PERL/C2/Comments-in-Perl/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 Perl (পার্ল) ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00:05 এই টিউটোৰিয়েলত আমি
00:08 perl ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম
00:10 আমি ' Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু perl '5.14.2 'ব্যবহাৰ কৰিছো
00:18 মানে perl সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2
00:23 আমি ' gedit টেক্সট এডিটৰ ' ব্যবহাৰ কৰিম.
00:27 আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.
00:31 আপোনাৰ পার্লত কম্পাইলিং, একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত
00:37 নহলে, স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক
00:43 ' perl'ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি :
00:47 Single Line Multi Line
00:49 এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা
00:55 কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ বিছাৰে
01:01 এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্ৰতীকেৰে আৰম্ভ হয়
01:05 ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো.
01:11 টার্মিনাল খোলক ' আৰু টাইপ কৰক- gedit comments dot pl space &'
01:19 আকৌ এবাৰ আপোনাক কৈছো যে ' ampersand ' টার্মিনেলত ' কমান্ড প্ৰম্পট মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক.
01:27 এতিয়া এইয়া কমান্ড টাইপ কৰক.
01:29 hash Declaring count variable আৰু এন্টাৰ প্রেস কৰক
01:37 dollar count space equal to space 1 semicolon আৰু এন্টাৰ টিপক
01:45 print space double quotes Count is dollar count slash n ডবল উদ্ধৃতি বন্ধ কৰক semicolon space hash prints Count is 1
02:03 এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউত কৰক.
02:08 ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক perl hyphen c comments dot pl আৰু এন্টাৰ টিপক
02:18 এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই
02:21 এতিয়া টাইপ ' কৰক perl comments dot pl আৰু এন্টাৰ টিপক
02:28 নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে - Count is 1
02:33 আমি ' gedit লৈ উভতি যাও .
02:36 ' gedit ত , প্ৰথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক .
02:40 প্ৰথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক.
02:44 Hash বিস্ময়বোধক চিহ্ন slash usr slash bin slash perl'
02:52 এই লাইনটো' ' পার্লত shebang লাইন বোলি কোৱা হয় আৰু পাৰ্লৰ প্ৰগ্ৰামত প্ৰথম লাইন হয়
02:59 ই কয় পাৰ্ল ইন্টাৰপিটাৰ কত বিচাৰিব লাগে
03:03 মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্লৰ ' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব.
03:11 এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও
03:13 ' মাল্টি লাইন 'এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয়
03:17 যেতিয়া ইউজাৰে কোড এটাক মন্তব্য(comment) কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে
03:25 এই ধৰনৰ মন্তব্য equal to head' প্ৰতীকেৰে আৰম্ভ হয় আৰু equal to cutৰে শেষ হয়
03:33 gedit লৈ উভতি যাও আৰু comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক
03:39 ফাইল টাইপৰ শেষত লিখক equal to head, আৰু এন্টাৰ টিপক
03:45 print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক.
03:59 equal to cut
04:01 ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক.
04:05 ' টার্মিনাল ত' টাইপ কৰক perl hyphen c comments dot plআৰু এন্টাৰ টিপক .
04:13 কোনো সিনট্যাক্স এৰৰ নাই
04:15 সেয়ে আমি ইয়াক একযিকিউট কৰো perl comments dot pl
04:21 ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্ৰদর্শন কৰে Count is 1
04:27 ই '“count variable is used for counting purpose” বাক্যটি প্রিন্ট নকৰে
04:32 ইয়াৰ কাৰন হল যে আমি equal to head' আৰু equal to cut ব্যবহাৰ কৰি অংশটোক মন্তব্য (comment) কৰিছো
04:40 আপোনি =head =cut বা =begin =end. ব্যবহাৰ কৰিব পাৰিব
04:48 এইবোৰ "পার্ল দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়.
04:52 অনুগ্ৰহ কৰি মন কৰক যে, = to চিহ্নৰ আগত আৰু head. cut, begin বা end শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing স্পেচ স্থান (সমূহ) হব নালাগে
05:02 আৰু এবাৰ ' টার্মিনাল খোলক.
05:05 আৰু টাইপ কৰক - ' gedit commentsExample ডট PL স্পেচ' আৰু এন্টাৰ টিপক .
05:15 পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক.
05:19 ইয়াত আমি দুটি ভেৰিয়েবল ' firstNum আৰু ' secondNum ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো
05:28 তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো
05:32 এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক.
05:39 পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো.
05:44 ফাইলটি সংৰক্ষণ কৰক আৰু টার্মিনেলত ' পার্ল ' স্ক্ৰীপ্ট একযিকিউট কৰক.
05:49 টার্মিনেলত perl hyphen c commentsExample dot pl', আৰু এন্টাৰ টিপক
05:57 তাত কোনো চিনটেক্চ এৰৰ নাই
05:59 সেয়ে
06:01 perl commentsExample dot pl টাইপ কৰি স্ক্ৰীপ্টখন একযিকিউত

কৰক আৰু এন্টাৰ টিপক

06:07 ই নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে 'Addition is 30
06:12 ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে.
06:16 ইয়াত আমি ' পার্ল ত মন্তব্য (comment) যোগ কৰিবলৈ শিকিলো
06:19 সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক.
06:23 লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি
06:30 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
06:34 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:37 যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
06:44 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
06:48 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
06:58 স্পোকেম টিউটৰিয়েল প্ৰজেক্ট Talk to a Teacher প্ৰজেক্টৰ এটা অংগ
07:03 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:11 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:15 আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble