08 টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷


10:20 এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷


10:27 এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷
10:32 কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত ৪৪২ execute হব echo space dollar path ****


10:51 ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ প্ৰেছ কৰক৷
11:03 পিছত আমি tilde substitution চাম

হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়.

11:12 ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰে৷


11:25 এজমে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ তগ্গল কৰিব পাৰে *** এই কম্মন্দ বয়ৱহাৰ কৰি

cd 'tilde' minus বা মাত্ৰ cd minus


11:35 এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷


11:41 সেয়া ঘদি আমি cd স্পেচ minus ৰান কৰো আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷


11:47 আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব


11:55 এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷


11:59 কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ 12:04 এই ক্ষেত্ৰত আমি ইয়াক সৰু এলিয়াচ নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো *****
12:11 ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷


12:20 আৰু এন্টাৰ ডবাওক৷


12:47 এতিয়াপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপুনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷


12:55 চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷


12:58 এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ


13:08 এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্থান cdMusic আৰু Enter টিপক


13:20 এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷


13:30 ধৰি ললো আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷


13:38 ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷


13:45 আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷
13:52 সেয়ে আমি alias rm equal-to, এতিয়া quotesত “rm space hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷


14:03 এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷


14:13 সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷****


14:20 সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing.


14:25 এয়েই এই টিউটৰিয়েলৰ শেষ৷
14:28 স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ নেচ’নেল মিচন অন এডুকেচন থৰ্ ICT, Government of India. ৰ দ্বাৰা সমৰ্থিত৷
14:36 অধিক জানিবলৈ, লিখক আমাৰ ৱেব চাইটত লিখক৷


14:39 এই টিউটৰিয়েলৰ স্ক্ৰিপ্টবোৰ অনিৰ্বান দ্বাৰা প্ৰস্তুত কৰা হৈছে৷


14:42 এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷

Contributors and Content Editors

Mousumi, PoojaMoolya, Udaya