Scilab/C2/Installing/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | ইনষ্ট’লেচন অফ চাইলেব অন উইনদ’চ অপাৰেটিং চিষ্টেম(Installation of Scilab on Windows operating system)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
00:07 | মই উইনদ’চ অপাৰেটিং চিষ্টেম( windows operating system)ত চাইলেব( Scilab)ৰ 5.2 তাঙৰণ ইনষ্ট’ল(Install) কৰিম |
00:13 | এই প্ৰক্ৰিয়া( procedure)টো চাইলেব( Scilab)ৰ সকলো তাঙৰণ(version) আৰু উইনদ’চ অপাৰেটিং চিষ্টেম(windows operating system)ৰ আন তাঙৰণ(version)টো প্ৰয়োগযোগ্য( applicable) হয় |
00:20 | আপুনি চাইলেবক scilab.org উৱেবচাইট (website)ৰ পৰা দাউনল’দ (download) কৰিব পাৰে |
00:25 | প্ৰদাক্তচ (Products)লৈ যাওঁক দাউনল’দ( download)নিৰ্বাচন কৰক আৰু টিপক |
00:31 | তললৈ যাওঁক উইনদ’চ চেকচন(windows section)ৰ অন্তৰ্গত চাইলেব(scilab) 5.2ত টিপক |
00:41 | ই exe ফাইল টো দাউনল’দ(download) কৰিবলৈ এটা দায়েল’গ( dialog) খুলিব |
00:45 | save ফাইল ত টিপক,দাউনল’দিং (downloading) আৰম্ভ হ’ব |
00:50 | ই কিছু মিনিট( few minutes) ল’ব। মই ইয়াক মিনিমাইজ( minimize) কৰিম |
00:54 | ব্ৰ’জাৰ( browser )টো মিনিমাইজ( Minimize) কৰক |
00:58 | দাউনল’দ পৃষ্ঠা(download page)ৰ পোনপতিয়া সংযোজন(direct link)তলত দিয়া ধৰণৰ |
01:03 | ইনষ্ট’লেচন প্ৰক্ৰিয়া( installation process)টো আৰম্ভ কৰাৰ আগতে আপোনাৰ কম্পিউতাৰ( computer)টো ইন্টাৰনেট( internet)ৰ লগত সংলগ্ন( connected) হৈ থকাতো দৰকাৰ |
01:10 | ই ইন্তেল মেথ কাৰনেল লাইব্ৰেৰী(Intel Math Kernal Library) দাউনল’দ (download)আৰু ইনষ্ট’ল( install) কৰিবলৈ প্ৰয়োজনীয় হয় |
01:16 | মই ইয়াক মিনিমাইজ( minimize) কৰিম |
01:18 | ইনষ্ট’লেচন পৰ্যায়( installation procedure)টো আৰম্ভ(start)কৰিবলৈ চাইলেব চেটাপ ফাইলত (scilab setup file)দুবাৰ টিপক(Double click) |
01:25 | ৰান(Run)ত টিপক |
01:28 | চেত আপ লেংগুৱেজ (set up language) English হিচাবে বাচক। Ok টিপক |
01:33 | এইটোৱে চাইলেব চেত আপ উইজাৰদ (Scilab setup wizard) আৰম্ভ কৰিব |
01:37 | চলি থাকিবলৈ Next. টিপক |
01:39 | লাইচেঞ্চ এগ্ৰিমেন্ত( license agreement)টো গ্ৰহণ কৰক, Next ত টিপক |
01:42 | আপোনাৰ কম্পিউটাৰ( computer)ত চাইলেব (scilab)ইনষ্টল( install) কৰিবলৈ এটা গন্তব্য( destination) ফ’ল্ডাৰ( folder) বাচক |
01:47 | Next টিপক |
01:48 | ফোল ইনষ্টলেচন( full Installation)লৈ যাওঁক |
01:50 | Next. টিপক |
01:52 | Next |
01:53 | Next |
01:55 | ইনষ্টলেচন( installation)টো আৰম্ভ হবলৈ Install(ইনষ্টল)ত টিপক |
01:58 | ইন্টাৰনেট কানেকচন পাৰ্মিচন (Internet Connection Permission)দিবলৈ Ok টিপক |
02:03 | ই ইন্তেল মেথ কাৰনেল লাইব্ৰেৰী(Intel Math Kernal Library)ৰ দাউনল’দিং( downloading) আৰম্ভ কৰিব |
02:11 | ই কিছু মিনিট( few minutes) লব |
02:20 | ইন্তেল মেথ কাৰনেল লাইব্ৰেৰী(Intel Math Kernal Library)ৰ দাউনল’দিং( downloading) সম্পূৰ্ন হ’ল আৰু চাইলেবৰ ইনষ্ট’লেচন পৰ্যায়( installation procedure)টো আৰম্ভ হ’ল |
02:28 | ই কিছু মিনিট( few minutes)লব |
02:46 | চাইলেবৰ ইনষ্ট’লেচন( Installation) সম্পূৰ্ন হ’ল । "Finish" টিপক |
02:51 | ই আপোনাৰ কম্পিউটাৰত চাইলেব(Scilab ) 5.2ক উদ্ধাৱ্ন(Launch) কৰিব |
03:00 | মই এইটো বন্ধ কৰিম |
03:03 | এই সময়ত চাইলেব( Scilab)ত আমাৰ বহুটো অন্য( several) স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial ) আছে |
03:08 | এইবিলাক তলৰ তালিকাত দিয়া হৈছে |
03:12 | scilab.in উৱেবচাইট(website)ৰ সহযোগীতা(co-ordinate)ৰে ভাৰতত চাইলেবে( Scilab) প্ৰচেষ্টা( Effort) চলাইছে |
03:18 | তাত কিছুমান আগ্ৰহী প্ৰকল্প(interesting project) চলি আছে |
03:21 | তাৰে এটা হৈছে টে্কষ্ট বুক প্ৰজেক্ট( Textbook project) য’ত ক’ড(code)সমূহে চাইলেব ব্যৱহাৰ কৰি ষ্টেনদাৰ্দ টেকষ্টবুক( standard textbooks)ৰ উদাহৰণ সমূহ প্ৰতিফলিত( worked out)কৰে |
03:28 | সংযোজন প্ৰকল্প( links project) এ উপভোক্তাক জ্ঞাত( known) চাইলেব দকোমেন্ত( documents) সমূহক সংযোগ( link) আৰু খিতাপ( rank) দিবলৈ অনুমতি দিয়ে |
03:35 | আমি লগতে চাইলেবৰ কৰ্মশালা(Workshop) অনুষ্ঠিত( organize) কৰিবলৈ সহায় কৰো |
03:38 | আমাৰ ওচৰত দুখন মেইলিং তালিকা(mailing list) আছে, এখন ঘোষণা( announce)ৰ বাবে আৰু আনখন আলোচনা( discuss)ৰ বাবে |
03:44 | আমি আমাৰ সকলো কাৰ্যক্ৰম( activities)ত আপোনাৰ অংশগ্ৰহণ( participation) বিচাৰিছো |
03:47 | স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ ঘূৰি যাওঁ |
03:50 | স্পকেন অংশ( spoken part)টো বিভিন্ন ভাৰতীয় ভাষাত উপলব্ধ( available) |
03:54 | এই সমূহ spoken-tutorial.org উৱে্বচাইট (website) ত উপলব্ধ( available) |
03:58 | এই টিউটৰিয়েল( tutorial)টোৱে চাইলেবত Level 0 ট্ৰেইনিং( training) ৰ এটা অংশ গঠন কৰে |
04:03 | এই টিউটৰিয়েল( tutorial)সমূহ একেবাৰে (absolutely)বিনামূলীয়াকৈ উপলব্ধ |
04:07 | আমি এই পথেৰে বহুতো FOSS চিষ্টেম( systems) সামৰিম বুলি আশা কৰো |
04:11 | আমি ইয়াৰ ওপৰত আপোনাৰ মতামত( feedback)ক আদৰনি জনাওঁ |
04:14 | আমি লগতে আপোনাৰ অংশগ্ৰহণ (participation )ক আদৰনি জনাওঁ |
04:17 | চফটৱেৰ( software)ৰ বাবে আউতলাইন( outline) লিখাত |
04:20 | মূল স্ক্ৰিপ্ত(script) সমূহ লিখাৰ বাবে |
04:22 | স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) টো বানীবদ্ধ( record ) কৰিবলৈ |
04:25 | স্ক্ৰিপ্ত(script) টো বিভিন্ন( various) ভাৰতীয় ভাষাত অনুবাদ কৰিবলৈ |
04:28 | স্ক্ৰিপ্ত(script)টো ব্যৱহাৰ কৰি শ্ৰব্য( audio)টো ভাৰতীয় ভাষাত কন্ঠপৰিবৰ্তন( dub) কৰিবলৈ |
04:33 | ওপৰৰ সকলোতে পুনৰদৰ্শন( review) কৰিবলৈ আৰু আপোনাৰ মতামত( feedback) দিবলৈ |
04:36 | আমি আপোনাক এই স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰ কৰি কৰ্মশালা( workshops) পাতিবলৈ আদৰনি জনাওঁ |
04:42 | আমি লগতে আপোনাক স্পকেন টিউটৰিয়েল( Spoken tutorials)ৰ গুণমূলক( efficacy) অধ্যয়ন পাতিবলৈ আহ্বান( invite) জনাওঁ |
04:47 | আমি লগতে শ্ৰব্য( audio),কথাচিত্ৰ( video),নিজাকৈ অনুবাদ( automatic translation) আদিত কাৰিকৰী সহযোগীতা( technology support) দিব পৰা পাৰ্গত লোক( experts)ক বিচাৰিছো |
04:55 | আমি এই কাৰ্যক্ৰম( activities) বিলাকৰ বাবে বৰঙণি দি আহিছো |
04:58 | স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )সমূহ ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়, আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
05:07 | এই মিচনৰ বিষয়ে অধিক তথ্য( information) তলত দেখুওৱা সংযোজন(link) ত দেখা পাব৷ |
05:11 | সংযোগ কৰাৰ বাবে ধন্যবাদ । |
05:13 | মই মৌচম হাজৰিকা |
05:16 | শুভবিদায় |