Drupal/C3/Installing-an-Advanced-Theme/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Installing an Advanced Theme এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত এটা advanced theme ইনস্টল কৰা শিকিম।
00:11 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:26 Adaptive theme আৰু Omega 2টা আশ্চর্যজনক Theme frameworks.
00:32 এতিয়া Adaptive theme চাও।
00:35 উল্লেখ্য যে Adaptive theme এটা বেসিক থিম।
00:39 Adaptive theme এৰ বাবে Sub-Theme প্রয়োগ কৰিব লাগিব।
00:42 Adaptive Theme সংস্থাপিত কৰো।
00:46 কেতিয়া ভিডিও চাই তাৰ উপৰত নির্ভৰ কৰি, উপৰত সেউজীয়া Drupal 8 চাব পাৰো।
00:52 সেউজীয়া থকা Drupal 8 লওক, ৰঙা নহয়।
00:57 tar.gz লিঙ্কত সো ক্লিক কৰক।
01:01 Copy link বিকল্প চয়ন কৰক।
01:04 website ত উভতি আহো।
01:06 Appearance আৰু Install new theme ত টিপক।
01:11 ইয়াতে লিঙ্ক পেস্ট কৰক Installত টিপক।
01:15 এতিয়া এইটোক চালু নকৰো কাৰণ Adaptive Theme হল Base Theme.
01:21 এতিয়া সাব-থিম Pixture Reloaded পাও।
01:25 তলত স্ক্রোল কৰি Drupal 8 সংস্কৰণ সিনাক্ত কৰক।
01:29 আপোনি এই টিউটোৰিয়েল দেখিলে এইটোক ইয়াতে সেউজীয়া অংশত হব।
01:34 tar.gz লিঙ্কত সো ক্লিক কৰক আৰু Copy লিঙ্ক চয়ন কৰক।
01:40 সাইটত উভতি যাওক।
01:42 Install new theme বোতামত টিপক।
01:45 লিঙ্ক ইয়াতে পেস্ট কৰক Installত টিপক।
01:50 এতিয়া Install newly added themes ত টিপক।
01:55 তলত স্ক্রোল কৰক।
01:56 আমি চাও যে Adaptive Generator আৰু Adaptive Sub-theme ক Pixture Reloaded বোলে।
02:03 Install and set as default ত টিপক।
02:07 Settings ত টিপক।
02:09 simple থিম আৰু base থিমৰ মাজত নিজস্ব sub-theme সহ এটা পার্থক্য আছে।
02:15 ইয়াতে সকলোকিছুৰ বাবেই সেটিংস আছে।
02:19 আমি সকলোকিছু সলাব পাৰো।
02:22 উদাহৰণস্বৰুপে, Responsive menus আছে।
02:26 Google or Typekitৰ পৰা Fonts
02:30 Titles এৰ বাবে  stylesক পৃথক কৰক
02:32 Image alignment.
02:35 Shortcode CSS Classes.
02:38 Mobile Blocks - যিয়ে মোবাইলত ব্লক লুকোৱাৰ অনুমতি দিয়ে।
02:42 Slideshowsএ সমর্থন কৰে।
02:45 Touch icons, Custom CSS, অনেক Developer tools আৰু Legacy browser সেটিং IE 6 পৰা 8 এৰ বাবে।
02:55 এইবোৰক সাবধানেৰে ব্যবহাৰ কৰক। প্রয়োজন নহলে এইটোক সক্রিয় নকৰিব।
03:01 বাও প্যানেলত Extensionsত, Responsive menus, Fonts আছে।
03:08 Image Settings, ARTICLE, BOOK PAGE, EVENTS ৰ বাবে।
03:13 এইটোক সকলো Content types ৰ স্বীকৃতি দিয়ে।
03:17 EVENTS ত টিপো।
03:20 এইটোৱে ইমেজক Events Content type ত সাৰিবদ্ধ কৰিবলৈ দিয়ে।
03:25 উদাহৰণস্বৰুপে, ধৰক আমি সিহতক বাও বা সোফালে সর্বদা ফ্লোট কৰাবলৈ বিছাৰো।
03:32 বাও প্যানেলত উভতি আহক। Shortcodes আৰু Markup Overrides.
03:37 তলত আৰু বিকল্প আছে।
03:40 LAYOUTS ত টিপি PAGE (DEFAULT)ত টিপক।
03:44 এতিয়া WIDE বিকল্পত টিপক।
03:47 এইটোৱে সকলো layouts ক Block regions ৰ সৈতে সেট কৰিবলৈ দিয়ে। লগতে theme ত, ইয়াতে Media queriesক সংজ্ঞায়িত কৰে।
03:56 আমি এইটোক সঠিকভাবে সেট কৰিবলৈ কিছু সময় লম।
04:01 COLOR SCHEME ত টিপক।
04:03 ইয়াতে অনেক পূর্বনির্ধাৰিত কলৰ স্কিম আছে।
04:07 কিন্তু ইয়াৰ সৈতে আহা ৰঙ পছন্দ নহলে আপোনি নিজস্ব কলৰ স্কিম বনাব পাৰে।
04:13 শেষত ইয়াতে নৰমেল Basic settings আছে।
04:17 এইটো Drupal সাইটৰ বাবে এটা আশ্চর্যজনক base theme আৰু sub-theme.
04:23 আমি ইয়াতে কোনো পৰিবর্তন কৰা নাই।
04:26 এতিয়া উভতি গৈ আমাৰ Homepage চাও।
04:30 আমি Homepage এৰ নতুন চেহাৰা দেখো।
04:33 এতিয়া Structure ত গৈ Block layout যাক ছেক কৰিব লাগিব।
04:38 আমি সাব-থিম Pixture Reloaded ব্যবহাৰ কৰিছো।
04:42 ইয়াতে কোনো Sidebar regions নাই।
04:45 Pixture Reloaded ত সকলোকিছু এইভাবে তালিকাভুক্ত কৰিছে।
04:50 হয়তো এইটো বর্ণনৰ সবতচে ভাল চয়ন নহয়. কিন্তু আমি বুঝিব পাৰিছো এইটো কিমান শক্তিশালী।
04:58 আমি আগোৱাই গৈ এই advanced theming engine দ্বাৰা সকলো বিকল্প সেট কৰিবলৈ পাৰো।
05:04 এইটো হল  theme framework – Adaptive theme আৰু Pixture Reloaded.
05:10 এইবোৰক ভালমতে বুঝিবলৈ এইটোক আকৌ এবাৰ চাব পাৰো।
05:15 ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
05:17 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত এটা advanced theme ইনস্টল কৰা শিকিছো।
05:33 এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত।
05:42 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
05:49 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
05:57 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
06:08 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya