Linux-Old/C2/Ubuntu-Desktop-10.10/Assamese
From Script | Spoken-Tutorial
| VISUAL CUE | NARRATION |
| 0:00 | উবন্টু ডেস্কটৰ স্পকেন ট্যুটৰিয়ললৈ আপোনালোকক আদৰবি জনাইছো৷ |
| 0:04 | এই ট্যুটৰিয়েল ব্যৱহাৰ কৰি আমি পৰিচিত হম জিনম এনডাইৰনমেন্টন উবুন্টু ডেস্কটপৰ সৈতে৷ |
| 0:12 | ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু ১০.১০ |
| 0:19 | আপোনালোকে এতিয়া ঘি দেখিছে সেইয়া হৈছে উবন্টু ডেস্কটপ৷ |
| 0:24 | উপৰৰ বাওহাতৰ চাইদৰ কোণত আমি দেখিবলৈ পাম মেইন মেন্যু৷ |
| 0:31 | এইটো খোলিবলৈ অল্ট- এফ১ টিপক বা এপ্লিকেশ্যনলৈ ঘাওক আৰু ক্লিক কৰক৷ |
| 0:40 | এই এপ্লিকেশ্যন মেন্যুত সকলো উঞ্চটল কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷ |
| 0:48 | আহক এই এপ্লিকেশ্যন মেন্যুন কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷ |
| 0:55 | আহক আমি ঘাও এপ্লিকেশ্যন একচে্চৰিজ ক্যেলকুলেটৰলৈ৷ |
| 1:04 | ক্যেলকুলেটৰে এৰিথম্যমতিক ছাইন্টফিক আৰু ফাইনেন্সিয়েল ক্যেলকুলশ্যনত সহায় কৰে৷ |
| 1:12 | আহক এইটো খোলো৷ ক্যেলকুলেটৰত ক্লিক কৰক৷ |
| 1:18 | কিছুমান সাধশৰন ক্যেল্কুলেশ্যন কৰি চাও৷ |
| 1:22 | টাইপ কৰক ৫ (ইন্টু)৮ আৰু = চাইন টিপক৷ |
| 1:32 | = চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷ |
| 1:39 | ক্লজ বাটন টিপি ক্যেলকুলেটৰৰ পৰা ওলাই আহক৷ |
| 1:46 | আহক এটা বেলগ এপ্লিকেশ্যন চাও৷ |
| 1:50 | তাৰবাবে এপ্লিকেশ্যনলৈ ঘূৰি ঘাওক আৰু এক্সেচৰিজলৈ ঘাওক৷ |
| 1:59 | এক্সেচৰিজত টেকষ্ট এডিতৰ অপেন কৰক৷ ইয়াত ক্লিক কৰক৷ |
| 2:09 | এতিয়া আপোনি স্ক্ৰিনত ঘি দেখিব সেইয়া হৈছে জিএডিত টেকষ্ট এডিতৰ৷ |
| 2:16 | ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেভ কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷ |
| 2:28 | এইটো চেভ কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেভত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেভ কৰিম৷ |
| 2:45 | এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব যত ফাইলটো চেড হব৷ |
| 2:56 | মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেভ বাটনত ক্লিক কৰিম৷ |
| 3:15 | এতিয়া এই জিএডিটতো ক্লজ কৰক আৰু চাও আহক আমাৰ ফাইলটো ডেস্কপত চেড হলনে নাই৷ |
| 3:24 | এতিয়া ডেস্কটপত আপোনি হ্যালো টেক্সট্ ফাইলটো দেখা পাব৷ |
| 3:30 | সেয়ে আমাৰ text file টো সফলভাবে চেভ হ’ল |
| 3:35 | মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷ |
| 3:40 | বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷ |
| 3:44 | ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বিষয়ে জানিব পৰা যায়৷ |
| 3:50 | http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷ |
| 4:00 | আহক টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷ |
| 4:12 | এতিয়া এপ্লিকেশন (এক্সেচৰিজ) ঘূৰি ঘাও আৰু তাৰপিছত ট্যৰমিনেলটল: |
| 4:19 | ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইয়াৰ পৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷ |
| 4:25 | আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷ |
| 4:30 | ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷ |
| 4:36 | ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷ |
| 4:41 | ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷ |
| 4:48 | এই ফাইল আৰু ফল্ডাৰবোৰ হয় ফল্ডাৰৰ পৰা দেখুৱাইছে৷ |
| 4:55 | এই টিউটৰিয়েলত হম ফল্ডাৰকি হ’ম আমি পিছত দেখা পাম৷ |
| 5:01 | আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http://spoken-tutorial.org ত ডালদৰে বুজাই দিয়া হৈছে৷ |
| 5:17 | ট্যাৰমিনেল ক্লজ কৰক৷ |
| 5:20 | এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷ |
| 5:27 | ইয়াৰ বাবে এপ্লিকেশ্যন ইন্টাৰনেত ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ যাওক। ইয়াত ক্লিক কৰক৷ |
| 5:36 | পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷ |
| 5:43 | ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷ |
| 5:53 | মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷ |
| 6:00 | মই টাইপ কৰিম "www.gmail.com" |
| 6:04 | মই যেতিয়া টাইপ কৰিম ফাইয়াৰ ফক্সে কিছুমান সম্ভাবনা দেখুৱাব পাৰে৷ |
| 6:09 | ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷ |
| 6:15 | ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷ |
| 6:22 | এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷ |
| 6:36 | এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷ |
| 6:45 | এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন৷ |
| 6:53 | অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্রেডশীত আৰু প্ৰেজেন্টেশ্যন৷ |
| 7:03 | ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷ |
| 7:07 | ভবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷ |
| 7:12 | আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক এপ্লিকেশ্যন চাউন্ড আৰু ভিডিঅ৷ |
| 7:21 | ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷ |
| 7:35 | মই এতিয়া পেন দ্ৰাইভৰ পৰা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোৰ পেন দ্ৰাইডটো এটা ইউচবি স্লটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷ |
| 7:48 | ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷ |
| 7:53 | তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাব৷ |
| 8:08 | আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ভাৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু ডি টিপিম৷ |
| 8:37 | ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইভটো উপস্থিত আছে৷ |
| 8:42 | দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷ |
| 8:46 | এতিয়া মই ubuntuhumanity.ogv মোভী ফাইলটো প্লে কৰিবলৈ বাছি লম৷ |
| 8:57 | ইয়াত এইটো মোৰ ফাইল। এতিয়া ইয়াক খুলিবলৈ ডবল ক্লিক কৰিম। |
| 9:09 | ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷ |
| 9:13 | আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷ |
| 9:18 | তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷ |
| 9:27 | ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷ |
| 9:29 | উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷ |
| 9:34 | আমি কব পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷ |
| 9:42 | ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutorial.org ৰ পৰা৷ |
| 9:56 | আমাৰ হম ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ চাব পাৰো। |
| 10:08 | লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷ |
| 10:16 | আমি টেকস্ট এডিতৰত চেভ কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷ |
| 10:25 | তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷ |
| 10.31 | ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷ |
| 10:37 | তাৰবাবে চিচট্যেম প্ৰিফাৰেন্সেজ এপিয়াৰেন্সলৈ ঘাওক আৰু ক্লিক কৰক৷ |
| 10:44 | ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটল্দ থিমচত থাকিব৷ আহক আমি ক্লিয়াৰলুক বাছি লও৷ |
| 10:52 | এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷ |
| 10:58 | বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ভালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰি ফন্ডাৰলৈ ঘুৰি ঘাও৷ |
| 11:10 | যিটো থিম ভাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি উলাই ঘাব পাৰিব৷ |
| 11:18 | এই ট্যুটৰিয়েল ইয়াতেই সামৰনি মাৰিছো৷ |
| 11:21 | ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে,মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা আইকনবোৰৰ বিষয়ে৷ |
| 11:31 | স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয় যি ICT দ্ৱাৰা নেছনেল মিছন অন এদুকেছন দ্ৱাৰা সমৰ্থিত |
| 11:41 | ইয়াৰ উপৰত আধিক তথয় জানিবলৈ এই লিন্কত থকা তথয়বোৰ চাওক |
| 11:47 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই, মই মৌচুমি মেধি আই আই টি বম্বেৰপৰা চাইন অফ কৰিছো যোগদানৰ বাবে ধনয়বাদ |