Scilab/C2/Installing/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 ইনষ্ট’লেচন অফ চাইলেব অন উইনদ’চ অপাৰেটিং চিষ্টেম(Installation of Scilab on Windows operating system)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো
00:07 মই উইনদ’চ অপাৰেটিং চিষ্টেম( windows operating system)ত চাইলেব( Scilab)ৰ 5.2 তাঙৰণ ইনষ্ট’ল(Install) কৰিম
00:13 এই প্ৰক্ৰিয়া( procedure)টো চাইলেব( Scilab)ৰ সকলো তাঙৰণ(version) আৰু উইনদ’চ অপাৰেটিং চিষ্টেম(windows operating system)ৰ আন তাঙৰণ(version)টো প্ৰয়োগযোগ্য( applicable) হয়
00:20 আপুনি চাইলেবক scilab.org উৱেবচাইট (website)ৰ পৰা দাউনল’দ (download) কৰিব পাৰে
00:25 প্ৰদাক্তচ (Products)লৈ যাওঁক দাউনল’দ( download)নিৰ্বাচন কৰক আৰু টিপক
00:31 তললৈ যাওঁক উইনদ’চ চেকচন(windows section)ৰ অন্তৰ্গত চাইলেব(scilab) 5.2ত টিপক
00:41 ই exe ফাইল টো দাউনল’দ(download) কৰিবলৈ এটা দায়েল’গ( dialog) খুলিব
00:45 save ফাইল ত টিপক,দাউনল’দিং (downloading) আৰম্ভ হ’ব
00:50 ই কিছু মিনিট( few minutes) ল’ব। মই ইয়াক মিনিমাইজ( minimize) কৰিম
00:54 ব্ৰ’জাৰ( browser )টো মিনিমাইজ( Minimize) কৰক
00:58 দাউনল’দ পৃষ্ঠা(download page)ৰ পোনপতিয়া সংযোজন(direct link)তলত দিয়া ধৰণৰ
01:03 ইনষ্ট’লেচন প্ৰক্ৰিয়া( installation process)টো আৰম্ভ কৰাৰ আগতে আপোনাৰ কম্পিউতাৰ( computer)টো ইন্টাৰনেট( internet)ৰ লগত সংলগ্ন( connected) হৈ থকাতো দৰকাৰ
01:10 ই ইন্তেল মেথ কাৰনেল লাইব্ৰেৰী(Intel Math Kernal Library) দাউনল’দ (download)আৰু ইনষ্ট’ল( install) কৰিবলৈ প্ৰয়োজনীয় হয়
01:16 মই ইয়াক মিনিমাইজ( minimize) কৰিম
01:18 ইনষ্ট’লেচন পৰ্যায়( installation procedure)টো আৰম্ভ(start)কৰিবলৈ চাইলেব চেটাপ ফাইলত (scilab setup file)দুবাৰ টিপক(Double click)
01:25 ৰান(Run)ত টিপক
01:28 চেত আপ লেংগুৱেজ (set up language) English হিচাবে বাচক। Ok টিপক
01:33 এইটোৱে চাইলেব চেত আপ উইজাৰদ (Scilab setup wizard) আৰম্ভ কৰিব
01:37 চলি থাকিবলৈ Next. টিপক
01:39 লাইচেঞ্চ এগ্ৰিমেন্ত( license agreement)টো গ্ৰহণ কৰক, Next ত টিপক
01:42 আপোনাৰ কম্পিউটাৰ( computer)ত চাইলেব (scilab)ইনষ্টল( install) কৰিবলৈ এটা গন্তব্য( destination) ফ’ল্ডাৰ( folder) বাচক
01:47 Next টিপক
01:48 ফোল ইনষ্টলেচন( full Installation)লৈ যাওঁক
01:50 Next. টিপক
01:52 Next , Next
01:55 ইনষ্টলেচন( installation)টো আৰম্ভ হবলৈ Install(ইনষ্টল)ত টিপক
01:58 ইন্টাৰনেট কানেকচন পাৰ্মিচন (Internet Connection Permission)দিবলৈ Ok টিপক
02:03 ই ইন্তেল মেথ কাৰনেল লাইব্ৰেৰী(Intel Math Kernal Library)ৰ দাউনল’দিং( downloading) আৰম্ভ কৰিব
02:11 ই কিছু মিনিট( few minutes) লব
02:20 ইন্তেল মেথ কাৰনেল লাইব্ৰেৰী(Intel Math Kernal Library)ৰ দাউনল’দিং( downloading) সম্পূৰ্ন হ’ল আৰু চাইলেবৰ ইনষ্ট’লেচন পৰ্যায়( installation procedure)টো আৰম্ভ হ’ল
02:28 ই কিছু মিনিট( few minutes)লব
02:46 চাইলেবৰ ইনষ্ট’লেচন( Installation) সম্পূৰ্ন হ’ল । "Finish" টিপক
02:51 ই আপোনাৰ কম্পিউটাৰত চাইলেব(Scilab ) 5.2ক উদ্ধাৱ্ন(Launch) কৰিব
03:00 মই এইটো বন্ধ কৰিম
03:03 এই সময়ত চাইলেব( Scilab)ত আমাৰ বহুটো অন্য( several) স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial ) আছে
03:08 এইবিলাক তলৰ তালিকাত দিয়া হৈছে
03:12 scilab.in উৱেবচাইট(website)ৰ সহযোগীতা(co-ordinate)ৰে ভাৰতত চাইলেবে( Scilab) প্ৰচেষ্টা( Effort) চলাইছে
03:18 তাত কিছুমান আগ্ৰহী প্ৰকল্প(interesting project) চলি আছে
03:21 তাৰে এটা হৈছে টে্কষ্ট বুক প্ৰজেক্ট( Textbook project) য’ত ক’ড(code)সমূহে চাইলেব ব্যৱহাৰ কৰি ষ্টেনদাৰ্দ টেকষ্টবুক( standard textbooks)ৰ উদাহৰণ সমূহ প্ৰতিফলিত( worked out)কৰে
03:28 সংযোজন প্ৰকল্প( links project) এ উপভোক্তাক জ্ঞাত( known) চাইলেব দকোমেন্ত( documents) সমূহক সংযোগ( link) আৰু খিতাপ( rank) দিবলৈ অনুমতি দিয়ে
03:35 আমি লগতে চাইলেবৰ কৰ্মশালা(Workshop) অনুষ্ঠিত( organize) কৰিবলৈ সহায় কৰো
03:38 আমাৰ ওচৰত দুখন মেইলিং তালিকা(mailing list) আছে, এখন ঘোষণা( announce)ৰ বাবে আৰু আনখন আলোচনা( discuss)ৰ বাবে
03:44 আমি আমাৰ সকলো কাৰ্যক্ৰম( activities)ত আপোনাৰ অংশগ্ৰহণ( participation) বিচাৰিছো
03:47 স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ ঘূৰি যাওঁ
03:50 স্পকেন অংশ( spoken part)টো বিভিন্ন ভাৰতীয় ভাষাত উপলব্ধ( available)
03:54 এই সমূহ spoken-tutorial.org উৱে্বচাইট (website) ত উপলব্ধ( available)
03:58 এই টিউটৰিয়েল( tutorial)টোৱে চাইলেবত Level 0 ট্ৰেইনিং( training) ৰ এটা অংশ গঠন কৰে
04:03 এই টিউটৰিয়েল( tutorial)সমূহ একেবাৰে (absolutely)বিনামূলীয়াকৈ উপলব্ধ
04:07 আমি এই পথেৰে বহুতো FOSS চিষ্টেম( systems) সামৰিম বুলি আশা কৰো
04:11 আমি ইয়াৰ ওপৰত আপোনাৰ মতামত( feedback)ক আদৰনি জনাওঁ
04:14 আমি লগতে আপোনাৰ অংশগ্ৰহণ (participation )ক আদৰনি জনাওঁ
04:17 চফটৱেৰ( software)ৰ বাবে আউতলাইন( outline) লিখাত
04:20 মূল স্ক্ৰিপ্ত(script) সমূহ লিখাৰ বাবে
04:22 স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) টো বানীবদ্ধ( record ) কৰিবলৈ
04:25 স্ক্ৰিপ্ত(script) টো বিভিন্ন( various) ভাৰতীয় ভাষাত অনুবাদ কৰিবলৈ
04:28 স্ক্ৰিপ্ত(script)টো ব্যৱহাৰ কৰি শ্ৰব্য( audio)টো ভাৰতীয় ভাষাত কন্ঠপৰিবৰ্তন( dub) কৰিবলৈ
04:33 ওপৰৰ সকলোতে পুনৰদৰ্শন( review) কৰিবলৈ আৰু আপোনাৰ মতামত( feedback) দিবলৈ
04:36 আমি আপোনাক এই স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰ কৰি কৰ্মশালা( workshops) পাতিবলৈ আদৰনি জনাওঁ
04:42 আমি লগতে আপোনাক স্পকেন টিউটৰিয়েল( Spoken tutorials)ৰ গুণমূলক( efficacy) অধ্যয়ন পাতিবলৈ আহ্বান( invite) জনাওঁ
04:47 আমি লগতে শ্ৰব্য( audio),কথাচিত্ৰ( video),নিজাকৈ অনুবাদ( automatic translation) আদিত কাৰিকৰী সহযোগীতা( technology support) দিব পৰা পাৰ্গত লোক( experts)ক বিচাৰিছো
04:55 আমি এই কাৰ্যক্ৰম( activities) বিলাকৰ বাবে বৰঙণি দি আহিছো
04:58 স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )সমূহ ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়, আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
05:07 এই মিচনৰ বিষয়ে অধিক তথ্য( information) তলত দেখুওৱা সংযোজন(link) ত দেখা পাব৷
05:11 সংযোগ কৰাৰ বাবে ধন্যবাদ ।
05:13 মই মৌচম হাজৰিকা
05:16 শুভবিদায়

Contributors and Content Editors

Mausamh9, Pratik kamble