Linux/C2/Simple-filters/Assamese

From Script | Spoken-Tutorial
Revision as of 13:07, 7 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search

Linux/C2/Simple-filters/English-timed


Time Narration |- |0:00 || নমস্কাৰ চ্পকেন টিউটোৰিয়ালৰ লিনক্সট সৈতে চিমপল ফিলটাৰ্চলৈ আপোনাৰ স্ৱাগতম |- |0:08 || আমি য়াট সিকিম হেদ, টেইল, ছ্ৰত, কত আৰু পেস্ত |- |0:17 || ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল. |- |0:22 || আপোনি জদ টার্মিনালত এট hash (#) চিহ্ন দেখে আপোনি স |- |0:29 || sudo su or su root, if you see a dollar symbol on the Terminal you can be an ordinary user to execute those commands. |- |0:38 || ধৰিলৈচু জে আপোনি এতা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই জট ফাইলবুৰ ছেভ হৈ  |- |0:46 || এই টিউটোৰিয়ালটুত মই  উবুন্টু |- |10.10  ব্যবহাৰ কৰিছু |- |0:51 || এটু মডিউলৰ কাৰনে মাউস আৰু কীবোর্ডৰ পৰ্য়গ কৰা আৰু window maximize আৰু  minimize বটনতু  পৰ্য়গ কৰা জনা উছিত হৈ |- |1:02 || এই ফাইলটুৰ প্ৰথম দসতা লাইন প্ৰদখিত কৰিবলৈ আমি হেদ কমান্দ ব্যবহাৰ কৰু আৰু টাৰ পিচট ascii ফাইল নাম দিউ |- |1:10 || আহক আমি এটা ফাইল বনাউ, মই এত ব্যবহাৰকাৰি ৰুপট পাবলৈ ESC (escape) টিপু |- |1:17 ||  Applications > Accessories > Text Editor লৈ যাউ |- |1:24 || কম সময় কাৰনে মুৰ উচৰত  এই নম্বৰবুৰ আগৰ পৰা এটা ফাইলত আছিলে |- |1:30 || জাক আমি কপি আৰু পেচ্ত কৰিম |- |1:38 || ফাইলত হিত কৰক আৰু চেভ কৰক |- |1:41 || ফাইলট  numbers dot txt নামেৰে নাম দিয়ক আৰু চেভ কৰক |- |1:48 || এতু ফাইল এতিয়া বন্ধ কৰক |- |1:53 || এতিয়া Applications > Accessories > Terminalত যাউক |- |2:01 || এতিয়া চাবলে চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু |- |2:05 || ls টাইপ কৰক আৰু ইন্তাৰ টিপক |- |2:09 || আমি য়াত যি কৰিলু হেইতু আমাৰ হোম দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব |- |2:15 || আমি যুন্তু ফাইল বনাইছিলু হেইখিনি কনট্নচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে |- |2:21 || Cat n-u-m ফাইল নেমটু অতফিল মানে নিজে নিজে আনিবলৈ |- |2:29 || বলক এনেকৱে হেড কমান্ডৰে কৰো

|- |2:33 || হেড নম্বৰ ডট টেক্সট আৰু এন্টাৰ টিপক

|- |2:39 || এতিয়া প্ৰথম ১০ টা লাইন প্ৰৰ্দশিত হৈছ |- |2:43 || যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে হেড কমান্ড তথা ফাইলৰ মাজেৰে হাইপেন এন ৫ অপচ্নে প্ৰয়োগ কৰক  |- |2:52 || আপ এৰো হাইপেন এন ৫ টিপক আৰু এন্টাৰ টিপক

|- |2:58 || এতিয়া খালি প্ৰথম ৫টা লাইন প্ৰৰ্দশিত হৈছে

|- |3:02 || প্ৰেজেন্টেচনলৈ উভতি আহক |- |3:08 || f5

|- |3:14 || টেল কমান্ডটোৱে হেড কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষে ১০টা লাইন প্ৰৰ্দশিত কৰে |- |3:22 ||  ট্যাৰমিনেলত ঘূৰি অাহিবলৈ আলট্ আৰু টেব প্ৰেচ কৰক

|- |3:27 || টেল নম্বৰ ডট্ টেক্সট

|- |3:31 ||ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, টেল কমান্ড আৰু ফাইল নামৰ মাজেৰে হাইপেন এফ৫ অপ্শনৰ প্ৰয়োগকৰক

|- |3:40 || হাইপেন এন৫ আৰু এন্টাৰ কৰক

|- |3:45 || স্লাইডলৈ ঘূৰি ব'লক

|- |3:50 ||এটা লগ ফাইলত  চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে

|- |3:55 || অত দত লগ ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে

|- |4:01 || টেইল কমান্ডৰ  ব্যৱহাৰকাৰীক অপ্চন হৈছে হাইপেন এফ অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা.

|- |4:09 || ঘদি  লগ ফাইলত এটা নতুন লগইন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব

|- |4:18 || ট্যাৰ্মিৰেলত ঘাওক৷ |- | 4:21 |tail hyphen f forward slash var slash log slash auth dot log |- | 4:31 | এইটো টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক |- | 4:39 ব'লক আৰু এটাটাৰ্মিনেল খোলো, Application- > Accessories - > Terminal. |- | 4:46 | টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক |- | 4:52 |যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ লগ ফাইলত টেইলে শেষৰ লাইন পালন কৰে. |- | 5:00 | নিজে নিজে su ৰুপত চেস্টা কৰক, এন্টাৰ টিপক. |- | 5:05 | কিছো ভোল পাচবৰ্দ দিয়ক আৰু এন্টাৰ প্ৰেচ কৰক |- | 5:08 | অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন লগৰ সৈতে যোৰা হৈছে . |- | 5:15 |তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে. |- | 5:23 | দেট টাইপ কৰক , চিচ্টেমৰ দেট আৰু টাইমক চাবলৈ এন্টাৰ টিপক. |- | 5:32 | এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ Exit টাইপ কৰক . |- | 5:36 | ৰানিঙ tail কম্মান্দক বন্ধ কৰিবলৈ CTRL C প্ৰেচ কৰক আৰু স্ক্ৰীন খন মেকচিমাইজ (maximize) কৰক. |- | 5:51 | আমি আগৰ উদাহৰনত খালি auth dot log file দেখিলো |- | 5:57 |এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে বয়হাৰ কৰা হয় |- | 6:01 | যদি কোনো সমচয়া আছে তেনেহলে  লিনাক্চ চিচ্টেম এদমিনিচত্ৰেটৰ তেখেতলোকৰ মেছিনক ট্ৰাবলছোট (troubleshoot) কৰি এই লগ ফাইলৰ বিষয়ে আধিক জানিবলৈ চাব |- | 6:12 | Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে. |- | 6:23 | sort numbers dot txt, এইটোৱে আমাৰ ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব |- | 6:31 | মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১, ১২ ২ নম্বৰটো  ২ নম্বৰৰ আগত আহে. |- | 6:43 |  ইয়াৰ পৰা বাচিবলৈ অপছন hyphen n'ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক |- | 6:53 | এতিয়া চৰ্তে চৰ্ত কৰিবলৈ পূৰা নম্বৰটো দেখা পাই. |- | 6:58 |number dot txt ক উলোটা ক্ৰমত চৰ্ত কৰিবলৈ অপছন hyphen rক যোৰগ |- | 7:09 | এইটো ফাইলত কিছো বহুতো নম্বৰ অাছা যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ  hyphen u অনয় এটা অপছন যোৰক. |- | 7:17 | টাৰ্মিনেল লৈ যাওক |- | 7:20 | Up Arrow |- | 7:22 |'U এন্টাৰ কৰক, |- | 7:26 |আগতে দোবাৰ ২ দেখোৱাইছিল এতিয়া খালি এবাৰ ২ দেখোৱাইছে |- | 7:38 |  এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে. |- | 7:44 | ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে |- | 7:48 |Applications > Accessories > Text Editorত যাওক |- | 7:57 |সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম |- | 8:11 | ফাইলখনক  marks dot txt ৰে চেভ কৰক, চেভত ক্লিক কৰক |- | 8:21 | মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয় |- | 8:28 | এইটো ফাইলক বন্ধ কৰক |- | 8:33 | marks dot txt file ক বেলেগ এটা কলম আধাৰত চৰ্ত কৰক. |- | 8:40 | টাৰ্মিনেল লৈ যাওক |- | 8:42 |sort space marks dot txt space hyphen t space open inverted commas space  close inverted commas space |- | 8:53 |ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই  |- | 9:02 |hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব |- | 9:14 |এন্টাৰ প্ৰেচ কৰক |- | 9:20 |Cat marks dot txt |- | 9:24 |এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো |- | 9:43 |Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয় |- | 9:51 |ব'লক marks dot txt কিছো নাম উলাও |- | 9:55 |টাৰ্মিনেল  যাও ALT Tab |- | 9:58 |cut space marks dot txt space hyphen d space open inverted commas  space close inverted commas space. |- |10:08 |এইটো cut কম্মান্দত d এটা delimiter হয় আৰু কোট্চবোৰৰ মাজত থকা স্পেচখিনি delimiter বোলা হয়. |- |10:20 |hyphen f2 দ্ৱীতিয় কলমৰ কাৰনে. এন্টাৰ প্ৰেচ কৰক |- |10:31 |Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব. |- |10:36 |এতিয়া numbers dot txt তথা marks dot txt দুইখনৰে ফাইল প্ৰয়োগ কৰিম |- |10:41 | টাৰ্মিনেল লৈ যাওক |- |10:43 |Paste numbers dot txt marks dot txt enterএন্টাৰ প্ৰেচ কৰক |- |10:50 |এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে. |- |10:57 |concatefile dot txt নামৰ ফাইলত পুনৰ নিৰ্দিস্ট কৰিবলৈ আমি ৰিদাইৰেক্ট (redirect) কিৰ প্ৰয়োগ কৰিব পাৰো |- | 11:06 | টাৰ্মিনেল লৈ যাওক |- | 11:08 | Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক record it |- | 11:18 | Cat concatfile dot txt |- | 11:22 | এতিয়া স্লাইদলৈ যাও |- | 11:25 | If we want paste to print out the numbers serially delimited with tab we can use the hyphen s option. যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s অপছনৰ প্ৰয়োগ কৰিব পাৰো record it

|- | 11:34 | paste hyphen s |- |11:39 |numbers dot txt |- | 11:43 | স্লাইদলৈ যাও |- | 11:45 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

|- |11:49 |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

|- | 11:55 | অধিক জানিবলৈ এই লিঙ্ক টি অনুসৰন কৰক. |- |11:59 |এই পাঠটি অৰুন পাটকৰ দ্ৱৰ যোগদান কৰা হৈছে.আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .


|}

Contributors and Content Editors

Mousumi, Udaya