KTurtle/C3/Programming-Concepts/Assamese
From Script | Spoken-Tutorial
| Visual Cue | Narration |
|---|---|
| 00.01 | সকলোলৈ নমস্কাৰ। |
| 00.03 | KTurtleৰ Programming concepts টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো। |
| 00.08 | এই টিউটৰিয়েল’ত আমি শিকিম- |
| 00.12 | KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ। |
| 00.15 | ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ। |
| 00.18 | Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ । |
| 00.22 | লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ। |
| 00.24 | এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10. KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো। |
| 00.37 | আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে। |
| 00.43 | যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org চাওঁক। |
| 00.49 | আগবাঢ়াৰ আগতে, আমি KTurtleৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ। |
| 00.55 | কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়। |
| 01.00 | "Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়। |
| 01.10 | "spritehide" কম্মান্দ ’এ Turtle ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
| 01.15 | "spriteshow" কম্মান্দ ’এ Turtle লোকাই আছে যদি দেখোৱাই দিয়ে। |
| 01.21 | "clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচী দিয়ে। |
| 01.27 | KTurtleৰ ভিতৰত |
| 01.29 | "$ " sign’এ ভেৰিয়েবলs ৰাখে। |
| 01.34 | "*"(asterisk) sign ২টা নং পোৰণ কৰে। |
| 01.41 | "^"(caret)’এ এটা নংৰ ঘাত উলিয়ায়। |
| 01.45 | "#"(hash) sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়। |
| 01.50 | "sqrt" এটা ফাংছন হয় যি এটা নংৰ বৰ্গমূল উলিয়ায়। |
| 01.58 | ব’লক আমি KTurtle এপলিকেছন খোলো। |
| 02.02 | Dash home >> Media Appsত ক্লিক কৰক। |
| 02.07 | Type’ৰ তলত, Education আৰু KTurtle বাচি লওক। |
| 02.13 | KTurtle এপলিকেছন খোল খাব। |
| 02.20 | আমি KTurtle টাৰ্মিলেন ব্যৱহাৰ কৰিও খোলিব পাৰো। |
| 02.24 | CTRL+ALT+T একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব। |
| 02.30 | KTurtle টাইপ কৰি এন্টাৰ টিপিলে KTurtle এপলিকেছন খোল খাব। |
| 02.41 | মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম। |
| 02.46 | প্ৰোগ্ৰাম টেক্সট’লৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে। |
| 02.55 | #program to find square of a number. এন্টাৰ টিপক। |
| 03.15 | "#" sign’ৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়। |
| 03.19 | মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইন’এ একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক। |
| 03.29 | reset |
| 03.30 | reset কম্মান্দ ’এ Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক। |
| 03.38 | $i= ask ডবল কোট্চ’ৰ ভিতৰত enter a number for i and click on OK । |
| 03.58 | "$i" এটা ভেৰিয়েবল হয় user input store কৰি ৰাখিবলৈ। |
| 04.03 | “ask” কম্মান্দ ’এ ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক। |
| 04.11 | “fontsize” space 28. |
| 04.17 | fontsizeএ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। |
| 04.20 | Fontsize’এ input হিচাপে নং লয়, pixels’ত চেট কৰা থাকে। |
| 04.27 | print $i*$i |
| 04.36 | print $i*$iএ এটা নংৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক। |
| 04.45 | spritehide |
| 04.48 | spritehide এ Turtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
| 04.53 | ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো। |
| 04.56 | এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা Run বাটনত ক্লিক কৰক। |
| 05.03 | Execution speed থকা এখন তালিকা (list) দেখোৱাব। |
| 05.07 | Full speed (highlighting আৰু inspector নাথাকে) |
| 05.10 | Full speed,
slow, slower, slowest আৰু step-by-step. |
| 05.17 | slow বেগত কোড’টো চলাম। |
| 05.21 | এখন "input bar" ওলাব। |
| 05.23 | i’ৰ মান 15 দি এন্টাৰ টিপক। |
| 05.29 | '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব। |
| 05.35 | ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নংৰ nth ঘাত উলিয়াবব শিকো। |
| 05.42 | টেক্সট এডিটৰত’ৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে। |
| 05.46 | টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি KTurtle এডিটৰত’ত পেচ্ট কৰক। |
| 05.56 | অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম KTurtle এডিটৰত’ত কপি কৰি লওক। |
| 06.03 | প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো। |
| 06.07 | প্ৰোগ্ৰাম’টো ব্যাখ্যা কৰো। |
| 06.09 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
| 06.13 | reset কম্মান্দ ’এ Turtle ক তাৰ default পজিছন’লৈ লৈ যায়। |
| 06.18 | $i আৰু $n ‘user input’ store কৰিবলৈ ২টা ভেৰিয়েবল. |
| 06.25 | “ask” কম্মান্দ ’এ ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে। |
| 06.31 | fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। |
| 06.37 | Fontsize’এ ইনপুট (input) নং হিছাপে লয়, যি pixel’ত চেট কৰা থাকে। |
| 06.43 | print ($i^$n)এ এটা নংৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে। |
| 06.52 | spritehideএ Turtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
| 06.57 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
| 07.00 | i’ৰ মান 5 দি এন্টাৰ টিপক। |
| 07.05 | n’ৰ মান 4 দি এন্টাৰ টিপক।. 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব। |
| 07.18 | ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা “sqrt” ফাংছন ব্যৱহাৰ কৰি এটা নংৰ বৰ্গমোল ওলিয়াও। |
| 07.27 | এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক। |
| 07.35 | অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক। |
| 07.43 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। |
| 07.49 | কোডখিনি বোজাই দিও। |
| 07.52 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
| 07.57 | '’'reset কম্মান্দ ’এ Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়। |
| 08.02 | $i ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল. |
| 08.07 | fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। |
| 08.12 | print sqrt $i’এ ১টা নংৰ বৰ্গমান গণনা কৰে। |
| 08.19 | spritehideএ Turtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
| 08.24 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
| 08.28 | i’ৰ মান 169 দি এন্টাৰ টিপক। |
| 08.34 | 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব। |
| 08.39 | আকৌ ৰান কৰো ব’লক। |
| 08.42 | i’ৰ মান -169 দি এন্টাৰ টিপক। |
| 08.49 | যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output 'nan' হয় যি একো সংখ্যা নোহোৱা বুজায়। |
| 08.56 | যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। |
| 09.02 | ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ধণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো। |
| 09.08 | এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক। |
| 09.19 | অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক। |
| 09.25 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। |
| 09.31 | কোডখিনি বোজাই দিও। |
| 09.35 | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
| 09.38 | মন কৰিব ই ১টা এক ষাৰীৰ কম্মেন্ট (comment)। |
| 09.42 | প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # sign থকাটো আৱশ্যকীয়। |
| 09.48 | '’'reset কম্মান্দ ’এ Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়। |
| 09.53 | . $i আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল. |
| 09.59 | $C=($i)^(1/3)এ ১টা সংখ্যাৰ ঘনমান গণনা কৰে। |
| 10.07 | fontsize 28এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে।. |
| 10.13 | print $Cএ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে। |
| 10.19 | spritehideএ Turtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
| 10.23 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
| 10.27 | i’ৰ মান 343 দি OK ক্লিক কৰক। |
| 10.34 | 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব। |
| 10.40 | ইয়াৰ সৈতে আমি টিউটৰিয়েল’ৰ শেষ অংশ পালোহি। |
| 10.43 | চমুকৈক’বলৈ গ’লে- |
| 10.46 | এই টিউটৰিয়েল’ত আমি শিকিলো |
| 10.49 | Programming’ৰ concepts |
| 10.52 | sqrt function’ৰ ব্যৱহাৰ |
| 10.55 | print কম্মান্দ ’ৰ ব্যৱহাৰ |
| 10.57 | KTurtle এডিটৰত আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ |
| 11.02 | Assignment হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক |
| 11.08 | এটা সংখ্যাৰ ঘন |
| 11.11 | এটা সংখ্যাৰ nth ঘাত |
| 11.15 | এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial |
| 11.19 | ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো। |
| 11.22 | যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে। |
| 11.27 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে: |
| 11.29 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে |
| 11.32 | অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে |
| 11.35 | আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org |
| 11.44 | স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ। |
| 11.48 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11.55 | আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. |
| 11.59 | এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই Mousumi Medhi IIT Bombay’ৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ। |