KiCad/C2/Mapping-components-in-KiCad/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল |
| 00:02 | Kicad ত footprintsৰ সৈতে ম্যাপিং উপাদানৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম |
| 00:07 | এই স্পকেন টিউটোৰিয়েলত, আমি শিকিম |
| 00:10 | সংশ্লিষ্ট footprintsৰ সৈতে উপাদানক ম্যাপ কৰিবলৈ |
| 00:13 | এই টিউটোৰিয়েলৰ বাবে ইলেকট্রনিক চাৰ্কিটৰ প্ৰধান জ্ঞান থকা উচিত. |
| 00:18 | ব্যবহাৰকাৰীয়ে Kicad ত circuit schematic ডিজাইন কৰা জানিব লাগিব, |
| 00:23 | আৰু electric rule চেক কৰা আৰু netlist প্রজন্ম বিষয়ে জানিব লাগিব . |
| 00:26 | প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্রহ কৰি spoken hyphen tutorial.org পৰিদর্শন কৰক |
| 00:33 | আমি এই টিউটোৰিয়েলৰ বাবে এটা অপাৰেটিং সিস্টেম হিসাবে উবুন্টু 12.04 |
| 00:37 | Kicad 2011 হাইফেন 05 হাইফেন 25 ব্যবহাৰ কৰিছো. |
| 00:47 | Kicad আৰম্ভ কৰাৰ বাবে, |
| 00:49 | উবুন্টু ডেস্কটপ পর্দাৰ উপৰৰ বাঁও কোণলৈ যাওক. |
| 00:52 | প্রথম আইকনত ক্লিক কৰক মানে Dash home. |
| 00:56 | অনুসন্ধান বাৰত টাইপ কৰক 'Kicad' আৰু Enter টিপক. |
| 01:04 | ই Kicadৰ প্রধান উইন্ডো খোলে. |
| 01:07 | EEschemaক খুলিবলৈ, উপৰৰ প্যানেললৈ যাওক. EEschema ট্যাবত ক্লিক কৰক. |
| 01:17 | এটা তথ্য ডায়লগ বক্স প্রদর্শিত হয় যি কয় যে ই schematic বিছাৰিব নোৱাৰে. |
| 01:21 | OKত ক্লিক কৰক. |
| 01:24 | মই আগতে নির্মিত হোৱা অস্থিৰ multivibratorৰ circuit schematic ব্যবহাৰ কৰিম. |
| 01:30 | এইটো কৰিবলৈ, মই ফাইল মেনুলৈ যাম, Openত ক্লিক কৰক. |
| 01:37 | মই এই উইন্ডোখন দৃশ্যমান এলাকালৈ (visible areaলৈ) আনিম. |
| 01:44 | ফাইল সেভ হৈ থকা ফোল্ডাৰটো নিৰ্বাচন কৰক. |
| 01:50 | আৰু Openত ক্লিক কৰক. |
| 01:55 | ই circuit schematic খুলে. |
| 01:57 | আমি মাউসৰ স্ক্রল বাটনটো ব্যবহাৰ কৰি জুম কৰো |
| 02:02 | আমি ইতিমধেয় এই circuitৰ বাবে netlist (নেট তালিকা) তৈয়াৰ কৰিছো. |
| 02:07 | আমি এতিয়া footprintsৰ সৈতে থকা schematicত ব্যবহাৰ হোৱা উপাদানক ম্যাপিং কৰা প্রক্রিয়া চাও. |
| 02:14 | Footprint উপাদানৰ প্রকৃত লেআইট হয় যি Printed সার্কিট বোর্ডত স্থাপন কৰা হয়. |
| 02:21 | উপাদানক ম্যাপিং আৰম্ভ কৰাৰ বাবে, |
| 02:24 | EEschema উইন্ডোৰ উপৰৰ প্যানেললৈ যাওক. |
| 02:28 | Run Cvpcb বাটনত ক্লিক কৰক. |
| 02:33 | ই Cvpcb উইন্ডো খোলে. |
| 02:37 | ই কম্পোনেন্ট লাইব্রেৰী এৰৰ শীর্ষক এটা ডায়লগ বক্সো খুলিব. |
| 02:42 | ইয়াক বন্ধ কৰিবলৈ OK বাটনত ক্লিক কৰক. |
| 02:47 | লক্ষ্য কৰক যে ই project1.net ফাইল খোলে. অনুগ্ৰহ কৰি মন কৰিব যে আমি এই ফাইলটো netlist প্রজন্মৰ টিউটোৰিয়েলত তৈয়াৰ কৰিছিলো. |
| 02:58 | Cvpcb উইন্ডো দুটা প্যানেলত বিভক্ত কৰা হয়. |
| 03:03 | বাও প্যানেলত থকা প্রথম কলমটো হৈছে সিৰিয়াল নম্বৰ. |
| 03:07 | দ্বিতীয় কলামে schematicত ব্যবহাৰ হোৱা উপাদান তালিকাৰ বাবে ৰেফাৰেন্স আইডি দেখায়. |
| 03:14 | তৃতীয় কলমে সংশ্লিষ্ট উপাদানৰ মান দেখায়. |
| 03:19 | সো প্যানেলে উপলব্ধ footprintsৰ এটা তালিকা দিয়ে. |
| 03:25 | এতিয়া আমি সিহতৰ যুক্ত footprintsৰ সৈতে উপাদানক ম্যাপ কৰিম. |
| 03:30 | আমি Cvpcb উইন্ডোৰ সো অংশ নির্বাচিত উপাদান মানে C1ৰ বাবে উপলব্ধ footprintsৰ তালিকা দেখিব পাৰো. |
| 03:41 | আমি এতিয়া নির্বাচিত উপাদানৰ সংশ্লিষ্ট footprint দেখিব পাৰিম. |
| 03:45 | Cvpcb উইন্ডোৰ উপৰৰ প্যানেলত View selected footprintত ক্লিক কৰক |
| 03:53 | ই footprint উইন্ডো খোলিব যি নির্বাচন হৈ থকা footprintৰ চিত্র প্রদর্শন কৰে. |
| 04:02 | আমি তাত ক্লিক কৰি বিভিন্ন footprintsৰ চিত্ৰও দেখিব পাৰো |
| 04:12 | আমি এতিয়া footprints উইন্ডো বন্ধ কৰিম |
| 04:15 | প্রথম উপাদান C1 ৰ বাবে, আমি সো প্যানেলৰ পৰা footprint C1 নির্বাচন কৰিম. |
| 04:22 | প্রথম উপাদানক C1 footprint নির্ধাৰণ কৰিবলৈ footprintত ডবল ক্লিক কৰক. |
| 04:27 | আপোনি দেখিব পাৰে যে, তালিকাত C1 footprint প্রথম উপাদানলৈ নির্ধাৰিত হয় . |
| 04:34 | একেইভাবে দ্বিতীয় উপাদান C2ৰ বাবে আমি ইয়াত ডবল ক্লিক কৰি footprint C1 ও নির্বাচন কৰিম. |
| 04:43 | পৰবর্তী উপাদান D1ৰ বাবে আমি LED hyphen 3MM নিৰ্বাচন কৰিম |
| 04:50 | সংযোগকাৰী P1ৰ বাবে আমি সো প্যানেলৰ পৰা SIL hyphen 2 নির্বাচন কৰিম. |
| 05:02 | আমি ইয়াক নির্বাচন কৰিবলৈ সো প্যানেলত তললৈ স্ক্রল কৰিম. |
| 05:09 | R1 ৰ বাবে আমি R3 নির্বাচন কৰিম. |
| 05:13 | R2ৰ বাবে আমি R3 নির্বাচন কৰিম. |
| 05:17 | R3 ৰ বাবে আমি R3 নির্বাচন কৰিম. |
| 05:22 | U1ৰ বাবে অর্থাৎ LM555 আমি DIP hyphen 8 underscore 300 underscore ELL নিৰ্বাচন কৰিম যি এটা standard eight pin IC footprint হয়. |
| 05:38 | এতিয়া আমি Cvpcb উইন্ডোৰ উপৰৰ প্যানেলৰ Save netlist আৰু footprint ফাইল বাটনত ক্লিক কৰি netlist সংৰক্ষণ কৰিম |
| 05:48 | এইটোৱে Save Net আৰু Component List উইন্ডো খোলে |
| 05:54 | আমি ভাল দৃশ্যৰ বাবে এই উইন্ডোৰ মাপ পৰিবর্তন কৰিম. |
| 06:00 | এই ফাইলটো সংৰক্ষণ কৰিবলৈ Save ত ক্লিক কৰক. এইটোৱে ফাইলটো সংৰক্ষণ কৰিব আৰু স্বয়ংক্রিয়ভাবে Cvpcb উইন্ডোখনো বন্ধ কৰিব. |
| 06:13 | এতিয়া netlist footprints তথ্যৰ সৈতে আপডেট হৈছে |
| 06:18 | ইয়াতে উপাদানক ম্যাপিং কৰাৰ প্রক্রিয়া সম্পূর্ণ হল |
| 06:21 | EEschema উইন্ডোলৈ যাওক.এতিয়া এই উইন্ডোখন বন্ধ কৰক. |
| 06:29 | আৰু Kicad প্রধান উইন্ডোখনো বন্ধ কৰক. |
| 06:35 | এই টিউটোৰিয়েল ইয়াতে সমাপ্ত হল. |
| 06:38 | এই টিউটোৰিয়েলত আমি শিকিলো |
| 06:40 | Cvpcb উইন্ডো ব্যবহাৰ কৰি সংশ্লিষ্ট footprintsৰ সৈতে উপাদান ম্যাপ কৰক |
| 06:47 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 06:51 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 06:56 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 07:02 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 07:04 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 07:07 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 07:11 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 07:19 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 07:23 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 07:29 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য |
| 07:32 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 07:38 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 07:41 | যোগদানৰ বাবে ধন্যবাদ। |