Drupal/C3/Installing-an-Advanced-Theme/Assamese
From Script | Spoken-Tutorial
Revision as of 17:26, 7 October 2016 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Installing an Advanced Theme এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত এটা advanced theme ইনস্টল কৰা শিকিম। |
00:11 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
00:26 | Adaptive theme আৰু Omega 2টা আশ্চর্যজনক Theme frameworks. |
00:32 | এতিয়া Adaptive theme চাও। |
00:35 | উল্লেখ্য যে Adaptive theme এটা বেসিক থিম। |
00:39 | Adaptive theme এৰ বাবে Sub-Theme প্রয়োগ কৰিব লাগিব। |
00:42 | Adaptive Theme সংস্থাপিত কৰো। |
00:46 | কেতিয়া ভিডিও চাই তাৰ উপৰত নির্ভৰ কৰি, উপৰত সেউজীয়া Drupal 8 চাব পাৰো। |
00:52 | সেউজীয়া থকা Drupal 8 লওক, ৰঙা নহয়। |
00:57 | tar.gz লিঙ্কত সো ক্লিক কৰক। |
01:01 | Copy link বিকল্প চয়ন কৰক। |
01:04 | website ত উভতি আহো। |
01:06 | Appearance আৰু Install new theme ত টিপক। |
01:11 | ইয়াতে লিঙ্ক পেস্ট কৰক Installত টিপক। |
01:15 | এতিয়া এইটোক চালু নকৰো কাৰণ Adaptive Theme হল Base Theme. |
01:21 | এতিয়া সাব-থিম Pixture Reloaded পাও। |
01:25 | তলত স্ক্রোল কৰি Drupal 8 সংস্কৰণ সিনাক্ত কৰক। |
01:29 | আপোনি এই টিউটোৰিয়েল দেখিলে এইটোক ইয়াতে সেউজীয়া অংশত হব। |
01:34 | tar.gz লিঙ্কত সো ক্লিক কৰক আৰু Copy লিঙ্ক চয়ন কৰক। |
01:40 | সাইটত উভতি যাওক। |
01:42 | Install new theme বোতামত টিপক। |
01:45 | লিঙ্ক ইয়াতে পেস্ট কৰক Installত টিপক। |
01:50 | এতিয়া Install newly added themes ত টিপক। |
01:55 | তলত স্ক্রোল কৰক। |
01:56 | আমি চাও যে Adaptive Generator আৰু Adaptive Sub-theme ক Pixture Reloaded বোলে। |
02:03 | Install and set as default ত টিপক। |
02:07 | Settings ত টিপক। |
02:09 | simple থিম আৰু base থিমৰ মাজত নিজস্ব sub-theme সহ এটা পার্থক্য আছে। |
02:15 | ইয়াতে সকলোকিছুৰ বাবেই সেটিংস আছে। |
02:19 | আমি সকলোকিছু সলাব পাৰো। |
02:22 | উদাহৰণস্বৰুপে, Responsive menus আছে। |
02:26 | Google or Typekitৰ পৰা Fonts |
02:30 | Titles এৰ বাবে stylesক পৃথক কৰক |
02:32 | Image alignment. |
02:35 | Shortcode CSS Classes. |
02:38 | Mobile Blocks - যিয়ে মোবাইলত ব্লক লুকোৱাৰ অনুমতি দিয়ে। |
02:42 | Slideshowsএ সমর্থন কৰে। |
02:45 | Touch icons, Custom CSS, অনেক Developer tools আৰু Legacy browser সেটিং IE 6 পৰা 8 এৰ বাবে। |
02:55 | এইবোৰক সাবধানেৰে ব্যবহাৰ কৰক। প্রয়োজন নহলে এইটোক সক্রিয় নকৰিব। |
03:01 | বাও প্যানেলত Extensionsত, Responsive menus, Fonts আছে। |
03:08 | Image Settings
ARTICLE BOOK PAGE EVENTS ৰ বাবে। |
03:13 | এইটোক সকলো Content types ৰ স্বীকৃতি দিয়ে। |
03:17 | EVENTS ত টিপো। |
03:20 | এইটোৱে ইমেজক Events Content type ত সাৰিবদ্ধ কৰিবলৈ দিয়ে। |
03:25 | উদাহৰণস্বৰুপে, ধৰক আমি সিহতক বাও বা সোফালে সর্বদা ফ্লোট কৰাবলৈ বিছাৰো। |
03:32 | বাও প্যানেলত উভতি আহক। Shortcodes আৰু Markup Overrides. |
03:37 | তলত আৰু বিকল্প আছে। |
03:40 | LAYOUTS ত টিপি PAGE (DEFAULT)ত টিপক। |
03:44 | এতিয়া WIDE বিকল্পত টিপক। |
03:47 | এইটোৱে সকলো layouts ক Block regions ৰ সৈতে সেট কৰিবলৈ দিয়ে। লগতে theme ত, ইয়াতে Media queriesক সংজ্ঞায়িত কৰে। |
03:56 | আমি এইটোক সঠিকভাবে সেট কৰিবলৈ কিছু সময় লম। |
04:01 | COLOR SCHEME ত টিপক। |
04:03 | ইয়াতে অনেক পূর্বনির্ধাৰিত কলৰ স্কিম আছে। |
04:07 | কিন্তু ইয়াৰ সৈতে আহা ৰঙ পছন্দ নহলে আপোনি নিজস্ব কলৰ স্কিম বনাব পাৰে। |
04:13 | শেষত ইয়াতে নৰমেল Basic settings আছে। |
04:17 | এইটো Drupal সাইটৰ বাবে এটা আশ্চর্যজনক base theme আৰু sub-theme. |
04:23 | আমি ইয়াতে কোনো পৰিবর্তন কৰা নাই। |
04:26 | এতিয়া উভতি গৈ আমাৰ Homepage চাও। |
04:30 | আমি Homepage এৰ নতুন চেহাৰা দেখো। |
04:33 | এতিয়া Structure ত গৈ Block layout যাক ছেক কৰিব লাগিব। |
04:38 | আমি সাব-থিম Pixture Reloaded ব্যবহাৰ কৰিছো। |
04:42 | ইয়াতে কোনো Sidebar regions নাই। |
04:45 | Pixture Reloaded ত সকলোকিছু এইভাবে তালিকাভুক্ত কৰিছে। |
04:50 | হয়তো এইটো বর্ণনৰ সবতচে ভাল চয়ন নহয়. কিন্তু আমি বুঝিব পাৰিছো এইটো কিমান শক্তিশালী। |
04:58 | আমি আগোৱাই গৈ এই advanced theming engine দ্বাৰা সকলো বিকল্প সেট কৰিবলৈ পাৰো। |
05:04 | এইটো হল theme framework – Adaptive theme আৰু Pixture Reloaded. |
05:10 | এইবোৰক ভালমতে বুঝিবলৈ এইটোক আকৌ এবাৰ চাব পাৰো। |
05:15 | ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
05:17 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত এটা advanced theme ইনস্টল কৰা শিকিছো। |
05:33 | এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত। |
05:42 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
05:49 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক। |
05:57 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
06:08 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |