PERL/C2/Conditional-statements/Assamese

From Script | Spoken-Tutorial
Revision as of 14:36, 5 June 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
 
Visual Cue
 
Narration

 

- 00.01 পার্লত if and if-else conditional স্টেতমেন্ট উপৰৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .

 

- 00.07 এই টিউটোৰিয়েলত , আমি - 00.09 if স্টেতমেন্ট আৰু - 00.11 পার্লত if-else  স্টেতমেন্টৰ সম্পর্কে শিকিম;

 

- 00.12 আমি উবুন্টু Linux12.04 ' অপাৰেটিং সিস্টেম আৰু পাৰ্ল 5.14.2 ব্যবহাৰ কৰিছো  - 00.20 আমি ' gedit টেক্সট এডিটৰ ও' ব্যবহাৰ কৰিম.

  

- 00.24 আপোনি আপোনাৰ পছন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.

 

- 00.28 আপোনি পার্লত ' ভেৰিয়েবল ' আৰু ' মন্তব্যৰ ' মৌলিক জ্ঞান থাকিব লাগিব

 

- 00.33 পার্লত for', foreach , while আৰু do-while loops ৰ জ্ঞান থকা এটি অতিৰিক্ত সুবিধাজনক হয়. - 00.40 স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল  দিয়া আছে.

 

- 00.45 পার্লে নিম্নলিখিত conditional statements প্রদান কৰে -

 

- 00.49 if'

 

- 00.50 if-else '

 

- 00.51 if-elsif-else and

 

- 00.53 switch

 

- 00.54 এই টিউটোৰিয়েলত , আমি if আৰুIf-else statements আৱৰণ কৰিম - 00.59 ' পার্লত if' statement ব্যবহাৰ কৰিব পাৰি

 

- 01.01 কোড এটা প্ৰৰ্দশন কৰিবলৈ যেতিয়া এটা নির্দিষ্ট condition (শর্ত) সন্তুষ্ট হয় - 01.07

if conditional statement ৰ সিনট্যাক্স নিম্নৰুপে দিয়া আছে  

- 01.11 if space খোলা বন্ধনী condition বন্ধ বন্ধনী space ওপেন কাৰ্লীবন্ধনী

 

- 01.19 এন্টাৰ টিপক

 

- 01.20 যেতিয়া conditionটি সত্য হয় কোড সেমিকোলন প্ৰৰ্দশন কৰা হব

 

- 01.25 Enter , বন্ধ কাৰ্লী বন্ধনী

 

- 01.29 যেতিয়া শর্তটো সত্য হয় তেতিয়াহে if statement ৰ ভিতৰত থকা কোডটো প্ৰৰ্দশন কার্যকৰ কৰা হব .

 

- 01.36 এতিয়া আমি if statementৰ এটি উদাহৰণ চাও.

 

- 01.40 টার্মিনাল খুলক আৰু লিখক

 

- 01.43 gedit conditionalBlocks dot pl space &'(ampersand )

 

- 01.49 আৰু এন্টাৰ টিপক

 

- 01.52 ই geditত conditionalBlocks.pl ফাইল খুলিব .

 

- 01.57 পর্দাত প্রদর্শিত হোৱা দৰে নিম্নলিখিত কোড টাইপ কৰক. - 02.02 ইয়াত আমি ifৰ বাবে এটি শর্ত উল্লেখ কৰিছো, ' যি ভেৰিয়েবল গণনাৰ মান পৰীক্ষা কৰে.

 

- 02.09 equal to equal to চিহ্ন লক্ষ্য কৰক. এইটো comparison (তুলনা) অপাৰেটৰ হয়. - 02.15 $count equal to equal to 5 শর্তক ভেৰিয়েবল গণনাৰ মানৰ বিৰুদ্ধে চেক কৰা হয় . - 02.23 যেতিয়া ই 5ৰ সমান হয়, if ব্লকত থকা কোডটো প্ৰৰ্দশন কৰা হব

 

- 02.28 এতিয়া, ফাইল সংৰক্ষন কৰিবলৈ Ctrl + এচ প্ৰেচ কৰক . - 02.32 তাৰপিছত টার্মিনাললৈ যাওক. - 02.36 নিশ্চিত কৰক যে আপোনি আপোনাৰ ফাইল সংৰক্ষণ কৰা ডিৰেক্টৰিত আছে

 

- 02.41 কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ বাবে চেক কৰিবলৈ নিম্নলিখিত টাইপ কৰক -

 

- 02.46 perl hyphen c conditionalBlocks dot pl' - 02.53 আৰু এন্টাৰ টিপক

 

- 02.55 টার্মিনাল উইন্ডোত তলৰ লাইনটো প্রদর্শন কৰা হব

 

- 02.59 conditionalBlocks.pl syntax OK - 03.04 যিহেতো কোনো কম্পাইলেশন অথবা চিনটেক্চ এৰৰ নাই, আমি পার্ল স্ক্রিপ্ট টাইপ কৰি প্ৰৰ্দশন কৰিম - - 03.10 perl conditionalBlocks dot pl ' - 03.14 আৰু এন্টাৰ টিপক

 

- 03.16 টার্মিনেলত তলৰ আউটপুট দেখোৱা হব.

 

- 03.19 I am inside if statement'

 

- 03.23 Gedit লৈ উভতি যাওক

 

- 03.26 অথবা, আমি উপৰৰৰ if statement তলত দিয়াৰ দৰে লিখিব পাৰো-

 

- 03.31 print space ডবল উদ্ধৃতিত I am inside if statement slash n বন্ধ ডবল উদ্ধৃতি space if খোলা বন্ধনী dollar count space equal to equal to space 5 বন্ধ বন্ধনী সেমিকোলন - 03.57 এতিয়া, আমি if-else statement চাও - 04.01 এই স্তেতমেন্টটো ব্যবহাৰ কৰা হয় যেতিয়া ইউজাৰে

 

- 04.06 শর্তটো সত্য হলে কোড এটা আৰু

 

- 04.09 শর্তটো মিথ্যা হলে অন্য এটা কোড প্ৰৰ্দশন কৰিব বিচাৰে - 04.13 if-else' শর্তৰ বাবে সিনট্যাক্স দিয়া আছে  - - 04.17 if space  খোলা বন্ধনী condition  বন্ধ বন্ধনী space  খোলা কাৰ্লী বন্ধনী আৰু এন্টাৰ টিপক

 

- 04.27 কোড সেমিকোলন - 04.29 দেখোৱা হব যেতিয়া if শর্ত সত্য হয়

 

- 04.32 এন্টাৰ টিপক - 04.34 বন্ধ কাৰ্লীবন্ধনী  space else space খোলা কাৰ্লীবন্ধনী এন্টাৰ টিপক - 04.41 অন্য এটা কোড সেমিকোলন  - 04.43 দেখোৱা হব যেতিয়া if শর্ত মিথ্যা হব - 04.47 এন্টাৰ টিপক আৰু বন্ধ কাৰ্লীবন্ধনী লিখক - 04.51 এতিয়া আকৌ, ' conditionalBlocks.pl 'ফাইলৰ লৈ যাওক যি আমি ইতিমধ্যে geditত তৈয়াৰ কৰি থৈছো  - 04.58 গণনা ভেৰিয়েবলক 4 ধার্য কৰক তাৰপিছত if ব্লকৰ শেষত স্পেচ টাইপ কৰক  - 05.07

else

- 05.09 space খোলা কাৰ্লীবন্ধনী এন্টাৰ টিপক - 05.14 print space ডবল উদ্ধৃতি I am inside else statement slash n বন্ধ ডবল উদ্ধৃতি সেমিকোলন - 05.30 এন্টাৰ টিপক আৰু " কাৰ্লীবন্ধনী   বন্ধ কৰক - 05.34 ইয়াত $count ভেৰিয়েবললৈ  '4 নির্ধাৰিত কৰা হৈছে

 

- 05.38 যিহেতু count' ভেৰিয়েবলৰ মান 5ৰ সৈতে নিমিলে - 05.43 if' ব্লকত থকা কোডটো দেখোৱা নহব

 

- 05.47 পৰিবর্তে else ব্লকত থকা কোডটো হে দেখোৱা (এক্সিকিউট)হব.

 

- 05.52 এতিয়া ফাইলটি সংৰক্ষণ কৰিবলৈ' Ctrl + এস ' টিপক .

 

- 05.56 এতিয়া টার্মিনেল লৈ যাওক.

 

- 05.59 আৰু টাইপ কৰক perl hyphen c conditionalBlocks dot plকোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ বাবে চেক কৰিবলৈ  - 06.11 এতিয়া এন্টাৰ টিপক - 06.13 তলৰ লাইনটো টার্মিনালেৰ প্রদর্শন কৰা হব

 

- 06.17 conditionalBlocks.pl syntax OK - 06.20 তাত যিহেতো কোনো কম্পাইলেশন অথবা চিনটেক্স এৰৰ নাই, আমি এতিয়া পার্ল স্ক্রিপ্ট প্ৰৰ্দশন কৰিম

 

- 06.27 perl conditionalBlocks dot pl ' টাইপ কৰক - 06.33 আৰু এন্টাৰ টিপক - 06.35 তলত দিয়া আউটপুট টার্মিনেলত দেখোৱাব. - 06.39 I am inside else statement' - 06.44 সংক্ষেপ কৰা যাওক

 

- 06.46 এই টিউটোৰিয়েলত, আমি শিকিছো- - 06.49 if আৰু - 06.50 পার্লত if-else conditional statements - 06.53 নমুনা প্রোগ্রাম ব্যবহাৰ কৰি . - 06.55 ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে -

 

- 06.57 প্রিন্ট কৰক “It is an open source language” - 07.01 যেতিয়া  ভেৰিয়েবলেৰ মান ঘোষিত পার্ল ' ' - 07.04 অন্যথায় প্ৰীন্ট কৰক “It's a proprietary language”
07.08 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
07.11 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07.15 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07.20 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07.22 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
07.26 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07.31 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07.37 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07.42 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07.50 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08.00 আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. 
08.04 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
08.06 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble