Koha-Library-Management-System/C2/OPAC/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | How to use OPAC স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Search ব্যৱ্হাৰ কৰি item এটা কেনেকৈ বিচৰা হয় |
00:13 | আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:32 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:38 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:44 | আৰু, আপোনাৰ Koha ত কামকৰা জ্ঞান থাকিব লাগিব |
00:49 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:56 | আৰম্ভ কৰিবলৈ, মই Microbiology ত দুখন কিতাপ বেছিকৈ যোগ কৰিলো |
01:02 | এখন লেখক Powar and Daginawala আৰু আনখন লেখক Heritage ৰ সৈতে |
01:12 | মোৰ লাইব্ৰেৰীত মুঠতে তিনিখন কিতাপ আছে |
01:17 | আগবহাৰ আগতে, আগৰ টিউট’ৰিয়েলত বৰ্ণনা কৰাৰ দৰে আপোনাৰ লাইব্ৰেৰীত নিজৰ পচন্দৰ আৰু দুখন কিতাপ যোগ কৰক |
01:27 | আপোনাৰ Web Browser খোলক আৰু লিখক: http://127.0.1.1/8000 |
01:40 | এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত |
01:48 | অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, Enter টিপক |
01:55 | Welcome to Spoken Tutorial Library হ’মপেজটো খুলিছে |
02:01 | ওপৰত বাওঁফালে Search ত ক্লিক কৰক |
02:06 | Library catalog দ্ৰপ-দাউনৰ পৰা Search ফিল্দত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো: |
02:16 | Title, Author , Subject, ISBN , Series আৰু Call number |
02:28 | মই Search ফিল্দত Microbiology লিখিম |
02:33 | আৰু, ফিল্দৰ সোফালে Go ত ক্লিক কৰক |
02:38 | Microbiology শব্দটো থকা সকলো Library items ফলাফলত তালিকাবদ্ধ হৈছে |
02:45 | চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা items, পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি |
02:52 | তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু Relevance টেবত ক্লিক কৰক |
02:59 | দ্ৰপ-দাউনৰ পৰা, মই Author (A-Z) বাচিম |
03:05 | আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে |
03:11 | Author (A-Z) নিৰ্বাচিত কৰিলে, Authors ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয় |
03:19 | তালিকাবদ্ধ items ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো |
03:31 | গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ? |
03:36 | আমি বাওঁফালে ‘Refine Your Search' টেবত ক্লিক কৰি তাক কৰিব পাৰো |
03:43 | পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক: Availability, Authors, Item Types আৰু Topics |
03:57 | এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে |
04:06 | Search Catalog পৃষ্ঠাটোত, Advanced Search লিংকত ক্লিক কৰক |
04:12 | Search for টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
04:18 | একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো |
04:26 | বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে:
Keyword, Subject , Title , Author , Publisher, Publisher Location, ISBN আৰু Barcode |
04:45 | মই Subject বাচিম |
04:48 | আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক |
04:56 | মই ইয়াত Microbiology লিখিম |
05:00 | দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই Author ত Patel বাচিম |
05:08 | তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই Publisher ত Pearson বাচিম |
05:16 | একেটা পৃষ্ঠাত, Item Type চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক- |
05:23 | Book, |
05:25 | Reference |
05:27 | আৰু Serial |
05:29 | অপচনচৰ সৈতে যেনে - Publication date range, Language আৰু Sorting |
05:40 | গতিকে, Item Type চেকচনৰ ভিতৰত, মই Books ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম |
05:47 | মই Publication date range খালি ৰাখিম |
05:52 | Language ৰ বাবে দ্ৰপ-দাউনৰ পৰা English বাচক |
05:57 | Sorting চেকচনত, Sort by: ৰ বাবে মই Author (A-Z) বাচিম |
06:06 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Search ত ক্লিক কৰক |
06:13 | এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব:
Subject ত Microbiology, |
06:22 | Author ত Patel Arvind H., |
06:26 | Publisher ত Pearson |
06:29 | এতিয়া,আহক Advanced Search পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু Search for: চেকচনৰ তলত More Options বুটামত ক্লিক কৰো |
06:42 | তেনে কৰিলে, Advanced search পৃষ্ঠাটোৰ লেআউত সলনি হয় |
06:48 | পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই Subject বাচিম |
06:54 | পাছত মই লিখিম Microbiology |
06:58 | এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক |
07:02 | প্ৰথম দ্ৰপ-দাউনত, মই “and” অপচনক এনেদৰেই ৰাখিম |
07:09 | আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম |
07:14 | পাছত ইয়াৰ সোফালে, মই লিখিম “Patel” |
07:19 | পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই “or” অপচনটো বাচিম |
07:28 | আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম |
07:34 | পাছত ইয়াৰ সোফালে, মই লিখিম “Heritage” |
07:39 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, চেকচনটোৰ তলত Search বুটামত ক্লিক কৰক |
07:46 | যদি প্ৰয়োজন হয়, আপুনি Item type চেকচনৰ ভিতৰত search অপচনচ বা বাকী থকা অপচনচ ব্যৱ্হাৰ কৰি চাৰ্চক পাছলৈ বিস্তৃত কৰিব পাৰে |
07:58 | এনেদৰেই আমি OPAC ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো |
08:04 | এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে |
08:11 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
08:15 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
08:24 | আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
08:29 | অনুশিলনীৰ বাবে-
Biology কীৱৰ্দ ব্যৱ্হাৰ কৰি, OPAC ত Journals ৰ তালিকা বিচাৰক |
08:37 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
08:44 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
08:54 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
08:58 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
09:10 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |