Java/C2/Default-constructor/Assamese
From Script | Spoken-Tutorial
Revision as of 14:08, 11 July 2014 by Pratik kamble (Talk | contribs)
Time | Narration |
00:02 | জাভাত default constructor ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম । |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম |
00:10 | default constructor সম্পর্কে, |
00:12 | আৰু এটা constructor তৈয়াৰ কৰা |
00:15 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত |
00:29 | eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব। |
00:34 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org) |
00:42 | Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়। |
00:46 | এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়। |
00:46 | এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়। |
00:50 | এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে। |
00:55 | সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে Student.java নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো । |
01:02 | Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম। |
01:07 | সেয়ে লিখক int roll_number সেমিকোলন আৰু String name সেমিকোলন। |
01:20 | এতিয়া এটা মেথড তৈয়াৰ কৰা হক । |
01:22 | সেয়ে লিখক void studentDetail() |
01:33 | কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println roll_number |
01:50 | তাৰপিছত System dot out dot println name |
02:03 | এতিয়া মেন মেথডত আমি এই মেথড কল কৰিম। |
02:08 | সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো । |
02:14 | সেয়ে লিখক Student অবজেক্ট নেম stu ইকুয়েল টু new Student |
02:28 | তাৰপিছত stu ডট মেথড নেম studentDetail |
02:41 | প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । |
02:46 | আমি দেখো যে আউটপুট হল শূন্য আৰু null. |
02:49 | সেয়ে int ভ্যাৰিয়েবল roll_number তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে। |
02:56 | আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান nullলৈ ইনিসিয়েলাইজ কৰা হৈছে। |
03:02 | আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব। |
03:08 | ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে । |
03:11 | ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে। |
03:16 | এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো । |
03:18 | সেয়ে লিখক Student প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী। |
03:30 | মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ। |
03:38 | কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত কিছু গুৰুত্বপূর্ণ তফাৎ আাছে। |
03:44 | প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। |
03:48 | আমি একেই আউটপুট দেখিব পাৰো। |
03:51 | ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়। |
03:58 | কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো । |
04:06 | এতিয়া আমি ভ্যাৰিয়েবলৰ মান দিও। |
04:11 | সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক roll_number ইকুয়েল টু 10 সেমিকোলন। |
04:25 | আৰু name ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত Raman |
04:35 | এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। |
04:43 | আমি আউটপুটত দেখো যে roll_number হল 10 আৰু name হল Raman. |
04:50 | সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক । |
04:55 | এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো । |
05:01 | কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই। |
05:05 | যত মেথডৰ এটা ৰিটার্ন টাইপ আছে |
05:10 | কনস্ট্রাক্টৰক new অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। |
05:16 | যিনেকি মেথডক dot অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। |
05:21 | সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় । |
05:29 | সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো |
05:32 | ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে, |
05:34 | কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা। |
05:36 | আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে। |
05:41 | আত্ম মূল্যায়নৰ বাবে , |
05:42 | ভ্যাৰিয়েবলৰ সৈতে Employee ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক |
05:47 | আৰু Employee ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক । |
05:52 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, |
05:54 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
06:00 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
06:03 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
06:06 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
06:08 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
06:11 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
06:14 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
06:20 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
06:24 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
06:29 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
06:38 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো । |
06:40 | যোগদানৰ বাবে ধন্যবাদ। |
06:42 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |