Java/C2/Relational-Operations/Assamese
From Script | Spoken-Tutorial
Time' | Narration |
00:01 | জাভাত ৰিলেশনেল অপাৰেটৰৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম |
00:09 | boolean ডেটা টাইপ |
00:10 | ৰিলেশনেল অপাৰেটৰ আৰু |
00:12 | ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰি ডেটা কিভাবে তুলনা কৰে |
00:17 | এই টিউটোৰিয়েলত আমি
উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো । |
00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পর্কে জানিব লাগিব |
00:31 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক |
00:39 | ৰিলেশনেল অপাৰেটৰ কন্ডিশনবোৰ চাবলৈ ব্যবহৃত হয়। |
00:43 | তাৰ আউটপুট হৈছে বুলিয়েন ডেটা টাইপেৰ ভ্যাৰিয়েবল। |
00:48 | এটা বুলিয়েন ডেটা টাইপৰ আকাৰ হৈছে 1 বিট। |
00:51 | ই মাত্ৰ দুটা মানহে সংগ্রহ কৰে। |
00:54 | True বা False. |
00:56 | কন্ডিশন সঠিক হলে আউটপুট True হয় . |
00:59 | কন্ডিশন সঠিক নহলে আউটপুট False হয় . |
01:06 | ইয়াতে উপলব্ধ ৰিলেশনেল অপাৰেটৰৰ এখন তালিকা আছে |
01:10 | * গ্রেটাৰ দেন |
01:12 | * লেস দেন |
01:13 | * ইকয়েল টু |
00:14 | * গ্রেটাৰ দেন বা ইকুয়েল টু |
01:15 | * লেস দেন বা ইকুয়েল টু |
01:17 | * নট ইকুয়েল টু |
01:19 | আমি তাৰে প্রতিটোক বিস্তাৰত চাম । |
01:22 | eclipseলৈ যাওক । |
01:27 | বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে |
01:33 | আমি BooleanDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো। |
01:38 | এতিয়া কিছো এক্সপ্রেশন যোগ কৰা যাওক। |
01:41 | টাইপ কৰক boolean b; |
01:47 | boolean কীওয়ার্ডে b ভ্যাৰিয়েবল ডেটা টাইপক boolean হিসাবে ঘোষণা কৰে। |
01:53 | আমি আমাৰ কন্ডিশনৰ ফলাফল b ত সংৰক্ষণ কৰো । |
01:5 | আমি weight ভ্যাৰিয়েবলক সংজ্ঞা কৰিম আৰু সেই ভ্যাৰিয়েবলক ব্যৱহাৰ কৰি কন্ডিশন এটা চাম । |
02:05 | int weight equal to 45; |
02:13 | আমি চাম, যদি weightৰ মান 40তকৈ অধিক হয়। |
02:18 | b equal to weight greater than 40; |
এই স্টেটমেন্টে চাবলৈ কয় যে যদি ভ্যাৰিয়েবলেৰ মান 40তকৈ অধিক হয় আৰু ফলাফলটো bত সংৰক্ষিত হয়। | |
02:37 | এতিয়া bৰ মান প্রিন্ট কৰো । |
02:41 | System dot out dot println(b); |
02:49 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
02:59 | আমি যেনে চাব পাৰো, আউটপুটটো True হয়. |
03:02 | এতিয়া চাও কি হয়, যদি মান 40তকৈ কম হয় |
03:07 | weight 30 লৈ পৰিবর্তন কৰক । |
03:12 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
03:20 | আমি চাব পাৰো যে, আউটপুটটো আশা কৰা হিচাপে False হয় . |
03:24 | এইভাবে, যদি এটাৰ মান আনটোতকৈ অধিক হয়, তাক চাবলৈ গ্রেটাৰ দেন চিহ্নটো ব্যবহৃত হয়। |
03:30 | একেভাবে, যদি এটাৰ মান আনটোতকৈ কম হয়, তাক চাবলৈ লেস দেন চিহ্নটো ব্যবহৃত হয়। |
03:37 | গ্রেটাৰ দেন চিহ্নক লেস দেন চিহ্নলৈ সলনি কৰক। |
03:43 | সেয়ে আমি চাই আছো weightৰ মান 40তকৈ কম হয় নেকি। $$$$$$$$$$$ |
03:48 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
03:56 | আমি যেনে চাব পাৰো, আউটপুটটো আশা কৰা হিচাবে True হয়. |
04:01 | এতিয়া weightৰ মান 45লৈ সলনি কৰো আৰু আউটপুটটো চাও |
04:09 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
04:16 | আমি দেখো যে আমি কন্ডিশনৰ কাৰনে False পাইছো |
04:21 | weight < 40 সঠিক নহয়। |
04:25 | এতিয়া চাও যে এটাৰ মান আন এটাৰ লগত সমান হোৱাটো কেনেকৈ চাই। ********** |
04:31 | সেইটো কৰোতে, আমি 'two equal to symbols. ব্যবহাৰ কৰিম । |
04:35 | লেস দেন চিহ্নক ডাবল ইকুয়াল টুলৈ সলনি কৰক। |
04:41 | সংৰক্ষণ কৰক আৰু ৰান কৰ |
04:48 | আমি যেনে চাব পাৰো, আউটপুটটো False হয়, কাৰণ weightৰ মান 40ৰ সমান নহয়। |
04:55 | এতিয়া আমি weightক 40লৈ সলনি কৰো আৰু আউটপুটটো চাও। |
05:01 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
05:08 | আমি যেনে চাব পাৰো, আউটপুটটো True হয়. |
05:12 | এইভাবে, "ডাবল ইকুয়াল টু" সমতা পৰীক্ষণৰ বাবে ব্যবহৃত হয়। |
05:16 | অনুগ্ৰহ কৰি সতর্ক থাকিব কাৰণ মনোহে প্রায়ই সমানতা পৰীক্ষণৰ বাবে single equal to(একটি সমান চিহ্ন)ব্যবহাৰ কৰে। |
05:22 | আৰু এইটোৱে অপ্রয়োজনীয় এৰৰ দিয়ে। |
05:26 | তাৰপিছত আমি চাম কেনেকৈless than or equal to.পৰিক্ষন কৰে। |
05:30 | সেইটো কৰিবলৈ আমি ইকুয়েল টু চিহ্ন অনুসৰন কৰি এটা লেস দেন চিহ্ন ব্যবহাৰ কৰিম। |
05:35 | ডাবল ইকুয়াল টুক লেস দেন ইকুয়াল টুলৈ সলনি কৰক । |
05:42 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
05:50 | আউটপুটটো ভাবা দৰে True হয়. |
05:53 | এতিয়া লেস দেন চেক কাম কৰিছে নে নাই তাক চাবলৈ weightৰ মান সলনি কৰো। ********** |
05:59 | 40ক 30লৈ সলনি কৰক। |
06:04 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
06:14 | আমি দেখো যে, weight 40ৰ সমান নহোৱা সত্বেও আউটপুটটো True পাউ কাৰণ ই 40তকে কম। |
06:22 | weightৰ মান 40কৈ অধিক হলে কি হয় তাক চাও । |
06:274 | সংৰক্ষণ কৰক আৰু ৰান কৰক। ধৰক 50 |
06:39 | আমি যেনে চাব পাৰো আউটপুটটো False হয় কাৰণ weightৰ মান 40 ৰ সমান নহয়। |
06:44 | আৰু ই 40তকৈও কম নহয়। |
06:48 | একেধৰনে গ্রেটাৰ দেন বা ইকুয়েল টু পৰিক্ষন কৰিবলৈ আমি equal to symbolঅক অনুসৰন কৰি গ্রেটাৰ দেন চিহ্ন ব্যবহাৰ কৰো । |
06:55 | এইটোক চেষ্টা কৰো । |
06:57 | লেস দেন ইকুয়েল টুক গ্রেটাৰ দেন ইকুয়েল টু লৈ সলনি কৰক । |
07:04 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
07:10 | আমি যেনে চাব পাৰো আউটপুটটো true ' হয় কাৰণ weightৰ মান 40 তকৈ ডাঙৰ হয়। |
07: 16 | weight ৰ মান 40তকৈ কম মানলৈ সলনি কৰক। ধৰক 30. |
07:25 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
07:32 | আমি false পাইছো কাৰণ weightৰ মান 40তকৈ অধিক নহয় আৰু 40 ৰ সমান ও নহয়। |
07:39 | তাৰ পিছত, আমি চাও কেনেকৈ নট ইকুয়েল টুক পৰিক্ষন কৰে। |
07:46 | এইটো ইকুয়েল টু চিহ্নক অনুসৰন কৰি বিস্ময়বোধক চিনহ্নৰে ব্যবহাৰ কৰি কৰা হয়। |
07:53 | গ্রেটাৰ দেনক বিস্ময়বোধক চিহ্ন লৈ সলনি কৰক। |
07:59 | সেয়ে এই স্টেটমেন্টে কয় যে weightৰ মান 40ৰ সমান নহয় আৰু ফলাফলটো b ত সংগ্রহ কৰক। |
08:08 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
08:16 | আমি যেনে চাব পাৰো যে আউটপুটটো True হয় কাৰণ weightৰ মান 40ৰ সমান নহয়। |
08:23 | weightৰ মানক ৪০ লৈ সলনি কৰক আৰু আউটপুটটো চাওক |
08:28 | 30ক 40লৈ সলনি কৰক। |
08:31 | সংৰক্ষণ কৰক আৰু ৰান কৰক। |
08:38 | আমি false পাইছো কাৰণ weight not equal to 40 কন্ডিশন সঠিক নহয়। |
08:45 | নট ইকুয়াল টু কন্ডিশনক ইকুয়াল টু কন্ডিশনৰ বিপৰীত হিচাবে ধাৰণা কৰিব পাৰে । |
08:50 | এইভাবে যি আমি জাভাত ডেটা তুলনা কৰিবলৈ বিভিন্ন ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰো । |
08:58 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
09:01 | এই টিউটোৰিয়ালেত আমি boolean ডেটা টাইপৰ বিষয়ে শিকিছো, |
09:06 | ৰিলেশনেল অপাৰেটৰ আৰু |
09:08 | ৰিলেশনেল অপাৰেটৰ বয়ৱহাৰ কৰি কেনেকৈ দুটা মানক তুলনি কৰিব পাৰে |
09:13 | এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয, প্রদর্শিত দুটা এক্সপ্রেশনে সমানতা দেখোৱায় নে, নির্ণয় কৰক |
09:23 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
09:23 | * তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1] |
09:28 | * কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09:31 | * যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09:36 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09:38 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
09:40 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09: 50 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:54 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
|
10:00 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10:05 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |