Thunderbird/C2/Account-settings-and-configuring/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
0:00 | জিমেইল একাউণ্টৰ চেটিংচ আৰু কনফিগাৰেশ্যন সম্পৰ্কীয় শিক্ষণলৈ স্বাগতম |
00.06 | এই শিক্ষণত আমি শিকিম: |
00.09 | ইমেইল একাউণ্টত কেনেকৈ নতুন ফল্ডাৰ যোগ দিয়া হয়। |
00.13 | বাৰ্তা বিচাৰিবৰ বাবে advanced filters কেনেকৈ সজোৱা হয়। |
00.18 | Message filters কেনেকৈ পৰিচালনা কৰা হয়। |
00.20 | আমি আৰু শিকিম: |
00.22 | নিজাববীয়াকৈ য়াহু একাউণ্ট সজোৱা। |
00.25 | কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰা। |
00.28 | মেইল একাউণ্টৰ চেটিং সলনি কৰা। |
00.32 | ইমেইল একাউণ্ট ডিলিট কৰা। |
00.34 | ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। |
00.42 | লন্সাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। |
00.45 | থাণ্ডাৰবাৰ্ড উইণ্ড’ খোল খায়। |
00.48 | এই একাউণ্টত আন এটা ফল্ডাৰ যোগ দিওঁ আহক। |
00.51 | বাওঁপিনৰ সূচীৰ পৰা STUSERONE at GMAIL dot COM একাউণ্টটো নিৰ্বাচন কৰক। |
00.58 | STUSERONE at gmail dot com একাউণ্টত সোঁ-ক্লিক কৰক আৰু নতুন ফল্ডাৰ নিৰ্বাচন কৰক। |
01.06 | নতুন ফল্ডাৰ ডায়লগ বাকচ ওলায়। |
01.09 | নামৰ ঘৰত Important Mails ভৰ্তি কৰক। |
01.13 | Create Folder-অত ক্লিক কৰক। ফল্ডাৰটো তৈয়াৰ হ’ল! |
01.18 | এতিয়া আপুনি ইনবক্সৰ পৰা দৰকাৰী মেইলসমূহ এই ফল্ডাৰলৈ নিব পাৰে। |
01.23 | ইনবক্সৰ এই মেইলটো চিলেক্ট, ড্ৰেগ আৰু ড্ৰপ কৰি Important Mails ফল্ডাৰলৈ নিওঁ আহক। |
01.30 | বহুকেইটা ফিল্টাৰ অপশ্যন ব্যৱহাৰ কৰি আপুনি বাৰ্তা বিচাৰিব পাৰে। |
01.36 | এতিয়া বাওঁপিনৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক। |
01.43 | সোঁপিনৰ সূচীত থকা Advanced Features-ৰ অধীনৰ Search Messages-অত ক্লিক কৰক। |
01.48 | Search Messages ডায়লগ বাকচ ওলায়। |
01.52 | বাৰ্তা বিচাৰিবৰ বাবে পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁ আহক। |
01.57 | তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে। |
02.02 | বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে। |
02.08 | পৰৱৰ্তী ঘৰত Ten interesting টাইপ কৰক। Search-অত ক্লিক কৰক। |
02.13 | বিষয়ৰ নামৰ সৈতে মিল খোৱা মেইলসমূহ প্ৰদৰ্শিত হয়। |
02.18 | এটা ফল্ডাৰত এই বিচৰাসমূহো সাঁচি থ’ব পাৰে। |
02.22 | সাময়িকভাৱে এই শিক্ষণ বন্ধ ৰাখক আৰু এই কাম কৰক। |
02.25 | তাৰিখ অনুযায়ী মেইল বিচাৰক আৰু সেইবিলাক এটা ফল্ডাৰত সাঁচি ৰাখক। |
02.31 | এতিয়া এই ডায়লগ বাকচ বন্ধ কৰি দিওঁ আহক। |
02.35 | এই মেইল একাউণ্টৰ বাবে এটা নতুন ফিল্টাৰ তৈয়াৰ কৰোঁ আহক। |
02.39 | আপোনাৰ মেইল বাকচৰ বাৰ্তাসমূহ প্ৰণালীবদ্ধভাৱে সজাবৰ বাবে বন্ধা নিয়মেই হৈছে এটা ফিল্টাৰ। |
02.44 | ইয়াত আমি ‘থাণ্ডাৰবাৰ্ড’ বিষয় হিচাপে থকা সকলো মেইল Important Mails ফল্ডাৰলৈ নিম। |
02.52 | বাওঁফালৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক। |
02.58 | Advanced Features-অৰ অধীনত থকা Manage message filters-অত ক্লিক কৰক। |
03.03 | Message Filters ডায়লগ বাকচ ওলায়। New টেবত ক্লিক কৰক। |
03.09 | Filter Rules ডায়লগ বাকচ ওলায়। |
03.12 | ফিল্টাৰৰ নামৰ ঘৰত ‘বিষয় থাণ্ডাৰবাৰ্ড’ ভৰাওক। |
03.16 | এই ফিল্টাৰ সজাবলৈ আকৌ পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁহক। |
03.21 | তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে। |
03.26 | বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে। |
03.30 | পৰৱৰ্তী ঘৰত ‘থাণ্ডাৰবাৰ্ড’ টাইপ কৰক। |
03.33 | ইয়াৰ পিছত, Perform these actions -অৰ ঘৰত Move Message to বিকল্পলৈ সলনি কৰোঁ আহক। |
03.41 | পৰৱৰ্তী ড্ৰপ-ডাউনত ক্লিক কৰক, Important Mails ফল্ডাৰ সন্ধান কৰি নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক। |
03.49 | মেচেজ ফিল্টাৰ ডায়লগ বাকচত ফিল্টাৰটো প্ৰদৰ্শিত হয়। এতিয়া Run Now-ত ক্লিক কৰক। |
03.58 | ডায়লগ বাকচটো বন্ধ কৰক। এতিয়া Important Mails ফল্ডাৰত ক্লিক কৰক। |
04.04 | লক্ষ্য কৰক, থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা মেইলসমূহ এই ফল্ডাৰলৈ আহি গৈছে। |
04.12 | থাণ্ডাৰবাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰে। |
04.15 | অৰ্থাৎ থাণ্ডাৰবাৰ্ডৰ জৰিয়তে অকল জিমেইলতহে যে আপুনি মেইল গ্ৰহণ, প্ৰেৰণ আৰু পৰিচালনা কৰিব পাৰে, এনে নহয়; আপুনি য়াহু বা অন্য কোনো মেইল একাউণ্টো একে ধৰণে ব্যৱহাৰ কৰিব পাৰে। |
04.26 | আপুনি জানে যে থাণ্ডাৰবাৰ্ডত জিমেইল একাউণ্ট স্বয়ংক্ৰিয়ভাৱে কনফিগাৰড্ হয়। |
04.31 | অন্যান্য একাউণ্ট নিজাববীয়াকৈ পুনৰ্গঠন কৰিব লাগে। |
04.35 | য়াহু একাউণ্ট STUSERTWO@yahoo dot in থাণ্ডাৰবাৰ্ডৰ জৰিয়তে কনফিগাৰ কৰোঁ আহক। |
04.44 | য়াহু একাউণ্টত মই ইতিমধ্যেই POP সক্ৰিয় কৰিলো। |
04.48 | মই এইটো কেনেকৈ কৰিলো? প্ৰথমে মই মোৰ য়াহু একাউণ্টত প্ৰৱেশ কৰিলো।<Pause> |
04.54 | ইয়াৰ পিছত এখন নতুন ব্ৰাউজাৰ খোলক আৰু ঠিকনা-বাৰত www.yahoo.in টাইপ কৰক। |
05.02 | এতিয়া yahoo.in-অত ব্যৱহাৰকাৰী নাম হিচাপে STUSERTWO আৰু পাছৱৰ্ড ভৰ্তি কৰক। |
05.11 | ওপৰৰ বাওঁকোণত Options and Mail Options-অত ক্লিক কৰক। |
05.16 | বাওঁফালৰ সূচীৰ POP and Forwarding-অত ক্লিক কৰক। |
05.21 | Access Yahoo Mail via POP নিৰ্বাচন কৰক। |
05.24 | Close the tab -অত ক্লিক কৰক। |
05.28 | সলনিসমূহ সাঁচিবলৈ জনোৱা এটা ডায়লগ বাকচ ওলায়। save-অত ক্লিক কৰক। |
05.33 | এতিয়া য়াহুৰ পৰা লগ-আউট কৰি ব্ৰাউজাৰখন বন্ধ কৰোঁ আহক। |
05.39 | এতিয়া সোঁফালৰ সূচীৰ পৰা একাউণ্টচৰ অধীনত Create New Account-অত ক্লিক কৰক। |
05.45 | মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়। |
05.49 | এতিয়া, নাম হিচাপে USERTWO ভৰ্তি কৰোঁ আহক। |
05.53 | ইয়াৰ পিছত, ইমেইল ঠিকনাত, য়াহু আইডি STUSERTWO@YAHOO@IN ভৰ্তি কৰোঁ আহক। |
06.03 | তাৰ পিছত পাছৱৰ্ড টাইপ কৰক। Continue-ত ক্লিক কৰক। |
06.10 | মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়। |
06.13 | ইনকামিং চাৰ্ভাৰ নামৰ ঘৰত POP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে pop dot mail dot yahoo dot com ভৰ্তি কৰক। |
06.26 | আমি যিহেতু অফলাইনত মেইল চাব বিচাৰোঁ, সেয়েহে POP3 নিৰ্বাচন কৰিলো আৰু সকলো মেইল আমাৰ স্থানীয় কম্পিউটাৰলৈ ডাউনলোড কৰিলো। |
06.35 | ইনকামিং ঘৰত, |
06.37 | পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 110 ভৰ্তি কৰক। |
06.43 | SSL ড্ৰপ-ডাউনত STARTTLS নিৰ্বাচন কৰক। |
06.48 | অথেন্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক। |
06.53 | আউটগয়িং ঘৰত, |
06.55 | চাৰ্ভাৰ নাম হিচাপে SMTP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে smtp.mail.yahoo.com. ভৰ্তি কৰক। |
07.05 | পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 465 ভৰ্তি কৰক। |
07.12 | SSL ড্ৰপ-ডাউনত SSL/TLS নিৰ্বাচন কৰক। |
07.17 | অথেণ্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক। |
07.23 | ব্যৱহাৰকাৰী নামৰ ঘৰত STUSERTWO নামটো ভৰাওঁ আহক। |
07.28 | Create Account বুটামটো সক্ৰিয় হ’ল। |
07.32 | Create Account-অত ক্লিক কৰক। |
07.34 | য়াহু একাউণ্টটো কনফিগাৰড্ হ’ল। |
07.37 | আপোনৰ ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি, ইয়াৰ বাবে কেইমিনিটমানৰ প্ৰয়োজন হ’ব |
07.42 | লক্ষ্য কৰক যে থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ সোঁফালৰ সূচীত এতিয়া য়াহু একাউণ্টটো দেখা গৈছে। |
07.48 | ইনবক্সত ক্লিক কৰোঁ আহক। |
07.50 | য়াহু একাউণ্টৰ সকলো মেইল ইয়ালৈ ডাউনলোড হৈছে। |
07.55 | এতিয়া আপুনি য়াহু আৰু জিমেইল একাউণ্টৰ অকল মেইল চোৱাই নহয়, থাণ্ডাৰবাৰ্ডৰ জৰিয়তে |
08.01 | একে সময়তে দুয়োটা একাউণ্ট পৰিচালনাও কৰিব পাৰে। |
08.05 | এতিয়া, থাণ্ডাৰবাৰ্ডত ইমেইল একাউণ্টৰ বাবে থকা preference settings চাওঁ আহক। |
08.13 | আপুনি হয়তো বিচাৰিব পাৰে যে: |
08.14 | থাণ্ডাৰবাৰ্ডৰ জৰিয়তে পঠোৱা মেইলৰ এটা কপি জিমেইল একাউণ্টতো জমা থাকক |
08.20 | উত্তৰ দিওঁতে মূল মেচেজ উদ্ধৃত থাকক |
08.24 | জাংক মেচেজবোৰ চিনাক্ত কৰক অথবা, |
08.26 | আপোনাৰ কম্পিউটাৰৰ ডিস্ক স্পেচ ভৰ্তি হৈ থাকিলে কিছুমান মেচেজ ডাউনলোড নহওক |
08.34 | বাওঁফালৰ সূচীৰ পৰা জিমেইল একাউণ্ট নিৰ্বাচন কৰোঁ আহক। |
08.38 | থাণ্ডাৰবাৰ্ড মেইল ডায়লগ বাকচ ওলায়। |
08.42 | সোঁফালৰ সূচীত একাউণ্টৰ অধীনত থকা ভিউ ছেটিংছত ক্লিক কৰক। |
08.47 | একাউণ্ট ছেটিংচ ডায়লগ বাকচ ওলায়। |
08.50 | বাওঁফালৰ সূচীত আকৌ জিমেইল একাউণ্ট নিৰ্বাচন কৰক। এতিয়া চাৰ্ভাৰ ছেটিংচত ক্লিক কৰক। |
08.58 | সোঁফালৰ সূচীত চাৰ্ভাৰ ছেটিংচ প্ৰদৰ্শিত হয়। |
09.02 | Check for new messages every চেক বাকচত 20 ভৰ্তি কৰক। |
09.08 | থাণ্ডাৰবাৰ্ডে এতিয়া প্ৰত্যেক ২0 মিনিটৰ অন্তৰে অন্তৰে মেচেজ আছে নেকি পৰীক্ষা কৰিব। |
09.12 | Empty Trash on Exit বাকচত শুদ্ধ চিন দিয়ক। |
09.15 | আপুনি যেতিয়াই থাণ্ডাৰবাৰ্ডৰ পৰা ওলাই যাব, ট্ৰেশ্ব ফল্ডাৰত থকা সকলো মেচেজ ডিলিট হৈ যাব। |
09.22 | একে ধৰণে আপুনি আপোনাৰ চাৰ্ভাৰ চেটিংচ নিজাববীয়াকৈ সজাব পাৰে। |
09.27 | একে ধৰণে, আমি এই বিকল্পসমূহ সজাব পাৰোঁ: |
09.30 | মেইলৰ কপি তৈয়াৰ কৰা, |
09.33 | খচৰা মেইল সাঁচি ৰখা, |
09.35 | মেইল সাঁচি ৰখা ঠাই সলনি কৰা। |
09.39 | বাওঁফালৰ সূচীত Copies and Folders-অত ক্লিক কৰক। |
09.44 | সোঁফালৰ সূচীত Copies and Folders ডায়লগ বাকচ প্ৰদৰ্শিত হয়। |
09.49 | পূৰ্বনিৰ্ধাৰিত বিকল্পসমূহ থকা ধৰণেই ৰাখোঁ আহক। |
09.53 | লক্ষ্য কৰক যে Place a copy in আৰু Sent folder on এই বিকল্প ইতিমধ্যেই নিৰ্বাচিত হৈ আছে। |
10.00 | To save disk space বিকল্প সজাবলৈ বাওঁফালৰ সূচীত Disk Space নিৰ্বাচন কৰোঁ। |
10.08 | এতিয়া, সোঁফালৰ সূচীত To save disc space, don not download বিকল্প দেখা পাব। |
10.16 | Messages larger than বাকচত শুদ্ধ চিন দিয়ক। |
10.19 | এতিয়া, KB-ৰ ঘৰত 60 ভৰাওক। |
10.24 | ৬0 কেবিতকৈ ডাঙৰ মেচেজ থাণ্ডাৰবাৰ্ডে ডাউনলোড নকৰে। |
10.30 | জাংক মেচেজ চিনাক্ত কৰিব পৰাটো থাণ্ডাৰবাৰ্ডৰ আন এটা দৰকাৰী সুবিধা। |
10.35 | জাংক মেচেজ আৰু নন জাংক মেচেজ চিনিবলৈ আপুনি থাণ্ডাৰবাৰ্ডক শিকাব পাৰে। |
10.41 | এইটো কৰিবৰ বাবে প্ৰথমে আপুনি জাংক চেটিংচ সজাব লাগিব আৰু তাৰপিছত মেইলবোৰ জাংক আৰু নন জাংক হিচাপে চিহ্নিত কৰিব লাগিব। |
10.48 | প্ৰথম অৱস্থাত আপুনি নিজাকৈ জাংক মেইল চিনাক্ত কৰিব লাগিব |
10.52 | প্ৰত্যেক মেইলৰ বাবে জাংক মেইল বুটামত ক্লিক কৰি। সময় যোৱাৰ লগে লগে, |
10.56 | আপোনাৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি, |
10.59 | থাণ্ডাৰবাৰ্ডে স্বয়ংক্ৰিয়ভাৱে জাংক মেইল চিনাক্ত কৰিব |
11.03 | আৰু সেইবোৰ জাংক ফল্ডাৰলৈ পঠাই দিব। |
11.07 | বাওঁফালৰ সূচীৰ একাউণ্ট চেটিংচ ডায়লগ বাকচত জাংক চেটিংচত ক্লিক কৰক। |
11.13 | সোঁফালৰ সূচীত জাংক চেটিংচ ডায়লগ বাকচ ওলায়। |
11.18 | মন কৰক যে পূৰ্বনিৰ্ধাৰিতভাৱে Enable adaptive junk mail controls for this account বাকচত শুদ্ধ চিন দি থোৱা আছে। |
11.27 | Do not mark mail as junk if the sender is in list-অৰ অধীনত থকা সকলো বিকল্পত শুদ্ধ চিন দিয়ক। |
11.35 | মুভ নিউ জাংক মেচেজ ঘৰটো নিৰ্বাচন কৰক আৰু অপশ্যনত জাংক ফল্ডাৰ নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক। |
11.44 | এতিয়া ইনবক্সত ক্লিক কৰক আৰু প্ৰথম মেইলটো নিৰ্বাচন কৰক। |
11.48 | মেইলৰ কথাখিনি তলৰ সূচীত প্ৰদৰ্শিত হয়। |
11.52 | জাংক আইকনত ক্লিক কৰক। |
11.54 | লক্ষ্য কৰক যে হেডাৰ জাংক মেইল প্ৰদৰ্শিত হৈছে। |
11.58 | একে ধৰণে আপুনি অন্যান্য পছন্দসমূহো সজাব পাৰে! |
12.03 | থাণ্ডাৰবাৰ্ডত সজোৱা মেইল একাউণ্ট এটা আমি ডিলিট কৰিব পাৰোঁ নে? হয়, পাৰোঁ! |
12.10 | বাওঁফালৰ সূচীত STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক। |
12.16 | সোঁফালৰ সূচীত একাউণ্টচৰ অধীনত থকা ভিউ চেটিংচ ফৰ দিছ একাউণ্ট নিৰ্বাচন কৰক। |
12.21 | একাউণ্ট চেটিংচ ডায়লগ বাকচ ওলায়। |
12.25 | তলৰ বাওঁকোণত Account Actions-অত ক্লিক কৰক আৰু তাৰ পিছত Remove Account-অত ক্লিক কৰক। |
12.32 | এটা সতৰ্কীকৰণ বাৰ্তা প্ৰদৰ্শিত হয়। |
12.35 | যদি আমি অ’কেত ক্লিক কৰোঁ, তেনেহ’লে একাউণ্টটো ডিলিট হৈ যাব। |
12.39 | যি কি নহওক, এই শিক্ষণৰ প্ৰয়োজনত আমি একাউণ্টটো ডিলিট নকৰোঁ। |
12.45 | গতিকে আমি কেনচেলত ক্লিক কৰিম। |
12.47 | এতিয়া এই ডায়লগ বাকচটো বন্ধ কৰি দিওঁ। |
12.51 | মনত ৰাখিব, যেতিয়া আপুনি কোনো এটা ইমেইল একাউণ্ট ডিলিট কৰে, |
12.53 | সেই ইমেইল একাউণ্টৰ |
12.56 | সকলোবোৰ ফল্ডাৰ আৰু মেইল |
12.58 | থাণ্ডাৰবাৰ্ডৰ পৰা ডিলিট হৈ যাব। |
13.00 | সবিশেষ তেতিয়াও মজিলা থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ সূচীত প্ৰদৰ্শিত হৈ থাকিব পাৰে। |
13.06 | সেয়া হ’লেও, যেতিয়া আপুনি পুনৰ লগ-ইন কৰে, তেতিয়া সেইবিলাক আৰু প্ৰদৰ্শিত নহয়। |
13.12 | ইয়াতে Mozilla Thunderbird 10.0.2-ৰ শিক্ষণ সমাপ্ত হৈছে। |
13.18 | এই শিক্ষণত আমি শিকিলো কেনেকৈ: |
13.20 | এটা ইমেইল একাউণ্টত নতুন ফল্ডাৰ যোগ দিব পাৰি। |
13.24 | মেচেজ বিচাৰিবলৈ advanced filters সজাব পাৰি। |
13.28 | মেচেজ ফিল্টাৰ পৰিচালনা কৰিব পাৰি। |
13.30 | আপুনি আৰু শিকিলে, কেনেকৈ: |
13.32 | য়াহু একাউণ্ট নিজাকৈ কনফিগাৰ কৰিব পাৰি। |
13.35 | কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰি। |
13.38 | মেইল একাউণ্টৰ একাউণ্ট চেটিংচ সলনি কৰিব পাৰি আৰু |
13.40 | এটা মেইল একাউণ্ট ডিলিট কৰিব পৰি। |
13.44 | আপোনাৰ বাবে এটা কৰিবলগীয়া কাম। |
13.46 | এটা ইমেইল একাউণ্ট নিজাকৈ সজাওক। |
13.49 | একাউণ্টটোৰ চেটিংচ সলনি কৰক। |
13.52 | মেচেজ আৰ্কাইভ কৰিবৰ বাবে প্ৰিফাৰেন্স সজাওক |
13.56 | জাংক চেটিংচৰ প্ৰিফাৰেন্স সলনি কৰক |
14.00 | এটা ইমেইল একাউণ্ট ডিলিট কৰক |
14.02
তলৰ সংযোগত থকা ভিডিঅ’ চাওক | |
14.05 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
14.09 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে |
14.13 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
14.15 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
14.18 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
14.22 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক |
14.29 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
14.33 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
14.40 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
14.51 | এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ। |