PERL/C2/Comments-in-Perl/Assamese
From Script | Spoken-Tutorial
Revision as of 14:13, 17 July 2014 by PoojaMoolya (Talk | contribs)
| |
|
|---|---|
| 00:00 | ' পার্ল ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
| 00:05 | এই টিউটোৰিয়েলত . আমি |
| 00:08 | ' পার্ল ' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম |
| 00:10 | আমি ' উবুন্টু Linux12.04 অপাৰেটিং সিস্টেম আৰু ' পার্ল '5 .14.2 'ব্যবহাৰ কৰিছো |
| 00:18 | মানে ' পার্ল সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2 |
| 00:23 | আমি ' gedit টেক্সট এডিটৰ ' ব্যবহাৰ কৰিম. |
| 00:27 | আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
| 00:31 | আপোনাৰ পার্লত কম্পাইলিং. একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত |
| 00:37 | নহলে. স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক |
| 00:43 | ' পার্ল 'ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি : |
| 00:47 | 'Single Line
|
| 00:48 | ' Multi Line |
| 00:49 | এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা |
| 00:55 | কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ |
| 01:01 | এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্রতীকেৰে আৰম্ভ হয় |
| 01:05 | ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো. |
| 01:11 | টার্মিনাল খোলক ' আৰু টাইপ কৰক- gedit comments dot pl space &' |
| 01:19 | আকৌ এবাৰ আপোনাক কৈছো যে. ' ampersand ' টার্মিনেলত ' কমান্ড প্রম্পট মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. |
| 01:27 | এতিয়া এইয়া কমান্ড টাইপ কৰক. |
| 01:29 | hash Declaring count variable আৰু এন্টাৰ প্রেস কৰক |
| 01:37 | dollar count space equal to space 1 semicolon আৰু এন্টাৰ প্রেস কৰক |
| 01:45 | print space double quotes Count is dollar count slash n ডবল উদ্ধৃতি বন্ধ কৰক semicolon space hash prints Count is 1 |
| 02:03 | এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউত কৰক. |
| 02:08 | ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক perl hyphen c comments dot pl আৰু এন্টাৰ প্রেস কৰক |
| 02:18 | এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই |
| 02:21 | এতিয়া টাইপ ' কৰক perl comments dot pl আৰু এন্টাৰ প্রেস কৰক |
| 02:28 | নিম্নলিখিত আউটপুট প্রদর্শন কৰে - Count is 1 |
| 02:33 | আমি ' gedit লৈ উভতি যাও . |
| 02:36 | ' gedit ত , প্রথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক . |
| 02:40 | প্রথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক. |
| 02:44 | ' হ্যাশ বিস্ময়বোধক চিহ্ন স্ল্যাশ usr স্ল্যাশ বিন স্ল্যাশ পার্ল ' |
| 02:52 | Hash exclamation mark slash usr slash bin slash perl' |
| 02:59 | এই লাইনটো' ' পার্ল ত shebang লাইন বোলি কোৱা হয় আৰু পাৰ্ল প্ৰগ্ৰামত প্ৰথম লাইন হয় |
| 03:03 | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্ল ' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব. |
| 03:11 | এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও |
| 03:13 | ' মাল্টি লাইন 'এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয় |
| 03:17 | যেতিয়া ইউজাৰে কোড এটাক মন্তব্য কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে |
| 03:25 | এই ধৰনৰ মন্তব্য equal to head' প্রতীকেৰে আৰম্ভ হয় আৰু equal to cutৰে শেষ হয় |
| 03:33 | gedit লৈ উভতি যাও আৰু comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক |
| 03:39 | ফাইল টাইপ ৰ শেষত লিখক equal to head, আৰু এন্টাৰ টিপক |
| 03:45 | print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক. |
| 03:59 | equal to cut |
| 04:01 | ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. |
| 04:05 | ' টার্মিনাল ত' টাইপ কৰক perl hyphen c comments dot plআৰু এন্টাৰ টিপক . |
| 04:13 | কোনো সিনট্যাক্স এৰৰ নাই |
| 04:15 | সেয়ে আমি ইয়াক একযিকিউট কৰো perl comments dot pl |
| 04:21 | ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্রদর্শন কৰে Count is 1 |
| 04:27 | ই '“count variable is used for counting purpose” বাক্যটি প্রিন্ট নকৰে |
| 04:32 | ইয়াৰ কাৰন হল যে আমি equal to head' আৰু equal to cut ব্যবহাৰ কৰি অংশটোক মন্তব্য কৰিছো |
| 04:40 | আপোনি =head =cut বা =begin =end. ব্যবহাৰ কৰিব পাৰিব |
| 04:48 | এইবোৰ "পার্ল দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়. |
| 04:52 | অনুগ্রহ কৰি মন কৰক যে, = to চিহ্নৰ আগত আৰু head. cut, begin or end শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing space স্থান (সমূহ) হব নালাগে |
| 05:02 | আৰু এবাৰ ' টার্মিনাল খোলক. |
| 05:05 | আৰু টাইপ কৰক - ' gedit commentsExample ডট PL স্পেচ' আৰু এন্টাৰ টিপক . |
| 05:15 | পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক. |
| 05:19 | ইয়াত আমি দুটি ভেৰিয়েবল ' firstNum আৰু ' secondNum ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো |
| 05:28 | তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো |
| 05:32 | এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক. |
| 05:39 | পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো. |
| 05:44 | ফাইলটি সংৰক্ষণ কৰক আৰু টার্মিনেলত ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. |
| 05:49 | টার্মিনেলত perl hyphen c commentsExample dot pl', আৰু এন্টাৰ টিপক |
| 05:57 | তাত কোনো চিনটেক্চ এৰৰ নাই |
| 05:59 | সেয়ে |
| 06:01 | perl commentsExample dot pl' টাইপ কৰি স্ক্রিপ্টখন একযিকিউত
কৰক আৰু এন্টাৰ টিপক |
| 06:07 | ই নিম্নলিখিত আউটপুট প্রদর্শন কৰে 'Addition is 30 |
| 06:12 | ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে. |
| 06:16 | ইয়াত আমি ' পার্ল ত মন্তব্য যোগ কৰিবলৈ শিকিলো |
| 06:19 | সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক. |
| 06:23 | লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি |
| 06:30 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
| 06:34 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 06:37 | যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 06:42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 06:44 এখন | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 06:48 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 06:51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 06:58 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 07:03 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 07:11 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 07:15 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |