KTurtle/C2/Introduction-to-KTurtle/Assamese

From Script | Spoken-Tutorial
Revision as of 18:16, 10 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cue Narration
00.01 নমস্কাৰ দৰ্শক সকল। 'Introduction to KTurtle টিউটৰিয়েললৈ আপোনাক স্বাগতম জনালো।
00.07 এই টিউটৰিয়েল’ত, মই KTurtle আৰম্ভ কৰিবলৈ basicsবোৰ শিকাম।
00.14 এই টিউটৰিয়েলত আমি শিকিম
00.17 KTurtle Window
00.19 Editor
00.20 Canvas
00.21 Menu Bar
00.22 Toolbar
00.24 আমি শিকিম,
00.26 Turtle মোভ কৰা
00.28 ৰেখা অকা আৰু দিশ বদলি কৰক।
00.32 “triangle”(ত্ৰিভূজ) অকা
00.34 এই টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ মই  Ubuntu Linux OS version. 12.04.  KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো।
00.47 KTurtle কি?
00.49 KTurtle basic programming শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।.
00.53 এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু।
00.59 KTurtle ডাউনলোদ কৰিবলৈ http://edu.kde.org/kturtle/ত উপলব্ধ।
01.12 KTurtle’এ programming সহজ আৰু accessible বনাই।.
01.18 সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।.
01.22 কম্মান্দবোৰ programmer’ৰ কথিত ভাষাত অনুবাদ কৰে।
01.27 কম্মান্দ’বোৰ visuals’লৈ অনুবাদ কৰে।.
01.31 আমি KTurtle Synaptic Package Manager . ব্যৱহাৰ কৰি ইন্সটলকৰিব পাৰো।
01.36 Synaptic Package Manager ৰ ওপৰত তথ্য
01.40 websitehttp://spoken-tutorial.org”ত Ubuntu Linux টিউটৰিয়েলত উল্লেখ আছে।
01.46 ব’লক আমি KTurtleৰ নতুন Application এটা খোলো।
01.50 Dash homeত ক্লিক কৰক।.  
01.52 Search bar’ত KTurtle টাইপ কৰক।
01.55 আৰু KTurtle icon’ত ক্লিক কৰক।
01.59 KTurtle’ৰ window দেখাত এনেকোৱা।.
02.02 এইটো হ’ল Menubar.
02.04 Menu bar’ৰ ওপৰত,
02.06 আপোনি menu items পাব
02.08 File, Edit, Canvas, Run, Tools, Settings আৰু help options
02.17 Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব।
02.23 এদিটৰ বাওঁপিনে, য’ত আপোনি TurtleScript কম্মান্দ টাইপ কৰিব পাৰে।
02.30 File আৰু Edit menu’ত এদিটৰ’ৰ বেছিভাগ function’এই পোৱা যায়।
02.37 এদিটৰ’ত কোড লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে।
02.42 এটি উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল।
02.46 File menu’লৈ যাওক> Examples বাচনি কৰক।
02.50 ইয়াত মই flower বাচনি কৰিম।
02.53 এদিটৰ’ত এই উদাহৰণটোৰ কোড’টো খোলে।
02.58 কোড’টো চলাবলৈ Menu bar বা Tool barৰ পৰা Run বটন’ত ক্লিক কৰক ।
03.04 আন এটা উপায় হ’ল আপোনাৰ কোড’টো এদিটৰত টাইপ কৰক
03.10 বা এদিটৰত আন কোনো কোড copy/paste কৰক।
03.13 উদাহৰণ স্বৰূপে: বেলেগ KTurtle files’ৰ পৰা
03.18 Canvas সোঁফালে থাকে, য’ত Turtleএ আপোনাৰ ছবি আকেঁ।
03.24 Turtleএ canvas’ত থকা এদিটৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে।
03.32 Tool bar’ত থকা Run option’এ এদিটৰ’ত থকা আদেশবোৰ ‘execute’ কৰে।
03.39 ই execution speeds’ৰ এখন সূচী উপস্থাপন কৰে।
03.43 Full speed(No highlighting and inspector),
03.46 Full speed,
03.48 Slow,
03.49 Slower,
03.51 Slowest আৰু
03.52 Step-by-Step
03.55 Abort আৰু  pause options’এ execution stop আৰু pause কৰিবলৈ অনুমতি দিয়ে।
04.03 ব’লক কোড’টো “Run” কৰো।
04.06 Turtleএ canvas’ত  flower এটা আকিঁব।
04.11 যেতিয়া আপোনি নতুন KTurtle application এটা খোলিব
04.15 Turtle canvas’ৰ মাজত থাকে default  হিচাপে।
04.19 ব’লক আমি এতিয়া Turtleমোভ কৰোঁ।
04.22 Turtleএ তিনিধৰণেৰে মোভ কৰিব পাৰে:
04.25 সি আগলৈ যাব পাৰে। সি পাছলৈ যাব পাৰে।
04.29 সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে।
04.32 ই screen’ৰ এটা position’লৈ এবাৰতেও যাব পাৰে।
04.38 Program text’লৈ অলপ zoom কৰো, অলপ blur হ’ব পাৰে।
04.44 ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ।
04.48 আপোনাৰ এদিটৰr’ত এই কম্মান্দ টাইপ কৰক:
04.52 reset    
04.55 forward 100
04.58 turnright 120
05.02 forward  100
05.07 turnright  120
05.11 forward 100
05.15 turnright  120
05.18 মন কৰিব যে আমি লিখি যাওঁতে কোড’ৰ  color বদলি হৈ যায়।
05.23 এইটোত highlighting বোলা হয়।
05.26 বিভিন্ন ধৰণৰ কম্মান্দ বিভিন্ন ধৰণত highlight হয়,
05.31 যি কাৰণে দীঘল দীঘল কোড পঢ়াত সহায় হয়।
05.36 মই এতিয়া কোড’টো ব্যাখ্যা কৰিম।
05.38 reset কম্মান্দ’এ  Turtle’ৰ position defaultলৈ লৈ যায়।
05.42 forward 100 কম্মান্দ’  Turtle 100 pixels আগলৈ নিয়ে।
05.49 turnright 120  কম্মান্দ’এ Turtleক 120 degrees anti-clockwise ঘূৰাই।
05.56 মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা কম্মান্দ ৩বাৰ ব্যৱহাৰ কৰিছিলো।
06.03 এতিয়া ব’লক কোডএকজিউট কৰো।
06.06 মই  Slow step বাছি ল’ম যাতে আমি বুজি পাওঁ কি কম্মান্দএকজিউট হৈছে।
06.16 ইয়াতে ত্ৰিভূজ অকাঁ হ’ল।
06.19 ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ canvas এখন কেনেকৈ শুৱনি কৰে।
06.26 ব’লক ত্ৰিভূজ এটা আকোঁ repeat কম্মান্দ ব্যৱহাৰ কৰি।
06.30 মই বৰ্তমান program কাটি দিওঁ।
06.33 Program text অলপ zoom কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ।
06.38 এদিটৰr’ত তলত উল্লেখিত কম্মান্দ টাইপ কৰক:
06.41 reset
06.44 canvassize space 200,200
06.51 canvascolor space 0,255,0  
07.00 pencolor space 0,0,255   
07.08 penwidth  space  2
07.12 repeat  space  3  curly braces’ৰ মাজত {
07.19 forward 100
07.23 turnleft  120

}

07.27 মই এতিয়া কোড explain কৰিম।
07.30 reset কম্মান্দ’এ Turtleৰ position default লৈ লৈ যায়।
07.34 canvassize 200,200এ canvas’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ
07.42 canvascolor 0,255,0 এ canvas’ৰ ৰং সেউজীয়া কৰে।
07.48 0,255,0 হ’ল RGB Combination  য’ত  সেউজীয়াৰ মূল্য  255 আৰু বাকিবোৰৰ মূল্য 0
08.03 এইটোৱে canvas’ৰ ৰং সেউজীয়া কৰি দিয়ে।
08.07 pencolor 0,0,255এ pen’ৰ ৰং নিলা কৰি দিয়ে।
08.14 RGB combination য’ত নিলাৰ মূল্য 255.
08.20 penwidth 2এ pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে।
08.27 curly brackets’ৰ ভিতৰত থকা নং আৰু কম্মান্দ’ৰ সূচীয়ে repeat কম্মান্দ অনুসৰণ কৰে।
08.33 Curly brackets’ৰ ভিতৰত থকা কম্মান্দবোৰৰ নিৰ্দিষ্ট সংখ্যক বাৰৰ বাবে পুনৰাবৃত্তি ঘতে।
08.39 কম্মান্দ forward 100 আৰু turnleft 120 curly brackets’ৰ ভিতৰত থাকে।
08.47- repeat কম্মান্দ’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩টা বাহু থাকে।
08.54 এই কম্মান্দবোৰ ৩বাৰ loop’ত run হয়।.
08.59 ত্ৰিভূজৰ ৩টা বাহু অকাঁ  হ’ল।
09.02 ব’লক কোডটো run কৰো।
09.05 Programটোএকজিউট কৰিবলৈ মই slow optionটো  বাচি ল’ম।
09.09 The canvas color becomes green and  the Turtle draws a triangle.
09.20 ব’লক fileটো save কৰো।
09.23 File menu > Save As
09.27 Save As dialog box খোল খাব।
09.30 Fileটো save কৰিবলৈ মই Document folder’টো বাচিলো।
09.34 File’ৰ নাম মই Triangle টাইপ কৰিলো আৰু Save বটন’ত ক্লিক কৰিলো।
09.41 মন কৰিব যে top panelত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle file’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব
09.53 ইয়াৰ লগতেই আমি এই টিউটৰিয়েলৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো।
09.57 আহক ইয়াৰ সাৰাংশটো চাওঁ।
09.59 এই টিউটৰিয়েল’ত আমি শিকিলো,
10.02 KTurtle ৰ এদিটৰr, canvas, menubar আৰু toolbar
10.07 Turtle’ক মোভ কৰোওৱা
10.09 lineবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন
10.13 ত্ৰিভূজ অকাঁ
10.15 এটা assignment হিচাপে মই আপোনালোকে কম্মান্দ’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো।
10.21 forward, backward, turnleft, turnright আৰু repeat
10.26 * আপোনালোকৰ পছন্দ মতে background color, penwidth আৰু pencolor  set কৰক।    
10.32 RGB combination’ৰ মূল্য বদলি কৰক।
10.37 http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক।
10.40 স্পকেন টিউটৰিয়েল project’ৰ এয়াই সাৰাংশিত ৰূপ।
10.44 আপোনাৰ ভাল bandwidth নাথাকিলে, আপোনি download কৰিও চাব পাৰে।
10.48 স্পকেন টিউটৰিয়েল Project Team’এ :
10.50 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতে
10.53 অনলাইন টেস্ট উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়।
10.56 অধিক জনাৰ বাবে, অনুগ্রহ কৰি  ইয়াৈল িলখক contact@spoken-tutorial.org
11.03 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
11.08 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
11.15 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
11.20 এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে
11.24 মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble