KTurtle/C3/Special-Commands-in-KTurtle/Assamese
From Script | Spoken-Tutorial
Time' | Narration |
00:01 | নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই টিউটৰিয়েলটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ |
00:08 | এই টিউটৰিয়েল টোত আমি শিকিম
“learn” কম্মান্দ আৰু “random” কম্মান্দ ৷ |
00:15 | এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1 beta ৷ |
00:28 | আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷ |
00:33 | যদি নাই তেনেহ’লে প্রয়োজনীয় টিউটৰিয়েল ৰ বাবে আমাৰ ৱেবচাইট “ http://spoken-tutorial.org” লৈ যাওঁক ৷ |
00:39 | আহক, এটা নতুন KTurtle এপলিকেছন খোলো ৷ |
00:42 | “Dash home” ত ক্লিক কৰক ৷ |
00:44 | “Search bar” ত “KTurtle” বুলি টাইপ কৰক ৷ |
00:47 | “KTurtle” ত ক্লিক কৰক ৷ |
00:50 | আহক, প্রথমতে “learn” কম্মান্দ চাঁও ৷ |
00:53 | “learn” এটা বিশেষ কম্মান্দ, যিহেতু ইয়াক আপুনি নিজৰ কম্মান্দবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ |
01:01 | 'learn' কম্মান্দ এ ইনপুট (input) ল’ব পাৰে আৰু আউটপুত উভতাই দিব পাৰে ৷ |
01:05 | কম্মান্দ এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷ |
01:10 | এটা স্পষ্ট নিৰীক্ষণৰ বাবে, প্ৰোগ্ৰাম টেক্সট ক জোম কৰি চাওঁ আহক ৷ |
01:14 | বৰ্গ এটা আকিঁবলৈ, এডিটৰ ত কোডএটা টাইপ কৰো আহক ৷ |
01:19 | লিখক “repeat 4” কাৰ্লী ব্ৰেকেট ৰ ভিতৰত লিখক
{ forward 10 turnleft 90 } |
01:31 | ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ |
01:37 | আহক এতিয়া “learn” কম্মান্দ ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা কম্মান্দ ৰ বিষয়ে অধ্যয়ন কৰো ৷ |
01:45 | বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা কম্মান্দবোৰক আমি “square” নাম দিম ৷ |
01:50 | “learn” কম্মান্দ ৰ পিছত শিকিব বিচৰা কম্মান্দটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷ |
01:59 | আহক, তলত উল্লেখিত কোডসমূহ টাইপ কৰো ৷ |
02:02 | learn স্পেচ square স্পেচ$x |
02:10 | কাৰ্লী ব্ৰেকেট বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ |
02:13 | “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ |
02:19 | নতুনকৈ ব্যাখ্যা কৰা কম্মান্দক “square” বোলা হয় ৷ |
02:23 | “square”এ এটা ইনপুট যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ |
02:31 | টুকি লওঁক যে যেতিয়া আপুনি এই কোডটো run কৰিব, “square”এ কোনো আউটপুত উভতাই নিদিয়ে ৷ |
02:37 | কম্মান্দ “learn”টো অকল “learning” হয় ৷ আনটো কম্মান্দ “square” পিছত ব্যৱহাৰ হ’ব ৷ |
02:43 | বাকী থকা কোডত “square” কম্মান্দটো সাধাৰণ কোডৰ দৰেই ব্যৱহাৰ হ’ব ৷ |
02:51 | আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ |
02:54 | আহক টাইপ কৰো
go 200,200 square 100 |
03:04 | কম্মান্দ “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷ |
03:11 | এতিয়া কোডটো ৰান কৰো আহক ৷ |
03:13 | “Turtle” এ কেনভাচত বৰ্গ এটা অংকণ কৰিলে ৷ |
03:17 | আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ |
03:22 | আহক আকৌ ৰান কৰো ৷ |
03:23 | “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ |
03:28 | অনুগ্রহ কৰি টুকি ল’ব যে এই কম্মান্দটো কেৱল এই প্ৰোগ্ৰামটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷ |
03:35 | মই এডিটৰ পৰা current কোডটো clear কৰি দিম ৷ |
03:38 | কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ টাইপ কৰি ৰান কৰি দিয়ক ৷ |
03:44 | ইয়াৰ পিছত আমি “random” কম্মান্দ ৰ বিষয়ে শিকিম ৷ |
03:48 | “random” কম্মান্দ এ ইনপুট লয় আৰু আউটপুত উভতাই দিয়ে ৷ |
03:52 | “ random” কম্মান্দৰ চিনটেক্চ হ’ল “random X,Y” |
03:57 | য’ত X আৰু Y দুটা ইনপুট হয় ৷ |
04:01 | Xএ আটাইতকৈ কম সংখ্যক আউটপুত আৰু Yএ আটাইতকৈ বেছি সংখ্যক আউটপুত ধাৰ্য্য কৰে ৷ |
04:07 | আউটপুত হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷ |
04:13 | আহক আমি “random” কম্মান্দক এপলিকেছন ত ব্যৱহাৰ কৰো ৷ |
04:18 | টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা কোডআছে ৷ |
04:22 | মই এই কোডটো ব্যাখ্যা কৰিম ৷ |
04:24 | “reset” কম্মান্দ এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷ |
04:29 | ইয়াত, “random1,20” কম্মান্দ এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X ভেৰিয়েবল হিচাপে নিৰূপণ কৰে ৷ |
04:44 | ”repeat” কম্মান্দ আৰু কাৰ্লী ব্ৰেকেটবোৰৰ ভিতৰত থকা কম্মান্দবোৰে এটা বৃত্ত অংকণ কৰে ৷ |
04:51 | মই টেক্সট এডিটৰ ৰ পৰা কোডটো কপি কৰি “KTurtle”ৰ এডিটৰত পেচ্ট কৰিম ৷ |
04:58 | টিউটৰিয়েলটো পজ (pause) কৰক আৰু আপোনাৰ “KTurtle” এডিটৰ ত প্ৰোগ্ৰামটো টাইপ কৰক ৷ |
05:03 | প্ৰোগ্ৰামটো টাইপ কৰাৰ পিছত টিউটৰিয়েলটো পুনৰায় আৰম্ভ কৰক ৷ |
05:08 | যেতিয়া আমি এই কোডটো চলাও, |
05:10 | “Turtle”এ কেনভাচত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷ |
05:16 | আহক আমি এই কোডটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ |
05:20 | আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ |
05:26 | প্রত্যকবাৰেই যেতিয়া আপুনি এই কোডটো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত কেনভাচত অংকিত হ’ব ৷ |
05:33 | আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা কম্মান্দ কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷ |
05:39 | মই এতিয়া কাৰেন্ট (current) কোডটোক এডিটৰ ৰ পৰা ক্লিয়াৰ (clear) কৰি দিম ৷ কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ আৰু “Run” টাইপ কৰক ৷ |
05:48 | টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা প্ৰোগ্ৰাম আছে ৷ |
05:52 | মই এতিয়া এই কোডটো ব্যাখ্যা কৰিম ৷ |
05:55 | “reset” কম্মান্দ এ “Turtle” ক ইয়াৰ দিফল্ট পজিছনত (default position) চেট কৰে ৷ |
06:00 | “canvassize 300,300”এ কেনভাচখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত চেট কৰে ৷ |
06:09 | $R, $G “ আৰু $B হ’ল তিনিটা ভেৰিয়েবল য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷ |
06:19 | কম্মান্দ canvascolor $R,$G, আৰু $B ত, |
06:23 | ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B ভেৰিয়েবল ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ |
06:34 | এই কম্মান্দটো কাৰ্য্যকৰী কৰোতে কেনভাচক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷ |
06:41 | $red, $blue, $green বোৰ হ’ল আন এক ধৰণৰ ভেৰিয়েবল ৰ চেট, |
06:45 | য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷ |
06:53 | ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য pencolor $red, $blue আৰু $green ক |
07:02 | ভেৰিয়েবল $red, $green আৰু$blue ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷ |
07:10 | যেতিয়া কম্মান্দটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং চেট কৰা হয় ৷ |
07:18 | penwidth 2এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷ |
07:25 | পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই কোডটো এন্টাৰ কৰিলো ৷ |
07:30 | ইয়াত $xএ বৃত্তটোৰ পৰিমানক সূচাব ৷ |
07:35 | repeat কম্মান্দ আৰু তাৰ পিছত কাৰ্লী ব্ৰেকেট ৰ ভিতৰত অহা কোডটোৱে এটা বৃত্ত অংকণ কৰে ৷ |
07:43 | পৰবৰ্তী কম্মান্দ ৰ চেট, অৰ্থাৎ “go” কম্মান্দ আৰু তাৰ পিছত অহা “circle” কম্মান্দ এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷ |
07:54 | উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত |
08:01 | ”go” কম্মান্দ ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ |
08:09 | প্রত্যেকটো বৃত্তৰ বাবেই, মই কেনভাচত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷ |
08:16 | টেক্সট এডিটৰ ৰ পৰা কোডটো মই কপি কৰিম আৰু KTurtle ৰ এডিটৰ ত পে্সট কৰিম ৷ |
08:23 | ইয়াত টিউটৰিয়েলটো পজ (pause) কৰক আৰু KTurtle ৰ এডিটৰ ত প্ৰোগ্ৰাম টো টাইপ কৰক ৷ |
08:29 | প্ৰোগ্ৰাম টো টাইপ কৰাৰ পিছত টিউটৰিয়েল টো আকৌ চলাওক ৷ |
08:33 | মই এই কোডটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷ |
08:37 | আপুনি এই কোডটো “run” অপছনত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ |
08:43 | মই এই কোডটো কেইবাৰমান ৰান কৰিম ৷ |
08:46 | আপুনি যিকোনোধৰণে চেট কৰা কলমৰ ৰংৰ মূল্য আৰু কেনভাচৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ |
08:54 | প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু কেনভাচৰ ৰংৰ সালসলনি মন কৰিব ৷ |
09:01 | আপুনি এই কোডটো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে চেট কৰা কলম আৰু কেনভাচৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷ |
09:15 | ইয়াৰ লগতে আমি এই টিউটৰিয়েলটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷ |
09:20 | আহক সংক্ষিপ্ত ভাবে চাঁও |
09:22 | এই টিউটৰিয়েলটোত আমি শিকিলো
|
09:30 | এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব, |
09:32 | learn কম্মান্দ ব্যৱহাৰ কৰি আপোনাৰ কেনভাচৰ চাৰিওটা কোণতেই অংকণ কৰক :
|
09:45 | কেনভাচখনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷ |
09:49 | “random” কম্মান্দ ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু |
09:55 | আপোনাৰ জ্যামিতিক আকাৰ আৰু কেনভাচ কাচটমাইজ (customize) কৰক ৷ |
10:00 | URL http://spoken-tutorial.org/What is a Spoken Tutorial ত উপলব্ধ ভিদিও চাঁওক ৷ |
10:04 | ই স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ বুজাই ৷ |
10:08 | যদিহে আপোনাৰ ভাল বেন্দৱিথ নাই, তেন্তে আপুনি ইয়াক ডাওনলোদ কৰিও চাব পাৰে ৷ |
10:13 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে |
10:15 | স্পকেন টিউটৰিয়েল বোৰ ব্যৱহাৰ কৰি কিছুমান ৱৰ্কছপ পাতে ৷ |
10:19 | যিসকল লোক অনলাইন টেচ্ট উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ |
10:22 | অধিক জানিবলৈ, অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক ৷ |
10:29 | ”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ |
10:33 | National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ |
10:40 | http://spoken-tutorial.org/NMEICT-Intro ] এই লিংকটোত এই মিছনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ |
10:46 | এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে |
10:50 | . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |