KiCad/C2/Mapping-components-in-KiCad/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল Kicad ত footprintsৰ সৈতে ম্যাপিং উপাদানৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম
00:07 এই  স্পকেন টিউটোৰিয়েলত, আমি শিকিম
00:10 সংশ্লিষ্ট footprintsৰ  সৈতে উপাদানক ম্যাপ কৰিবলৈ
00:13 এই টিউটোৰিয়েলৰ বাবে  ইলেকট্রনিক চাৰ্কিটৰ প্ৰধান জ্ঞান থকা উচিত.
00:18 ব্যবহাৰকাৰীয়ে Kicad ত circuit schematic ডিজাইন কৰা জানিব লাগিব,
00:23 আৰু electric rule চেক কৰা আৰু netlist প্রজন্ম বিষয়ে জানিব লাগিব .
00:26 প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্রহ কৰি spoken hyphen tutorial.org পৰিদর্শন কৰক
00:33 আমি এই টিউটোৰিয়েলৰ বাবে এটা অপাৰেটিং সিস্টেম হিসাবে উবুন্টু 12.04
00:37 Kicad 2011 হাইফেন 05 হাইফেন 25 ব্যবহাৰ কৰিছো.
00:47 Kicad আৰম্ভ কৰাৰ বাবে,
00:49 উবুন্টু ডেস্কটপ পর্দাৰ উপৰৰ বাঁও কোণলৈ যাওক.
00:52 প্রথম আইকনত ক্লিক কৰক মানে Dash home.
00:56 অনুসন্ধান বাৰত টাইপ কৰক 'Kicad' আৰু Enter টিপক.
01:04 ই Kicadৰ প্রধান উইন্ডো খোলে.
01:07 EEschemaক খুলিবলৈ, উপৰৰ প্যানেললৈ যাওক. EEschema ট্যাবত ক্লিক কৰক.
01:17 এটা তথ্য ডায়লগ বক্স  প্রদর্শিত হয় যি কয় যে ই schematic বিছাৰিব নোৱাৰে.
01:21 OKত ক্লিক কৰক.
01:24 মই আগতে নির্মিত হোৱা অস্থিৰ multivibratorৰ circuit schematic ব্যবহাৰ কৰিম.
01:30 এইটো কৰিবলৈ, মই ফাইল মেনুলৈ যাম, Openত ক্লিক কৰক.
01:37  মই এই উইন্ডোখন দৃশ্যমান এলাকালৈ (visible areaলৈ) আনিম.
01:44 ফাইল সেভ হৈ থকা ফোল্ডাৰটো নিৰ্বাচন কৰক.
01:50 আৰু Openত ক্লিক কৰক.
01:55 ই circuit schematic খুলে.
01:57 আমি মাউসৰ স্ক্রল বাটনটো ব্যবহাৰ কৰি জুম কৰো
02:02 আমি ইতিমধেয় এই circuitৰ বাবে netlist (নেট তালিকা) তৈয়াৰ কৰিছো.
02:07 আমি এতিয়া footprintsৰ সৈতে থকা schematicত ব্যবহাৰ হোৱা উপাদানক ম্যাপিং কৰা প্রক্রিয়া চাও.
02:14   Footprint উপাদানৰ প্রকৃত লেআইট হয় যি Printed সার্কিট বোর্ডত স্থাপন কৰা হয়.
02:21 উপাদানক ম্যাপিং আৰম্ভ কৰাৰ বাবে,
02:24 EEschema উইন্ডোৰ উপৰৰ প্যানেললৈ যাওক.
02:28 Run Cvpcb বাটনত ক্লিক কৰক.
02:33 ই Cvpcb উইন্ডো খোলে.
02:37 ই কম্পোনেন্ট লাইব্রেৰী এৰৰ শীর্ষক এটা ডায়লগ বক্সো খুলিব.
02:42 ইয়াক বন্ধ কৰিবলৈ OK বাটনত ক্লিক কৰক.
02:47 লক্ষ্য কৰক যে ই project1.net ফাইল খোলে. অনুগ্ৰহ কৰি মন কৰিব যে আমি এই ফাইলটো netlist প্রজন্মৰ টিউটোৰিয়েলত তৈয়াৰ কৰিছিলো.
02:58 Cvpcb উইন্ডো দুটা প্যানেলত বিভক্ত কৰা হয়.
03:03 বাও প্যানেলত থকা প্রথম কলমটো হৈছে সিৰিয়াল নম্বৰ.
03:07 দ্বিতীয় কলামে schematicত ব্যবহাৰ হোৱা উপাদান তালিকাৰ বাবে ৰেফাৰেন্স আইডি দেখায়.
03:14 তৃতীয় কলমে সংশ্লিষ্ট উপাদানৰ মান দেখায়.
03:19  সো প্যানেলে উপলব্ধ footprintsৰ এটা তালিকা দিয়ে.
03:25 এতিয়া আমি সিহতৰ যুক্ত footprintsৰ সৈতে উপাদানক ম্যাপ কৰিম.
03:30 আমি Cvpcb উইন্ডোৰ সো অংশ নির্বাচিত উপাদান মানে C1ৰ বাবে উপলব্ধ footprintsৰ তালিকা দেখিব পাৰো.
03:41 আমি এতিয়া নির্বাচিত উপাদানৰ সংশ্লিষ্ট  footprint দেখিব পাৰিম.
03:45 Cvpcb উইন্ডোৰ উপৰৰ প্যানেলত View selected footprintত ক্লিক কৰক
03:53 ই footprint উইন্ডো খোলিব যি নির্বাচন হৈ থকা footprintৰ  চিত্র প্রদর্শন কৰে.
04:02 আমি তাত ক্লিক কৰি বিভিন্ন  footprintsৰ চিত্ৰও দেখিব পাৰো
04:12 আমি এতিয়া footprints উইন্ডো বন্ধ কৰিম
04:15 প্রথম উপাদান C1 ৰ বাবে, আমি সো প্যানেলৰ পৰা footprint C1 নির্বাচন কৰিম.
04:22 প্রথম উপাদানক C1 footprint নির্ধাৰণ কৰিবলৈ footprintত ডবল ক্লিক কৰক.
04:27 আপোনি দেখিব পাৰে যে, তালিকাত C1 footprint প্রথম উপাদানলৈ নির্ধাৰিত হয় .
04:34 একেইভাবে দ্বিতীয় উপাদান C2ৰ বাবে আমি ইয়াত ডবল ক্লিক কৰি footprint C1 ও নির্বাচন কৰিম.
04:43 পৰবর্তী উপাদান D1ৰ বাবে আমি LED hyphen 3MM নিৰ্বাচন কৰিম 
04:50 সংযোগকাৰী P1ৰ বাবে আমি সো প্যানেলৰ পৰা SIL hyphen 2 নির্বাচন কৰিম.
05:02 আমি ইয়াক নির্বাচন কৰিবলৈ সো প্যানেলত তললৈ স্ক্রল কৰিম.
05:09 R1 ৰ বাবে আমি R3 নির্বাচন কৰিম.
05:13 R2ৰ বাবে আমি R3 নির্বাচন কৰিম.
05:17 R3 ৰ বাবে আমি R3 নির্বাচন কৰিম.
05:22 U1ৰ বাবে অর্থাৎ LM555 আমি DIP hyphen 8 underscore 300 underscore ELL নিৰ্বাচন কৰিম যি এটা standard eight pin IC footprint হয়.
05:38 এতিয়া আমি Cvpcb উইন্ডোৰ উপৰৰ প্যানেলৰ Save netlist আৰু footprint ফাইল বাটনত ক্লিক কৰি netlist সংৰক্ষণ কৰিম
05:48 এইটোৱে Save Net আৰু Component List উইন্ডো খোলে
05:54 আমি ভাল দৃশ্যৰ বাবে এই উইন্ডোৰ মাপ পৰিবর্তন কৰিম.
06:00 এই ফাইলটো সংৰক্ষণ কৰিবলৈ Save ত ক্লিক কৰক. এইটোৱে ফাইলটো সংৰক্ষণ কৰিব আৰু স্বয়ংক্রিয়ভাবে Cvpcb উইন্ডোখনো বন্ধ কৰিব.
06:13 এতিয়া netlist footprints তথ্যৰ সৈতে আপডেট হৈছে
06:18 ইয়াতে উপাদানক ম্যাপিং কৰাৰ প্রক্রিয়া সম্পূর্ণ হল
06:21 EEschema উইন্ডোলৈ যাওক.এতিয়া এই উইন্ডোখন বন্ধ কৰক.
06:29 আৰু Kicad প্রধান উইন্ডোখনো বন্ধ কৰক.
06:35 এই টিউটোৰিয়েল ইয়াতে সমাপ্ত হল.
06:38 এই টিউটোৰিয়েলত আমি শিকিলো
06:40 Cvpcb উইন্ডো ব্যবহাৰ কৰি সংশ্লিষ্ট footprintsৰ সৈতে উপাদান ম্যাপ কৰক
06:47 তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
06:51 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:56 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:02 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:04 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
07:07 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:11 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:19 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:23 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:29 এই মিশ্যন সম্পৰ্কত অধিক তথ্য
07:32 spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:38 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
07:41 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble