PERL/C2/Comments-in-Perl/Assamese
From Script | Spoken-Tutorial
|
|
- | 00.00 | ' পার্ল ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . | - | 00.05 | এই টিউটোৰিয়েলত . আমি | - | 00.08 | ' পার্ল ' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম | - | 00.10 | আমি ' উবুন্টু Linux12.04 অপাৰেটিং সিস্টেম আৰু ' পার্ল '5 .14.2 'ব্যবহাৰ কৰিছো | - | 00.18 | মানে ' পার্ল সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2 | - | 00.23 | আমি ' gedit টেক্সট এডিটৰ ' ব্যবহাৰ কৰিম. | - | 00.27 | আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. | - | 00.31 | আপোনাৰ পার্লত কম্পাইলিং. একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত
|
- | 00.37 | নহলে. স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক | - | 00.43 | ' পার্ল 'ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি : | - | 00.47 | 'Single Line
|
- | 00.48 | ' Multi Line | - | 00.49 | এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা | - | 00.55 | কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ | - | 01.01 | এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্রতীকেৰে আৰম্ভ হয় | - | 01.05 | ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো. | - | 01.11 | টার্মিনাল খোলক ' আৰু টাইপ কৰক- gedit comments dot pl space &' | - | 01.19 | আকৌ এবাৰ আপোনাক কৈছো যে. ' ampersand ' টার্মিনেলত ' কমান্ড প্রম্পট মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. | - | 01.27 | এতিয়া এইয়া কমান্ড টাইপ কৰক. | - | 01.29 | hash Declaring count variable আৰু এন্টাৰ প্রেস কৰক | - | 01.37 | dollar count space equal to space 1 semicolon আৰু এন্টাৰ প্রেস কৰক | - | 01.45 | print space double quotes Count is dollar count slash n ডবল উদ্ধৃতি বন্ধ কৰক semicolon space hash prints Count is 1
|
- | 02.03 | এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউত কৰক. | - | 02.08 | ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক perl hyphen c comments dot pl আৰু এন্টাৰ প্রেস কৰক | - | 02.18 | এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই | - | 02.21 | এতিয়া টাইপ ' কৰক perl comments dot pl আৰু এন্টাৰ প্রেস কৰক | - | 02.28 | নিম্নলিখিত আউটপুট প্রদর্শন কৰে - Count is 1 | - | 02.33 | আমি ' gedit লৈ উভতি যাও . | - | 02.36 | ' gedit ত , প্রথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক . | - | 02.40 | প্রথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক. | - | 02.44 | ' হ্যাশ বিস্ময়বোধক চিহ্ন স্ল্যাশ usr স্ল্যাশ বিন স্ল্যাশ পার্ল ' | - | 02.52 | Hash exclamation mark slash usr slash bin slash perl' | - | 02.59 | এই লাইনটো' ' পার্ল ত shebang লাইন বোলি কোৱা হয় আৰু পাৰ্ল প্ৰগ্ৰামত প্ৰথম লাইন হয় | - | 03.03 | মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্ল ' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব. | - | 03.11 | এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও | - | 03.13 | ' মাল্টি লাইন 'এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয় | - | 03.17 | যেতিয়া ইউজাৰে কোড এটাক মন্তব্য কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে | - | 03.25 | এই ধৰনৰ মন্তব্য equal to head' প্রতীকেৰে আৰম্ভ হয় আৰু equal to cutৰে শেষ হয় | - | 03.33 | gedit লৈ উভতি যাও আৰু comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক | - | 03.39 | ফাইল টাইপ ৰ শেষত লিখক equal to head, আৰু এন্টাৰ টিপক | - | 03.45 | print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক. | - | 03.59 | equal to cut | - | 04.01 | ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. | - | 04.05 | ' টার্মিনাল ত' টাইপ কৰক perl hyphen c comments dot plআৰু এন্টাৰ টিপক . | - | 04.13 | কোনো সিনট্যাক্স এৰৰ নাই | - | 04.15 | সেয়ে আমি ইয়াক একযিকিউট কৰো perl comments dot pl | - | 04.21 | ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্রদর্শন কৰে Count is 1 | - | 04.27 | ই '“count variable is used for counting purpose” বাক্যটি প্রিন্ট নকৰে | - | 04.32 | ইয়াৰ কাৰন হল যে আমি equal to head' আৰু equal to cut ব্যবহাৰ কৰি অংশটোক মন্তব্য কৰিছো | - | 04.40 | আপোনি =head =cut বা =begin =end. ব্যবহাৰ কৰিব পাৰিব | - | 04.48 | এইবোৰ "পার্ল দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়. | - | 04.52 | অনুগ্রহ কৰি মন কৰক যে, = to চিহ্নৰ আগত আৰু head. cut, begin or end শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing space স্থান (সমূহ) হব নালাগে | - | 05.02 | আৰু এবাৰ ' টার্মিনাল খোলক. | - | 05.05 | আৰু টাইপ কৰক - ' gedit commentsExample ডট PL স্পেচ' আৰু এন্টাৰ টিপক . | - | 05.15 | পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক. | - | 05.19 | ইয়াত আমি দুটি ভেৰিয়েবল ' firstNum আৰু ' secondNum ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো | - | 05.28 | তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো | - | 05.32 | এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক. | - | 05.39 | পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো. | - | 05.44 | ফাইলটি সংৰক্ষণ কৰক আৰু টার্মিনেলত ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. | - | 05.49 | টার্মিনেলত perl hyphen c commentsExample dot pl', আৰু এন্টাৰ টিপক | - | 05.57 | তাত কোনো চিনটেক্চ এৰৰ নাই | - | 05.59 | সেয়ে | - | 06.01 | perl commentsExample dot pl' টাইপ কৰি স্ক্রিপ্টখন একযিকিউত
কৰক আৰু এন্টাৰ টিপক |
- | 06.07 | ই নিম্নলিখিত আউটপুট প্রদর্শন কৰে 'Addition is 30 | - | 06.12 | ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে. | - | 06.16 | ইয়াত আমি ' পার্ল ত মন্তব্য যোগ কৰিবলৈ শিকিলো | - | 06.19 | সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক. | - | 06.23 | লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি | - | 06.30 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক | - | 06.34 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | - | 06.37 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | - | 06.42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | - | 06.44 এখন | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। | - | 06.48 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
06.51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
06.58 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
07.03 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
07.11 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
07.15 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |