Drupal/C3/Table-of-Fields-with-Views/Assamese

From Script | Spoken-Tutorial
Revision as of 11:04, 7 October 2016 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Table of Fields with Views ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত fields ইয়াৰ table বনোৱা শিকিম।
00:12 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম
Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।
00:23 আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:27 এতিয়া শিকিম যে fields ইয়াৰ Table কি।
00:31 ধৰক ভবিষ্যৰ ইভেন্টৰ সূচী এইভাবে tableত দেখোৱাবলৈ বিছাৰো।
00:38 ইয়াতে ইউসাৰে ইভেন্টৰ কিছু বিবৰণ আৰু তাৰ সম্বন্ধিত তাৰিখ দেখোৱাবলৈ পাৰে।
00:45 ইয়াতে দেখোৱা fields তাত Events Content type ত আছে।
00:50 ইয়াতে কিছু ইভেন্টৰ কিছু fields ক প্রদর্শন কৰিব পাৰি।
00:55 আমি বিশেষত মাত্ৰ সেই ইভেন্ট দেখাও, যাৰ তাৰিখ এতিয়াৰ সময়ৰ পিছত আছে।
01:02 অন্য প্রোগ্রামত এই ধৰণৰ কন্টেন্টৰ চয়নিত সূচীক Reports বা Query Results ও বোলে।
01:11 এতিয়া fields ইয়াৰ table ইয়াৰ বাবে view বনাও।
01:16 আমি আগেই নির্মিত ওয়েবসাইটটো খুলক।
01:21 Shortcuts ত গৈ Views ত টিপক আৰু তাৰ পিছত Add new view ত টিপক।
01:28 এইটোক Upcoming Events নাম দিও

Content of type ক All পৰা Eventsত সলাওক।

01:37 এইটোক যি কোনো Content type ইয়াৰ বাবে কৰিব পাৰি – Log entries, Files, Content revisions, Taxonomy terms, Users, Custom blocks ইত্যাদি।
01:50 এতিয়া এইটোক Newest first ইয়াৰ ভিত্তিত ৰাখিম।
01:55 Create a page চেক কৰক আৰু Display format ত Table of fields চয়ন কৰক।
02:03 Items to displayত ডিফল্ট ভ্যালু 10 ৰাখিম।
02:09 এতিয়া Use a pager আৰু Create a menu linkত চেক কৰিম।
02:17 Menu ত Main navigation চয়ন কৰিম আৰু Link textত Upcoming Events চয়ন কৰিম।
02:28 আমাৰ মেনু ইয়াত সুসংগঠিত নাই, কিন্তু এইটো শীঘ্রই কৰিম।
02:34 Save and editত টিপক।
02:37 আমি 5 টা প্রশ্ন দেখো।

Display হল পেজ.

02:42 FORMAT হল table.
02:45 FIELDS ত, Title আছে।
02:48 FILTER CRITERIA ত, মাত্ৰ Upcoming events বিছাৰো, সেয়ে সেইটো সলাব লাগিব।
02:55 SORT CRITERIA হল ভুল কাৰণ এইটোক Event date ক্রমত ৰাখা উচিত, Published dateত নহয়।
03:03 আৰম্ভ কৰিবলৈSave ত টিপক।
03:06 ইয়াতে মাঝত, PAGE SETTINGS আছে।
03:10 ইয়াতে Path, Menu, Access Permission আছে আৰু এতিয়া সকলোৱেই ল্যান্ডিং পৃষ্ঠা এক্সেস কৰিব।
03:20 ইয়াতে Add বোতামত টিপি HEADER বা FOOTER জুড়াব পাৰো।
03:27 ইয়াতে কোনো ৰিজাল্ট নাথাকিলে কি কৰিব লাগিব, তাক জুড়াব পাৰি।
03:31 এইটোও নির্দিষ্ট কৰিব পাৰি যে page ত কেইতা আইটেম আছে।
03:36 আৰু View ইয়াৰ তলত Read More link ইয়াৰ সৈতে pager ইয়াতে তলত থাকে নে নেথাকে।
03:44 ADVANCED ট্যাবত ইয়াতে আৰো বিষয় আছে যি এই টিউটোৰিয়েলত কৰা নহব।
03:50 আমি আগেই Events আৰু User Groups ইয়াৰ সৈতে যুক্ত।
03:54 সেয়ে User Groups পৰা তথ্য লব পাৰি যিয়ে Events স্পন্সৰ কৰিছে আৰু এইটোক এই View ত ৰাখক।
04:03 এইটো RELATIONSHIPS আৰু CONTEXT ব্যবহাৰ কৰি কৰা হয়, যি আমি বনাইছো।
04:10 এতিয়া আগোৱাই fields জুড়ো, যাক আমি table ত বিছাৰো।
04:15 Addত টিপি Event Date field নাহা পর্যন্ত স্ক্রোল কৰক।
04:21 Content type name ব্যবহাৰ কৰি fieldsক সাবধানেৰে label কৰিছো।
04:27 আমি পিছত Views ত সেইটোক সহজে পাব পাৰো।
04:32 Event Date ত চেক কৰি Apply ত টিপক।
04:37 ইয়াতে কিছু সেটিংস চয়ন কৰিম।
04:41 এতিয়া Create a label আৰু Place a colon চেক কৰক।
04:47 Date formatক ডিফল্ট থাকিব দিয়ক, অর্থাৎ medium date.
04:53 এতিয়া এইটোক লৈ চিন্তা কৰিব নালাগে।
04:57 শেষলৈ Apply all displays বোতামত টিপক।
05:02 এতিয়া ইয়াতে 2টা columns - TITLE আৰু EVENT DATE আছে।
05:08 পিছৰ field জুড়ক। Add ত টিপি এতিয়া Event Logo ত যোৱা পর্যন্ত তলত স্ক্রোল কৰক।
05:17 এইটো চয়ন কৰি Apply ত টিপক।
05:21 এতিয়া Create a label বিকল্প আনচেক কৰক।
05:25 Thumbnail ইয়াৰ Image style চয়ন কৰক।
05:30 তাৰ পিছত Link image to ড্রপ ডাউনত, Content চয়ন কৰক।
05:36 পিছৰ টিউটোৰিয়েলত, এই layout ইয়াৰ বাবে নতুন Image style বনোৱা শিকিম। কিন্তু এতিয়া Thumbnail চয়ন কৰিম।
05:45 Apply ত টিপক। এতিয়া preview ত thumbnails দেখা উচিত, যি develৰ দ্ৱাৰা প্রতিটো Event ইয়াৰ বাবে বনাইছে।
05:55 উভতি গৈ আকৌ এবাৰ Add ত টিপক। এতিয়া তলত স্ক্রোল কৰক আৰু একাধিক field চয়ন কৰক।
06:04 Event Topics আৰু Event Website চয়ন কৰক সিহতে পিছত Apply all displays বোতামত টিপক।
06:13 পিছৰ পৃষ্ঠাত সকলোকিছু এইভাবে ৰাখক আৰু Apply ত টিপক।
06:18 এতিয়া Views ত এবাৰ 2টা fields সেট কৰিব পাৰি আৰু প্রত্যেকৰ নিজৰ পৃথক Settings স্ক্রিন হব।
06:27 আকৌ এবাৰ Apply all displays ত টিপক।
06:32 এতিয়া ইয়াতে EVENT TOPICS আৰু EVENT WEBSITE আছে।
06:37 আমাৰ নিজৰ title, date, topics আৰু website আছে। Save ত টিপক।
06:45 নিজৰ কাম মাঝে মাঝে সংৰক্ষণ কৰা এটা ভাল অভ্যাস।
06:49 ইয়াতে দেখো Display হল Page.
06:53 FORMAT হল Table
06:56 FIELDS সেট আছে।
06:59 FILTER CRITERIA আৰু SORT CRITERIA এতিয়ালৈকে ভুল আছে।
07:04 FILTER CRITERIA জুড়াবলৈ Add বোতামত টিপক।
07:08 Event Date আহা পর্যন্ত তলত স্ক্রোল কৰক। তাৰ পিছত Event Date চয়ন কৰি Apply ত টিপক।
07:17 এই স্ক্রিন খুবেই গুৰুত্বপূর্ণ।
07:20 Operator ড্রপ ডাউনত Is greater than or equal to চয়ন কৰিম।
07:26 Value type ত, আজিৰ তাৰিখ লিখিলে এইটো অসুবিধাজনক হব।
07:32 আমি সদায় নতুন তাৰিখ লিখিব লাগিব। কিন্তু আমি An offset of the current time... চয়ন কৰিব পাৰো।
07:40 Value ফীল্ডত now লিখক।
07:45 ইয়াৰ মানে আজিৰ তাৰিখৰ পিছৰ ইভেন্ট মাত্ৰ প্রদর্শিত হব।
07:51 বর্তমান সময় এইটো বনোৱাৰ সময় নহয়. এইটো সেই সময় হয় যেতিয়া ইউসাৰে এইটো দেখে।
07:59 সেয়ে মাত্ৰ ইউসাৰেই ভবিষ্যতৰ ইভেন্ট দেখিব পাৰে।
08:03 Apply ত টিপক।
08:05 আমি দেখো যে devel দ্বাৰা বনোৱা ডামি কনটেন্ট ভবিষ্যতৰ কোনো তাৰিখ নিদিয়ে।
08:13 সেয়ে View সঠিকভাবে কাম কৰিছে তাক নিশ্চিত কৰিবলৈ নিজেই কিছু ইভেন্ট আপডেট কৰো।
08:20 কিছু ইভেন্ট বিছাৰক আৰু Event Date ত ভবিষ্যতৰ কোনো তাৰিখ লিখক।
08:25 Content ত যাওক। Events Type দ্বাৰা Filter কৰক।
08:31 যি কোনো ইভেন্ট চয়ন কৰি Editত টিপক। এতিয়া তাৰিখক ভবিষ্যতৰ তাৰিখলৈ সলাওক।
08:39 Save ত টিপক।
08:42 টিউটোৰিয়েলক ৰখাই মোটামুটি 6 বা 7 টা ইভেন্ট update কৰক।
08:49 এইটো কৰি টিউটোৰিয়েলত উভতি যাওক.
08:53 Shortcuts ত যাওক। Views ত টিপক। Upcoming Events বিছাৰক। Editত টিপক।
09:01 এতিয়া viewক এডিট কৰিবলৈ উভতি যাও যত সেইটোক এৰিছো।
09:06 প্রিভিউ দেখিবলৈ তলত স্ক্রোল কৰক।
09:10 এতিয়া greater than or equal to now ইয়াৰ সৈতে Event Date ইয়াৰ সঠিক ফিল্টাৰিং কৰিছো।
09:17 তাৰ পিছত SORT CRITERIA চেক কৰিম।
09:22 ডিফল্টৰুপে, Drupalএ অধ:ক্রমত লেখনিৰ তাৰিখ দ্বাৰা কনটেন্টক সৰ্ট কৰে।
09:30 Events ইয়াৰ বাবে, এইটো দৰকাৰী যে Event Date আৰোহীক্রমত হয়।
09:37 এইটোক সলাবলৈ Authored on আৰু Remove ত টিপক।
09:44 Add ত টিপি আকৌ এবাৰ Event Date পোৱা পর্যন্ত তলত স্ক্রোল কৰক।
09:51 Apply ত টিপক।
09:53 এতিয়া Order ত, Sort ascending চয়ন কৰক। যি আজিৰ পৰা ইভেন্টক চৰ্ট কৰে।
10:03 Apply ত টিপক।
10:05 এতিয়া Events আপডেট কৰিছো আৰু সঠিকভাবে Sort Criteria সেট কৰিছো।
10:11 আমি সূচী দেখিবলৈ সক্ষম হব লাগিব যি হল এইৰকমে।
10:16 ভবিষ্যতত আহা সকলো ইভেন্ট EVENT DATE ক্রমত সূচীবদ্ধ।
10:23 আগোৱাই যোৱাৰ আগেই নিশ্চিত কৰক যে আপোনি Save ত টিপিছে।
10:27 আৰু এটা বিষয় হল আমি এই বিশেষ View ইয়াৰ সৈতে কাম কৰিম।
10:32 TITLE আৰু Logo columns জুড়ক আৰু তাৰ পিছত TITLE আৰু EVENT DATEক সৰ্ট যোগ্য কৰক।
10:41 এইটো কৰিলে ইউসাৰে TITLE ত টিপিব পাৰে আৰু এইটো ফীচাৰ দ্বাৰা সর্ট হব।
10:48 উপৰত স্ক্রোল কৰক। FORMAT, Table ত যাওক আৰু Settingsত টিপক।
10:57 Content Event Logo ত COLUMN ড্রপ ডাউন পৰা Title চয়ন কৰক।
11:03 এইটো SEPARATOR ইয়াৰ বাবে, সিম্পল লাইন ব্রেক ৰাখে।
11:08 Title আৰু Event Date কলম ঊর্ধ্বক্রমত SORTABLE কৰক আৰু Apply ত টিপক।
11:17 এতিয়া Title আৰু logo একেই কলমত আছে আৰু উভয় TITLE আৰু EVENT DATE এতিয়া সৰ্টযোগ্য।
11:26 Title ক Event Nameত সলাওক।
11:31 Title ত টিপক আৰু Label ত Title ক Event Nameলৈ সলাওক। Apply ত টিপক।
11:40 প্রিভিউ এলাকাত স্ক্রোল কৰক। Event Name আৰু logo আৰু date সকলো সেট।
11:48 টিউটোৰিয়েলত, পিছৰ লোগো উন্নত কৰিবলৈ ইয়াৰ আকাৰ সলোৱা সম্পর্কে শিকিম।
11:55 এতিয়া Save ত টিপি View প্ৰশিক্ষন কৰো।
11:59 Homepage ত যাবলৈ Back to site ত টিপক।
12:03 Upcoming Events ত টিপক।
12:06 table ভবিষ্যত আহা ইভেন্টৰ সৈতে ব্যবস্থিত থাকা বিছাৰো।
12:13 আপোনি এয়াও দেখে যে Event Name আৰু Event Date দ্বাৰা সৰ্ট কৰিব পাৰি।
12:20 ইয়াৰ সৈতেই, আমি প্রথম Table View পূর্ণ কৰিছো।
12:24 সংক্ষেপে,
12:26 এই টিউটোৰিয়েলত fields ইয়াৰ tables বনোৱা সম্পর্কে শিকিছো।
12:41 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
12:51 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
12:58 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
13:07 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
13:19 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi