Linux/C2/Simple-filters/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Visual Cue Narration
0:00 নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটোৰিয়েলৰ লিনক্সৰ সৈতে চিমপল ফিলটাৰ্চলৈ আপোনালোকৰলৈ স্ৱাগতম
0:08 আমি ইয়াত শিকিম head, Tail, sort, cut আৰু paste.
0:17 ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল্চ.
0:22 আপোনি যদি টার্মিনেলত এট hash (#) চিহ্ন দেখে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ ৰুত বনাব লাগিব
0:29 sudo su or su root, আপোনি যদি টাৰ্মিনেলত ডলাৰ চিহ্ন এটা দেখে তেনেহলে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ এজন সাধাৰন বয়ৱহাৰকাৰী হব লাগিব.
0:38 মই ধৰিলৈচো যে আপোনি এটা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই যত ফাইলবুৰ ছেভ হয়
0:46 মই উবুন্টু 10.10 ব্যবহাৰ কৰিছু
0:51 এইটু মডিউলৰ কাৰনে আপোনি মাউস তথা কীবোর্ডৰ প্ৰয়োগ কৰা আৰু ৱিন্দো মেকচিমাইজ তথা মিনিমাইজ বটনৰ প্ৰয়োগ কৰা জনা উছিত হয়
1:02 এই ফাইলটুৰ প্ৰথম দচতা লাইন প্ৰৰ্দশিত কৰিবলৈ আমি Head কমান্দ ব্যবহাৰ কৰো আৰু তাৰ পিছত ascii ফাইল নাম দিও
1:10 আহক আমি এটা ফাইল বনাও, মই এইতো ব্যবহাৰকাৰি ৰুপট দেখোৱাবলৈ ESC (escape) টিপু
1:17 Applications > Accessories > Text Editor লৈ যাও
1:24 কম সময়ৰ কাৰনে মোৰ উচৰত এই নম্বৰবুৰ আগৰে পৰাই এটা ফাইলত আছিলে
1:30 জাক আমি কপি আৰু পেচ্ত কৰিম
1:38 ফাইলত হিত কৰক চেভ কৰক
1:41 ফাইলত numbers dot txt নামেৰে নাম দিয়ক আৰু saveত ক্লিক কৰক
1:48 এইতু ফাইল এতিয়া বন্ধ কৰক
1:53 এতিয়া Applications > Accessories > আৰু Terminalত যাওক
2:01 এতিয়া চাবলৈ চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু
2:05 ls টাইপ কৰক আৰু এন্তাৰ টিপক
2:09 আমি ইয়াত যি কৰিলু হেইতুৰে আমাৰ home দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব
2:15 আমি যুন্তু ফাইল বনাইছো সেইখিনিৰ কনটেন্টচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে
2:21 Cat n-u-m ফাইল নেমটু autofill মানে নিজে নিজে আনিবলৈ tabত টিপক আৰু এন্টাৰ টিপক
2:29 বলক এনেকৈৱে head কমান্ডৰে কৰো
2:33 head numbers dot txt, আৰু এন্টাৰ টিপক
2:39 এতিয়া প্ৰথম ১০ টা লাইন প্ৰৰ্দশিত হৈছ
2:43 যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে head কমান্ড তথা ফাইলৰ মাজেৰে hyphen n5 অপচনৰ প্ৰয়োগ কৰক
2:52 আপ এৰো hyphen n5 টিপক আৰু এন্টাৰ প্ৰেচ কৰক
2:58 এতিয়া খালি প্ৰথম ৫টা লাইন প্ৰৰ্দশিত হৈছে
3:02 প্ৰেজেন্টেচনলৈ উভতি আহক
3:08 F5
3:14 tail কমান্ডে head কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষৰ ১০টা লাইন প্ৰৰ্দশিত কৰে
3:22 ট্যাৰমিনেলত ঘূৰি অাহিবলৈ ALT Tab প্ৰেচ কৰক
3:27 tail numbers dot txt
3:31 ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, tail কমান্ড আৰু ফাইল নেমৰ মাজেৰে hyphen n5 অপ্শনৰ প্ৰয়োগকৰক
3:40 hyphen n5, আৰু এন্টাৰ কৰক
3:45 স্লাইডলৈ ঘূৰি ব'লক
3:50 এটা লগ ফাইলত চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে
3:55 Auth dot log ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে
4:01 টেইল কমান্ডৰ ব্যৱহাৰকাৰীক অপ্চন হৈছে hyphen f অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা.
4:09 যদি লগ ফাইলত এটা নতুন লগিন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব
4:18 ট্যাৰ্মিৰেলত যাওক৷
4:21 tail hyphen f forward slash var slash log slash auth dot log
4:31 এইটো টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক
4:39 ব'লক আৰু এটা টাৰ্মিনেল খোলো, Application- > Accessories - > Terminal.
4:46 টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক
4:52 যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ log ফাইলত tailলে শেষৰ লাইন পালন কৰে.
5:00 নিজে নিজে su ৰুপত চেস্টা কৰক, এন্টাৰ টিপক.
5:05 কিছো ভোল পাচবৰ্দ দিয়ক আৰু এন্টাৰ প্ৰেচ কৰক
5:08 অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন logৰ সৈতে যোৰা হৈছে .
5:15 তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে.
5:23 date টাইপ কৰক , চিচ্টেমৰ দেট তথা টাইমক চাবলৈ এন্টাৰ টিপক.
5:32 এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ Exit টাইপ কৰক .
5:36 ৰানিঙ tail কম্মান্দক বন্ধ কৰিবলৈ CTRL C প্ৰেচ কৰক আৰু স্ক্ৰীন খন মেকচিমাইজ (maximize) কৰক.
5:51 আমি আগৰ উদাহৰনত খালি auth dot log ফাইল দেখিলো
5:57 এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে বয়বহাৰ কৰা হয়
6:01 যদি কোনো সমচয়া আছে তেনেহলে লিনাক্চ চিচ্টেম এদমিনিচত্ৰেটৰ তেখেতলোকৰ মেছিনক ট্ৰাবলছোট (troubleshoot) কৰি এই লগ ফাইলৰ বিষয়ে আধিক জানিবলৈ চাব
6:12 Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে.
6:23 sort numbers dot txt, এইটোৱে আমাৰ numbers dot txt ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব
6:31 মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১,আৰু ১২ নম্বৰটো ২ নম্বৰৰ আগত আহে.
6:43 ইয়াৰ পৰা বাচিবলৈ অপছন hyphen n'ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক
6:53 এতিয়া চৰ্তে চৰ্ত কৰিবলৈ পূৰা নম্বৰটো দেখা পাই.
6:58 number dot txt ক উলোটা ক্ৰমত চৰ্ত কৰিবলৈ অপছন hyphen rক যোৰক
7:09 এইটো ফাইলত কিছো বহুতো নম্বৰ অাছে যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ hyphen u অনয় এটা অপছন যোৰক.
7:17 টাৰ্মিনেল লৈ যাওক
7:20 Up Arrow
7:22 'U " এন্টাৰ কৰক,
7:26 আগতে দোবাৰ ২ দেখোৱাইছিল এতিয়া খালি এবাৰ ২ দেখোৱাইছে
7:38 এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে.
7:44 ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে
7:48 Applications > Accessories > Text Editorত যাওক
7:57 সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম
8:11 ফাইলখনক marks dot txt ৰে চেভ কৰক, Saveত ক্লিক কৰক
8:21 এই ফাইলত থকা বিশেষ আখৰবোৰ মন নকৰিব. মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয়
8:28 এইটো ফাইলক বন্ধ কৰক
8:33 marks dot txt ফাইলক বেলেগ এটা কলমৰ আধাৰত চৰ্ত কৰক.
8:40 টাৰ্মিনেলত যাওক
8:42 sort স্পেচ marks dot txt স্পেচ hyphen t স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ.
8:53 ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই
9:02 hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব
9:14 এন্টাৰ প্ৰেচ কৰক
9:20 Cat marks dot txt
9:24 এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো
9:43 Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয়
9:51 ব'লক marks dot txt কিছো নাম উলাও
9:55 টাৰ্মিনেল যাও ALT + Tab
9:58 cut স্পেচ marks dot txt স্পেচ hyphen d স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ.
10:08 এইটো cut কম্মান্দত d এটা delimiter হয় আৰু কোট্চবোৰৰ মাজত থকা স্পেচখিনিত delimiter বোলা হয়.
10:20 hyphen f2 দ্ৱীতিয় কলমৰ কাৰনে. এন্টাৰ প্ৰেচ কৰক
10:31 Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব.
10:36 এতিয়া numbers dot txt তথা marks dot txt দুইখনৰে ফাইল প্ৰয়োগ কৰিম
10:41 টাৰ্মিনেল লৈ যাওক
10:43 Paste numbers dot txt marks dot txt আৰু এন্টাৰ টিপক
10:50 এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে.
10:57 concatefile dot txt নামৰ ফাইলত পুনৰ নিৰ্দিস্ট কৰিবলৈ আমি ৰিদাইৰেক্ট (redirect) কিৰ প্ৰয়োগ কৰিব পাৰো
11:06 টাৰ্মিনেলত যাওক
11:08 Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক
11:18 Cat concatfile dot txt
11:22 এতিয়া স্লাইদলৈ যাও
11:25 যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s অপছনৰ প্ৰয়োগ কৰিব পাৰো
11:34 paste hyphen s
11:39 numbers dot txt
11:43 স্লাইদলৈ যাও
11:45 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:49 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:55 অধিক জানিবলৈ এই লিঙ্ক টো অনুসৰন কৰক.
11:59 এই পাঠটি অৰুন পাঠকৰ দ্ৱৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .

Contributors and Content Editors

Mousumi, Udaya