Thunderbird/C2/Address-Book/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00:00 | নমস্কাৰ দৰ্শক সকল. মোজিলা থান্ডাৰবার্ডত এদ্ৰেছ বোকৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
| 00:06 | এই টিউটোৰিয়েলত আমি যোগ, চোৱা, পৰিবর্তন আৰু মুছিবলৈ শিকিম. |
| 00:14 | আমি আৰু শিকিম : |
| 00:16 | কিভাবে এটা নতুন এদ্ৰে্ছ বোক তৈয়াৰ কৰিব পাৰে. |
| 00:18 | এটা স্থায়ী এদ্ৰে্ছ বোক দিলিট কৰা. |
| 00:20 | অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি কৰা . |
| 00:24 | ইয়াত আমি উবুন্টু 12.04 ত মোজিলা থান্ডাৰবার্ড 13.0.1 ব্যবহাৰ কৰিছো. |
| 00:32 | এটি এদ্ৰেছ বোক কি? |
| 00:34 | আপোনাৰ মোবাইল ফোনত থকা Contacts (ঠিকানা) বৈশিষ্ট্যৰ নিচিনা এদ্ৰেছ বোকে একেই ভাবে কাম কৰে. |
| 00:39 | আপোনি যোগাযোগ তৈয়াৰ কৰা আৰু ভালকে ৰখাৰ বাবে এদ্ৰেছ বোক ব্যবহাৰ কৰিব পাৰে. |
| 00:45 | থান্ডাৰবার্ডত এদ্ৰেছ বোক দুই ধৰনৰ আছে : |
| 00:48 | ব্যক্তিগত এদ্ৰেছ বোকে আপোনাক নতুন যোগাযোগ তৈয়াৰ কৰিব দিয়ে. |
| 00:53 | সংগৃহীত এদ্ৰেছ বোকে স্বয়ংক্রিয়ভাবে outgoing বা sent মেইলৰ পৰা ইমেইল ঠিকানা সংগ্রহ কৰে. |
| 00:59 | লঞ্চাৰত থান্ডাৰবার্ড আইকনত ক্লিক কৰক. |
| 01:02 | থান্ডাৰবার্ড উইন্ডো প্রর্দশিত হব. |
| 01:05 | এতিয়া, ব্যক্তিগত এদ্ৰেছ বোকত যোগাযোগ যুক্ত কৰিবলৈ শিকা যাওক . |
| 01:10 | প্রধান মেনুৰ পৰা, টুল্চ আৰু এদ্ৰেছ বোকত ক্লিক কৰক . |
| 01:14 | এদ্ৰেছ বোক ডায়লগ বক্স প্রদর্শিত হয়. |
| 01:17 | বাও প্যানেলত , আপোনি ব্যক্তিগত আৰু সংগৃহীত এদ্ৰেছ বোক দুয়োটা দেখিব পাৰিব. |
| 01:23 | ডিফল্টৰুপে ব্যক্তিগত এদ্ৰেছ বোক বাও প্যানেলত নির্বাচন কৰা হয় . |
| 01:28 | সো প্যানেল দুই ভাগত ভাগ কৰা হৈছে . |
| 01:31 | উপৰৰ আধা ভাগ যোগাযোগ মানে contacts প্রদর্শন কৰে. |
| 01:34 | তলৰ আধা ভাগে শীর্ষত নির্বাচিত যোগাযোগ বোৰৰ সম্পূর্ণ বিৱৰণ প্রদর্শন কৰে. |
| 01:40 | এটি নতুন যোগাযোগ তৈয়াৰ কৰা যাওক. |
| 01:44 | টুলবাৰত, New Contact ক্লিক কৰক |
| 01:47 | নতুন যোগাযোগ (contact) ডায়লগ বক্স প্রদর্শিত হয়. |
| 01:50 | (Contact) যোগাযোগ ট্যাবত ক্লিক কৰক. |
| 01:53 | প্রথমে AMyNewContact হিসাবে প্রবেশ কৰা যাওক. |
| 01:57 | USERONE@gmail.com হিসাবে ইমেল লিখক |
| 02:02 | মন কৰক যে ডিসপ্লে(Display) নাম ফীল্দ স্বয়ংক্রিয়ভাবে প্রথম নামৰ সৈতে আপডেট হৈ যায়. |
| 02:10 | প্ৰাইভেত ট্যাব ক্লিক কৰক. যোগাযোগৰ বাবে সম্পূর্ণ পোস্টেল ঠিকনা সংৰক্ষণ কৰিবলৈ এই ট্যাব ব্যবহাৰ কৰক |
| 02:18 | আপোনি প্রাসঙ্গিক তথ্য আৰু যোগাযোগৰ চিত্র সংৰক্ষণ কৰিবলৈ other, work, আৰু photo ট্যাব ব্যবহাৰ কৰিব পাৰে. |
| 02:26 | OK ক্লিক কৰক |
| 02:29 | contact যোগ কৰা হৈছে আৰু সো প্যানেলত প্রদর্শন কৰা হৈছে. |
| 02:34 | একেই পদ্ধতিত আৰু দুটি contact VMyNewContact আৰু ZMyNewContact যোগ কৰো. |
| 02:48 | ধৰাহওক ,আমি নামেৰে contactsবোৰ ক্ৰমত(sort ) আনিব বিচাৰো. |
| 02:52 | প্রধান মেনুৰ পৰা, View, Sort by আৰু Nameত ক্লিক কৰক. |
| 02:58 | মন কৰক যে ডিফল্টৰুপে contact বোৰ আৰোহী ক্রমানুসাৰে(ascending order) সজ্জিত হৈছে . |
| 03:04 | ইয়াক ascending ক্রমত বিভত্ত কৰিবলৈ প্রধান মেনুৰ পৰা, View, Sort by আৰু Ascendingত ক্লিক কৰক. |
| 03:13 | অথবা, Address Book ডায়লগ বক্সত, সো প্যানেলৰ পৰা, কেবল নামত ক্লিক কৰক. |
| 03:19 | নামবোৰ এতিয়া descending ক্রমত বিভত্ত হয় ! |
| 03:24 | এতিয়া, যোগাযোগৰ বাবে অনুসন্ধান কৰা যাওক . |
| 03:27 | আমি নাম বা ইমেলৰ দ্ৱাৰা (Name or the By Email) ব্যবহাৰ কৰি এটি যোগাযোগ অনুসন্ধান কৰিব পাৰো. |
| 03:33 | নাম AMyNewContact ৰ বাবে অনুসন্ধান কৰো. |
| 03:37 | Address Book ডায়লগ বক্সলৈ যাওক . |
| 03:40 | অনুসন্ধান ক্ষেত্রত, AMyNewContact লিখক. |
| 03:45 | অনুসন্ধান ক্ষেত্র (Search field) মন কৰক |
| 03:47 | Magnifying glass আইকন ৰ পৰিবর্তে, এটি সৰু ক্রস আইকন প্রদর্শন কৰা হয়. |
| 03:54 | মাত্ৰ AMyNewContact যোগাযোগ উপৰৰ সো প্যানেলত প্রদর্শন কৰা হয় . |
| 04:01 | এতিয়া, অনুসন্ধান ক্ষেত্রত , ক্রস আইকনত ক্লিক কৰক. |
| 04:05 | সমস্ত যোগাযোগবোৰ এতিয়া উপৰৰ সো প্যানেলত দৃশ্যমান হয়. |
| 04:09 | এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগ কৰক . |
| 04:13 | Subject মানে বিষয় দ্বাৰা ইমেলৰ বাবে অনুসন্ধান কৰক. |
| 04:16 | ধৰক ZMyContact ৰ বাবে যোগাযোগৰ তথ্য পৰিবর্তন হল. |
| 04:21 | আমি এই তথ্য সম্পাদনা কৰিব পাৰোনে? হয়, আমি কৰিব পাৰো ! |
| 04:26 | সো প্যানেলৰ পৰা, ZMyNewContact নির্বাচন কৰো . |
| 04:30 | এতিয়া, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু বৈশিষ্ট্যাৱলী বোৰ নির্বাচন কৰক. |
| 04:36 | ZMyNewContact ডায়লগ বক্সৰ বাবে (সম্পাদনা যোগাযোগ) Edit Contact প্রদর্শিত হয় |
| 04:42 | নাম টো MMyNewContactলৈ পৰিবর্তন কৰা যাওক. |
| 04:46 | এতিয়া, Field Display Nameটো MMyNewContactলৈ পৰিবর্তন কৰা যাওক. |
| 04:53 | আমি এটি ওয়ার্ক শিৰোনাম (Work Title) আৰু বিভাগও (Department) যোগ কৰিম. |
| 04:57 | ওয়ার্ক ট্যাবত ক্লিক কৰক. |
| 04:59 | শিৰোনামত ম্যানেজাৰ লিখক আৰু বিভাগত HR লিখক. OKত ক্লিক কৰক. |
| 05:06 | তলৰ সো পেনেলত যোগাযোগৰ বিৱৰণবোৰ চাওক. ইয়াক আপডেট কৰা হৈছে. |
| 05:13 | এতিয়া, থান্ডাৰবার্ডত কিভাবে আমি অলাগতিয়াল যোগাযোগ বোৰ মুছি দিব পাৰিম? |
| 05:18 | প্রথমে, যোগাযোগ(Contact) নির্বাচন কৰক. |
| 05:20 | কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু দিলিট ক্লিক কৰক. |
| 05:25 | এটি কনফার্মেশন ডায়লগ বক্স উলায়. OK ক্লিক কৰক . |
| 05:30 | যোগাযোগটো মুছি গল আৰু যোগাযোগৰ তালিকাত আৰু প্রদর্শিত নহব. |
| 05:37 | থান্ডাৰবার্ডে আপোনাক আপোনাৰ নিজৰ এদ্ৰেছ বোক তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে |
| 05:41 | এইটো দুটি ডিফল্ট বোক্চৰ ( default books ) বাবে হয়, যি ব্যক্তিগত ঠিকানা পুস্তিকা (Personal Address Book) আৰু সংগৃহীত ঠিকানা (Collected Addresses) হয় |
| 05:50 | এটি নতুন এদ্ৰেছ বোক তৈয়াৰ কৰা যাওক. |
| 05:53 | মনত ৰাখিব, আপোনি এদ্ৰেছ বোক ডায়লগ খোলি ৰখা আবশ্যক হয়. |
| 05:58 | প্রধান মেনুৰ পৰা ফাইলৰলৈ যাওক, Newত ক্লিক কৰক আৰু নির্বাচন কৰক এদ্ৰেছ বোক. |
| 06:04 | New Address Book ডায়লগ বক্স প্রদর্শিত হয় |
| 06:08 | Address Book নামৰ ক্ষেত্রত , Office Contacts লিখক. OKত ক্লিক কৰক |
| 06:16 | আমি তৈয়াৰ কৰি থোৱা এদ্ৰেছ বোক বাও প্যানেলত প্রদর্শন কৰা হয় . |
| 06:20 | আপোনি ডিফল্ট এদ্ৰেছ বোক ব্যবহাৰ কৰা একেই পদ্ধতিতেই এই এদ্ৰেছ বোক ব্যবহাৰ কৰিব পাৰিব. |
| 06:28 | এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগটো কৰক . |
| 06:31 | নতুন এদ্ৰেছ বোক তৈয়াৰ কৰক আৰু ইয়াত যোগাযোগবোৰ যোগ কৰক. |
| 06:36 | পিছত, এদ্ৰেছ বোক delete মানে মুছিবলৈ শিকা যাওক . |
| 06:41 | মনত ৰাখিব, আপোনি এটি এদ্ৰেছ বোক ডিলিট কৰাত ইয়াৰ লগত সংযোগ হৈ থকা সকলো যোগাযোগ মুছি যায় . |
| 06:50 | বাও প্যানেলৰ পৰা address book Office Contacts ডিলিট কৰিবলৈ ইয়াক নিৰ্বাচন কৰক |
| 06:56 | context তালিকা চাবলৈ সো ক্লিক কৰক আৰু Delete নির্বাচন কৰক . |
| 07:01 | এটি ডায়লগ বক্সে আপোনাক ডিলিট (delete) প্ৰক্ৰীয়াটো নিশ্চিত কৰিবলৈ অনুৰোধ কৰে. OK ক্লিক কৰক . |
| 07:10 | এদ্ৰেছ বোক মুছা গল . |
| 07:14 | এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগটো কৰক . |
| 07:17 | Additional Office Contacts (অতিৰিক্ত অফিস যোগাযোগ) নামৰ এটি নতুন এদ্ৰেছ বোক তৈয়াৰ কৰক. |
| 07:22 | এদ্ৰেছ বোক টুলবাৰত সম্পাদনা (Edit) অপশনটি ব্যবহাৰ কৰক |
| 07:27 | এই এদ্ৰেছ বোক মুছি দিয়ক . |
| 07:30 | প্রধান মেনুৰ পৰা এদ্ৰেছ বোক ডায়লগ বক্সত Edit আৰু Search Addresses নির্বাচন কৰক . |
| 07:37 | addresses ৰ বাবে Advanced Search বিকল্পটি ব্যবহাৰ কৰক . |
| 07:43 | থান্ডাৰবার্ডে আমাক অন্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগবোৰ আমদানি (import) কৰিবলৈ অনুমতি দিয়ে. |
| 07:48 | এনেধৰনে আমি যোগাযোগবোৰৰ তথ্য নেহেৰোৱাকে ইয়াক আপডেট কৰিব পাৰো . |
| 07:55 | আমাৰ জিমেইল একাউন্টৰ পৰা যোগাযোগবোৰ import মানে আমদানি কৰা যাওক |
| 07:59 | প্রথমে আমি জিমেইল একাউন্ট খুলু. |
| 08:02 | নতুন ব্রাউজাৰ এটা খোলক আৰু URL www.gmail.com লিখক. এন্টাৰ প্ৰেচ কৰক. |
| 08:12 | জিমেইল হোম পেজ প্রদর্শিত হয়. |
| 08:15 | STUSERONE@gmail.com হিসাবে ইউজাৰনেম লিখক. আপোনাৰ পাসওয়ার্ড লিখক. |
| 08:24 | সাইন ইন ক্লিক কৰক. জিমেইল উইন্ডো প্রদর্শিত হয়. |
| 08:29 | এই টিউটোৰিয়েলৰ বাবে আমি জিমেইলত চাৰিটা যোগাযোগ তৈয়াৰ কৰিছো. |
| 08:35 | জিমেইল উইন্ডোৰ উপৰৰ বাও ফালৰ পৰা, জিমেইল আৰু যোগাযোগত ক্লিক কৰক. |
| 08:41 | Contacts (যোগাযোগ) ট্যাব প্রদর্শিত হয়. |
| 08:44 | Moreত ক্লিক কৰক আৰু Export নির্বাচন কৰক |
| 08:48 | Export contacts ডায়লগ বক্স প্ৰদর্শিত হয় |
| 08:51 | ক্ষেত্রত আপোনি কোনটো যোগাযোগ export কৰিব বিচাৰে, সমস্ত যোগাযোগ নির্বাচন কৰক ? . |
| 08:58 | ক্ষেত্রত কোনটো export ফৰ্মেট ? আউটলুক CSV ফৰ্মেট নির্বাচন কৰক. Export ক্লিক কৰক. |
| 09:06 | Opening contacts.csv ডায়লগ বক্স প্রদর্শিত হয় . |
| 09:11 | নির্বাচন কৰক সেভ ফাইল. OKত ক্লিক কৰক. |
| 09:15 | ডাউনলোড ডায়লগ বক্স প্রদর্শিত হয় . |
| 09:18 | এইটো ডকুমেন্টটো সেভ হৈ থকা ডিফল্ট ফোল্ডাৰ হয় |
| 09:23 | ফাইলটো ডিফল্ট ডাউনলোড ফোল্ডাৰত contacts.csv হিসাবে সংৰক্ষিত হয়. |
| 09:30 | ডাউনলোড ডায়ালগ বক্স বন্ধ কৰক. |
| 09:34 | প্রধান মেনুৰ পৰা, টোল্চ ক্লিক কৰক আৰু Import নির্বাচন কৰক. |
| 09:39 | Import ডায়লগ বক্স প্রদর্শিত হয় . |
| 09:42 | Address Books নির্বাচন কৰক. Next ক্লিক কৰক . |
| 09:47 | Select type of file তালিকাৰ পৰা টেক্সট ফাইলত ক্লিক কৰক Next ক্লিক কৰক. |
| 09:54 | ডাউনলোড ফোল্ডাৰলৈ ব্রাউজ কৰক. |
| 09:57 | the Select which types of files are shown বাটনটো ক্লিক কৰক আৰু All Files নির্বাচন কৰক. |
| 10:04 | নির্বাচন কৰক contacts.csv. ওপেনত ক্লিক কৰক . |
| 10:10 | Import Address Book ডায়লগ বক্স প্রদর্শিত হয় . |
| 10:14 | নিশ্চিত কৰক যে বক্স First record contains field names চেক হৈ অাছে. |
| 10:20 | এই টিউটোৰিয়েলত, আমি মাত্ৰ First Name, Last Name আৰু Primary Email fields বোৰহে মিলাও আৰু প্ৰশিক্ষন কৰিম |
| 10:28 | আৰু বাও ফালৰ পৰা সকলো অনয় ক্ষেত্রবোৰক আনচেক কৰক |
| 10:33 | ইতিমধ্যে বাও ফালে থকা First Name এ সোফালে থকা First Nameৰ লগত সংযুক্ত হৈ আছে. |
| 10:39 | আপোনি বাওফালে মোজিলা থান্ডাৰবার্ড Address Book fields columnক মিলাবলৈ মোভ আপ আৰু মোভ ডাওন ব্যবহাৰ কৰা প্রয়োজন হয় |
| 10:47 | জিমেইলৰ লগত সো ফালে Record data to import কলমত. |
| 10:52 | বাও ফালে Last Name field নির্বাচন কৰক আৰু মোভ ডাওন বাটন ক্লিক কৰক. |
| 10:58 | মন কৰক যে, Address Book fields কলমত the Last Name আৰু the Record data to import কলমত থকা the Last Name এতিয়া সংযোক্ত হৈছে |
| 11:07 | এতিয়া, প্রাথমিক ইমেল নির্বাচন কৰক, আৰু Move Down বটনত ক্লিক কৰক যেতিয়ালৈকে ই E-mail Addressৰ লগত সংযোক্ত হৈ থাকিব. OK ত ক্লিক কৰক . |
| 11:17 | address book য়ে ইম্পোর্ট কৰা মেছেজটো প্রদর্শন কৰা হয়. Finish ক্লিক কৰক. |
| 11:24 | Gmail Address Book থান্ডাৰবার্ডলৈ import (আমদানি) হৈছে . |
| 11:28 | এদ্ৰেছ বোক ডায়লগ বক্সৰ বাও পেনেলত , এটি নতুন ফোল্ডাৰ contacts বোলি যোগ কৰিছে |
| 11:36 | contacts ত ক্লিক কৰক. |
| 11:38 | ইমেল ঠিকনাৰ সৈতে প্রথম নামটো প্রদর্শিত হয়. |
| 11:43 | আমি থান্ডাৰবার্ডলৈ জিমেইল এদ্ৰেছ বোক import (আমদানি) কৰিছো |
| 11:48 | ডায়লগ বক্সৰ উপৰৰ বাও কোনত ৰেড ক্রসত ক্লিক কৰি এদ্ৰেছ বোক বন্ধ কৰক. |
| 11:55 | অবশেষত, থান্ডাৰবার্ডৰ পৰা লগ আউট হওক. প্রধান মেনুৰ পৰা, File আৰু Quit ক্লিক কৰক . |
| 12:02 | ইয়াতে থান্ডাৰবার্ডৰ টিউটোৰিয়েলৰ শেষলৈ আহিলো . |
| 12:06 | এই টিউটোৰিয়েলত আমি এদ্ৰেছ বোকৰ পৰা যোগ কৰা, চোৱা, সংশোধন কৰা আৰু যোগাযোগ মুছা শিকিলো. আমি আৰু শিকিলো কিভাবে: |
| 12:17 | এটি নতুন এদ্ৰেছ বোক তৈয়াৰ কৰে. |
| 12:19 | এটা স্থায়ী এদ্ৰেছ বোক ডিলিট কৰা |
| 12:21 | অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ Import কৰক. |
| 12:25 | ইয়াতে আপোনাৰ বাবে এটি নিয়োগ আছে. |
| 12:27 | নতুন এদ্ৰেছ বোক তৈয়াৰ কৰা |
| 12:29 | যোগাযোগ যোক্ত কৰা আৰু চোৱা |
| 12:32 | আপোনাৰ থান্ডাৰবার্ড অ্যাকাউন্টলৈ আপোনাৰ ব্যক্তিগত ইমেইল আইডিৰ পৰা যোগাযোগ Import (আমদানি) কৰক. |
| 12:38 | এদ্ৰেছ বোক ইমপোর্ট কৰাৰ সময়ত সকলো ক্ষেত্রক নিৰ্বাচন কৰক আৰু মিলাওক. |
| 12:43 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 12:46 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 12:50 | যদি আপোনাৰ ব্যান্ডউইডথভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 12:54 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 12:56 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 12:59 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 13:03 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 13:10 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 13:14 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 13:22 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 13:32 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |