Time
|
Narration
|
00:02
|
Arrays পৰিচয়ৰ এই কথ্য টিউটোৰিয়ালে আপুনাক স্বাগতম।
|
00:07
|
এই টিউটোৰিয়ালত, আপোনি
Arrays তৈয়াৰ কৰা আৰু
Arraysত এলিমেন্ট এক্সেস কৰা শিকিব।
|
00:14
|
এই টিউটোৰিয়ালেৰ বাবে আমি
উবুন্টু 11.10,
JDK 1.6 আৰু
Eclipse 3.7.0 ব্যবহাৰ কৰছি।
|
00:25
|
এই টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ জাভাত ডেটা টাইপ আৰু for লুপ সম্পর্কে জানিব লাগিব।
|
00:32
|
না হলে, প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমি ওয়েবসাইট পৰিদর্শন কৰক।
|
00:38
|
Arrays হল ডেটাৰ সংগ্ৰহ।
|
00:40
|
উদাহৰণস্বৰুপে মার্ক্সৰ তালিকা, নামৰ তালিকা, তাপমাত্ৰাৰ তালিকা, বর্ষাকালৰ তালিকা।
|
00:47
|
প্ৰতিটি বস্তু, তাৰ অবস্থানৰ উপৰত ভিত্তি কৰি এটি সূচক আছে ।
|
00:52
|
প্ৰথম এলিমেন্টৰ সূচক হল 0.
|
00:55
|
দ্বিতীয় এলিমেন্টৰ সূচক হল 1 আৰু এইভাবে।
|
00:59
|
এতিয়া এই সংগ্ৰহ কৰা ডেটা বোৰক দেখা যাওক।
|
01:03
|
সেয়ে Eclipseলৈ যাওক ।
|
01:06
|
ArraysDemo নামৰ একটা ক্লাস ইতিমধ্যে তৈয়াৰ কৰা হৈছে।
|
01:11
|
মেন মেথডত, বর্ষাকালৰ ডেটা যোগ কৰা যাক।
|
01:16
|
সেয়ে মেন মেথডত, লিখক
|
01:18
|
int rainfall ওপেন আৰু ক্লোস বন্ধনীত =curly bracketত লিখক 25, 31, 29, 13, 27, 35, 12 আৰু শেষত এটি সেমিকোলন।
|
01:53
|
Rainfall নামৰ ভ্যাৰিয়েবলত পিছত বর্গকাৰ বন্ধনী লক্ষয় কৰক।
|
01:58
|
এইটোৱে rainfallক ইন্টিজাৰৰ array হিসাবে ঘোষনা কৰে ।
|
02:03
|
ধনুর্বন্ধনী arrayৰ এলিমেন্ট চিহ্নিত কৰিবলৈ ব্যবহৃত হয়।
|
02:09
|
এতিয়া ডেটা অ্যাক্সেস কৰা যাক।
|
02:12
|
সুেয়ে পিছৰ লাইনত লিখক
|
02:14
|
System dot out dot println rainfall বর্গাকাৰ বন্ধনীত লিখক 2.
|
02:28
|
আমি সূচক সংখ্যা 2ৰ সৈতে এলিমেন্ট প্ৰিন্ট কৰিছো ।
|
02:32
|
বেলেগ শব্দত, arrayৰ তৃতীয় এলিমেন্ট যি হয় 29.
|
02:38
|
প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
|
02:43
|
আমি দেখিব পাৰো যে আউটপুটতো হল তৃতীয় এলিমেন্ট অর্থাত 29.
|
02:49
|
এতিয়া 2ৰ স্থানত 0 লেখা যাওক।
|
02:56
|
প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
|
03:00
|
আমি দেখিব পাৰো যে আউটপুটতো হল প্ৰথম মানটি অর্থাৎ 25.
|
03:07
|
এতিয়া প্ৰথম আইটেমৰ মানৰ ৰুপান্তৰ কৰা যাওক।
|
03:13
|
সেয়ে লিখক rainfall [0] = 11;
|
03:27
|
এতিয়া এইটোৰ মান দেখা যাওক । প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
|
03:34
|
আমি দেখিব পাৰো যে মান 11 লৈ সলনি হৈছে
|
03:40
|
এতিয়া কি হব যদি আমি অ্যাৰেৰ আকাৰ হে জানো কিন্তু মানবোৰ নাজানো।
|
03:45
|
এনেধৰনৰ অ্যাৰে কেনেকৈ তৈয়াৰ কৰা দেখা যাওক।
|
03:49
|
মেন ফাংশনত সকলো মুছে পেলাওক আৰু লিখুন
|
03:57
|
int squares [ ] = new int [10];
|
04:19
|
এই স্টেটমেন্টে 10টি এলিমেন্ট থকা ইন্টিজাৰৰ অ্যাৰে নির্মাণ কৰে। অ্যাৰেৰ নাম হল squares.
|
04:30
|
এতিয়া ইয়ালৈ কিছো মান যোগ কৰা যাক।
|
04:33
|
সেয়ে লিখক ,
|
04:35
|
squares[0] = 1;
|
04:43
|
পিছৰ লাইনত squares[1] = 4;
|
04:53
|
পিছৰ লাইনত squares[2] = 9;
|
05:04
|
squares[3] = 16;
|
05:15
|
সেয়ে আমি প্ৰথম চাৰিটা সংখ্যাৰ বর্গ প্ৰবেশ কৰাইছো
|
05:20
|
এতিয়া অ্যাৰেৰ অন্যান্য এলিমেন্টৰ অন্তর্ভুক্ত খিনিবোৰ দেখা যাওক।
|
05:26
|
সেয়ে আমি অ্যাৰেত ষষ্ঠ মান প্ৰিন্ট কৰিম ।
|
05:30
|
লিখক System S capital.out.println(squares [5]);
|
05:56
|
প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান করুন। আমি দেখো যে মানটি হল 0.
|
06:05
|
ইয়াৰ কাৰন হল যে যেতিয়া আমি ইন্টিজাৰৰ অ্যাৰে তৈয়াৰ কৰো, সকলো মান 0 ত আৰম্ভ হয়।
|
06:11
|
একেভাবে floats অ্যাৰেৰ সকলো মান 0.0 ত আৰম্ভ হব।
|
06:18
|
অ্যাৰেত প্ৰতিটি মান লিখিব হলে প্ৰক্ৰিয়াটি দীর্ঘ হব। তাৰ পৰিবর্তে, এটা for লুপ ব্যবহাৰ কৰা যাওক।
|
06:28
|
সেয়ে লিখক
int n, x ;
for(x = 4; x < 10; x = x + 1){
n = x + 1;
squares [x] = n * n;
}
|
07:25
|
সেয়ে আমি 4 পৰা 9 পর্যন্ত নম্বৰ iterate মানে পুনৰ কৰো আৰু অ্যাৰেত সংশ্লিষ্ট এলিমেন্ট সেট কৰো।
|
07:36
|
এতিয়া আউটপুট দেখা যাওক ।
|
07:38
|
আমি দেখিব পাৰো যে, আমি অ্যাৰেত ষষ্ঠ এলিমেন্টেৰ মান প্ৰিন্ট কৰিছো । তাই সংৰক্ষণ কৰে ৰান করুন।
|
07:52
|
আমি দেখিছো যে ষষ্ঠ এলিমেন্ট হল 36, যি 6 ৰ বর্গ হয় ।
|
07:57
|
এতিয়া আমি সকলো মানক for লুপৰ ভিতৰত সেট কৰিব পাৰো ।
|
08:03
|
লাইনবোৰক মুছি পেলাওক যি নিজে নিজে মানবোৰক সেট কৰে আৰু 4 ক 0 লৈ সলনি কৰক।
|
08:14
|
এইভাবে সূচক 0 পৰা 9 পর্যন্ত লৈ সকলো এলিমেন্টক সংশ্লিষ্ট বর্গত সেট কৰা হয়।
|
08:21
|
এতিয়া আমি তৃতীয় এলিমেন্টৰ মান চাম ।
|
08:25
|
এতিয়া 5 ক 2 লৈ সলনি কৰক ।
|
08:30
|
সংৰক্ষণ কৰে ৰান কৰক।
|
08:35
|
আমি দেখিব পাৰো যে, তৃতীয় এলিমেন্টৰ মান লুপত সেট কৰা হৈছে আৰু এইটো হল 9.
|
08:42
|
এইভাবে, অ্যাৰে তৈয়াৰ আৰু ব্যবহাৰ কৰিব পৰা যায়।
|
08:50
|
আমি এই টিউটোৰিয়ালেৰ শেষলৈ আহিলো।
|
08:53
|
এই টিউটোৰিয়ালে আমি শিকিছো
|
08:55
|
অ্যাৰে ঘোষনা অাৰু আৰম্ভ কৰা,
|
08:58
|
আৰু অ্যাৰেত এলিমেন্ট অ্যাক্সেস কৰা।
|
09:01
|
এই টিউটোৰিয়ালেৰ নির্দেশিত কাম হিসাবে,
|
09:04
|
ইন্টিজাৰৰ এৰে দিয়া হৈছে, অ্যাৰেত সকলো এলিমেন্টেৰ সমষ্টি নির্ণয় কৰক।
|
09:10
|
স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ,
|
09:13
|
এই লিঙ্কে উপলব্ধ ভিডিওটি দেখক ।
|
09:19
|
এটি কথ্য টিউটোৰিয়াল প্ৰকল্পকে সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ না থাকলে আপনি ভিডিওটি ডাউনলোড কৰে দেখিব পাৰো।
|
09:26
|
কথ্য টিউটোৰিয়াল প্ৰকল্প দল কথ্য টিউটোৰিয়াল ব্যবহাৰ কৰে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দেওয়া হয়।
|
09:34
|
এই বিষয়ে বিস্তাৰিত তথ্যেৰ বাবে contact@spoken-tutorial.org তে ইমেল কৰক।
|
09:40
|
স্পোকেন টিউটোৰিয়াল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ।
|
09:44
|
এটি ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
|
09:50
|
এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কে প্ৰাপ্তিসাধ্য, spoken HYPHEN tutorial DOT org SLASH NMEICT HYPHEN Intro
|
09:57
|
আমি কৌশিক দত্ত এই টিউটোৰিয়ালটি অনুবাদ কৰেছি।

আমি কৌশিক দত্ত এই টিউটোৰিয়ালটি অনুবাদ কৰেছি। অংশগ্ৰহন

আমি কৌশিক দত্ত এই টিউটোৰিয়ালটি অনুবাদ কৰেছি। অংশগ্ৰহনেৰ

আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|
|
|
|