KTurtle/C2/Introduction-to-KTurtle/Assamese

From Script | Spoken-Tutorial
Revision as of 16:20, 11 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cue Narration
00.01 নমস্কাৰ দৰ্শক সকল। 'Introduction to KTurtle এই টিউটৰিয়েললৈ আপোনাক স্বাগতম জনালো।
00.07 এই টিউটৰিয়েল’ত, মই KTurtle আৰম্ভ কৰিবলৈ প্ৰাথমিকবোৰ শিকাম।
00.14 এই টিউটৰিয়েলত আমি শিকিম
00.17 KTurtle Window
00.19 Editor
00.20 Canvas
00.21 Menu Bar
00.22 Toolbar
00.24 আমি শিকিম,
00.26 Turtle মোভ কৰা
00.28 ৰেখা অকা আৰু দিশ সলনি কৰক।
00.32 “triangle”(ত্ৰিভূজ) অকা
00.34 এই টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ মই Ubuntu Linux OS version 12.04 KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো।
00.47 KTurtle কি?
00.49 KTurtle প্ৰাথমিক প্ৰোগ্ৰামিঙ শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।.
00.53 এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু।
00.59 KTurtle ডাউনলোদ কৰিবলৈ এই লিন্কত http://edu.kde.org/kturtle/ত উপলব্ধ।
01.12 KTurtle’এ প্ৰোগ্ৰামিঙ সহজ আৰু একচেছেবল (accessible) বনাই।.
01.18 সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।.
01.22 কম্মান্দবোৰ প্ৰোগ্ৰামাৰ কথিত ভাষাত অনুবাদ কৰে।
01.27 কম্মান্দ’বোৰ ভিজুয়েলচ (visuals)’লৈ অনুবাদ কৰে।.
01.31 আমি KTurtle Synaptic Package Manager ব্যৱহাৰ কৰি ইন্সটলকৰিব পাৰো।
01.36 Synaptic Package Manager ৰ ওপৰত তথ্য
01.40 এই ৱেবচাইট http://spoken-tutorial.org”ত ইয়াত Ubuntu Linux টিউটৰিয়েলত উল্লেখ আছে।
01.46 ব’লক আমি KTurtleৰ নতুন এপলিকাছন (Application) এটা খোলো।
01.50 Dash homeত ক্লিক কৰক।.
01.52 Search bar’ত KTurtle টাইপ কৰক।
01.55 আৰু KTurtle আইকনত ক্লিক কৰক।
01.59 KTurtle’ৰ ৱিন্দো দেখাত এনেকোৱা।.
02.02 এইটো হ’ল Menubar.
02.04 Menu bar’ৰ ওপৰত,
02.06 আপোনি menu items পাব
02.08 File, Edit, Canvas, Run, Tools, Settings আৰু help options
02.17 Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব।
02.23 এদিটৰ বাওঁপিনে, য’ত আপোনি TurtleScript কম্মান্দ টাইপ কৰিব পাৰে।
02.30 File আৰু Edit menu’ত এদিটৰ’ৰ বেছিভাগ ফাংছনে (function) পোৱা যায়।
02.37 এদিটৰ’ত কোড লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে।
02.42 এটা উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল।
02.46 File menu’লৈ যাওক> Examples বাচনি কৰক।
02.50 ইয়াত মই flower বাচনি কৰিম।
02.53 এদিটৰ’ত এই উদাহৰণটোৰ কোড’টো খোলে।
02.58 কোড’টো চলাবলৈ Menu bar বা Tool barৰ পৰা Run বটন’ত ক্লিক কৰক ।
03.04 আন এটা উপায় হ’ল আপোনাৰ কোড’টো এদিটৰত টাইপ কৰক
03.10 বা এদিটৰত আন কোনো কোড copy/paste কৰক।
03.13 উদাহৰণ স্বৰূপে: বেলেগ KTurtle files’ৰ পৰা
03.18 কেনভাছ সোঁফালে থাকে, য’ত Turtleএ আপোনাৰ ছবি আকেঁ।
03.24 Turtleএ কেনভাছত (canvas) থকা এদিটৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে।
03.32 Tool bar’ত থকা Run অপছনে এদিটৰ’ত থকা আদেশবোৰ ‘একজিকিউট কৰে।
03.39 ই একজিকিউট স্পীদৰ (speeds) এখন সূচী উপস্থাপন কৰে।
03.43 Full speed(No highlighting and inspector),
03.46 Full speed,
03.48 Slow,
03.49 Slower,
03.51 Slowest আৰু
03.52 Step-by-Step
03.55 Abort আৰু pause অপছনে একজিকিউছন বন্ধ কৰিবলৈ আৰু ৰখিবলৈ অনুমতি দিয়ে।
04.03 ব’লক কোড’টো “Run” কৰো।
04.06 Turtleএ কেনভেছত flower এটা আকিঁব।
04.11 যেতিয়া আপোনি নতুন KTurtle এপলিকেছন এটা খোলিব
04.15 Turtle কেনভাছৰ মাজত থাকে default হিচাপে।
04.19 ব’লক আমি এতিয়া Turtleমোভ কৰোঁ।
04.22 Turtleএ তিনিধৰণেৰে মোভ কৰিব পাৰে:
04.25 সি আগলৈ যাব পাৰে। সি পাছলৈও যাব পাৰে।
04.29 সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে।
04.32 ই স্ক্ৰীণৰ এটা জাগালৈ এবাৰতেও যাব পাৰে।
04.38 প্ৰোগ্ৰাম টেক্সট’লৈ অলপ জোম কৰো, অলপ ধোৱা নিচিনা হ’ব পাৰে।
04.44 ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ।
04.48 আপোনাৰ এদিটৰ’ত এই কম্মান্দ টাইপ কৰক:
04.52 reset
04.55 forward 100
04.58 turnright 120
05.02 forward 100
05.07 turnright 120
05.11 forward 100
05.15 turnright 120
05.18 মন কৰিব যে আমি লিখি যাওঁতে কোড’ৰ কালাৰ সলনি বদলি হৈ যায়।
05.23 এইটোত highlighting বোলা হয়।
05.26 বিভিন্ন ধৰণৰ কম্মান্দ বিভিন্ন ধৰণত হাইলাইট হয়,
05.31 যি কাৰণে দীঘল দীঘল কোড পঢ়াত সহায় হয়।
05.36 মই এতিয়া কোড’টো ব্যাখ্যা কৰিম।
05.38 reset কম্মান্দ’এ Turtle’ৰ স্হান defaultলৈ লৈ যায়।
05.42 forward 100 কম্মান্দে’ Turtleক 100 pixels আগলৈ নিয়ে।
05.49 turnright 120 কম্মান্দে Turtleক 120 degrees anti-clockwise ঘূৰাই।
05.56 মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা কম্মান্দ ৩ বাৰ ব্যৱহাৰ কৰিছিলো।
06.03 এতিয়া ব’লক কোড একজিউট কৰো।
06.06 মই Slow step বাছি ল’ম যাতে আমি বুজি পাওঁ কি কম্মান্দ একজিউট হৈছে।
06.16 ইয়াতে ত্ৰিভূজ অকাঁ হ’ল।
06.19 ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ কেনভাছ এখন কেনেকৈ শুৱনি কৰে।
06.26 ব’লক ত্ৰিভূজ এটা আকোঁ repeat কম্মান্দ ব্যৱহাৰ কৰি।
06.30 মই বৰ্তমান প্ৰোগ্ৰাম কাটি দিওঁ।
06.33 প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ।
06.38 এদিটৰr’ত তলত উল্লেখিত কম্মান্দ টাইপ কৰক:
06.41 reset
06.44 canvassize space 200,200
06.51 canvascolor space 0,255,0
07.00 pencolor space 0,0,255
07.08 penwidth space 2
07.12 repeat space 3 কাৰ্লী ব্ৰেকেটৰ মাজত {
07.19 forward 100
07.23 turnleft 120

}

07.27 মই এতিয়া কোডটো বাখয়া কৰিম।
07.30 reset কম্মান্দ’এ Turtleৰ স্হানটো default লৈ লৈ যায়।
07.34 canvassize 200,200এ কেনভাছ’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ চেট কৰে
07.42 canvascolor 0,255,0 ই কেনভাছ’ৰ ৰং সেউজীয়া কৰে।
07.48 0,255,0 হ’ল RGB Combination য’ত সেউজীয়াৰ মূল্য 255 আৰু বাকিবোৰৰ মূল্য 0
08.03 এইটোৱে কেনভাছ’ৰ ৰং সেউজীয়া কৰি দিয়ে।
08.07 pencolor 0,0,255এ pen’ৰ ৰং নিলা কৰি দিয়ে।
08.14 RGB combination য’ত নিলাৰ মূল্য 255
08.20 penwidth 2ই pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে।
08.27 কাৰ্লী ব্ৰেকেটৰ ভিতৰত থকা নং আৰু কম্মান্দ’ৰ সূচীয়ে repeat কম্মান্দ অনুসৰণ কৰে।
08.33 কাৰ্লী ব্ৰেকেটৰ ভিতৰত থকা কম্মান্দবোৰৰ নিৰ্দিষ্ট সংখ্যক বোৰৰ বাবে পুনৰাবৃত্তি ঘতে।
08.39 কম্মান্দ forward 100 আৰু turnleft 120 কাৰ্লী ব্ৰেকেটৰ ভিতৰত থাকে।
08.47- repeat কম্মান্দ’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩ টা বাহু থাকে।
08.54 এই কম্মান্দবোৰ ৩বাৰ loop’ত run হয়।.
08.59 ত্ৰিভূজৰ ৩ টা বাহু অকাঁ হ’ল।
09.02 ব’লক কোডটো run কৰো।
09.05 প্ৰোগ্ৰামটো একজিউট কৰিবলৈ মই slow অপচনটো বাচি ল’ম।
09.09 কেনভাছৰ কালাৰ সেউজীয়া হয় আৰু Turtle' য়ে এটা ত্ৰিভুজ আকে.
09.20 ব’লক ফাইলটো save কৰো।
09.23 File menu > Save As
09.27 Save As ডায়লগ বক্চ খোল খাব।
09.30 ফাইলটো save কৰিবলৈ মই Document folder’টো বাচিলো।
09.34 ফাইল’ৰ নাম মই Triangle টাইপ কৰিলো আৰু Save বটন’ত ক্লিক কৰিলো।
09.41 মন কৰিব যে top panelত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle ফাইল’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব
09.53 ইয়াৰ লগতেই আমি এই টিউটৰিয়েলৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো।
09.57 আহক ইয়াৰ সাৰাংশটো চাওঁ।
09.59 এই টিউটৰিয়েল’ত আমি শিকিলো,
10.02 KTurtle ৰ editor, canvas, menubar আৰু toolbar
10.07 Turtle’ক মোভ কৰোওৱা
10.09 লাইনবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন
10.13 ত্ৰিভূজ অকাঁ
10.15 এটা কাৰ্য হিচাপে মই আপোনালোকক কম্মান্দ’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো।
10.21 forward, backward, turnleft, turnright আৰু repeat
10.26 * আপোনালোকৰ পছন্দ মতে background color, penwidth আৰু pencolor চেট কৰক।
10.32 RGB combination’ৰ মূল্য সলনি কৰক।
10.37 http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক।
10.40 স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ এয়াই সাৰাংশিত ৰূপ।
10.44 আপোনাৰ ভাল বেন্দৱিথ (bandwidth) নাথাকিলে, আপোনি ডাউনলোদ কৰিও চাব পাৰে।
10.48 স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিএ :
10.50 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতে
10.53 অনলাইন টেস্ট উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়।
10.56 অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org
11.03 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
11.08 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
11.15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
11.20 এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱ্ৰৰা যুগ্দান কৰা হইচে
11.24 মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble