LibreOffice-Suite-Calc/C2/Working-with-data/Assamese
From Script | Spoken-Tutorial
VISUAL CUE | NARRATION |
00:00 | লিবাৰ অফিচ কেল্কৰ ডেটাৰ সতে কাম বিষয়ক স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| |
00:06 | এই টিউট’ৰিয়েলত আমি শিকিম: |
00:09 | ফিল টুলচ আৰু ছিলেকশ্যন লিষ্ট ব্যৱহাৰ কৰি স্পীড আপ কৰা| |
00:13 | শিটৰ মাজত কন্টেন্টৰ শেয়াৰিং| |
00:16 | ৰিমভিং ডেটা, ৰিপ্লেছিং ডেটা, চেঞ্জিং পাৰ্ট অফ এ ডেটা| |
00:23 | ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 10.04 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 3.3.4 ব্যৱহাৰ কৰিছো| |
00:32 | স্প্ৰেডশ্যিটত ডেটা ভৰোৱা কামটো কষ্ট-সাধ্য, কিন্তু কেল্ক এ এই কামটো যঠেষ্ট সহজ কৰিবলৈ কেতবোৰ টুলচৰ যোগান ধৰিছে| |
00:42 | আটাইতকৈ প্ৰাথমিক সক্ষমতাটো হৈছে মাউছৰ সহায়ত এটা চেলৰ কন্টেন্ট বিলাক ড্ৰেগ কৰি নি অইন এটা চেলত দ্ৰপ কৰিব পৰাটো| |
00:49 | অট’মেটিক ইনপুটৰ বাবে, বিশেষকৈ পুনঃ ব্যৱহাৰ্য মেটেৰিয়েলৰ বাবে কেল্ক এ বহুতো টুলচৰ যোগান ধৰিছে| |
00:57 | এই টুল বিলাক হৈছে “ফিল টুল”, ছিলেকশ্যন লিষ্টচ” |
01:01 | এইবিলাকে একেখন ডুকুমেন্টৰ মাল্টিপল শ্যিটত তথ্য ইনপুট কৰিব পাৰে| |
01:06 | আমি সেই প্ৰত্যেকটোৰ বিষয়ে এটাৰ পিছত এটাকৈ শিকিম| |
01:09 | আমাৰ “পাৰ্ছ’নেল ফাইনান্স ট্ৰেকাৰ.ods” ফাইলটো অপেন কৰা যাওক| |
01:14 | এখন শ্যিটত থকা কন্টেন্ট বিলাক ডুপ্লিকেইট কৰিবলৈ ফিল টুলটো এটা কামত অহা পদ্ধতি| |
01:19 | আমাৰ “পাৰ্ছ’নেল ফাইনান্স ট্ৰেকাৰ.ods” ফাইলত, ধৰা হওক আমি “ক’ষ্ট” হেডিঙত থকা ডেটাসমূহ কাষৰ চেলবিলাকলৈ কপি কৰিব বিচাৰিছো| |
01:30 | প্ৰথমে “6000”থকা চেলটোত ক্লিক কৰি কপি কৰিব লগীয়া সকলো ডেটা ছিলেক্ট কৰা হওক| |
01:38 | এতিয়া বাওঁফালৰ মাউছ বাটনটো হেঁচি ধৰি মাউছটো ক’ষ্ট এন্ট্ৰি “2000” থকা চেলটোৰ শেষলৈকে ড্ৰেগ কৰক| |
01:46 | ইয়াৰোপৰি, ডেটা কপি কৰিবলগীয়া সেই চেলবিলাক ছিলেক্ট কৰক| |
01:51 | এতিয়া বাওঁফালৰ মাউছ বাটনটো এৰি দিয়ক| |
01:53 | মেন্যু বাৰত থকা “এদিট” অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পাছত “ফিল”অপশ্যনত ক্লিক কৰক| |
01:59 | পপ আপ মেন্যুত “ৰাইট” অপশ্যনটোত ক্লিক কৰক| |
02:03 | আপুনি “ক’ষ্ট” হেডিঙত থকা ডেটাবিলাক কাষৰ চেল বিলাকলৈ কপি হোৱা দেখিবলৈ পাব| |
02:09 | আমি সালসলনিবিলাক আন্ডু কৰো আহক| |
02:12 | ফিল টুলৰ এটা জটিল ব্যৱহাৰ হৈছে শ্যিটত ডেটা হিচাপে কিছুমান ছিৰিজ ভাৰোৱা| |
02:20 | কেল্ক এ বছৰ এটাৰ সপ্তাহৰ দিনবোৰ আৰু মাহবোৰৰ সম্পূৰ্ণ আৰু সংক্ষিপ্ত ডিফল্ট লিষ্টৰ যোগান ধৰিছে| |
02:27 | ই ব্যৱহাৰকাৰীক নিজৰ লিষ্ট তৈয়াৰ কৰিবলেও সুবিধা দিয়ে| |
02:34 | এতিয়া আমি আমাৰ শ্যিটখনত “ডেয়জ” নামেৰে এটা নতুন হেডিং ভৰোৱা যাওক| |
02:38 | ইয়াৰ অন্তৰ্গত আমি সপ্তাহটোৰ সাতোটা দিন সয়ংক্ৰিয় ভাৱে প্ৰদৰ্শন কৰিম| |
02:43 | “ডেয়জ” হেডিঙৰ তলৰ সাতটা চেল ছেলেক্ট কৰা| |
02:48 | এতিয়া মেন্যু বাৰত থকা “এদিট” অপশ্যনলৈ গৈ তাৰ পাছত “ফিল” অপশ্যানলৈ যাওক| |
02:53 | মেন্যুত “ছিৰিজ” অপশ্যনটো ক্লিক কৰক| |
02:57 | আপুনি “ফিল ছিৰিজ” হেডিঙেৰে সৈতে ডায়্লগ বক্সটো দেখা পাব| |
03:02 | এতিয়া “ছিৰিজ টাইপ”ৰ অধীনত “অট’ ফিল” অপশ্যনত ক্লিক কৰক| |
03:07 | “ষ্টাৰ্ট ভেল্যু” ফিল্দত আমি সপ্তাহটোৰ প্ৰথমটো দিন অৰ্থাত “ছান ডে” টাইপ কৰিম| |
03:13 | বাঢ়নটো ইতিমেধ্য “1”-ত ছেট কৰা আছে|
“অ’ক” বাটনটোত ক্লিক কৰক| |
03:18 | আপুনি দেখিব যে দিনবিলাক নিজে নিজে চেলবিলাকত ভৰি পৰিছে| |
03:23 | আপুনি দিন, মাহ বা বছৰ এই পদ্ধতিৰে ভৰাব পাৰে কাৰণ সেইবিলাক ইতিমধ্যে কেল্কত ভৰোৱা হৈ থাকে| |
03:32 | ছিকুৱেন্সিয়েল ডেটা অট’ ফিলিং কৰাৰ অইন এটা পদ্ধতি হৈছে- |
03:37 | এটা চেলত “ছান ডে” টাইপ কৰক আৰু এন্টাৰ দবাওক| ইয়ে কলমটোৰ পিছৰ চেলটোলৈ ফ’কাছটো শ্বিফট কৰিব| |
03:46 | “ছান ডে” টাইপ কৰি থোৱা চেলটোলৈ উলতি যাওক| আপুনি চেলটোৰ সোঁফালে তলত সৰু এটি কলা বাকছ দেখিবলৈ পাব| |
03:55 | মাউছটোৰে তাত ক্লিক কৰক| |
03:57 | ইয়াক তললৈ ড্ৰেগ কৰি নিয়ক যেতিয়ালৈ আপুনি ছেটাৰ ড’ দেখা নাপায়| |
04:04 | মাউছ বাটনটো এৰি দিয়ক| |
04:06 | সপ্তাহটোৰ দিনবোৰ নিজে নিজে চেলটোত ভৰি পৰিব| |
04:10 | এই কৌশলটো সকলোবোৰ ছিকুৱেন্সিয়েল ডেটাৰ ক্ষেত্ৰত প্ৰযোজ্য|
সালসলনিবোৰ আন্ডু কৰা যাওক| |
04:17 | আপুনি নাম্বাৰৰ বাবে ষ্টাৰ্ট, এন্দ আৰু ইনক্ৰিমেন্ট ভেল্যু ব্যৱহাৰ কৰি এটা ৱান টাইম ফিল ছিৰিজ তৈয়াৰ কৰিব পাৰে| |
04:24 | এইটো প্ৰদৰ্শন কৰিবলৈ প্ৰথমে আমি “A1” পৰা “A7”-লৈ ইতিমধ্যে ভৰোৱা ছিৰিয়েল নাম্বাৰ সমূহ ডিলিট কৰিম| |
04:33 | নাম্বাৰ বিলাক ডিলিট কৰাৰ পিছত “A1” পৰা “A7”-লৈ চেলবিলাক আকৌ ছিলেক্ট কৰক| |
04:40 | এতিয়া মেন্যু বাৰত “এদিট” আৰু তাৰ পাছত “ফিল” আৰু “ছিৰিজ” অপশ্যনত ক্লিক কৰক| |
04:46 | আমাৰ সমুখত এটা ডায়লগ বক্স ওলাব|
এতিয়া, “ছিৰিজ টাইপ”-ৰ অধীনত “লিনিয়েৰ” অপশ্যনটোত ক্লিক কৰ যদিহে ই ডিফল্ট ছিলেক্ট হৈ থকা নাই| |
04:57 | আমি “ষ্টাৰ্ট ভেল্যু” ফিল্ডত প্ৰথম ছিৰিয়েল নাম্বাৰটো টাইপ কৰিম, সেইয়া হৈছে, “1”| |
05:03 | “এন্দ ভেল্যু” ফিল্ডত আমি অন্তিম ভেল্যু হিচাপে “6” টাইপ কৰিম| |
05:08 | এতিয়া আমি “ইনক্ৰিমেন্ট” ভেল্যু হিচাপে “1” টাইপ কৰিম আৰু অৱশেষত “অ’কে” বাটনত ক্লিক কৰিম| |
05:14 | আমি দেখা পাম যে চেলবিলাক সয়ংক্ৰিয় ভাৱে ছিকুৱেন্সিয়েল ছিৰিয়েল নাম্বাৰ দ্বাৰা ভৰোৱা হৈ গৈছে| |
05:21 | এই সকলোবোৰ ক্ষেত্ৰত ফিল টুল এ চেলবিলাকৰ মাজত এটা খন্তেকীয়া সংযোগৰ সৄষ্টি কৰে| চেলবিলাক ভৰোৱাৰ পাছত সিহঁতৰ মাজঅত কোনো সংযোগ নাইকিয়া হয়| |
05:32 | ফিল টুলচৰ বাহিৰেও আৰু এটা স্পীড আপ টুল আছে যাক “ছিলেকশ্যন লিষ্ট” নামেৰে জনা যায় যিটোৰ ব্যৱহাৰ কেৱল টেক্সটৰ ক্ষেত্ৰত সীমাবদ্ধ| |
05:40 | এই ছিৰিজৰ পাচৰ টিউট’ৰিয়েলত আমি এই বিষয়ে আলোচনা কৰিম| |
05:45 | “ফিল টুলচ” আৰু “ছিলেকশ্যন লিষ্টচ”-ৰ বিষয়ে শিকাৰ পিছত আমি এতিয়া শ্যিটৰ মাজত কেনেকৈ কন্টেন্ট শ্বেয়াৰ কৰিব পাৰি তাক শিকিম| |
05:52 | কেল্ক এ এটা চেলত থকা একেখিনি ইনফৰ্মেশ্যন মাল্টিপল শ্যিটত ভৰাবলৈ ব্যৱহাৰ কাৰীক সুবিধা দিয়ে| |
05:58 | ইয়াৰ অৰ্থ এয়ে যে প্ৰতিখন শ্যিটত বেলেগে বেলেগে একেখন লিষ্ট ভৰোৱাৰ সলনি ইয়াক সকলোবোৰ শ্যিটত এবাৰতে ভৰাব পাৰি| |
06:07 | আমাৰ “পাৰ্ছ’নেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত আমাৰ সকলো ডেটা “শ্যিট 1”-ত আছে| |
06:14 | এতিয়া আমি “শ্যিট 1”-ত থকা একেখিনি ডেটা “শ্যিট 2”-ৰ লগতে “শ্যিট 3”-ত দেখুওৱাব খুজিছো| |
06:21 | গতিকে আমি মেন্যু বাৰত থকা “এদিট” অপশ্যনঅলৈ যাম আৰু “শ্যিট” অপশ্যনত ক্লিক কৰিম| |
06:27 | এতিয়া “ছিলেক্ট”-ত ক্লিক কৰক| |
06:30 | ডায়লগ বক্সটোত শ্বিফট কী ব্যৱহাৰ কৰি আমি “শ্যিট 1”, “শ্যিট 2” আৰু “শ্যিট 3”-ত ছিলেক্ট কৰিম| |
06:40 | আৰু তাৰ পাছত “অ’কে” বাটনত কৰিম| |
06:42 | ইয়ে আমাক “শ্যিট 1”-লৈ লৈ যাব| |
06:45 | এতিয়া “শ্যিট 1”-ত কিছুমাণ ডেটা ভাৰোৱা যাওক| |
06:49 | উদাহৰণ স্বৰূপে “F12” চেলত আমি টাইপ কৰিম “দিছ ৱিল বি দিজপ্লেইড অন মাল্টিপল শ্যিটচ”| |
06:57 | এতিয়া শ্যিট 1 আৰু শ্যিট 1 টেবত এটাৰ পাছত এটাকৈ ক্লিক কৰা| |
07:02 | আমি দেখিম যে এই প্ৰতিখন শ্যিটৰ “F12” চেলত একেখিনি ডেটা আছে| |
07:09 | সালসলনি বিলাক আনডু কৰো আহক| |
07:12 | ইয়াৰ পিছৰ আমি কেনেকৈ চেলত থকা ডেটা ডিলিট আৰু এডিত কৰা অইন উপায়ৰ কথা শিকিম| |
07:18 | এটা চেলত থকা ডেটাৰ ফৰমেটিংবিলাক ৰিমভ নকৰাকৈ ডিলিট কৰিবলৈ হ’লে চেলটো ছিলেক্ট কৰক| |
07:25 | আপুনি “ইনপুট লাইন” ফিল্ডত চেলৰ ডেটাসমূহ দেখিবলে পাব| |
07:30 | এতিয়া কী-বোৰ্ডৰ “বেক স্পেচ” বাটনটো দবাওক| |
07:35 | আপুনি ডেটাবিলাক ডিলিট হোৱা দেখিবলৈ পাব| |
07:37 | সালসলনি বিলাক আনডু কৰো আহক| |
07:39 | এটা চেলত থকা ডেটা ৰিপ্লেইছ কৰিবলৈ হ’লে চেলটো ছিলেক্ট কৰক আৰু পুৰনা ডেটাখিনিৰ উপৰত টাইপ কৰক| |
07:46 | নতুন ডেটাবিলাকে আগৰ ফৰ্মেটিং বাহাল ৰাখিব|
সালসলনি বিলাক আনডু কৰো আহক| |
07:52 | এটা চেলত থকা ডেটা বিলাকৰ একো অংশ চেলটোৰ কন্টেন্ট ৰিমোভ ক্নকৰাকৈ সলনি কৰিবলৈ হ’লে চেলটোত ডাবল ক্লিক কৰক| |
08:01 | এতিয়া কাৰ্ছৰদাল নেভিগেইট কৰক যাতে আপুনি চেলটো বিচৰা ধৰণে এদিত কৰিব পাৰে| |
08:07 | সালসলনি বিলাক আনডু কৰো আহক| |
08:09 | এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্ক বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে: |
08:15 | চমুকৈ আমি শিকিলো: |
08:17 | ফিল টুলচ আৰু ছিলেক্শ্যন লিষ্টচ ব্যৱহাৰ কৰি স্পীড আপ কৰা| |
08:20 | শ্যিটৰ মাজত কন্টেন্ট শ্বেয়াৰিং কৰা| |
08:23 | ৰিমভিং ডেটা, ৰিপ্লেছিং ডেটা, ডেটাৰ এটা অংশ চেঞ্জ কৰা| |
08:29 | *তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক| |
08:32 | *ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে| |
08:35 | *যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে| |
08:40 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে |
08:43 | *স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে| |
08:46 | যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে| |
08:49 | *সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক| |
08:55 | *স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ| |
09:00 | *ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত| |
09:07 | *এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন |
09:11 | *স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ| |
09:18 | *এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ| |
Thanks for joining
| |
09:23 | *অংশ গ্ৰহণৰ বাবে ধন্যবাদ| |