PERL/C2/Conditional-statements/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | পার্লত if and if-else conditional স্টেতমেন্ট উপৰৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম . |
| 00:07 | এই টিউটোৰিয়েলত , আমি |
| 00:09 | if স্টেতমেন্ট আৰু |
| 00:11 | পার্লত if-else স্টেতমেন্টৰ সম্পর্কে শিকিম; আমি উবুন্টু লিনাক্স 12.04 ' অপাৰেটিং সিস্টেম আৰু পাৰ্ল 5.14.2 ব্যবহাৰ কৰিছো |
| 00:20 | আমি ' gedit টেক্সট এডিটৰ ও' ব্যবহাৰ কৰিম. |
| 00:24 | আপোনি আপোনাৰ পছন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
| 00:28 | আপোনি পার্লত ' ভেৰিয়েবল ' আৰু ' মন্তব্যৰ ' মৌলিক জ্ঞান থাকিব লাগিব |
| 00:33 | পার্লত for', foreach , while আৰু do-while loops ৰ জ্ঞান থকা এটি অতিৰিক্ত সুবিধাজনক হয়. |
| 00:40 | স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল দিয়া আছে. |
| 00:45 | পার্লে নিম্নলিখিত conditionalস্টেতমেন্ট প্রদান কৰে - |
| 00:49 | if if-else |
| 00:51 | if-elsif-else and |
| 00:53 | switch এই টিউটোৰিয়েলত , আমি if আৰুIf-elseস্টেতমেন্ট আৱৰণ কৰিম |
| 00:59 | ' পার্লত if'স্টেতমেন্ট ব্যবহাৰ কৰিব পাৰি |
| 01:01 | কোড এটা প্ৰৰ্দশন কৰিবলৈ যেতিয়া এটা নির্দিষ্ট condition (শর্ত) সন্তুষ্ট হয় |
| 01:07 | if conditionalস্টেতমেন্ট ৰ সিনট্যাক্স নিম্নৰুপে দিয়া আছে |
| 01:11 | if space খোলা বন্ধনী condition বন্ধ বন্ধনী space ওপেন কাৰ্লীবন্ধনী |
| 01:19 | এন্টাৰ টিপক যেতিয়া conditionটি সত্য হয় কোড সেমিকোলন প্ৰৰ্দশন কৰা হব |
| 01:25 | Enter , বন্ধ কাৰ্লী বন্ধনী |
| 01:29 | যেতিয়া শর্তটো সত্য হয় তেতিয়াহে ifস্টেতমেন্ট ৰ ভিতৰত থকা কোডটো প্ৰৰ্দশন কার্যকৰ কৰা হব . |
| 01:36 | এতিয়া আমি if স্টেতমেন্টৰ এটি উদাহৰণ চাও. |
| 01:40 | টার্মিনাল খুলক আৰু লিখক |
| 01:43 | gedit conditionalBlocks dot pl space &'(ampersand ) |
| 01:49 | আৰু এন্টাৰ টিপক |
| 01:52 | ই geditত conditionalBlocks.pl ফাইল খুলিব . |
| 01:57 | পর্দাত প্রদর্শিত হোৱা দৰে নিম্নলিখিত কোড টাইপ কৰক. |
| 02:02 | ইয়াত আমি ifৰ বাবে এটি শর্ত উল্লেখ কৰিছো, ' যি ভেৰিয়েবল গণনাৰ মান পৰীক্ষা কৰে. |
| 02:09 | equal to equal to চিহ্ন লক্ষ্য কৰক. এইটো comparison (তুলনা) অপাৰেটৰ হয়. |
| 02:15 | $count equal to equal to 5 শর্তক ভেৰিয়েবল গণনাৰ মানৰ বিৰুদ্ধে চেক কৰা হয় . |
| 02:23 | যেতিয়া ই 5ৰ সমান হয়, if ব্লকত থকা কোডটো প্ৰৰ্দশন কৰা হব |
| 02:28 | এতিয়া, ফাইল সংৰক্ষন কৰিবলৈ Ctrl + S প্ৰেচ কৰক . |
| 02:32 | তাৰপিছত টার্মিনাললৈ যাওক. |
| 02:36 | নিশ্চিত কৰক যে আপোনি আপোনাৰ ফাইল সংৰক্ষণ কৰা ডিৰেক্টৰিত আছে |
| 02:41 | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ বাবে চেক কৰিবলৈ নিম্নলিখিত টাইপ কৰক - |
| 02:46 | perl hyphen c conditionalBlocks dot pl |
| 02:53 | আৰু এন্টাৰ টিপক |
| 02:55 | টার্মিনাল উইন্ডোত তলৰ লাইনটো প্রদর্শন কৰা হব |
| 02:59 | conditionalBlocks.pl syntax OK |
| 03:04 | যিহেতো কোনো কম্পাইলেশন অথবা চিনটেক্চ এৰৰ নাই, আমি পার্ল স্ক্রিপ্ট টাইপ কৰি প্ৰৰ্দশন কৰিম - |
| 03:10 | perl conditionalBlocks dot pl ' |
| 03:14 | আৰু এন্টাৰ টিপক |
| 03:16 | টার্মিনেলত তলৰ আউটপুট দেখোৱা হব. |
| 03:19 | I am inside if statement' |
| 03:23 | Gedit লৈ উভতি যাওক |
| 03:26 | অথবা, আমি উপৰৰৰ ifস্টেতমেন্ট তলত দিয়াৰ দৰে লিখিব পাৰো- |
| 03:31 | print space ডবল উদ্ধৃতিত I am inside if statement slash n বন্ধ ডবল উদ্ধৃতি space if খোলা বন্ধনী dollar count space equal to equal to space 5 বন্ধ বন্ধনী সেমিকোলন |
| 03:57 | এতিয়া, আমি if-elseস্টেতমেন্ট চাও |
| 04:01 | এই স্তেতমেন্টটো ব্যবহাৰ কৰা হয় যেতিয়া ইউজাৰে |
| 04:06 | শর্তটো সত্য হলে কোড এটা আৰু |
| 04:09 | শর্তটো মিথ্যা হলে অন্য এটা কোড প্ৰৰ্দশন কৰিব বিচাৰে |
| 04:13 | if-else' শর্তৰ বাবে সিনট্যাক্স দিয়া আছে - |
| 04:17 | if space খোলা বন্ধনী condition বন্ধ বন্ধনী space খোলা কাৰ্লী বন্ধনী আৰু এন্টাৰ টিপক |
| 04:27 | কোড সেমিকোলন |
| 04:29 | দেখোৱা হব যেতিয়া if শর্ত সত্য হয় |
| 04:32 | এন্টাৰ টিপক |
| 04:34 | বন্ধ কাৰ্লীবন্ধনী space else space খোলা কাৰ্লীবন্ধনী এন্টাৰ টিপক |
| 04:41 | অন্য এটা কোড সেমিকোলন |
| 04:43 | দেখোৱা হব যেতিয়া if শর্ত মিথ্যা হব |
| 04:47 | এন্টাৰ টিপক আৰু বন্ধ কাৰ্লীবন্ধনী লিখক |
| 04:51 | এতিয়া আকৌ, ' conditionalBlocks.pl 'ফাইলৰ লৈ যাওক যি আমি ইতিমধ্যে geditত তৈয়াৰ কৰি থৈছো |
| 04:58 | গণনা ভেৰিয়েবলক 4 ধার্য কৰক তাৰপিছত if ব্লকৰ শেষত স্পেচ টাইপ কৰক |
| 05:07 | else ' |
| 05:09 | space খোলা কাৰ্লীবন্ধনী এন্টাৰ টিপক |
| 05:14 | print space ডবল উদ্ধৃতি I am inside else statement slash n বন্ধ ডবল উদ্ধৃতি সেমিকোলন |
| 05:30 | এন্টাৰ টিপক আৰু " কাৰ্লীবন্ধনী বন্ধ কৰক |
| 05:34 | ইয়াত $count ভেৰিয়েবললৈ '4 নির্ধাৰিত কৰা হৈছে |
| 05:38 | যিহেতু count' ভেৰিয়েবলৰ মান 5ৰ সৈতে নিমিলে |
| 05:43 | if' ব্লকত থকা কোডটো দেখোৱা নহব |
| 05:47 | পৰিবর্তে else ব্লকত থকা কোডটো হে দেখোৱা (এক্সিকিউট)হব. |
| 05:52 | এতিয়া ফাইলটি সংৰক্ষণ কৰিবলৈ' Ctrl + S ' টিপক . |
| 05:56 | এতিয়া টার্মিনেল লৈ যাওক. |
| 05:59 | আৰু টাইপ কৰক perl hyphen c conditionalBlocks dot plকোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ বাবে চেক কৰিবলৈ |
| 06:11 | এতিয়া এন্টাৰ টিপক |
| 06:13 | তলৰ লাইনটো টার্মিনালেৰ প্রদর্শন কৰা হব |
| 06:17 | conditionalBlocks.pl syntax OK |
| 06:20 | তাত যিহেতো কোনো কম্পাইলেশন অথবা চিনটেক্স এৰৰ নাই, আমি এতিয়া পার্ল স্ক্রিপ্ট প্ৰৰ্দশন কৰিম |
| 06:27 | perl conditionalBlocks dot pl ' টাইপ কৰক |
| 06:33 | আৰু এন্টাৰ টিপক |
| 06:35 | তলত দিয়া আউটপুট টার্মিনেলত দেখোৱাব. |
| 06:39 | I am inside else statement' |
| 06:44 | সংক্ষেপ কৰা যাওক |
| 06:46 | এই টিউটোৰিয়েলত, আমি শিকিছো- |
| 06:49 | if আৰু পার্লত if-else conditional statements |
| 06:53 | নমুনা প্রোগ্রাম ব্যবহাৰ কৰি . |
| 06:55 | ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে - |
| 06:57 | প্রিন্ট কৰক “It is an open source language” |
| 07:01 | যেতিয়া ভেৰিয়েবলেৰ মান ঘোষিত পার্ল ' ' |
| 07:04 | অন্যথায় প্ৰীন্ট কৰক “It's a proprietary language” |
| 07:08 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
| 07:11 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 07:15 | যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 07:20 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 07:22 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 07:26 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 07:31 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 07:37 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 07:42 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 07:50 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 08:00 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. |
| 08:04 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 08:06 | যোগদানৰ বাবে ধন্যবাদ। |