PERL/C2/Arrays/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম।
00:06 এই তুতৰিয়ালত আমি শিকিম
00:09 এৰেৰ ইন্দেক্স
00:11 এৰেৰ দৈৰ্ঘয়
00:13 এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা
00:16 এৰেৰ উপৰত লুপিং কৰা
00:18 সিকুএনচিয়েল এৰে
00:20 আৰু এৰে স্লাইচিং
00:22 ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2
00:30 আৰু মই জিএদিত‌‌ তেক্সত এডিটৰও ব্যৱহাৰ কৰিম ।
00:34 আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে ।
00:37 পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত ।
00:43 ""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ ।
00:48 প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক ।
00:54 ""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে ।
00:59 ""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে।
01:03 পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় ।
01:08 এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় ।
01:15 এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়-
01:18 @myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন""
01:31 এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়-
01:35 $#myArray
01:38 ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম ।
01:42 তাৰমিনাল খুলক আৰু লিখক
01:44 gedit arrayIndex dot pl space ampersand
01:50 আৰু এন্টাৰ তিপক ।
01:52 এইটোৱে "'arrayIndex dot pl ফাইল তু ""জিএদিতৰ"'ত খুল খাব ।
01:57 স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক
02:02 ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো ।
02:07 এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব ।
02:14 তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব
02:18 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক ।
02:22 এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক-
02:26 লিখক ‘‘perl arrayIndex dot pl
02:30 আৰু এন্টাৰ টিপক
02:32 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
02:37 পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক
02:41 এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে
02:46 ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1
02:53 পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar ব্ৰেকেট খোলক ‘‘@array ব্ৰেকেট বন্ধ কৰক
03:02 এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array
03:09 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক
03:14 টাৰমিনেল যাওক আৰু লিখক এইদৰে-
03:18 gedit arrayLength dot pl space ampersand
03:24 আৰু এন্টাৰ টিপক
03:27 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
03:32 ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো ।
03:38 তাৰ বাবে আওতপুতে ৫ দেখুৱাব ।
03:41 পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে
03:47 মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated কৰিছো ।
03:53 ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S টিপক।
03:57 এতিয়া লিপি খন এক্সিকিউত কৰো আহক ।
03:59 টাৰমিনেল যাওক আৰু লিখক-
04:02 ‘‘perl arrayLength dot pl আৰু এন্টাৰ টিপক ।
04:07 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
04:12 এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক ।
04:18 এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing ব্যৱহাৰ কৰা হয়।
04:22 এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক
04:27 প্ৰথম স্থান শেষ স্থান
04:29 যিকোনো স্থান
04:32 টাৰমিনেললৈ যাওক আৰু লিখক-
04:35 gedit perlArray dot pl space ampersand
04:42 আৰু এন্টাৰ টিপক
04:45 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
04:49 মন কৰিব‘‘myArrayক বাখ্যা কৰা হৈছে ‘‘@ চিহ্নৰ সহায়ত ।
04:54 কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar) চিহ্ন ব্যৱহাৰ কৰিব লাগিব
04:59 যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index পাচ কৰিব লাগিব ।
05:07 ইয়াত ‘‘myArrayৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ
05:11 0 'ক ‘‘index হিচাপে পাচ কৰা হৈছে ।
05:16 ‘‘myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArrayৰ অন্তিম ‘‘index পাচ কৰিছো ।
05:24 মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো ।
05:28 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক ।
05:30 টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
05:36 টাইপ কৰক ‘‘perl perlArray dot pl
05:41 আৰু এন্টাৰ টিপক ।
05:43 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
05:47 এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over কৰিবলৈ শিকো আহক ।
05:52 এটা এৰেয়ত দুই ধৰণে ‘‘looping over কৰিব পাৰি -
05:56 ‘‘for loop ব্যৱহাৰ কৰি
05:58 ‘‘foreach loop ব্যৱহাৰ কৰি
06:01 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো
06:07 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
06:11 gedit loopingOverArray dot pl space ampersand
06:17 আৰু এন্টাৰ টিপক
06:20 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
06:24 ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো ।
06:31 i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index নোপোৱালৈকে, ‘‘for loop এক্সিকিউত হ'ব ।
06:38 এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop এক্সিকিউত হ'ব ।
06:46 যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach লোপ ত্যাগ দিব ।
06:53 মন কৰিব: যদি আপুনি ‘‘for আৰু ‘‘foreach লোপৰ বিষয়ে অৱগত নহয়
06:58 প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷
07:04 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক ।
07:07 টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক-
07:12 perl loopingOverArray dot pl
07:15 আৰু এন্টাৰ টিপক ।
07:19 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
07:24 পাৰ্লত আমি ‘‘sequential array এই ধৰণে বাখ্যা কৰিব পাৰো-
07:28 ‘‘@alphaArray= ব্ৰেকেট খোলক ‘‘a দত দত ‘‘d ব্ৰেকেট বন্ধ কৰক চেমিকলন
07:37 অৰ্থাৎ ‘‘alphaArrayত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd'
07:44 একেধৰণে - ‘‘@numericArray =ব্ৰেকেট খোলক 1 দত দত 5 ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray=ব্ৰেকেট খোলক 1 কমা 2 কমা 3 কমা 4 কমা 5
08:03 পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো
08:06 ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা ।
08:13 ‘‘@array=19 কমা 23 কমা 56 কমা 45 কমা 87 কমা 89 ব্ৰেকেট বন্ধ কৰক চেমিকলন
08:27 ‘‘@newArray=‘‘@array স্কৱেৰ ব্ৰেকেট খোলক 1 কমা 4 স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন
08:38 স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব
08:42 ‘‘@newArray=ব্ৰেকেট খোলক 23 কমা 87 ব্ৰেকেট বন্ধ কৰক চেমিকলন
08:51 পৰ্য্যালোচনা কৰো আহক ।আমি এই টিউটৰিয়েলত শিকিলো
08:55 এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা
08:57 এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা
08:59 এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা
09:01 এটা এৰেয় লোপ উভাৰ কৰা
09:03 চিকৱেনচিয়েল এৰেয়
09:05 চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা
09:07 ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে-
09:10 ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা ।
09:13 এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা
09:16 এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা
09:19 for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা
09:25 এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক 1..9 ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি ।
09:41 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
09:44 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:48 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
09:53 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
09:58 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10:02 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
10:09 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
10:13 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
10:20 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব
10:31 আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব
10:35 এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
10:37 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble