Linux-Old/C2/Synaptic-Package-Manager/Assamese
From Script | Spoken-Tutorial
VISUAL CUE | NARRATION |
0:00 | চাইন’পটিক পেকেজ মেনেজাৰৰ ব্যৱহাৰ শিকিবলৈ আপোনাক স্পোকেন টিউটোৰিয়েললৈ স্বাগতম৷ |
0:06 | এই টিউটৰিয়েলট্, আমি চাইনপটিক্ পেকেজ মেনেজাৰ ব্যৱহাৰ ইউ বুন্টোত কেনেকৈ এপ্লিকেচন্ ইনষ্টল কৰিব পাৰি তাক শিকোৱা হব৷ |
0:17 | এই টিউটৰিয়েলটো ব্যাখা কৰিবলৈ মই জিনম্ এন্টাৰটেইনমেন্ট ডেক্সটপৰ সৈতে ইউ বুন্টো 10.04 ব্যৱহাৰ কৰিছো৷ |
0:24 | আপনি Synaptic Package Manager ব্যবহার প্রশাসনিক অধিকার থাকা প্রয়োজন. |
0:29 | ইনটাৰনেট সংযোগে ভালদৰে কাম কৰিব লাগিব৷ সেয়ে আহক আমি প্ৰথমে চাইনাপটিক পেকেজ মেনেজাৰ অপেন কৰো৷ |
0:36 | ডাৰ বাবে অনুগ্ৰহ কৰি চিষ্টম - এডমিনিষ্ট্ৰেচনলৈ ঘাওক আৰু চাইনাপটিক পেকেজ মেনেজাৰত ক্লিক কৰক৷ |
0:47 | ইয়াত, পাচৱৰ্ড, বিচাৰি এটা অ’থেন্টিকেচন ডাইলগ বক্স প্ৰত্যক্ষ হব৷ |
0:55 | পাচৱৰ্ড টাইপ কৰক আৰু এন্টাৰ দবাওক৷ |
1:06 | ঘেতিয়া আমি প্ৰথম বাৰৰ বাবে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰিম, এটা পৰিচয়সূচক ডাইলগ বক্স প্ৰত্যক্ষ হব৷ |
1:13 | চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰৰ বিৱৰণ এই ডাইলগ বক্স ত থাকিব৷ |
1:20 | এটা এপ্লিকেচন বা পেকেজ ইনষ্টল কৰিবৰ বাবে চাইনাপটিক পেকেজ মেনেজাৰত প্ৰক্সি আৰু ৰিপজিটৰি কনফিগাৰ কৰক৷ |
1:29 | এইটো কৰিবলৈ চাইনাপটিক পেকেজ মেনেজাৰ উইন্দো লৈ যাওক৷ |
1:36 | অনুগ্ৰহ কৰি চেটিংচ লৈ যাওক আৰু প্রিফাৰেঞ্চচত ক্লিক কৰক৷ |
1:44 | প্ৰিফাৰেঞ্চ উইন্দোত থকা বহুতো টেব্ স্ক্ৰিনত প্ৰত্যক্ষ হব৷ এতিয়া প্ৰিস্কচেটিংচ কনিফিগাৰ কৰিবলৈ নেটৰ্ৱকত ক্লিক কৰক৷ |
1:55 | প্রক্সি চাৰভাৰত দুটা অপচন থাকিব - ডাইৰেক্ট কানেকচন আৰু মেনৱেল প্ৰস্কি কন্ফিগাৰেচন৷ মই ইয়াত দেখুওৱাৰ ধৰণে মেনুৱেৰ প্ৰস্কি কনফিগাৰেচন ব্যৱহাৰ কৰিছো৷আপুনি আপোনাৰ মতে অপচন্ বাচি লওক আৰু অথন্টিকেচন বাটনত ক্লিক কৰক৷ HTTP অথেন্টিকেচন উইন্দো স্ক্ৰিনত প্ৰত্যক্ষ হব |
2:21 | প্ৰয়োজন হলে ইউজাৰনেম আৰু পাছৱৰ্ড দিয়ক আৰ অ’কেত ক্লিক কৰক৷ পৰিবৰ্তন খিনিৰ বাবে এপ্লাই ত ক্লিক্ কৰক ৷ উইন্দোখন বন্ধ বন্ধ কৰিবলৈ OK ত ক্লিক কৰক |
2:38 | এতিয়া আকৌ “চেটিংচলৈ” ঘাওক আৰু ৰিপ’জিটৰিজ ত ক্লিক কৰক৷ |
2:46 | চফটৱেৰ চ’ৰচেচ্ উইন্দো স্ক্ৰিনত প্ৰত্যক্ষ হব৷ |
2:51 | বহুত উৎসৰ পৰাই ইউ বুন্টউ চফটৱেৰ ডাউনলোড কৰিব পৰা ঘায়৷ মেনুখন তললৈ Download From ত ক্লিক কৰক আৰু ৰিপ’জিঠৰৰিজৰ তালিকাখন চাৱলৈ মাউচৰ বাটনটো ধৰি ৰাখক৷ |
3:05 | প্ৰ’বৰ সকেলা চাৰডাৰৰ তালিকা ‘‘আদাৰে’’ দেখুৱায়৷ |
3:12 | এই উইন্দো ক্ল’জ কৰিবলৈ কেঞ্চেল ক্লিক কৰক৷ ইয়াত দেখুওৱা ধৰণে মই চাৰডাৰ ফ’ৰ ইণ্ডিয়া ব্যৱহাৰ কৰিছো৷ ‘‘চফটৱেৰ চ’ৰচেচ’’ উইন্দো বন্ধ কৰিবলৈ ক্লজত ক্লিক কৰক৷ |
3:26 | Tools ৰ ব্যৱহাৰ কেনেকৈ কৰা যায় এইটো শিকিবলৈ উদাহৰণ স্বৰূপে আমি vlc player install কৰোঁ। |
3:34 | যদি আপুনি চাইনাপটিক পেকেজ মেনেজাৰ প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছে তেন্তে আপুনি পেকেজচ্ ৰিলোড কৰিব লাগিব৷ এইটো কৰিবলৈ টুলবাৰত থকা ‘‘ৰিলোড’’ বাটনত ক্লিক কৰক৷ ইয়াত হয়তো কিছু ছেকেণ্ডৰ প্ৰয়োজন হব৷ ইয়াত আমি ইন্টাৰনেটৰ ঘোগেদি পেকেজচবোৰ ট্ৰেঞ্চফাৰ হোৱা আৰু আপদেট হোৱা দেখা পাম৷ |
3:59 | ৰিলোডিং সম্পূৰ্ণ হোৱাৰ লগে লগে টুল-বাৰত থকা কুইক বক্সত ঘাওক আৰু vlc টাইপ কৰক৷ |
4:14 | ইয়াত আমি সকলো vlc পেকেজৰ তালিকাখন দেখা পাম৷ |
4:19 | vlc পেকেজ চিলেক্ট কৰিবলৈ, চেকবক্সত ক্লিক কৰক আৰু মেনুবাৰত থকা ‘‘মাৰ্কফ’ৰ ইনষ্টলেচন অপচনটো চিলেক্ট কৰক। |
4:34 | সকলো ৰিপ’জিটৰী পেকেজৰ তালিকাখন দেখুৱাই এটা ডাইলগবক্স প্ৰত্যক্ষ হব৷ সকলো dependencies কেজবোৰ আপোনা আপুনিকৈ মাৰ্ক কৰিবলৈ ‘‘মাৰ্ক’’ বাটনটোত ক্লিক কৰক৷ |
4:46 | টুলবাৰলৈ ঘাওক আৰু এপ্লাই বাটনটো ক্লিক কৰক৷ |
4:52 | ইষ্টল হবলগীয়া পেকেজৰ বিৱৰণ দেখুৱাই এটা চামাৰী-উইন্দো প্ৰত্যক্ষ হব৷ ইনষ্টলেচন ষ্টাৰ্ট কৰিবলৈ ‘‘এপ্লাই’’বাটনত ক্লিক কৰক৷ |
5:05 | ইষ্টলেচন হবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ডিত্তিত ইনষ্টলেচন প্ৰকিয়াটোৱে কিছু সময় লব৷ |
5:25 | ইনষ্টলেচন সমাপ্তহোৱাৰ লগে-লগে ‘‘ডাইনলোডিং পেকেজ ফাইল’’ উইন্দো বন্ধ হব৷ |
5:43 | এতিয়া আমি সলনিবোৰ এপ্লাই হোৱা দেখা পাম৷ |
6:00 | এতিয়া আমি vlc ইনষ্টল হোৱা দেখিলো চাইনপটিক পেকেজ মেনেজাৰ window খন বন্ধ কৰক৷ |
6:09 | এতিয়া vlc প্লেয়াৰ সফলডাৰে ইনষ্টল হৈছেনে নাই তাক প্ৰমানণকৰো আহক৷ |
6:15 | এইটো কৰিবলৈ এপ্লিকেচন চাউক আৰু ডিডিঅ’লৈ ঘাওক৷ ইয়াত আমি দেখিম ঘে vlc মিডিয়া প্লেয়াৰ তালিকাঘুক্ত হৈছে৷ ইয়াৰ অৰ্থ হৈছে vlc সাফল্যভাৱে ইনষ্টল হৈছে৷ একেদৰে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি আমি বেলেগ এপ্লিকেচনো ইনষ্টল কৰিব পাৰো৷ |
6:36 | মই সংক্ষেপ কৰিব বিছাৰিছো - এই টিউটোৰিয়েলত, আমি টিউটোৰিয়েলত চাইনাপটিক পেকেজ মেনেজাৰ প্ৰস্কি আৰু ৰিপ’জিটোৰ ক’নফিগাৰ কৰিব পাৰি কেনেকে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি এপ্লিকেচন বা পেকেজ ইনষ্টল কৰিব পাৰি৷ |
6:51 | স্পোকেন টিউটৰিয়েল প্ৰজেক্ট, ট’ক টুত্ৰ টিচাৰ প্ৰজেক্টৰ এটা অংশ হয়, নেচ’নেল মিচন অ’ন এডুকেচন থৰৰ দ্বাৰা ICT সমৰ্থিত৷ এই সন্দর্ভত অধিক জানিবলৈ হ’লে এই লিঙ্কটোত চাব পাৰ http://spoken-tutorial.org/
NMEICT-Intro |
7:19 | এই টিউটোৰিয়েলখন আগবঢ়াইছে Desi Crew Solutions Pvt Ltd.আৰু এইয়া হ’ল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা চাইন অফ কৰিছো ।যোগদান কৰাৰ বাবে ধন্যবাদ |