PERL/C2/while-do-while-loops/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | ‘’’পাৰ্ল’’’ৰ( Perl) ‘’’হোৱাইল আৰু দো-হুৱাইল’’’(while and do-while) লোপৰ স্পকেন তিউতৰিয়েললৈ( spoken tutorial) আপোনালোকক স্বাগতম। |
| 00:06 | এই তিউতৰিয়েলত( tutorial) আমি শিকিম; |
| 00:09 | ‘’’পাৰ্ল’’’ত থকা ‘’’while’’’ লোপ। |
| 00:11 | ‘’’পাৰ্ল’’’ত ‘’’do-while’’’ লোপ।মই Ubuntu Linux 12.04 অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো। |
| 00:20 | মই gedit Text Editorৰো ব্যৱহাৰ কৰিম। |
| 00:24 | আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে। |
| 00:28 | আপোনাৰ ‘’’পাৰ্ল’’’ৰ ‘’’ভেৰিয়েবল’’’ আৰু ‘’’কমেন্ত’’’ৰ সমু জ্ঞান থাকিব লাগিব। |
| 00:33 | ‘’’পাৰ্ল’’’ৰ ‘’’ফৰ’’ আৰু ‘’’ফৰইছ’’’ৰ জ্ঞান থাকিলে আৰু ভাল। |
| 00:38 | অনগ্রহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব। |
| 00:43 | ‘’’পাৰ্ল’’’ৰ ‘’’হোৱাইল’’’ লোপ। |
| 00:45 | ‘’’হোৱাইল’’’ লোপে কন্দিচ্যন শুদ্ধ হ’লে এটা ক’দৰ ব্লক এক্জি্ক্যুত কৰে। |
| 00:50 | ‘’’হোৱাইল’’’ লোপৰ চিন্ত্যেক্স হ’ল- |
| 00:53 | while space ব্ৰেকেট খোলক condition ব্ৰেকেট বন্ধ কৰক |
| 00:58 | কাৰ্লি ব্রেকেত খোলক |
| 01:00 | ক’দ লিখক যি ক’দ শুদ্ধ হ’লে এক্জিক্যুত হ’ব |
| 01:04 | কাৰ্লি ব্রেকেত বন্ধ কৰক। |
| 01:07 | কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হ’ব?? তেতিয়া ‘’’হোৱাইল’’’ লোপ বন্ধ হ’ব ভিতৰত থকা ক’দ এবাৰো এক্জি্ক্যুত নকৰাকৈ। |
| 01:16 | এতিয়া ‘’’হোৱাইল’’’ লোপৰ এটা উদাহৰণ লৈ চাও আহক। |
| 01:19 | তাৰমিনেল খুলি টাইপ কৰক |
| 01:22 | gedit whileLoop dot pl space ampersand |
| 01:29 | আৰু এন্তাৰ প্রেছ কৰক। |
| 01:31 | ই gedit ত whileLoop.pl ফাইল খোলিব। |
| 01:34 | এতিয়া তলত দিয়া ক’দ টাইপ কৰক |
| 01:37 | hash exclamation mark slash u s r slash bin slash perl |
| 01:45 | এন্তাৰ প্রেছ কৰক। |
| 01:47 | 'dollar i = ০ ছেমিকলন। |
| 01:52 | এন্তাৰ প্রেছ কৰক। |
| 01:54 | ‘’’হোৱাইল’’’ ওপেন ব্রেকেত ‘’’ dollar i less than or equal to four আৰ ব্রেকেত স্পেচ বন্ধ কৰক। |
| 02:04 | কাৰ্লি ব্রেকেত খুলি এন্তাৰ প্রেছ কৰি টাইপ কৰক |
| 02:08 | print space ডবল কোটচত Value of i colon, dollar i slash n ডবল কোট বন্ধ কৰক semicolon |
| 02:20 | এন্তাৰ প্রেছ কৰক |
| 02:22 | dollar i plus plus semicolon |
| 02:27 | এন্তাৰ প্রেছ কৰক আৰু |
| 02:28 | কাৰ্লি ব্রেকেত বন্ধ কৰক। |
| 02:31 | “হোৱাইল’’ লোপ ভালদৰে ব্যাখ্যা কৰি দিও। |
| 02:33 | আমি ভেৰিয়েবল i'ক ০’লৈ আৰম্ভ কৰিলো। |
| 02:38 | এতিয়া আমি ‘’’হোৱাইল’’’ লোপৰ কন্দিচ্যন $i less than or equal to 4 স্পেচিফাই কৰিলো। |
| 02:46 | যদি কন্দিচ্যন শুদ্ধ হয়, ’’হোৱাইল’’’ লোপৰ ভিতৰত থকা ক’দ এক্জিকিউত হ’ব। |
| 02:52 | ইয়াৰ মানে, প্রথম বাৰ আমাৰ ’’হোৱাইল’’’ লোপে তাৰমিনেলত 'Value of i: 0' প্রিন্ট কৰিব। |
| 03:01 | তাৰ পিছত $i++ এ i ভেৰিয়েবল’ৰ মূল্য এক’কৈ বঢ়া্ই যাব। |
| 03:08 | এতিয়া আকৌ লোপৰ কন্দিচ্যন $i<=4 পৰীক্ষা কৰিব। |
| 03:16 | আৰু লোপ বন্ধ হ’ব যেতিয়াই i’ৰ মূল্য ৫ হ’বগৈ। |
| 03:22 | এই ক্ষেত্রত, ‘’’হোৱাইল’’’ লোপ এক্জি্কিউট হ’ব যেতিয়া i’ৰ মূল্য ০,১,২,৩,৪ হ’ব। |
| 03:32 | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
| 03:35 | এতিয়া তাৰমিনেল’ত যাওক। |
| 03:37 | চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক- |
| 03:42 | perl hyphen c whileLoop dot pl |
| 03:47 | আৰু এন্তাৰ টিপক। |
| 03:49 | তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব। |
| 03:52 | whileLoop.pl syntax OK |
| 03:56 | যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম- |
| 04:02 | perl whileLoop dot pl |
| 04:06 | আৰু এন্তাৰ টিপক। |
| 04:09 | তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব। |
| 04:14 | ব’লন আমি এতিয়া ‘’’দো-হোৱাইল’’’ লোপ চাও। |
| 04:20 | ’’do-while’’’ স্তেতমেন্তে এটা ক’দ এবাৰ হ’লেও এক্জি্কিউত কৰিব। |
| 04:25 | তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হ’লে হ’লে লোপ পুনৰাবৃত্তি কৰে। |
| 04:30 | ’’দো-হোৱাইল’’’ৰ চিন্তেক্স তলত দিয়া হ’ল- |
| 04:34 | do space |
| 04:36 | কাৰ্লি ব্রেকেত খোলক |
| 04:38 | কন্দিচ্যন শুদ্ধ হ’লে এক্জিক্যুত হ’বলগীয়া ক’দ লিখক |
| 04:42 | কাৰ্লি ব্রেকেত ব্রেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক। |
| 04:45 | while ব্রেকেতৰ মাজত স্পেচ condition াৰু তাৰপিছত চেমি-ক’লন দিয়ক। |
| 04:50 | তাৰমিনেল খুলি তাইপ কৰক; |
| 04:54 | gedit doWhileLoop dot pl space ampersand |
| 05:03 | আৰু তাৰ পিছত এন্তাৰ টিপক। |
| 05:05 | ই geditত doWhileLoop.pl ফাইল খুলিব। |
| 05:09 | তলত দিয়া ক’দ টাইপ কৰক- |
| 05:11 | hash exclamation mark slash u s r slash bin slash perl এন্তাৰ টিপক। |
| 05:21 | dollar i equals to zero semicolon এন্তাৰ টিপক |
| 05:27 | do space |
| 05:29 | কাৰ্লি ব্রেকেত খুলক আৰু এন্তাৰ টাইপ কৰক |
| 05:33 | print space ডবল কোটচতValue of i colon space dollar i slash n ডবল কোট বন্ধ কৰক semicolon |
| 05:46 | এন্তাৰ টিপক |
| 05:48 | dollar i plus plus semicolon |
| 05:52 | এন্তাৰ টিপক |
| 05:54 | কাৰলি ব্রেকেত বন্ধ কৰক |
| 05:56 | space while space ব্রেকেত খুলক dollar i less than or equal to four |
| 06:06 | ব্রেকেত সেমিক’লন বন্ধ কৰক। |
| 06:10 | এইয়া ‘দো-হোৱাইল’ৰ ব্যাখ্যা। |
| 06:13 | আমি ভেৰিয়েবল i'ক ০’লৈ আৰম্ভ কৰিলো। |
| 06:18 | প্রথমবাৰ, ‘দো-হোৱাইল’ লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত 'Value of i colon 0' এনেকৈ প্রিন্ট কৰে। |
| 06:28 | $i++ এ লোপ একজিক্যুত হোৱাৰ প্রতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়। |
| 06:36 | দ্বিতীয় বাৰ, $i কন্দিচ্যন ৪’কৈ সৰু নে সমান পৰীক্ষা কৰে। |
| 06:43 | যদি কন্দিচ্যন শুদ্ধ হয়, লোপ আকৌ এক্জিকিউত হয়। |
| 06:48 | আমাৰ ককেছত, দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হ’ব এনেকোৱা 'Value of i colon 1' । |
| 06:57 | যেতিয়ালৈ কন্দিচ্যন ভূল নহয়, লোপ এক্জিক্যুত হয় থাকিব, মানে যেতিয়া ভেৰিয়াবল i ৫ হ’ব। |
| 07:05 | ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
| 07:09 | এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক। |
| 07:16 | perl hyphen c doWhileLoop dot pl |
| 07:21 | আৰু এন্তাৰ টিপক |
| 07:23 | তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব |
| 07:26 | doWhileLoop.pl syntax OK |
| 07:30 | যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায়, আমি এতিয়া ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জিক্যুত কৰিম। |
| 07:36 | perl doWhileLoop dot pl টাইপ কৰক |
| 07:41 | আৰু এন্তাৰ টিপক |
| 07:43 | তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব। |
| 07:48 | এতিয়া ‘’’হ্ৱাইল’’’ আৰু ‘’’দো-হ্ৱাইল’’’ৰ পাৰ্থক্য চাও আহক। |
| 07:53 | তাৰমিনেল খোলক, আৰু টাইপ কৰক- |
| 07:55 | gedit loop dot pl space ampersand |
| 08:01 | আৰু এন্তাৰ টিপক |
| 08:03 | ই gedit ত loop dot pl ফাইল খোলিব। |
| 08:07 | এতিয়া দেখোৱা ক’দ টাইপ কৰক। |
| 08:12 | আমি এটা ভেৰিয়েবল count দিক্লেৰ কৰিলো আৰু ইয়াক ০’লৈ ইনিচিয়েলাইজ কৰিলো। |
| 08:19 | ‘’’হ্ৱাইল’’’ লোপ কন্দিচ্যনত আমি ভেৰিয়েবল count ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো। |
| 08:29 | কন্দিচ্যনটো ভূল। সেইকাৰণে ‘’’হোৱাইল’’’ লোপ এবাৰো এক্জিক্যুত নহয়। |
| 08:36 | ‘’’দো-হোৱাইল’’’ লোপত, আমি প্রথমে ক’দ এক্জি্ক্যুত কৰো, আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো। |
| 08:44 | সেইকাৰণে, ক’দ এবাৰ এক্জি্ক্যুত এবাৰ হ’লেও হ’ব। |
| 08:49 | তাৰ পাছত count ভেৰিয়েবল ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে। |
| 08:57 | কন্দিচ্যনটো ভূল। সেইকাৰণে লোপ বন্ধ হ’ব। |
| 09:02 | এতিয়া ctrl+s প্রেছ কৰি ফাইল চেভ কৰক। |
| 09:05 | এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক- |
| 09:12 | perl hyphen c loop dot pl |
| 09:16 | আৰু এন্তাৰ টিপক |
| 09:19 | তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব। |
| 09:22 | loop dot pl syntax OK |
| 09:26 | যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ব’লক আমি ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্কিউত কৰো |
| 09:31 | perl loop dot pl টাইপ কৰিলৈ |
| 09:36 | আৰু এন্তাৰ প্রেছ কৰি। |
| 09:38 | তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব। |
| 09:43 | I am in do-while loop |
| 09:46 | ইয়াতে আমি দেখিম যে 'I am in while loop' লিখা একো আওতপুত নাই। |
| 09:52 | এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই। |
| 09:59 | ই বুজায় যে |
| 10:01 | “do-while” লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে। |
| 10:07 | কিন্তু “হোৱাইল” লোপে কন্দিচ্যন ভূল হ’লে এবাৰো এক্জিক্যুত নকৰে। |
| 10:15 | মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে। |
| 10:18 | “হোৱাইল” আৰু “দো-হোৱাইল” লোপৰ যি আছিলে, এইয়াই। |
| 10:22 | আকৌ চমুকৈ চাও। |
| 10:24 | এই তিউতৰিয়েলত আমি শিকিলো- |
| 10:26 | পাৰ্লত “হোৱাইল” আৰু “দো-হোৱাইল” লোপ। |
| 10:29 | চেম্পল প্রগ্রেম ব্যৱহাৰ কৰি। |
| 10:31 | এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত- |
| 10:33 | 'Hello Perl' প্রিন্ট কৰক |
| 10:35 | যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ |
| 10:38 | “হোৱাইল” আৰু “দো-হোৱাইল” লোপ ব্যৱহাৰ কৰি। |
| 10:41 | তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক। |
| 10:45 | স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল। |
| 10:49 | আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে। |
| 10:53 | স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে |
| 10:56 | কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি |
| 11:00 | অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে। |
| 11:04 | অধিক তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক। |
| 11:12 | স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ। |
| 11:17 | ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা। |
| 11:24 | এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে। |
| 11:36 | আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে। |
| 11:38 | মই অম’ল ব্রহমাঙ্কৰ চাইন অফ কৰিছো। |
| 11:40 | লগত থকাৰ কাৰণে ধন্যৱাদ। |