Thunderbird/C2/Address-Book/Assamese

From Script | Spoken-Tutorial
Revision as of 19:02, 25 May 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00.00 মোজিলা থান্ডাৰবার্ডত   এদ্ৰেছ বোকৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00,06 এই টিউটোৰিয়েলত আমি যোগ, চোৱা, পৰিবর্তন আৰু মুছিবলৈ শিকিম.
00,14 আমি আৰু শিকিম :
00,16 কিভাবে এটা নতুন এদ্ৰে্ছ বোক তৈয়াৰ কৰিব পাৰে.
00,18 এটা স্থায়ী এদ্ৰে্ছ বোক দিলিট কৰা.
00,20 অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি কৰা .
00,24 ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো.
00,32 এটি Address Book (ঠিকানা পুস্তিকা) কি?
00,34 আপোনাৰ মোবাইল ফোনত থকা  Contacts (ঠিকানা) বৈশিষ্ট্যৰ নিচিনা address bookয়ে একেই ভাবে কাম কৰে.
00,39 আপোনি যোগাযোগ তৈয়াৰ কৰা আৰু  ভালকে ৰখাৰ বাবে Address Book (ঠিকানা পুস্তিকা ব্যবহাৰ কৰিব পাৰে.
00,45 থান্ডাৰবার্ডত Address Books দুই ধৰনৰ আছে :

 

00,48 ব্যক্তিগত address book য়ে আপোনাক নতুন যোগাযোগ তৈয়াৰ কৰিব দিয়ে.
00,53 সংগৃহীত address book য়ে স্বয়ংক্রিয়ভাবে outgoing বা sent মেইলৰ পৰা ইমেইল ঠিকানা সংগ্রহ কৰে.
00,59 লঞ্চাৰত থান্ডাৰবার্ড আইকনত ক্লিক কৰক.
01.02 থান্ডাৰবার্ড উইন্ডো প্রর্দশিত হব.
01,05 এতিয়া, ব্যক্তিগত Address Bookত যোগাযোগ যুক্ত কৰিবলৈ শিকা যাওক .
01,10 প্রধান মেনুৰ পৰা, টুল্চ আৰু Address Bookত ক্লিক কৰক .
01,14 Address Book ডায়লগ বক্স প্রদর্শিত হয়.
01,17 বাও প্যানেলত , আপোনি ব্যক্তিগত আৰু সংগৃহীত Address Books দুয়োটা দেখিব পাৰিব.
01,23 ডিফল্টৰুপে ব্যক্তিগত Address Book বাও প্যানেলত নির্বাচন কৰা হয় .
01,28 সো প্যানেল দুই ভাগত ভাগ কৰা হৈছে .
01,31 উপৰৰ আধা ভাগ যোগাযোগ (contacts) প্রদর্শন কৰে.
01,34 তলৰ আধা ভাগে শীর্ষত নির্বাচিত যোগাযোগ বোৰৰ সম্পূর্ণ বিৱৰণ প্রদর্শন কৰে.
01,40 এটি নতুন যোগাযোগ তৈয়াৰ কৰা যাওক.
01,44 টুলবাৰত, নিউ যোগাযোগ ক্লিক কৰক
01.47 নতুন যোগাযোগ ডায়লগ বক্স প্রদর্শিত হয়.
01,50 (Contact) যোগাযোগ ট্যাব ক্লিক কৰক.
01,53 প্রথমে AMyNewContact হিসাবে  প্রবেশ কৰা যাওক.
01,57 USERONE এট জিমেইল ডট কম হিসাবে ইমেল লিখক
02.02 মন কৰক যে ডিসপ্লে নাম ফীল্দ স্বয়ংক্রিয়ভাবে প্রথম নামৰ সৈতে আপডেট হৈ যায়.
02,10 প্ৰাইভেত ট্যাব ক্লিক কৰক. যোগাযোগৰ বাবে সম্পূর্ণ পোস্টেল ঠিকনা সংৰক্ষণ কৰিবলৈ এই ট্যাব ব্যবহাৰ কৰক
02,18 আপোনি প্রাসঙ্গিক তথ্য আৰু যোগাযোগৰ চিত্র সংৰক্ষণ কৰিবলৈ অন্য কাম, আৰু ফটো ট্যাব ব্যবহাৰ কৰিব পাৰে.
02,26 OK ক্লিক কৰক
02,29 contact যোগ কৰা হৈছে আৰু সো প্যানেলত প্রদর্শন কৰা হৈছে.
02,34 একেই পদ্ধতিত আৰু দুটি contact VMyNewContact আৰু ZMyNewContact যোগ কৰো.
02,48 ধৰাহওক ,আমি নামেৰে contactsবোৰ অনুমান (sort ) কৰিব বিচাৰো.
02,52 প্রধান মেনুৰ পৰা, View, Sort by আৰু Nameত ক্লিক কৰক.
02,58 মন কৰক যে ডিফল্টৰুপে, contacts বোৰ আৰোহী ক্রমানুসাৰে(ascending order) সজ্জিত হৈছে .
03,04 ইয়াক ascending ক্রমত বিভত্ত কৰিবলৈ প্রধান মেনুৰ পৰা,

View, Sort by আৰু Ascendingক ক্লিক কৰক.  

03,13 অথবা, Address Book ডায়লগ বক্সত, সো প্যানেলৰ পৰা, কেবল নামত ক্লিক কৰক.
03,19 নামবোৰ এতিয়া descending ক্রমত বিভত্ত হয় !
03,24 এতিয়া, যোগাযোগৰ বাবে অনুসন্ধান কৰা যাওক .
03,27 আমি নাম বা ইমেলৰ দ্ৱাৰা (Name or the By Email) ব্যবহাৰ কৰি এটি যোগাযোগ অনুসন্ধান কৰিব পাৰো.
03,33   নাম AMyNewContact ৰ বাবে অনুসন্ধান কৰো.
03,37 Address Book ডায়লগ বক্সলৈ যাওক .
03.40 অনুসন্ধান ক্ষেত্রত, AMyNewContact লিখক.
03,45 অনুসন্ধান ক্ষেত্র (Search field) মন কৰক
03,47 Magnifying glass আইকন ৰ পৰিবর্তে  , এটি সৰু ক্রস আইকন প্রদর্শন কৰা হয়.
03,54 মাত্ৰ AMyNewContact যোগাযোগ উপৰৰ সো প্যানেলত প্রদর্শন কৰা হয় .
04,01 এতিয়া, অনুসন্ধান ক্ষেত্রত , ক্রস আইকনত ক্লিক কৰক.
04,05 সমস্ত যোগাযোগবোৰ এতিয়া উপৰৰ সো প্যানেলত দৃশ্যমান হয়.
04,09 এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগ কৰক .
04,13 বিষয় (Subject) দ্বাৰা ইমেলৰ বাবে অনুসন্ধান কৰক.
04,16 ধৰক ZMyContact ৰ বাবে যোগাযোগৰ তথ্য পৰিবর্তন হল.
04,21 আমি এই তথ্য সম্পাদনা কৰিব পাৰোনে? হয় , আমি কৰিব পাৰো !
04,26 সো প্যানেলৰ পৰা, ZMyNewContact নির্বাচন কৰো .
04,30 এতিয়া, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু বৈশিষ্ট্যাৱলী বোৰ নির্বাচন কৰক.
04,36 ZMyNewContact ডায়লগ বক্সৰ বাবে (সম্পাদনা যোগাযোগ) Edit Contact প্রদর্শিত হয়
04,42 নাম টো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
04.46 এতিয়া, Field Display Nameটো MMyNewContactলৈ পৰিবর্তন কৰা যাওক.
04,53 আমি এটি ওয়ার্ক শিৰোনাম (Work Title) আৰু বিভাগ ও (Department) যোগ কৰিম.
04,57 ওয়ার্ক ট্যাবত ক্লিক কৰক.
04,59 শিৰোনামত ম্যানেজাৰ লিখক আৰু বিভাগত HR লিখক. OKত  ক্লিক কৰক.
05.06 তলৰ সো পেনেলত যোগাযোগৰ বিৱৰণবোৰ চাওক. ইয়াক আপডেট কৰা হৈছে.
05,13 এতিয়া, থান্ডাৰবার্ডত কিভাবে আমি অলাগতিয়াল যোগাযোগ বোৰ মুছি দিব পাৰিম?
05,18 প্রথমে, যোগাযোগ (Contact) নির্বাচন কৰক.
05,20 কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু দিলিট ক্লিক কৰক.
05,25 এটি কনফার্মেশন ডায়লগ বক্স উলায়. OK ক্লিক কৰক .

 

05,30 যোগাযোগটো মুছি গল আৰু যোগাযোগৰ তালিকাত আৰু প্রদর্শিত নহব.
05,37 থান্ডাৰবার্ডে আপোনাক আপোনাৰ নিজৰ address book তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে
05,41 এইটো দুটি ডিফল্ট বোক্চৰ ( default books ) বাবে হয়, যি ব্যক্তিগত ঠিকানা পুস্তিকা  (Personal Address Book) আৰু সংগৃহীত ঠিকানা  (Collected Addresses) হয়
05,50 এটি নতুন Address Book তৈয়াৰ কৰা যাওক.
05,53 মনত ৰাখিব, আপোনি Address Book ডায়লগ খোলি ৰখা আবশ্যক হয়.
05,58 প্রধান মেনুৰ পৰা ফাইলৰলৈ যাওক, New  ক্লিক কৰক আৰু নির্বাচন কৰক Address Book.
06,04 নতুন Address Book ডায়লগ বক্স প্রদর্শিত হয়
06,08 Address Book নামৰ ক্ষেত্রত , Office Contacts লিখক. OKত ক্লিক কৰক
06,16 আমি তৈয়াৰ কৰি থোৱা address book বাও প্যানেলত প্রদর্শন কৰা হয় .
06,20 আপোনি ডিফল্ট address books ব্যবহাৰ কৰা একেই পদ্ধতিতেই এই address books ব্যবহাৰ কৰিব পাৰিব.
06,28 এই টিউটোৰিয়েল ৰখাওক আৰু এই নিয়োগটো কৰক .
06,31 নতুন address books তৈয়াৰ কৰক আৰু  ইয়াত যোগাযোগবোৰ যোগ কৰক.
06,36 পিছত, address books মুছিবলৈ (delete) শিকা যাওক .
06,41 মনত ৰাখিব, আপোনি এটি address book ডিলিট কৰাত  ইয়াৰ লগত সংযোগ হৈ থকা সকলো যোগাযোগ মুছি যায় .
06.50 বাও প্যানেলৰ পৰা address book Office Contacts ডিলিট কৰিবলৈ ইয়াক নিৰ্বাচন কৰক
06,56 প্রসঙ্গ (context) তালিকা চাবলৈ সো ক্লিক কৰক আৰু Delete নির্বাচন কৰক .
07.01 এটি ডায়লগ বক্সে আপোনাক delete প্ৰক্ৰীয়াটো নিশ্চিত কৰিবলৈ অনুৰোধ কৰে . OK ক্লিক কৰক  .
07,10 address book মুছা গল .
07,14 এই টিউটোৰিয়েল ৰখাওক আৰু এই নিয়োগটো কৰক .
07,17 Additional Office Contacts (অতিৰিক্ত অফিস যোগাযোগ) নামৰ এটি নতুন address book তৈয়াৰ কৰক.
07,22

address book টুলবাৰত সম্পাদনা (Edit) অপশনটি ব্যবহাৰ কৰক

07,27 এই address book মুছি দিয়ক .
07,30 প্রধান মেনুৰ  পৰা address book ডায়লগ বক্সত Edit আৰু Search Addresses নির্বাচন কৰক .
07,37 addresses ৰ বাবে Advanced Search বিকল্পটি ব্যবহাৰ কৰক .
07,43 থান্ডাৰবার্ডে আমাক অন্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগবোৰ আমদানি (import)

 কৰিবলৈ অনুমতি দিয়ে.

07,48 এনেধৰনে আমি যোগাযোগবোৰৰ তথ্য নেহেৰোৱাকে ইয়াক আপডেট কৰিব পাৰো .
07,55 আমাৰ জিমেইল একাউন্টৰ পৰা যোগাযোগবোৰ (import) আমদানি কৰা যাওক
07,59 প্রথমে আমি জিমেইল একাউন্ট খুলু.
08,02 নতুন ব্রাউজাৰ এটা খোলক আৰু URL www.gmail.com লিখক.  Enter প্ৰেচ কৰক.
08,12 জিমেইল হোম পেজে প্রদর্শিত হয়.
08,15 STUSERONE এট জিমেইল ডট কম হিসাবে ইউজাৰনেম লিখক. আপোনাৰ পাসওয়ার্ড লিখক.


08,24 সাইন ইন ক্লিক কৰক . জিমেইল উইন্ডো প্রদর্শিত হয়.
08,29 এই টিউটোৰিয়েলৰ বাবে আমি জিমেইলত চাৰিটা যোগাযোগ তৈয়াৰ কৰিছো.
08,35 জিমেইল উইন্ডোৰ উপৰৰ বাও ফালৰ পৰা, জিমেইল আৰু যোগাযোগত ক্লিক কৰক.
08,41 Contacts (যোগাযোগ) ট্যাব প্রদর্শিত হয়.
08,44 More ক্লিক কৰক আৰু  Export  নির্বাচন কৰক
08,48  Export contacts ডায়লগ বক্স প্ৰদর্শিত হয়
08,51   ক্ষেত্রত আপোনি  কোনটো যোগাযোগ export কৰিব বিচাৰে, সমস্ত যোগাযোগ নির্বাচন কৰক ? .
08,58 ক্ষেত্রত কোনটো export ফৰ্মেট ? আউটলুক CSV ফৰ্মেট নির্বাচন  কৰক. Export ক্লিক কৰক.
09,06 Opening contacts.csv ডায়লগ বক্স প্রদর্শিত হয়  .
09,11 নির্বাচন কৰক সেভ ফাইল . OK ক্লিক কৰক.
09.15 ডাউনলোড ডায়লগ বক্স প্রদর্শিত হয় .
09,18 এইটো ডকুমেন্টটো সেভ হৈ থকা ডিফল্ট ফোল্ডাৰ হয়
09,23 ফাইলটো ডিফল্ট ডাউনলোড ফোল্ডাৰত contacts.csv হিসাবে সংৰক্ষিত হয়.
0930 ডাউনলোড ডায়ালগ বক্স বন্ধ কৰক.
09,34 প্রধান মেনুৰ পৰা, টোল্চ ক্লিক কৰক আৰু Import  নির্বাচন কৰক.
09,39   Import ডায়লগ বক্স প্রদর্শিত হয় .
09,42 Address Books নির্বাচন কৰক. Next ক্লিক কৰক .
09,47 **** 

Select type of file listৰ পৰা টেক্সট ফাইলত ক্লিক কৰক Next  ক্লিক কৰক.

09,54 ডাউনলোড ফোল্ডাৰলৈ ব্রাউজ কৰক.
09,57 the Select which types of files are shown বাটনটো ক্লিক কৰক আৰু

All Files নির্বাচন কৰক.

10.04 নির্বাচন কৰক contacts.csv. ওপেনত ক্লিক কৰক  .
10.10 Import Address Book ডায়লগ বক্স প্রদর্শিত হয়  .
10.14 নিশ্চিত কৰক যে বক্স First record contains field names চেক হৈ অাছে.


10.20 এই টিউটোৰিয়েলত, আমি মাত্ৰ First Name, Last Name and Primary Email fields বোৰহে মিলাও আৰু

প্ৰশিক্ষন কৰিম

10.28 আৰু বাও ফালৰ পৰা সকলো অনয় ক্ষেত্রবোৰক  আনচেক কৰক
10.33 ইতিমধ্যে বাও ফালে থকা First Name এ সোফালে থকা First Nameৰ লগত সংযুক্ত হৈ আছে.
10.39 আপোনি বাওফালে মোজিলা থান্ডাৰবার্ড Address Book fields columnক মিলাবলৈ মোভ আপ আৰু মোভ ডাওন ব্যবহাৰ কৰা প্রয়োজন হয়
10.47 জিমেইলৰ লগত সো ফালে Record data to import  কলমত.
10.52 বাও ফালে Last Name field  নির্বাচন কৰক আৰু মোভ ডাওন বাটন ক্লিক কৰক.
10.58 মন কৰক যে, Address Book fields কলমত the Last Name আৰু the Record data to import কলমত থকা the Last Name এতিয়া সংযোক্ত হৈছে 
11.07 এতিয়া, প্রাথমিক ইমেল নির্বাচন কৰক , আৰু Move Down বটনত ক্লিক কৰক যেতিয়ালৈকে ই  E-mail Addressৰ লগত সংযোক্ত হৈ থাকিব.  OK ত ক্লিক কৰক .
11.17 address book য়ে ইম্পোর্ট কৰা মেছেজটো প্রদর্শন কৰা হয় . Finish ক্লিক কৰক.
11.24 Gmail Address Book থান্ডাৰবার্ডলৈ import (আমদানি) হৈছে .


11.28

Address Book ডায়লগ বক্সৰ বাও পেনেলত , এটি নতুন ফোল্ডাৰ  contacts বোলি  যোগ কৰিছে

11,36

contacts ত ক্লিক কৰক.

11,38 ইমেল ঠিকনাৰ সৈতে প্রথম নামটো প্রদর্শিত হয়.
11.43 আমি থান্ডাৰবার্ডলৈ জিমেইল address book import (আমদানি) কৰিছো
11,48 ডায়লগ বক্সৰ উপৰৰ বাও কোনত ৰেড ক্রসত ক্লিক কৰি Address Book  বন্ধ কৰক.
11.55 অবশেষত, থান্ডাৰবার্ডৰ পৰা লগ আউট হওক . প্রধান মেনুৰ পৰা, File আৰু Quit ক্লিক কৰক  .
12.02 ইয়াতে থান্ডাৰবার্ডৰ টিউটোৰিয়েলৰ শেষলৈ আহিলো . 
12.06 এই টিউটোৰিয়েলত আমি Address Bookৰ পৰা যোগ কৰা, চোৱা, সংশোধন কৰা আৰু যোগাযোগ মুছা শিকিলো .  আমি আৰু শিকিলো কিভাবে:
12.17 এটি নতুন Address Book তৈয়াৰ কৰে.
12.19 এটা স্থায়ী Address Book ডিলিট কৰা
12.21 Import) কৰা .
12.25 ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে.
12.27 নতুন address book তৈয়াৰ কৰা
12,29 যোগাযোগ যোক্ত কৰা আৰু চোৱা
12,32 Import (আমদানি) কৰক.
12,38 address book ইমপোর্ট কৰাৰ সময়ত সকলো ক্ষেত্রক নিৰ্বাচন কৰক আৰু মিলাওক.
12.43 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
12.46 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
12.50 যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
12.54 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
12.56 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
12.59 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
13.03 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
13.10 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
13.14 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
13.22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
13.32 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya