PERL/C2/Comments-in-Perl/Assamese

From Script | Spoken-Tutorial
Revision as of 12:59, 4 June 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
 
Visual Cue
 
Narration
- 00.00 ' পার্ল ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . - 00.05 এই টিউটোৰিয়েলত . আমি - 00.08 ' পার্ল ' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম - 00.10 আমি ' উবুন্টু Linux12.04 অপাৰেটিং সিস্টেম আৰু ' পার্ল '5 .14.2 'ব্যবহাৰ কৰিছো - 00.18 মানে  ' পার্ল সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2 - 00.23 আমি ' gedit টেক্সট এডিটৰ ' ব্যবহাৰ কৰিম. - 00.27 আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. - 00.31 আপোনাৰ পার্লত  কম্পাইলিং. একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত

 

- 00.37 নহলে. স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক - 00.43 ' পার্ল 'ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি : - 00.47 'Single Line


- 00.48 ' Multi Line - 00.49 এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা - 00.55 কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ - 01.01 এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্রতীকেৰে আৰম্ভ হয় - 01.05 ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো. - 01.11   টার্মিনাল খোলক ' আৰু টাইপ কৰক- gedit comments dot pl space &' - 01.19 আকৌ এবাৰ আপোনাক কৈছো যে. ' ampersand ' টার্মিনেলত  ' কমান্ড প্রম্পট মুক্ত কৰিবলৈ  ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক. - 01.27 এতিয়া এইয়া কমান্ড টাইপ কৰক. - 01.29 hash Declaring count variable আৰু এন্টাৰ প্রেস কৰক - 01.37 dollar count space equal to space 1 semicolon আৰু এন্টাৰ প্রেস কৰক - 01.45 print space double quotes Count is dollar count slash n ডবল উদ্ধৃতি বন্ধ  কৰক semicolon space hash prints Count is 1   


- 02.03 এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউত কৰক. - 02.08 ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক perl hyphen c comments dot pl আৰু এন্টাৰ প্রেস কৰক - 02.18 এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই - 02.21 এতিয়া  টাইপ ' কৰক  perl comments dot pl আৰু এন্টাৰ প্রেস কৰক - 02.28 নিম্নলিখিত আউটপুট প্রদর্শন কৰে - Count is 1 - 02.33 আমি ' gedit লৈ উভতি যাও . - 02.36 ' gedit ত , প্রথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক . - 02.40 প্রথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক. - 02.44 ' হ্যাশ বিস্ময়বোধক চিহ্ন স্ল্যাশ usr স্ল্যাশ বিন স্ল্যাশ পার্ল ' - 02.52 Hash exclamation mark slash usr slash bin slash perl' - 02.59 এই লাইনটো' ' পার্ল ত shebang লাইন বোলি কোৱা হয় আৰু পাৰ্ল প্ৰগ্ৰামত প্ৰথম লাইন হয় - 03.03 মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্ল ' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত  কৰা নহব. - 03.11 এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও - 03.13 ' মাল্টি লাইন 'এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয় - 03.17 যেতিয়া ইউজাৰে কোড এটাক মন্তব্য কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে - 03.25 এই ধৰনৰ  মন্তব্য equal to head' প্রতীকেৰে আৰম্ভ হয় আৰু equal to cutৰে শেষ হয় - 03.33   gedit লৈ উভতি যাও আৰু comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক - 03.39  ফাইল টাইপ ৰ শেষত লিখক equal to head, আৰু এন্টাৰ টিপক - 03.45 print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক.   - 03.59 equal to cut - 04.01 ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. - 04.05 ' টার্মিনাল ত' টাইপ কৰক perl hyphen c comments dot plআৰু এন্টাৰ টিপক  . - 04.13 কোনো সিনট্যাক্স এৰৰ নাই - 04.15 সেয়ে আমি ইয়াক একযিকিউট কৰো perl comments dot pl - 04.21 ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্রদর্শন কৰে Count is 1 - 04.27 ই '“count variable is used for counting purpose” বাক্যটি প্রিন্ট নকৰে - 04.32 ইয়াৰ কাৰন হল যে আমি equal to head' আৰু equal to cut ব্যবহাৰ কৰি অংশটোক মন্তব্য কৰিছো - 04.40 আপোনি =head =cut বা =begin =end. ব্যবহাৰ কৰিব পাৰিব - 04.48 এইবোৰ "পার্ল দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়. - 04.52 অনুগ্রহ কৰি মন কৰক যে,  = to চিহ্নৰ আগত আৰু head. cut, begin or end শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing space স্থান (সমূহ) হব নালাগে  - 05.02 আৰু এবাৰ  ' টার্মিনাল খোলক. - 05.05 আৰু টাইপ কৰক - ' gedit commentsExample ডট PL স্পেচ' আৰু এন্টাৰ টিপক  . - 05.15 পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক. - 05.19 ইয়াত আমি দুটি ভেৰিয়েবল ' firstNum আৰু ' secondNum ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো - 05.28 তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো - 05.32 এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক. - 05.39 পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো. - 05.44 ফাইলটি সংৰক্ষণ কৰক আৰু  টার্মিনেলত ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক. - 05.49 টার্মিনেলত perl hyphen c commentsExample dot pl', আৰু এন্টাৰ টিপক - 05.57 তাত  কোনো চিনটেক্চ এৰৰ নাই - 05.59 সেয়ে - 06.01 perl commentsExample dot pl' টাইপ কৰি স্ক্রিপ্টখন একযিকিউত

 কৰক আৰু এন্টাৰ টিপক

- 06.07 ই নিম্নলিখিত আউটপুট প্রদর্শন কৰে 'Addition is 30 - 06.12 ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে. - 06.16 ইয়াত আমি ' পার্ল ত  মন্তব্য যোগ কৰিবলৈ শিকিলো - 06.19 সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক. - 06.23 লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি - 06.30 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক - 06.34 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে - 06.37 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। - 06.42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে - 06.44 এখন কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। - 06.48 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06.51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
06.58 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07.03 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07.11 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07.15  আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble