LibreOffice-Suite-Draw/C2/Common-editing-and-print-functions/Assamese
From Script | Spoken-Tutorial
Revision as of 16:35, 24 July 2014 by Pratik kamble (Talk | contribs)
| Time | Narration |
| 00:01 | LibreOffice ড্র ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কার্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল-লৈ আপোনাক স্বাগতম |
| 00:08 | এই টিউটোৰিয়েলটিত আপোনি শিকিব: |
| 00:10 | ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা |
| 00:13 | পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা |
| 00:16 | আনডু আৰু ৰিডু কৰা |
| 00:18 | এটি পাতৰ পুনঃনামকৰণ |
| 00:20 | আৰু এটি পৃষ্ঠা ছপা কৰা |
| 00:22 | ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰো |
| 00:33 | WaterCycle ফাইলটো খুলু আৰু পৃষ্ঠাত থকা WaterCycle ছবিটো নির্বাচন কৰক |
| 00:40 | এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক |
| 00:44 | পৃষ্ঠা মার্জিন কিয় প্রয়োজনীয় ? |
| 00:46 | এটি পাততপৃষ্ঠা মার্জিনয়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে |
| 00:53 | উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা |
| 00:57 | মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে , |
| 01:01 | যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায় |
| 01:07 | পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত WaterCycle আঁকাটোক ছাপক |
| 01:11 | ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয় |
| 01:18 | এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয় |
| 01:23 | ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয় |
| 01:29 | এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু পেজ' ক্লিক কৰক |
| 01:35 | পৃষ্ঠা সেটআপ ডায়লগ বাক্সে প্রদর্শিত হৈছে |
| 01:38 | পেজ ট্যাবটি নির্বাচন কৰক |
| 01:41 | 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক |
| 01:47 | 'মার্জিনৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক |
| 01:54 | সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে |
| 01:58 | এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায় |
| 02:02 | ক্লিক কৰক 'OK ' . |
| 02:04 | অঙ্কনটো দেখাত কেনে লাগিছে? |
| 02:06 | এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে ! |
| 02:08 | ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব । |
| 02:14 | আপোনি অবশ্যই নিশ্চিত কিৰিব যে: |
| 02:15 | ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে । |
| 02:18 | আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে । |
| 02:23 | সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস। |
| 02:29 | আকৌ প্রধান মেনুৰ পৰা ফৰমেট নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' । |
| 02:35 | পৃষ্ঠা সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে । |
| 02:38 | পেজ ট্যাবত ক্লিক কৰক । |
| 02:40 | ফৰমেট ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক A4 . |
| 02:45 | এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো। |
| 02:48 | ক্লিক কৰক 'OK ' . |
| 02:52 | অঙ্কনটো মার্জিনত ৰাখিছে। |
| 02:55 | আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো, |
| 03:00 | পৃষ্ঠাত সো ক্লিক কৰি আৰু কনটেক্সট মেনু ব্যবহাৰ কৰি । |
| 03:05 | 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক। |
| 03:09 | এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক । |
| 03:15 | WaterCycle ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো । |
| 03:21 | প্রধান মেনুলৈ যাওক, Insert নির্বাচন কৰক আৰু ক্লিক কৰক Fields । |
| 03:27 | ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে । |
| 03:31 | Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় । |
| 03:35 | আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব। |
| 03:41 | Page number-ৰত ক্লিক কৰো । |
| 03:43 | ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে । |
| 03:48 | এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক । |
| 03:55 | এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক |
| 04:01 | নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু শিফট কী টিপক । |
| 04:07 | এতিয়া ইয়াক তললৈ নিয়ক । |
| 04:11 | চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে। |
| 04:17 | ইয়াত পৃষ্ঠা নম্বৰ নাই ! |
| 04:20 | আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে! |
| 04:26 | এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় । |
| 04:30 | প্রধান মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' । |
| 04:36 | পেজ সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে । |
| 04:39 | পেজ ট্যাবত ক্লিক কৰক । |
| 04:41 | Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' । |
| 04:45 | ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক । |
| 04:49 | ক্লিক কৰক 'OK' . |
| 04:52 | পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে। |
| 04:58 | একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে। |
| 05:01 | এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় । |
| 05:05 | আপোনি আপোনাৰ ড্র পৃষ্ঠাত তাৰিখ আৰু সময়ৰ স্তেম্পো যোগ কৰিব পাৰে। |
| 05:10 | Insert' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে । |
| 05:14 | এটি হল তাৰিখ (fixed) আৰু সময় (fixed) । |
| 05:18 | অন্যটি হল তাৰিখ (variable) আৰু সময় (variable) । |
| 05:23 | তাৰিখ (fixed) আৰু সময় (fixed) বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে । |
| 05:29 | এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়। |
| 05:33 | অন্যফালে, তাৰিখ (variable) আৰু সময় (variable) বিকল্পয়ে । |
| 05:37 | আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়। |
| 05:42 | ইয়াত সময় (variable) যোগ কৰো। |
| 05:46 | এতিয়া, বক্সটো টানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক। |
| 05:56 | যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব। |
| 06:03 | এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে। |
| 06:08 | ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো |
| 06:17 | সেয়ে প্রথম পাতলৈ যাও |
| 06:19 | প্রধান মেনুলৈ যাওক, নির্বাচন কৰক টুলস আৰু ক্লিক কৰক Options . |
| 06:24 | Options ডায়লগ বাক্স প্রদর্শিত হৈছে । |
| 06:27 | 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data. |
| 06:34 | ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে। |
| 06:40 | ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে। |
| 06:44 | First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B' |
| 06:53 | OK ক্লিক কৰক . |
| 06:55 | প্রধান মেনুৰ পৰা এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক । |
| 07.02 | Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে । |
| 07:07 | এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক । |
| 07:15 | এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব ? |
| 07:21 | মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক । |
| 07:25 | এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক । |
| 07:28 | আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ? |
| 07:31 | আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে । |
| 07:38 | শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ গেছে । |
| 07:45 | ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে । |
| 07:48 | আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো। |
| 07:53 | প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' . |
| 07:57 | লেখকৰ নাম আৰু দেখা নাযায় ! |
| 08:00 | CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো। |
| 08:06 | আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো। |
| 08:13 | এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক । |
| 08:18 | এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক । |
| 08:23 | এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক । |
| 08:26 | লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক । |
| 08:29 | এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক । |
| 08:33 | দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক । |
| 08:38 | এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক । |
| 08:42 | পৰীক্ষা কৰি চাওক যদি undo আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই । |
| 08:51 | এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও. |
| 08:54 | Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page . |
| 09:00 | Rename Slide ডায়লগ বক্সটি দেখা গৈছে । |
| 09:03 | নামৰ ক্ষেত্ত, নাম হিসাবে লিখক WaterCycleSlide" . |
| 09:08 | 'OK 'ক্লিক কৰক . |
| 09:10 | এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক । |
| 09:14 | আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি |
| 09:18 | পাঠটিৰ সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় |
| 09:23 | এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু WaterCycle ' ছবিটো প্ৰিন্ট কৰো |
| 09:28 | মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট |
| 09:33 | প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় |
| 09:36 | General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ |
| 09:41 | অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক |
| 09:48 | বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব। |
| 09:53 | প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে: |
| 09:58 | General, LibreOffice Draw, Page Layout, বিকল্প । |
| 10:04 | LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক। |
| 10:09 | LibreOffice Draw ট্যাবত ক্লিক কৰক । |
| 10:13 | পৃষ্ঠাৰ নাম আৰু তাৰিখ আৰু সময় বক্স দুটিত টিক দিয়ক । |
| 10:17 | এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব। |
| 10:23 | ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক । |
| 10:29 | আপোনাৰ কম্পিউটাৰ পৰাWaterCycle ছবিটি ছপাবৰ বাবে ক্লিক কৰক প্রিন্ট । |
| 10:34 | আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত । |
| 10:40 | এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল। |
| 10:45 | এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে: |
| 10:48 | ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা । |
| 10:50 | আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় । |
| 10:54 | আনডু আৰু ৰিডু কৰা । |
| 10:57 | এটি পৃষ্ঠাৰ পুনঃনামকৰণ। |
| 10:58 | এটি পৃষ্ঠা ছপা । |
| 11:01 | ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে । |
| 11:03 | আৰু দুটি পৃষ্ঠা যোগ কৰক । |
| 11:06 | প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক। |
| 11:14 | এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত Page count " ফিল্দ ভৰাওক আৰু চাওক কি হয় । |
| 11:21 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 11:24 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 11:28 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 11:32 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 11:34 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 11:37 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 11:41 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 11:47 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:52 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:59 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 12:10 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |