PERL/C2/Arrays/Assamese
From Script | Spoken-Tutorial
| |
|
|---|---|
| 00.01 | নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম। |
| 00.06 | এই তুতৰিয়ালত আমি শিকিম |
| 00.09 | এৰেৰ ইন্দেক্স |
| 00.11 | এৰেৰ দৈৰ্ঘয় |
| 00.13 | এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা |
| 00.16 | এৰেৰ উপৰত লুপিং কৰা |
| 00.18 | সিকুএনচিয়েল এৰে |
| 00.20 | আৰু এৰে স্লাইচিং |
| 00.22 | ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2 । |
| 00.30 | আৰু মই জিএদিত তেক্সত এডিটৰও ব্যৱহাৰ কৰিম । |
| 00.34 | আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে । |
| 00.37 | পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত । |
| 00.43 | ""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ । |
| 00.48 | প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক । |
| 00.54 | ""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে । |
| 00.59 | ""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে। |
| 01.03 | পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় । |
| 01.08 | এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় । |
| 01.15 | এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়- |
| 01.18 | @myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন"" |
| 01.31 | এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়- |
| 01.35 | $#myArray |
| 01.38 | ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম । |
| 01.42 | তাৰমিনাল খুলক আৰু লিখক |
| 01.44 | gedit arrayIndex dot pl space ampersand |
| 01.50 | আৰু এন্টাৰ তিপক । |
| 01.52 | এইটোৱে "'arrayIndex dot pl ফাইল তু ""জিএদিতৰ"'ত খুল খাব । |
| 01.57 | স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক |
| 02.02 | ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো । |
| 02.07 | এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব । |
| 02.14 | তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব |
| 02.18 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক । |
| 02.22 | এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক- |
| 02.26 | লিখক ‘‘perl arrayIndex dot pl |
| 02.30 | আৰু এন্টাৰ টিপক |
| 02.32 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
| 02.37 | পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক |
| 02.41 | এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে |
| 02.46 | ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1 |
| 02.53 | পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar ব্ৰেকেট খোলক ‘‘@array ব্ৰেকেট বন্ধ কৰক |
| 03.02 | এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array |
| 03.09 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক |
| 03.14 | টাৰমিনেল যাওক আৰু লিখক এইদৰে- |
| 03.18 | gedit arrayLength dot pl space ampersand |
| 03.24 | আৰু এন্টাৰ টিপক |
| 03.27 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
| 03.32 | ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো । |
| 03.38 | তাৰ বাবে আওতপুতে ৫ দেখুৱাব । |
| 03.41 | পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে |
| 03.47 | মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated কৰিছো । |
| 03.53 | ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S টিপক। |
| 03.57 | এতিয়া লিপি খন এক্সিকিউত কৰো আহক । |
| 03.59 | টাৰমিনেল যাওক আৰু লিখক- |
| 04.02 | ‘‘perl arrayLength dot pl আৰু এন্টাৰ টিপক । |
| 04.07 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
| 04.12 | এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক । |
| 04.18 | এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing ব্যৱহাৰ কৰা হয়। |
| 04.22 | এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক |
| 04.27 | প্ৰথম স্থান |
| 04.28 | শেষ স্থান |
| 04.29 | যিকোনো স্থান |
| 04.32 | টাৰমিনেললৈ যাওক আৰু লিখক- |
| 04.35 | gedit perlArray dot pl space ampersand |
| 04.42 | আৰু এন্টাৰ টিপক |
| 04.45 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
| 04.49 | মন কৰিব |
| 04.50 | ‘‘myArrayক বাখ্যা কৰা হৈছে ‘‘@ চিহ্নৰ সহায়ত । |
| 04.54 | কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar) চিহ্ন ব্যৱহাৰ কৰিব লাগিব |
| 04.59 | যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index পাচ কৰিব লাগিব । |
| 05.07 | ইয়াত ‘‘myArrayৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ |
| 05.11 | ০ 'ক ‘‘index হিচাপে পাচ কৰা হৈছে । |
| 05.16 | ‘‘myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArrayৰ অন্তিম ‘‘index পাচ কৰিছো । |
| 05.24 | মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো । |
| 05.28 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । |
| 05.30 | টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
| 05.36 | টাইপ কৰক ‘‘perl perlArray dot pl |
| 05.41 | আৰু এন্টাৰ টিপক । |
| 05.43 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
| 05.47 | এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over কৰিবলৈ শিকো আহক । |
| 05.52 | এটা এৰেয়ত দুই ধৰণে ‘‘looping over কৰিব পাৰি - |
| 05.56 | ‘‘for loop ব্যৱহাৰ কৰি |
| 05.58 | ‘‘foreach loop ব্যৱহাৰ কৰি |
| 06.01 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো |
| 06.07 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
| 06.11 | gedit loopingOverArray dot pl space ampersand |
| 06.17 | আৰু এন্টাৰ টিপক |
| 06.20 | স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক |
| 06.24 | ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো । |
| 06.31 | i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index নোপোৱালৈকে, ‘‘for loop এক্সিকিউত হ'ব । |
| 06.38 | এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop এক্সিকিউত হ'ব । |
| 06.46 | যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach লোপ ত্যাগ দিব । |
| 06.53 | মন কৰিব: যদি আপুনি ‘‘for আৰু ‘‘foreach লোপৰ বিষয়ে অৱগত নহয় |
| 06.58 | প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
| 07.04 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক । |
| 07.07 | টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক- |
| 07.12 | perl loopingOverArray dot pl |
| 07.15 | আৰু এন্টাৰ টিপক । |
| 07.19 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
| 07.24 | পাৰ্লত আমি ‘‘sequential array এই ধৰণে বাখ্যা কৰিব পাৰো- |
| 07.28 | ‘‘@alphaArray= ব্ৰেকেট খোলক ‘‘a দত দত ‘‘d ব্ৰেকেট বন্ধ কৰক চেমিকলন |
| 07.37 | অৰ্থাৎ ‘‘alphaArrayত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd' |
| 07.44 | একেধৰণে - ‘‘@numericArray =ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫ |
| 08.03 | পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো |
| 08.06 | ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা । |
| 08.13 | ‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
| 08.27 | ‘‘@newArray=‘‘@array স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
| 08.38 | স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব |
| 08.42 | ‘‘@newArray=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ কৰক চেমিকলন |
| 08.51 | পৰ্য্যালোচনা কৰো আহক । |
| 08.52 | আমি এই টিউটৰিয়েলত শিকিলো |
| 08.55 | এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা |
| 08.57 | এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা |
| 08.59 | এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা |
| 09.01 | এটা এৰেয় লোপ উভাৰ কৰা |
| 09.03 | চিকৱেনচিয়েল এৰেয় |
| 09.05 | চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা |
| 09.07 | ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে- |
| 09.10 | ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা । |
| 09.13 | এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা |
| 09.16 | এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা |
| 09.19 | for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা |
| 09.25 | এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক ১..৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি । |
| 09.41 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
| 09.44 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 09.48 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
| 09.53 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
| 09.58 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 10.02 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 10.09 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 10.13 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 10.20 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব |
| 10.31 | আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব |
| 10.35 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 10.37 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |