PERL/C2/while-do-while-loops/Assamese
From Script | Spoken-Tutorial
| |
|
|---|---|
| 00.01 | ‘’’পাৰ্ল’’’ৰ( Perl) ‘’’হোৱাইল আৰু দো-হুৱাইল’’’(while and do-while) লোপৰ স্পকেন তিউতৰিয়েললৈ( spoken tutorial) আপোনালোকক স্বাগতম। |
| 00.06 | এই তিউতৰিয়েলত( tutorial) আমি শিকিম; |
| 00.09 | ‘’’পাৰ্ল’’’ত থকা ‘’’হোৱাইল’’’ লোপ। |
| 00.11 | ‘’’পাৰ্ল’’’ত ‘’’দো-হোৱাইল’’’ লোপ। |
| 00.12 | মই Ubuntu Linux12.04 অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো। |
| 00.20 | মই gedit Text Editorৰো ব্যৱহাৰ কৰিম। |
| 00.24 | আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে। |
| 00.28 | আপোনাৰ ‘’’পাৰ্ল’’’ৰ ‘’’ভেৰিয়েবল’’’ আৰু ‘’’কমেন্ত’’’ৰ সমু জ্ঞান থাকিব লাগিব। |
| 00.33 | ‘’’পাৰ্ল’’’ৰ ‘’’ফৰ’’ আৰু ‘’’ফৰইছ’’’ৰ জ্ঞান থাকিলে আৰু ভাল। |
| 00.38 | অনগ্রহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব। |
| 00.43 | ‘’’পাৰ্ল’’’ৰ ‘’’হোৱাইল’’’ লোপ। |
| 00.45 | ‘’’হোৱাইল’’’ লোপে কন্দিচ্যন শুদ্ধ হ’লে এটা ক’দৰ ব্লক এক্জি্ক্যুত কৰে। |
| 00.50 | ‘’’হোৱাইল’’’ লোপৰ চিন্ত্যেক্স হ’ল- |
| 00.53 | while space open bracket condition close bracket |
| 00.58 | কাৰ্লি ব্রেকেত খোলক |
| 01.00 | ক’দ লিখক যি ক’দ শুদ্ধ হ’লে এক্জিক্যুত হ’ব |
| 01.04 | কাৰ্লি ব্রেকেত বন্ধ কৰক। |
| 01.07 | কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হ’ব?? তেতিয়া ‘’’হোৱাইল’’’ লোপ বন্ধ হ’ব ভিতৰত থকা ক’দ এবাৰো এক্জি্ক্যুত নকৰাকৈ। |
| 01.16 | এতিয়া ‘’’হোৱাইল’’’ লোপৰ এটা উদাহৰণ লৈ চাও আহক। |
| 01.19 | তাৰমিনেল খুলি টাইপ কৰক |
| 01.22 | gedit whileLoop dot pl space ampersand |
| 01.29 | আৰু এন্তাৰ প্রেছ কৰক। |
| 01.31 | ই gedit ত whileLoop.pl ফাইল খোলিব। |
| 01.34 | এতিয়া তলত দিয়া ক’দ টাইপ কৰক |
| 01.37 | hash exclamation mark slash u s r slash bin slash perl |
| 01.45 | এন্তাৰ প্রেছ কৰক। |
| 01.47 | 'dollar i ০’ৰ লগত মিলাই ছেমিকলন দিয়ক। |
| 01.52 | এন্তাৰ প্রেছ কৰক। |
| 01.54 | ‘’’হোৱাইল’’’ ওপেন ব্রেকেত ‘’’ dollar i less than or equal to four আৰ ব্রেকেত স্পেচ বন্ধ কৰক। |
| 02.04 | কাৰ্লি ব্রেকেত খুলি এন্তাৰ প্রেছ কৰি টাইপ কৰক |
| 02.08 | |
| 02.20 | এন্তাৰ প্রেছ কৰক |
| 02.22 | dollar i plus plus semicolon |
| 02.27 | এন্তাৰ প্রেছ কৰক আৰু |
| 02.28 | কাৰ্লি ব্রেকেত বন্ধ কৰক। |
| 02.31 | “হোৱাইল’’ লোপ ভালদৰে ব্যাখ্যা কৰি দিও। |
| 02.33 | আমি ভেৰিয়েবল i' ০’ৰে ইনিচিয়েলাইজ কৰিলো। |
| 02.38 | এতিয়া আমি ‘’’হোৱাইল’’’ লোপৰ কন্দিচ্যন $i less than or equal to 4 স্পেচিফাই কৰিলো। |
| 02.46 | যদি কন্দিচ্যন শুদ্ধ হয়, ’’হোৱাইল’’’ লোপৰ ভিতৰত থকা ক’দ এক্জিকিউত হ’ব। |
| 02.52 | ইয়াৰ মানে, প্রথম বাৰ আমাৰ ’’হোৱাইল’’’ লোপে তাৰমিনেলত 'Value of i: 0' প্রিন্ট কৰিব। |
| 03.01 | তাৰ পিছত $i++ এ i ভেৰিয়েবল’ৰ মূল্য এক’কৈ বঢ়া্ই যাব। |
| 03.08 | এতিয়া আকৌ লোপৰ কন্দিচ্যন $i<=4 পৰীক্ষা কৰিব। |
| 03.16 | আৰু লোপ বন্ধ হ’ব যেতিয়াই i’ৰ মূল্য ৫ হ’বগৈ। |
| 03.22 | এই ক্ষেত্রত, ‘’’হোৱাইল’’’ লোপ এক্জি্কিউট হ’ব যেতিয়া i’ৰ মূল্য ০,১,২,৩,৪ হ’ব। |
| 03.32 | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
| 03.35 | এতিয়া তাৰমিনেল’ত যাওক। |
| 03.37 | চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক- |
| 03.42 | perl hyphen c whileLoop dot pl |
| 03.47 | আৰু এন্তাৰ টিপক। |
| 03.49 | তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব। |
| 03.52 | whileLoop.pl syntax OK |
| 03.56 | যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম- |
| 04.02 | perl whileLoop dot pl |
| 04.06 | আৰু এন্তাৰ টিপক। |
| 04.09 | তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব। |
| 04.14 | ব’লন আমি এতিয়া ‘’’দো-হোৱাইল’’’ লোপ চাও। |
| 04.20 | ’’দো-হোৱাইল’’’ স্তেতমেন্তে এটা ক’দ এবাৰ হ’লেও এক্জি্কিউত কৰিব। |
| 04.25 | তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হ’লে হ’লে লোপ পুনৰাবৃত্তি কৰে। |
| 04.30 | ’’দো-হোৱাইল’’’ৰ চিন্তেক্স তলত দিয়া হ’ল- |
| 04.34 | do space |
| 04.36 | কাৰ্লি ব্রেকেত খোলক |
| 04.38 | কন্দিচ্যন শুদ্ধ হ’লে এক্জিক্যুত হ’বলগীয়া ক’দ লিখক |
| 04.42 | কাৰ্লি ব্রেকেত ব্রেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক। |
| 04.45 | while ব্রেকেতৰ মাজত স্পেচ condition াৰু তাৰপিছত চেমি-ক’লন দিয়ক। |
| 04.50 | তাৰমিনেল খুলি তাইপ কৰক; |
| 04.54 | gedit doWhileLoop dot pl space ampersand |
| 05.03 | আৰু তাৰ পিছত এন্তাৰ টিপক। |
| 05.05 | ই geditত doWhileLoop.pl ফাইল খুলিব। |
| 05.09 | তলত দিয়া ক’দ টাইপ কৰক- |
| 05.11 | hash exclamation mark slash u s r slash bin slash perl এন্তাৰ টিপক। |
| 05.21 | dollar i equals to zero semicolon এন্তাৰ টিপক |
| 05.27 | do space |
| 05.29 | কাৰ্লি ব্রেকেত খুলক আৰু এন্তাৰ টাইপ কৰক |
| 05.33 | print space double quote Value of i colon space dollar i slash n close double quote semicolon |
| 05.46 | এন্তাৰ প্রেছ কৰক |
| 05.48 | dollar i plus plus semicolon |
| 05.52 | এন্তাৰ প্রেছ কৰক |
| 05.54 | কাৰলি ব্রেকেত বন্ধ কৰক |
| 05.56 | space while space ব্রেকেত খুলক dollar i less than or equal to four |
| 06.06 | ব্রেকেত সেমিক’লন বন্ধ কৰক। |
| 06.10 | এইয়া ‘দো-হোৱাইল’ৰ ব্যাখ্যা। |
| 06.13 | আমি ভেৰিয়েবল i 0’ৰে ইনিচিয়েলাইজ কৰিছো। |
| 06.18 | প্রথমবাৰ, ‘দো-হোৱাইল’ লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত 'Value of i colon 0' এনেকৈ প্রিন্ট কৰে। |
| 06.28 | $i++ এ লোপ একজিক্যুত হোৱাৰ প্রতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়। |
| 06.36 | দ্বিতীয় বাৰ, $i কন্দিচ্যন ৪’কৈ সৰু নে সমান পৰীক্ষা কৰে। |
| 06.43 | যদি কন্দিচ্যন শুদ্ধ হয়, লোপ আকৌ এক্জিকিউত হয়। |
| 06.48 | আমাৰ ককেছত, দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হ’ব এনেকোৱা 'Value of i colon 1' । |
| 06.57 | যেতিয়ালৈ কন্দিচ্যন ভূল নহয়, লোপ এক্জিক্যুত হয় থাকিব, মানে যেতিয়া ভেৰিয়াবল i ৫ হ’ব। |
| 07.05 | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
| 07.09
এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক। | |
| 07.16 | perl hyphen c doWhileLoop dot pl |
| 07.21 | আৰু এন্তাৰ প্রেছ কৰক। |
| 07.23 | তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব |
| 07.26 | doWhileLoop.pl syntax OK |
| 07.30 | যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায়, আমি এতিয়া ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জিক্যুত কৰিম। |
| 07.36 | perl doWhileLoop dot pl টাইপ কৰক |
| 07.41 | আৰু এন্তাৰ প্রেছ কৰক। |
| 07.43 | তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব। |
| 07.48 | এতিয়া ‘’’হ্ৱাইল’’’ আৰু ‘’’দো-হ্ৱাইল’’’ৰ পাৰ্থক্য চাও আহক। |
| 07.53 | তাৰমিনেল খোলক, আৰু টাইপ কৰক- |
| 07.55 | gedit loop dot pl space ampersand |
| 08.01 | আৰু এন্তাৰ প্রেছ কৰক। |
| 08.03 | ই gedit ত loop dot pl ফাইল খোলিব। |
| 08.07 | এতিয়া দেখোৱা ক’দ টাইপ কৰক। |
| 08.12 | আমি এটা ভেৰিয়েবল count দিক্লেৰ কৰিলো আৰু ইয়াক ০’লৈ ইনিচিয়েলাইজ কৰিলো। |
| 08.19 | ‘’’হ্ৱাইল’’’ লোপ কন্দিচ্যনত আমি ভেৰিয়েবল count ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো। |
| 08.29 | কন্দিচ্যনটো ভূল। সেইকাৰণে ‘’’হোৱাইল’’’ লোপ এবাৰো এক্জিক্যুত নহয়। |
| 08.36 | ‘’’দো-হোৱাইল’’’ লোপত, আমি প্রথমে ক’দ এক্জি্ক্যুত কৰো, আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো। |
| 08.44 | সেইকাৰণে, ক’দ এবাৰ এক্জি্ক্যুত এবাৰ হ’লেও হ’ব। |
| 08.49 | তাৰ পাছত count ভেৰিয়েবল ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে। |
| 08.57 | কন্দিচ্যনটো ভূল। সেইকাৰণে লোপ বন্ধ হ’ব। |
| 09.02 | এতিয়া ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
| 09.05 | এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক- |
| 09.12 | perl hyphen c loop dot pl |
| 09.16 | আৰু এন্তাৰ প্রেছ কৰক।
|
| 09.19 | তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব। |
| 09.22 | loop dot pl syntax OK |
| 09.26 | যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ব’লক আমি ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্কিউত কৰো |
| 09.31 | perl loop dot pl টাইপ কৰিলৈ |
| 09.36 | আৰু এন্তাৰ প্রেছ কৰি।
|
| 09.38 | তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব।
|
| 09.43 | I am in do-while loop |
| 09.46 | ইয়াতে আমি দেখিম যে 'I am in while loop' লিখা একো আওতপুত নাই। |
| 09.52 | এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই। |
| 09.59 | ই বুজায় যে |
| 10.01 | “দো-হোৱাইল” লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে। |
| 10.07 | কিন্তু “হোৱাইল” লোপে কন্দিচ্যন ভূল হ’লে এবাৰো এক্জিক্যুত নকৰে। |
| 10.15 | মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে। |
| 10.18 | “হোৱাইল” আৰু “দো-হোৱাইল” লোপৰ যি আছিলে, এইয়াই। |
| 10.22 | আকৌ চমুকৈ চাও। |
| 10.24 | এই তিউতৰিয়েলত আমি শিকিলো- |
| 10.26 | পাৰ্লত “হোৱাইল” আৰু “দো-হোৱাইল” লোপ। |
| 10.29 | চেম্পল প্রগ্রেম ব্যৱহাৰ কৰি। |
| 10.31 | এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- |
| 10.33 | 'Hello Perl' প্রিন্ট কৰক |
| 10.35 | যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ |
| 10.38 | “হোৱাইল” আৰু “দো-হোৱাইল” লোপ ব্যৱহাৰ কৰি। |
| 10.41 | তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। |
| 10.45 | স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। |
| 10.49 | আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে। |
| 10.53 | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে |
| 10.56 | কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি |
| 11.00 | অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। |
| 11.04 | অধিক তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। |
| 11.12 | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। |
| 11.17 | ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। |
| 11.24 | এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে। |
| 11.36 | আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে। |
| 11.38 | মই অম’ল ব্রহমাঙ্কৰ চাইন অফ কৰিছো। |
| 11.40 | লগত থকাৰ কাৰণে ধন্যৱাদ। |