PERL/C2/Functions-in-Perl/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00.01 | Functions in Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00.06 | এই টিওটৰিয়েলত আমি শিকিম- |
00.10 | ‘‘পাৰ্লৰ function‘‘ সমূহ |
00.11 | arguments ৰ সৈতে থকা ‘‘functions |
00.13 | return valuesৰ সৈতে থকা ‘‘functions |
00.16 | এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো |
00.18 | ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম |
00.22 | ‘‘পাৰ্ল ৫.১৪.২ আৰু |
00.24 | ‘‘যিএদিত' gedit' টেক্সট এদিতৰ |
00.27 | আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে। |
00.31 | পাৰ্লৰ ‘‘ভেৰিয়েবল,কম্মেন্ত,লোপ,কন্দিশনেল স্টেটমেন্ট আৰু দাতা ষ্ট্ৰাকষ্টাৰ ৰ variables, comments, loops, conditional statements and Data Structures ওপৰত আপোনাৰ সামান্য জ্ঞান থকাতো উচিত |
00.41 | ‘‘স্পকেন টিওটৰিয়েল‘‘ ৱেবচাইটত থকা এই ‘‘টিওটৰিয়েল‘‘ সম্পৰ্কীয় ‘‘স্পকেন টিওটৰিয়েল‘‘ সমূহ পঢ়িব পাৰে। |
00.47 | আমি প্ৰথমে কিচুমান সৰল ‘‘পাৰ্ল ফান্কসন‘‘Perl functions চাম। |
00.51 | ‘‘পাৰ্লত‘‘ থকা ফান্কসন subroutines সমূহ ‘‘‘sub keyword ৰ সহায়ত বৰ্ণনা কৰা হয়। |
00.57 | বৰ্ণনা কৰি ৰখা ‘‘function এটাৰ দেফিনাছন (সংজ্ঞা) কাৰ্লী ব্ৰেকেটৰ মাজত লিখা যায়। |
01.03 | এই ‘‘functionটোৱে একো ‘‘argument নলয়। |
01.07 | আৰু ই একো ঘোৰায় নিদিয়ে। |
01.10 | টোকা: লিপিত অথবা বেলেগ ‘‘moduleত ‘‘functionৰ দেফিনাছন (সংজ্ঞা) সমূহ যিকোনো ঠাইতে লিখিব পাৰি। |
01.17 | তাৰ পাছত ‘‘functionটো ব্যৱহাৰ কৰিবৰ বাবে এই ‘‘moduleটো লিপিত সংযোগ কৰিব লাগিব। |
01.24 | লিপিত ‘‘ module ফাইল টি সংযোগ কৰিবৰ বাবে, আমি তলৰ syntax ব্যৱহাৰ কৰিব লাগিব
|
01.31 | ‘‘ব্যৱহাৰ কৰক ModuleFileName semicolon
|
01.35 | এটা চেম্পল প্ৰোগ্ৰামৰ সহায়ত ওপৰত বাখ্যা কৰা কথা বোৰ বুজো আহক। |
01.39 | আপুনাৰ টেক্সট এদিতৰত এটা ফাইল খোলক আৰু ‘‘simpleFunction dot pl বুলি নামাকৰণ কৰক। |
01.46 | ‘‘geditত এইটো হৈছে মোৰ ‘‘simpleFunction dot pl ফাইল।
|
01.51 | স্ক্ৰীনত দেখোৱাৰ দৰে কোড (code) খিনি লিখক। |
01.55 | ইয়াত আমি এটা ‘‘function কল কৰিছো যিটো আমি বৰ্ণনা কৰি থৈছো। |
02.00 | তাৰ পাছত একজিকিুছন কন্ত্ৰোলটো সেই ‘‘functionটোলৈ পাছ কৰি দিয়া হয়।
|
02.06 | এইটোৱেই হৈছে ‘‘functionটোৰ বৰ্ণনা আৰু বিৱৰণ । |
02.10 | এই ‘‘functionটোৱে আমি দিয়া টেক্সট খিনি প্ৰীন্ট আওত কৰিব
|
02.14 | আপুনাৰ ফাইল সংৰক্ষণ কৰক। |
02.17 |
তাৰ পাছত টাৰমিনেল যাওক আৰু ‘‘পাৰ্ল লিপি একজিকিউট কৰক, এই খিনি টাইপ কৰি |
02.24 | perl simpleFunction dot pl |
02.28 | আৰু এন্টাৰ( Enter) টিপক। |
02.30 | টাৰমিনেলত আমি আওতপুত দেখা পাম।
|
02.38 | এতিয়া, ‘‘argumentsৰ সৈতে থকা এটা ‘‘function চাওঁ আহক ।
|
02.44 | এটা চেম্পল প্ৰগ্ৰেমৰৰ সহায়ত এই ফাংছনটো বুজো আহক ।
|
02.48 | টেক্সট এদিতৰত এখন ফাইল খোলক আৰু ইয়াক ‘‘functionWithArgs dot pl বুলি নামাকৰণ কৰক । |
02.57 | যিএদিত (gedit) ত এইখনেই হৈছে মোৰ ‘‘functionWithArgs লিপি |
03.02 | স্ক্ৰীনত দেখোৱাৰ দৰে কোড (code) খিনি লিখক।
|
03.07 | arguments ‘‘১০ আৰু ‘‘২০ৰ সৈতে ইয়াত আমি এটা ফা্নছন কল কৰিছো।
|
03.13 | পাচ হোৱা ‘‘arguments বোৰ ‘‘$var1 আৰু ‘‘$var2ত ধৰি ৰখা হয়। |
03.20 | @ হৈছে এটা বিশেষ ‘‘Perl variable । এই বিশেষ ‘‘Perl variableৰ বিৱৰণি আমি পাছৰ টিওটৰিয়েলত ডাঙি ধৰিম ।
|
03.29 | এই ‘‘functionটোৱে ২টা ‘‘variables যোগ কৰিব পাৰে আৰু উত্তৰটো প্ৰীন্ট কৰে। |
03.37 | ফাইল সংৰক্ষণ কৰক।
|
03.42 | ‘‘@ হৈছে এটা বিশেষ ‘‘Perl array |
03.46 | এই ‘‘arrayটোৱে পাচ হোৱা ‘‘arguments বোৰ সংৰক্ষণ কৰে।
|
03.51 | একেদৰে, আমি পাচ হোৱা ‘‘arguments বোৰ ‘‘variablesত ধৰি ৰাখিব পাৰো। |
03.56 | $var1 space = space shift @_ semicolon
|
04.04 | $var2 space = space shift @_ semicolon
|
04.12 | ‘‘shift @_ ‘‘@_ array ৰ প্ৰথম স্থানৰ পৰা পদাৰ্থ আতৰাই |
04.21 | আৰু তাক এটা ‘‘variable ত দিয়ে
|
04.24 | বেলেগ এটা উপায় হৈছে, ‘‘$var1 space = space dollar underscrore open square bracket zero close square bracket semicolon |
04.38 | $var2 space = space dollar underscrore open square bracket 1 close square bracket semicolon |
04.49 | ‘‘index ব্যৱহাৰ কৰি ‘‘@_ arrayৰ পদাৰ্থ বিচৰা প্ৰচেষ্টা টি উপৰত বাখ্যা কৰা উপায়ৰ সৈতে একেই।
|
04.59 | এতিয়া টাৰমিনেল যাওক আৰু লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক |
05.06 | আৰু এন্টাৰ প্ৰেছ কৰক ।
|
05.14 | স্ক্ৰীনত আমি আওতপুত দেখা পাম।
|
05.23 | এটিয়া, এটা মান ঘোৰায় দিয়া ‘‘functionsবোৰ চাওঁ আহক ।
|
05.32 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক |
05.35 | (gedit) যিএদিটত ‘‘funcWithSingleRtrnVal dot pl লিপি লৈ যাও আহক । |
05.46 | টেক্সট এদিটৰত এখন ফাইল খোলক আৰু এইখিনি কোড (code) টাইপ কৰক । |
05.52 | ইয়াত আমি ‘‘parameter হিচাপে ১০ আৰু ২০ লৈ ‘‘addVariables function কল কৰিছো । |
06.01 | ‘‘functionয়ে পঠিৱা মান ‘‘$addition variableত ধৰি ৰখা হয় । |
06.09 | এই functionটোৱে, পাচ কৰা parameter সমূহ যোগ কৰি উত্তৰটি দিয়ে । |
06.15 | ফাইল সংৰক্ষণ কৰক । |
06.17 | এতিয়া লিপি খন একজিকিউট কৰো আহক । |
06.20 | সেই বাবে, টাৰমিনেল যাওক আৰু টাইপ কৰক - |
06.24 | ‘‘perl funcWithSingleRtrnVal dot pl আৰু এন্টাৰ প্ৰেছ কৰক । |
06.35 | টাৰমিনেলত আওতপুত দেখা পাম ।
|
06.43 | এতিয়া এটা ফাংছন চাওঁ আহক, যিটোৱে বহুসংখ্যক মান দিয়ে ।
|
06.48 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক
|
06.53 | যিএদিটত এখন ফাইল খোলিলো আৰু নামাকৰণ কৰিলো ‘‘funcWithMultipleRtrnVals dot pl বুলি । |
07.04 | উপৰত বাখ্যা কৰাৰ দৰেই, কাম খিনি টেক্সট এদিটিৰত কৰিব |
07.08 | এতিয়া, এইখিনি কোড টাইপ কৰক । |
07.13 | ইয়াত আমি ১০ আৰু ২০ পেৰামিটাৰ হিচাপে লৈ ‘‘addVariables ফাংছনটো কল কৰিছো । |
07.21 | ফাংছনটোৱে ঘোৰাই দিয়া মান সমূহ ‘‘$var1, $var2 আৰু $additionত ধৰি ৰখা হয় । |
07.31 | এই ফাংছনটোৱে, যোগ কৰে আৰু পাচ কৰা পেৰামিটাৰ সমূহ ঘোৰাই দিয়ে আৰু উত্তৰটিয়ো । |
07.42 | এইখিনি বিৱৰণে দেখুৱালে যে কিদৰে আমি এটা ‘‘functionৰ পৰা ‘‘array এটা ঘোৰাই দিব পাৰো । |
07.53 | একেদৰে ই দেখুৱায় যে কিদৰে ফাংছনটো ৰ পৰা ‘‘hash ঘোৰাই দিব পাৰি ।
|
08.00 | ফাইল সংৰক্ষণ কৰক ।
|
08.03 | এতিয়া টাৰমিনেলত পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক |
08.10 | perl funcWithMultipleRtrnVals dot pl |
08.18 | আৰু এন্টাৰ প্ৰেছ কৰক |
08.20 | টাৰমিনেলত আওতপুত দেখা পাম ।
|
08.32 | ‘‘Perlয়ে বিভিন্ন ‘‘inbuilt function সমৰ্থন কৰে । |
08.36 | তাৰে কিছুমান আমি আগৰ টিওটৰিয়েলত শিকিলো । উদাহৰণ স্ৱৰূপে- ‘‘Arrays, Hash, sort, scalar, each, keys আদি |
08.49 | ‘‘inbuilt functionবোৰ কল কৰা পদ্ধতি, যিকোনো এটা ফংছন কল কৰা পদ্ধতিৰে সৈতে একেই, |
08.57 | উদাহৰণ স্ৱৰূপে ‘‘sort open bracket @arrayName close bracket semicolon |
09.04 | আমি ব্যৱহাৰ কৰা চেম্পল প্ৰগ্ৰেম সমূহত কিছুমান ‘‘inbuilt functions সংযোগ কৰি চাওঁ আহক । |
09.10 | আৰু তাৰ আওতপুত চাওঁ আহক । |
09.13 | সাৰাংশ বৰ্ণনা কৰো আহক । |
09.15 | এই টিওটৰিয়েলত আমি শিকিলো- |
09.17 | ‘‘পাৰ্লত Functions |
09.19 | ‘‘argumentsৰ সৈতে থকা ‘‘functions আৰু |
09.22 | চেম্পল প্ৰগ্ৰেম ব্যৱহাৰ কৰি ‘‘functions যিবোৰে মান ঘোৰাই দিয়ে । |
09.27 | ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে । |
09.29 | এটা ‘‘function লিখক যিটোৱে ৩টা ‘‘arguments ল'ব । |
09.33 | এই ‘‘argument সমূহৰ ওপৰত কিছুমান একচ্যন কৰক |
09.37 | ‘‘argument ৰ ওপৰত কৰা একচ্যনৰ ৰিজাল্ট ঘূৰাই দিয়ক আৰু একেতাকেই প্রিন্ট কৰক।
|
09.43 | তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
|
09.47 | Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে ।
|
09.51 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09.56 | Spoken Tutorial Project ৰ দলটিয়ে ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
10.02 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10.07 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org |
10.14 | ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ ।
|
10.19 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় |
10.28 | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব
spoken hyphen tutorial dot org slash NMEICT hyphen Intro
|
10.40 | আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব । |
10.43 | এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
|
10.46 |
যোগ দিয়াৰ বাবে ধণ্যবাদ । |