Linux-Old/C2/Synaptic-Package-Manager/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 চাইন’পটিক পেকেজ মেনেজাৰৰ ব্যৱহাৰ শিকিবলৈ আপোনাক স্পোকেন টিউটোৰিয়েললৈ স্বাগতম৷
00:06 এই টিউটৰিয়েলট্, আমি চাইনপটিক্ পেকেজ মেনেজাৰ ব্যৱহাৰ ইউ বুন্টোত কেনেকৈ এপ্লিকেচন্ ইনষ্টল কৰিব পাৰি তাক শিকোৱা হব৷
00:17 এই টিউটৰিয়েলটো ব্যাখা কৰিবলৈ মই জিনম্ এন্টাৰটেইনমেন্ট ডেক্সটপৰ সৈতে ইউ বুন্টো 10.04 ব্যৱহাৰ কৰিছো৷
00:24 আপনি Synaptic Package Manager ব্যবহার প্রশাসনিক অধিকার থাকা প্রয়োজন.
00:29 ইনটাৰনেট সংযোগে ভালদৰে কাম কৰিব লাগিব৷ সেয়ে আহক আমি প্ৰথমে চাইনাপটিক পেকেজ মেনেজাৰ অপেন কৰো৷
00:36 ডাৰ বাবে অনুগ্ৰহ কৰি চিষ্টম - এডমিনিষ্ট্ৰেচনলৈ ঘাওক আৰু চাইনাপটিক পেকেজ মেনেজাৰত ক্লিক কৰক৷
00:47 ইয়াত, পাচৱৰ্ড, বিচাৰি এটা অ’থেন্টিকেচন ডাইলগ বক্স প্ৰত্যক্ষ হব৷
00:55 পাচৱৰ্ড টাইপ কৰক আৰু এন্টাৰ দবাওক৷
01:06 ঘেতিয়া আমি প্ৰথম বাৰৰ বাবে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰিম, এটা পৰিচয়সূচক ডাইলগ বক্স প্ৰত্যক্ষ হব৷
01:13 চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰৰ বিৱৰণ এই ডাইলগ বক্স ত থাকিব৷
01:20 এটা এপ্লিকেচন বা পেকেজ ইনষ্টল কৰিবৰ বাবে চাইনাপটিক পেকেজ মেনেজাৰত প্ৰক্সি আৰু ৰিপজিটৰি কনফিগাৰ কৰক৷
01:29 এইটো কৰিবলৈ চাইনাপটিক পেকেজ মেনেজাৰ উইন্দো লৈ যাওক৷
01:36 অনুগ্ৰহ কৰি চেটিংচ লৈ যাওক আৰু প্রিফাৰেঞ্চচত ক্লিক কৰক৷
01:44 প্ৰিফাৰেঞ্চ উইন্দোত থকা বহুতো টেব্ স্ক্ৰিনত প্ৰত্যক্ষ হব৷ এতিয়া প্ৰিস্কচেটিংচ কনিফিগাৰ কৰিবলৈ নেটৰ্ৱকত ক্লিক কৰক৷
01:55 প্রক্সি চাৰভাৰত দুটা অপচন থাকিব - ডাইৰেক্ট কানেকচন আৰু মেনৱেল প্ৰস্কি কন্ফিগাৰেচন৷ মই ইয়াত দেখুওৱাৰ ধৰণে মেনুৱেৰ প্ৰস্কি কনফিগাৰেচন ব্যৱহাৰ কৰিছো৷আপুনি আপোনাৰ মতে অপচন্ বাচি লওক আৰু অথন্টিকেচন বাটনত ক্লিক কৰক৷ HTTP অথেন্টিকেচন উইন্দো স্ক্ৰিনত প্ৰত্যক্ষ হব
02:21 প্ৰয়োজন হলে ইউজাৰনেম আৰু পাছৱৰ্ড দিয়ক আৰ অ’কেত ক্লিক কৰক৷ পৰিবৰ্তন খিনিৰ বাবে এপ্লাই ত ক্লিক্ কৰক ৷ উইন্দোখন বন্ধ বন্ধ কৰিবলৈ OK ত ক্লিক কৰক
02:38 এতিয়া আকৌ “চেটিংচলৈ” ঘাওক আৰু ৰিপ’জিটৰিজ ত ক্লিক কৰক৷
02:46 চফটৱেৰ চ’ৰচেচ্ উইন্দো স্ক্ৰিনত প্ৰত্যক্ষ হব৷
02:51 বহুত উৎসৰ পৰাই ইউ বুন্টউ চফটৱেৰ ডাউনলোড কৰিব পৰা ঘায়৷ মেনুখন তললৈ Download From ত ক্লিক কৰক আৰু ৰিপ’জিঠৰৰিজৰ তালিকাখন চাৱলৈ মাউচৰ বাটনটো ধৰি ৰাখক৷
03:05 প্ৰ’বৰ সকেলা চাৰডাৰৰ তালিকা ‘‘আদাৰে’’ দেখুৱায়৷
03:12 এই উইন্দো ক্ল’জ কৰিবলৈ কেঞ্চেল ক্লিক কৰক৷ ইয়াত দেখুওৱা ধৰণে মই চাৰডাৰ ফ’ৰ ইণ্ডিয়া ব্যৱহাৰ কৰিছো৷ ‘‘চফটৱেৰ চ’ৰচেচ’’ উইন্দো বন্ধ কৰিবলৈ ক্লজত ক্লিক কৰক৷
03:26 Tools ৰ ব্যৱহাৰ কেনেকৈ কৰা যায় এইটো শিকিবলৈ উদাহৰণ স্বৰূপে আমি vlc player install কৰোঁ।
03:34 যদি আপুনি চাইনাপটিক পেকেজ মেনেজাৰ প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছে তেন্তে আপুনি পেকেজচ্ ৰিলোড কৰিব লাগিব৷ এইটো কৰিবলৈ টুলবাৰত থকা ‘‘ৰিলোড’’ বাটনত ক্লিক কৰক৷ ইয়াত হয়তো কিছু ছেকেণ্ডৰ প্ৰয়োজন হব৷ ইয়াত আমি ইন্টাৰনেটৰ ঘোগেদি পেকেজচবোৰ ট্ৰেঞ্চফাৰ হোৱা আৰু আপদেট হোৱা দেখা পাম৷
03:59 ৰিলোডিং সম্পূৰ্ণ হোৱাৰ লগে লগে টুল-বাৰত থকা কুইক বক্সত ঘাওক আৰু vlc টাইপ কৰক৷
04:14 ইয়াত আমি সকলো vlc পেকেজৰ তালিকাখন দেখা পাম৷
04:19 vlc পেকেজ চিলেক্ট কৰিবলৈ, চেকবক্সত ক্লিক কৰক আৰু মেনুবাৰত থকা ‘‘মাৰ্কফ’ৰ ইনষ্টলেচন অপচনটো চিলেক্ট কৰক।
04:34 সকলো ৰিপ’জিটৰী পেকেজৰ তালিকাখন দেখুৱাই এটা ডাইলগবক্স প্ৰত্যক্ষ হব৷ সকলো dependencies কেজবোৰ আপোনা আপুনিকৈ মাৰ্ক কৰিবলৈ ‘‘মাৰ্ক’’ বাটনটোত ক্লিক কৰক৷
04:46 টুলবাৰলৈ ঘাওক আৰু এপ্লাই বাটনটো ক্লিক কৰক৷
04:52 ইষ্টল হবলগীয়া পেকেজৰ বিৱৰণ দেখুৱাই এটা চামাৰী-উইন্দো প্ৰত্যক্ষ হব৷ ইনষ্টলেচন ষ্টাৰ্ট কৰিবলৈ ‘‘এপ্লাই’’বাটনত ক্লিক কৰক৷
05:05 ইষ্টলেচন হবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ডিত্তিত ইনষ্টলেচন প্ৰকিয়াটোৱে কিছু সময় লব৷
05:25 ইনষ্টলেচন সমাপ্তহোৱাৰ লগে-লগে ‘‘ডাইনলোডিং পেকেজ ফাইল’’ উইন্দো বন্ধ হব৷
05:43 এতিয়া আমি সলনিবোৰ এপ্লাই হোৱা দেখা পাম৷
06:00 এতিয়া আমি vlc ইনষ্টল হোৱা দেখিলো চাইনপটিক পেকেজ মেনেজাৰ window খন বন্ধ কৰক৷
06:09 এতিয়া vlc প্লেয়াৰ সফলডাৰে ইনষ্টল হৈছেনে নাই তাক প্ৰমানণকৰো আহক৷
06:15 এইটো কৰিবলৈ এপ্লিকেচন চাউক আৰু ডিডিঅ’লৈ ঘাওক৷ ইয়াত আমি দেখিম ঘে vlc মিডিয়া প্লেয়াৰ তালিকাঘুক্ত হৈছে৷ ইয়াৰ অৰ্থ হৈছে vlc সাফল্যভাৱে ইনষ্টল হৈছে৷ একেদৰে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি আমি বেলেগ এপ্লিকেচনো ইনষ্টল কৰিব পাৰো৷
06:36 মই সংক্ষেপ কৰিব বিছাৰিছো - এই টিউটোৰিয়েলত, আমি টিউটোৰিয়েলত চাইনাপটিক পেকেজ মেনেজাৰ প্ৰস্কি আৰু ৰিপ’জিটোৰ ক’নফিগাৰ কৰিব পাৰি কেনেকে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি এপ্লিকেচন বা পেকেজ ইনষ্টল কৰিব পাৰি৷
06:51 স্পোকেন টিউটৰিয়েল প্ৰজেক্ট, ট’ক টুত্ৰ টিচাৰ প্ৰজেক্টৰ এটা অংশ হয়, নেচ’নেল মিচন অ’ন এডুকেচন থৰৰ দ্বাৰা ICT সমৰ্থিত৷ এই সন্দর্ভত অধিক জানিবলৈ হ’লে এই লিঙ্কটোত চাব পাৰ http://spoken-tutorial.org/

NMEICT-Intro

07:19 এই টিউটোৰিয়েলখন আগবঢ়াইছে Desi Crew Solutions Pvt Ltd.আৰু এইয়া হ’ল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা চাইন অফ কৰিছো ।যোগদান কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Desicrew, Mousumi, Nancyvarkey, Pratik kamble