Ruby/C2/Control-Statements/Assamese

From Script | Spoken-Tutorial
Revision as of 13:08, 10 July 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time' Narration
00.01 Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম ।


00.06 এই টিউটৰিয়েলত আমি শিকিম
00.08 if statement
00.09 else if statement
00.11 else
00.12 case statements
00.14 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.15 ‘‘উবুন্টু লিনাক্স 12.04
00.18 Ruby 1.9.3
00.21 এই টিউটৰিয়েল অনুকৰণ কৰিবলৈ আপোনাৰ “Internet” সংযোগ থাকিব লাগিব ।


00.24 “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷
00.30 অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷


00.34 আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা বিষয়ে ৰোমন্থন কৰক ।
00.38 এতিয়া আামি সেই নিৰ্দেশিকালৈ যাওঁ আহক ।
00.41 তাৰ পাছত “ruby hyphen tutorial control hyphen statements”


00.47 যিহেটো আমি এটিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো ।
00.52 “Ruby”ত “if statement”ৰ পদান্বয় (বা চিন্টেক্স) এই দৰে হয় -


00.56 if “condition”
00.58 ruby code
00.59 end
01.01 উদাহৰণ এটা চাওঁ আহক ।
01.03 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
01.08 নাম ৰাখক if hyphen statement dot rb
01.12 মোৰ লগত if statementৰ উদাহৰণ এটা আছে ।


01.15 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
01.19 মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো ।
01.23 প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম।
01.31 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
01.34 “if” ষ্টেটমেণ্ট ৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
01.39 “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
01.43 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ specified “string” প্ৰীন্ট কৰাব ।
01.47 টাৰমিনেল যাওক আৰু টাইপ কৰক
01.51 ruby space if hyphen statement dot rb


01.57 আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0”
02.02 এই আওতপুতে প্ৰমাণ কৰে যে “if” condition returned true অৰ্থাৎ চৰ্ত্তটো ধুৰু্প হল ।
02.07 এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে ।
02.12 এতিয়া if-else statement চাওঁ আহক ।
02.16 “else”ৰ পদান্বয়(চিন্টেক্স) এই দৰে হয় -


02.18 if “condition”
02.19 ruby code
02.20 else
02.21 ruby code
02.22 end
02.24 উদাহৰণ এটা চাওঁ আহক ।
02.26 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
02.30 নাম ৰাখক if hyphen else hyphen statement dot rb
02.37 মোৰ লগত if-else statementৰ উদাহৰণ এটা আছে ।
02.40 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
02.44 মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো ।


02.48 প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -১ মান দিম।
02.55 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।


02.58 “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
03.03 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ specified “string” প্ৰীন্ট কৰাব ।
03.06 অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব ।
03.10 আৰু ই আমাৰ specified “string” প্ৰীন্ট কৰাব ।
03.13 টাৰমিনেল যাওক আৰু টাইপ কৰক
03.18 ruby space if hyphen else hyphen statement dot rb


03.26 আৰু আওতপুত চাওঁক ।
03.27 আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0”
03.32 এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল ।
03.35 এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে ।
03.41 এতিয়া if-else if statement চাওঁ আহক ।
03.45 “else if”ৰ পদান্বয়(চিন্টেক্স) এই দৰে হয় -
03.48 if “condition” ruby code
03.50 elsif “condition” ruby code
03.52 else ruby code
03.54 end
03.55 উদাহৰণ এটা চাওঁ আহক ।
03.58 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
04.01 নাম ৰাখক if hyphen elseif hyphen statement dot rb
04.07 মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে ।
04.10 আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে ।
04.14 মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো ।
04.19 ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -১ মান দিছো।
04.25 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
04.28 “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
04.32 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ specified “string” প্ৰীন্ট কৰাব ।
04.35 অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব ।
04.39 এটিয়া ই “my_num”ৰ মান -১’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব ।
04.43 যদি ধুৰু্প হয় তেতিয়া ই আমাৰ specified “string” প্ৰীন্ট কৰাব ।
04.46 যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব।
04.54 কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় ।
05.00 আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব ।
05.03 এতিয়া টাৰমিনেল যাওঁ আহক । টাইপ কৰক
05.07 ruby space if hyphen elsif hyphen statement dot rb
05.15 আৰু আওতপুতলৈ লক্ষ কৰক ।
05.17 আওতপুতে দেখাব ‘‘The value of my_num is -1 and is lesser than 0”
05.23 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু ‘‘my_numৰ মান ৫লৈ সলনি কৰো আহক ।
05.29 ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত এক্সেকিউত কৰো আহক ।
05.35 এতিয়া ই ‘‘if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে ।
05.42 ‘‘my_numৰ মান 0 টকৈ ডাঙৰ হয় ।
05.45 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু ‘‘my_numৰ মান -৫লৈ সলনি কৰো আহক ।


05.50 Lets save the code and execute it on the terminal

ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত এক্সেকিউত কৰো আহক ।

05.55 In this case it fulfills the else condition and the puts statement within the else block gets executed.

এই ক্ষেত্ৰত ই ‘‘else কন্দিচন পৰিপূৰ্ণ কৰে আৰু ‘else' ব্লকৰ ভিতৰত থকা ‘‘puts বাক্য শাৰী এক্সেকিউত কৰে ।

06.03 You should now be able to write your own if- elsif statement in Ruby.

এতিয়া ‘‘Rubyত আপুনি নিজেই ‘‘if- elsif ষ্টেটমেন্ট লিখিব পাৰিব ।

06.08 Let us look at the case statement next.

ইয়াৰ পাছত ‘‘case statement চাওঁ আহক ।

06.12 The case statement is a control flow statement based on a particular selection.

এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি ‘‘case statement হৈছে এটা ‘‘control flow statement

06.17 Let us look at the syntax of the case statement in order to understand this statement.

ওপৰৰ বাক্য শাৰী বুজিবলৈ ‘‘case statementৰ চিনটেক্স চাওঁ আহক ।

06.22 The syntax for using case is:

‘‘case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে

06.24 case variable

‘‘case variable

06.26 when “value 1”

‘‘when “value 1”

06.28 ruby code

‘‘ruby code

06.29 when “value 2”

‘‘when “value 2”

06.30 ruby code

‘‘ruby code

06.31 else

‘‘else

06.32 ruby code

‘‘ruby code

06.34 end

‘‘end

06.35 Let us look at an example.

এটা উদাহৰণ চাওঁ আহক ।

06.37 Create a new file in gedit as shown in the basic level Ruby tutorials.

‘‘Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক ।

06.41 Name it case hyphen statement dot rb

‘‘case hyphen statement dot rb বুলি নামাকৰণ কৰক ।

06.44 I have a working example of the case statement.

‘‘case statementৰ এটা উদাহৰণ আছে ।

06.48 You can pause the tutorial, and type the code as we go through it.

এই টিউটৰিয়েল পজ কৰি ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে ।

06.52 I have declared an case statement in this example.

এই উদাহৰণত মই এটা ‘‘case statement বৰ্ণনা কৰিছো ।

06.55 Here I have a print statement, which will print a question on the terminal.

ইয়াত মোৰ এটা ‘‘print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব ।

07.01 Then I call a gets, which will accept a single line of data from the standard input.

এতিয়া মই এটা ‘‘gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব ।

07.09 Then I strip the input data of any new line characters using chomp.

‘‘chomp ব্যৱহাৰ কৰি যিকোনো ‘‘new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ কৰি দিলো ।

07.15 I assign the result to a variable named domain.

‘‘domainবোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো ।

07.18 Then I declare a case statement.

এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম ।

07.22 Within that I declare a when statement .

তাৰ ভিতৰত মই এটা ‘‘when statement বৰ্ণনা কৰিম ।

07.25 This checks whether the specified string matches value of domain.

ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ ‘‘domainৰ মানৰ লগত মিল আছে নে নাই ।

07.30 First it checks whether the value of domain is “UP”.

প্ৰথমে ই চেক কৰিব যদি ‘‘domainৰ মান “UP” হয় ।

07.34 If it is so, it will print out “Uttar Pradesh” and exit the case statement.

যদি বিচৰা ধৰণে পায়, ই “Uttar Pradesh” বুলি প্ৰীন্ট কৰিব আৰু ‘‘case statementৰ পৰা বাহিৰ হ'ব ।

07.39 If domain is not “UP”, it checks whether the value of domain is “MP”.

যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় ।

07.44 If it is so, it will print out “Madhya Pradesh” and so on.

যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব ।

07.48 It will continue checking the value of domain if no match was found so far.

যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব ।

07.53 At this point it will encounter the else statement

এই খিনিতে ই ‘‘else statement এনকাউন্টাৰ কৰিব ।

07.56 as none of the above conditions were true.

যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল ।

07.59 It will subsequently execute the ruby code that follows the else declaration.

ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি এক্সিকিউত কৰিব ।

08.03 It will print “Unknown” as per our example.

আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব ।

08.07 Now, save the file, switch to the terminal and type

ফাইল সংৰক্ষণ কৰক, টাৰমিনেল যাওক আৰু টাইপ কৰক ।


08.11 ruby space case hyphen statement dot rb.


08.18 “Enter the state you live in:” will be displayed on the terminal.

টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:”

08.22 Type in “UP” and see the output.

“UP” বুলি টাইপ কৰক আৰু আওতপুত চাওক ।

08.25 The output will display “Uttar Pradesh”.

আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব ।

08.28 Next execute the Ruby file again, like before.

এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক ।

08.31 This time at the prompt type “KL” and see the output.

এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুত চাওক ।

08.36 It will print “Kerala”.

ই “Kerala” প্ৰীন্ট কৰিব ।

08.38 Next execute the file one more time.

আকৌ এবাৰ ফাইল খন এক্সিকিউত কৰক ।

08.41 This time at the prompt type in “TN” and see the output.

এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুত চাওক ।


08.47 It will print “Unknown”.

ই “Unknown” প্ৰীন্ট কৰিব ।


08.50 This is because none of the cases were satisfied. So, the default else statement is executed.

ইয়াৰ কাৰণ হৈছে, কোনো এটা ‘‘cases,,,,,,, । সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় ।

08.58 You should now be able to write your own case-statements in Ruby.

‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে ।

09.03 This brings us to the end of this Spoken Tutorial.

এইখিনিতে আমি এই স্পকেন টিউটৰিয়েল ৰ শেষ ভাগত উপনীত হৈছো ।


09.07 Let's summarize.

সাৰাংশ বৰ্ণনা কৰো আহক ।


09.08 In this tutorial we have learnt to use

এই টিওটৰিয়েলত আমি শিকিলো-

09.10 if statement
09.12 else construct
09.13 if-elsif and

‘‘if-elsif আৰু

09.15 case statements
09.17 As an assignment :
এটা কাৰ্য্য হিচাপে  :
09.18 Write a Ruby program :

এটা ‘‘Ruby প্ৰগ্ৰেম লিখক :


09.20 that prompts a user to enter a number

যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব

09.23 then use the appropriate control-statement

তাৰ পাছত সথিক ‘‘control-statement ব্যৱহাৰ

09.26 to check if the number is a multiple of 2

নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় ।

09.29 if it is, then print “The number entered is a multiple of 2”

যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2”

09.35 if not, it should check if it is a multiple of 3

যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি

09.38 if it is, then print “The number entered is a multiple of 3”

যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3”


09.43 if not, it should check if it a multiple of 4

যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি

09.47 if it is, then print “The number entered is a multiple of 4”

যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3”

09.51 if not, it should print “The number is not a multple of 2, 3 or 4”

যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4”

09.56 Watch the video available at the following link.

তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।


10.00 It summarises the Spoken Tutorial project.

Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে ।


10.03 If you do not have good bandwidth, you can download and watch it.

যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।


10.07 The Spoken Tutorial Project Team :

Spoken Tutorial Project ৰ দলটিয়ে

10.09 Conducts workshops using spoken tutorials

‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।


10.13 Gives certificates to those who pass an online test

এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।


10.16 For more details, please write to contact@spoken-tutorial.org

অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব ।

10.21 Spoken Tutorial Project is a part of the Talk to a Teacher project.

‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ ।


10.26 It is supported by the National Mission on Education through ICT, MHRD, Government of India.

ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।


10.32 More information on this Mission is available at spoken hyphen tutorial dot org slash NMEICT hyphen Intro

এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro


10.41 This is Anjani Nair signing off. Thanks for watching.

মই অঞ্জলিয়ে বিদিয় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ ।


Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya, Pratik kamble