Drupal/C3/Table-of-Fields-with-Views/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Table of Fields with Views ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:07 | এই টিউটোৰিয়েলত fields ইয়াৰ table বনোৱা শিকিম। |
| 00:12 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। |
| 00:23 | আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
| 00:27 | এতিয়া শিকিম যে fields ইয়াৰ Table কি। |
| 00:31 | ধৰক ভবিষ্যৰ ইভেন্টৰ সূচী এইভাবে tableত দেখোৱাবলৈ বিছাৰো। |
| 00:38 | ইয়াতে ইউসাৰে ইভেন্টৰ কিছু বিবৰণ আৰু তাৰ সম্বন্ধিত তাৰিখ দেখোৱাবলৈ পাৰে। |
| 00:45 | ইয়াতে দেখোৱা fields তাত Events Content type ত আছে। |
| 00:50 | ইয়াতে কিছু ইভেন্টৰ কিছু fields ক প্রদর্শন কৰিব পাৰি। |
| 00:55 | আমি বিশেষত মাত্ৰ সেই ইভেন্ট দেখাও, যাৰ তাৰিখ এতিয়াৰ সময়ৰ পিছত আছে। |
| 01:02 | অন্য প্রোগ্রামত এই ধৰণৰ কন্টেন্টৰ চয়নিত সূচীক Reports বা Query Results ও বোলে। |
| 01:11 | এতিয়া fields ইয়াৰ table ইয়াৰ বাবে view বনাও। |
| 01:16 | আমি আগেই নির্মিত ওয়েবসাইটটো খুলক। |
| 01:21 | Shortcuts ত গৈ Views ত টিপক আৰু তাৰ পিছত Add new view ত টিপক। |
| 01:28 | এইটোক Upcoming Events নাম দিও
Content of type ক All পৰা Eventsত সলাওক। |
| 01:37 | এইটোক যি কোনো Content type ইয়াৰ বাবে কৰিব পাৰি – Log entries, Files, Content revisions, Taxonomy terms, Users, Custom blocks ইত্যাদি। |
| 01:50 | এতিয়া এইটোক Newest first ইয়াৰ ভিত্তিত ৰাখিম। |
| 01:55 | Create a page চেক কৰক আৰু Display format ত Table of fields চয়ন কৰক। |
| 02:03 | Items to displayত ডিফল্ট ভ্যালু 10 ৰাখিম। |
| 02:09 | এতিয়া Use a pager আৰু Create a menu linkত চেক কৰিম। |
| 02:17 | Menu ত Main navigation চয়ন কৰিম আৰু Link textত Upcoming Events চয়ন কৰিম। |
| 02:28 | আমাৰ মেনু ইয়াত সুসংগঠিত নাই, কিন্তু এইটো শীঘ্রই কৰিম। |
| 02:34 | Save and editত টিপক। |
| 02:37 | আমি 5 টা প্রশ্ন দেখো।
Display হল পেজ. |
| 02:42 | FORMAT হল table. |
| 02:45 | FIELDS ত, Title আছে। |
| 02:48 | FILTER CRITERIA ত, মাত্ৰ Upcoming events বিছাৰো, সেয়ে সেইটো সলাব লাগিব। |
| 02:55 | SORT CRITERIA হল ভুল কাৰণ এইটোক Event date ক্রমত ৰাখা উচিত, Published dateত নহয়। |
| 03:03 | আৰম্ভ কৰিবলৈSave ত টিপক। |
| 03:06 | ইয়াতে মাঝত, PAGE SETTINGS আছে। |
| 03:10 | ইয়াতে Path, Menu, Access Permission আছে আৰু এতিয়া সকলোৱেই ল্যান্ডিং পৃষ্ঠা এক্সেস কৰিব। |
| 03:20 | ইয়াতে Add বোতামত টিপি HEADER বা FOOTER জুড়াব পাৰো। |
| 03:27 | ইয়াতে কোনো ৰিজাল্ট নাথাকিলে কি কৰিব লাগিব, তাক জুড়াব পাৰি। |
| 03:31 | এইটোও নির্দিষ্ট কৰিব পাৰি যে page ত কেইতা আইটেম আছে। |
| 03:36 | আৰু View ইয়াৰ তলত Read More link ইয়াৰ সৈতে pager ইয়াতে তলত থাকে নে নেথাকে। |
| 03:44 | ADVANCED ট্যাবত ইয়াতে আৰো বিষয় আছে যি এই টিউটোৰিয়েলত কৰা নহব। |
| 03:50 | আমি আগেই Events আৰু User Groups ইয়াৰ সৈতে যুক্ত। |
| 03:54 | সেয়ে User Groups পৰা তথ্য লব পাৰি যিয়ে Events স্পন্সৰ কৰিছে আৰু এইটোক এই View ত ৰাখক। |
| 04:03 | এইটো RELATIONSHIPS আৰু CONTEXT ব্যবহাৰ কৰি কৰা হয়, যি আমি বনাইছো। |
| 04:10 | এতিয়া আগোৱাই fields জুড়ো, যাক আমি table ত বিছাৰো। |
| 04:15 | Addত টিপি Event Date field নাহা পর্যন্ত স্ক্রোল কৰক। |
| 04:21 | Content type name ব্যবহাৰ কৰি fieldsক সাবধানেৰে label কৰিছো। |
| 04:27 | আমি পিছত Views ত সেইটোক সহজে পাব পাৰো। |
| 04:32 | Event Date ত চেক কৰি Apply ত টিপক। |
| 04:37 | ইয়াতে কিছু সেটিংস চয়ন কৰিম। |
| 04:41 | এতিয়া Create a label আৰু Place a colon চেক কৰক। |
| 04:47 | Date formatক ডিফল্ট থাকিব দিয়ক, অর্থাৎ medium date. |
| 04:53 | এতিয়া এইটোক লৈ চিন্তা কৰিব নালাগে। |
| 04:57 | শেষলৈ Apply all displays বোতামত টিপক। |
| 05:02 | এতিয়া ইয়াতে 2টা columns - TITLE আৰু EVENT DATE আছে। |
| 05:08 | পিছৰ field জুড়ক। Add ত টিপি এতিয়া Event Logo ত যোৱা পর্যন্ত তলত স্ক্রোল কৰক। |
| 05:17 | এইটো চয়ন কৰি Apply ত টিপক। |
| 05:21 | এতিয়া Create a label বিকল্প আনচেক কৰক। |
| 05:25 | Thumbnail ইয়াৰ Image style চয়ন কৰক। |
| 05:30 | তাৰ পিছত Link image to ড্রপ ডাউনত, Content চয়ন কৰক। |
| 05:36 | পিছৰ টিউটোৰিয়েলত, এই layout ইয়াৰ বাবে নতুন Image style বনোৱা শিকিম। কিন্তু এতিয়া Thumbnail চয়ন কৰিম। |
| 05:45 | Apply ত টিপক। এতিয়া preview ত thumbnails দেখা উচিত, যি develৰ দ্ৱাৰা প্রতিটো Event ইয়াৰ বাবে বনাইছে। |
| 05:55 | উভতি গৈ আকৌ এবাৰ Add ত টিপক। এতিয়া তলত স্ক্রোল কৰক আৰু একাধিক field চয়ন কৰক। |
| 06:04 | Event Topics আৰু Event Website চয়ন কৰক সিহতে পিছত Apply all displays বোতামত টিপক। |
| 06:13 | পিছৰ পৃষ্ঠাত সকলোকিছু এইভাবে ৰাখক আৰু Apply ত টিপক। |
| 06:18 | এতিয়া Views ত এবাৰ 2টা fields সেট কৰিব পাৰি আৰু প্রত্যেকৰ নিজৰ পৃথক Settings স্ক্রিন হব। |
| 06:27 | আকৌ এবাৰ Apply all displays ত টিপক। |
| 06:32 | এতিয়া ইয়াতে EVENT TOPICS আৰু EVENT WEBSITE আছে। |
| 06:37 | আমাৰ নিজৰ title, date, topics আৰু website আছে। Save ত টিপক। |
| 06:45 | নিজৰ কাম মাঝে মাঝে সংৰক্ষণ কৰা এটা ভাল অভ্যাস। |
| 06:49 | ইয়াতে দেখো Display হল Page. |
| 06:53 | FORMAT হল Table |
| 06:56 | FIELDS সেট আছে। |
| 06:59 | FILTER CRITERIA আৰু SORT CRITERIA এতিয়ালৈকে ভুল আছে। |
| 07:04 | FILTER CRITERIA জুড়াবলৈ Add বোতামত টিপক। |
| 07:08 | Event Date আহা পর্যন্ত তলত স্ক্রোল কৰক। তাৰ পিছত Event Date চয়ন কৰি Apply ত টিপক। |
| 07:17 | এই স্ক্রিন খুবেই গুৰুত্বপূর্ণ। |
| 07:20 | Operator ড্রপ ডাউনত Is greater than or equal to চয়ন কৰিম। |
| 07:26 | Value type ত, আজিৰ তাৰিখ লিখিলে এইটো অসুবিধাজনক হব। |
| 07:32 | আমি সদায় নতুন তাৰিখ লিখিব লাগিব। কিন্তু আমি An offset of the current time... চয়ন কৰিব পাৰো। |
| 07:40 | Value ফীল্ডত now লিখক। |
| 07:45 | ইয়াৰ মানে আজিৰ তাৰিখৰ পিছৰ ইভেন্ট মাত্ৰ প্রদর্শিত হব। |
| 07:51 | বর্তমান সময় এইটো বনোৱাৰ সময় নহয়. এইটো সেই সময় হয় যেতিয়া ইউসাৰে এইটো দেখে। |
| 07:59 | সেয়ে মাত্ৰ ইউসাৰেই ভবিষ্যতৰ ইভেন্ট দেখিব পাৰে। |
| 08:03 | Apply ত টিপক। |
| 08:05 | আমি দেখো যে devel দ্বাৰা বনোৱা ডামি কনটেন্ট ভবিষ্যতৰ কোনো তাৰিখ নিদিয়ে। |
| 08:13 | সেয়ে View সঠিকভাবে কাম কৰিছে তাক নিশ্চিত কৰিবলৈ নিজেই কিছু ইভেন্ট আপডেট কৰো। |
| 08:20 | কিছু ইভেন্ট বিছাৰক আৰু Event Date ত ভবিষ্যতৰ কোনো তাৰিখ লিখক। |
| 08:25 | Content ত যাওক। Events Type দ্বাৰা Filter কৰক। |
| 08:31 | যি কোনো ইভেন্ট চয়ন কৰি Editত টিপক। এতিয়া তাৰিখক ভবিষ্যতৰ তাৰিখলৈ সলাওক। |
| 08:39 | Save ত টিপক। |
| 08:42 | টিউটোৰিয়েলক ৰখাই মোটামুটি 6 বা 7 টা ইভেন্ট update কৰক। |
| 08:49 | এইটো কৰি টিউটোৰিয়েলত উভতি যাওক. |
| 08:53 | Shortcuts ত যাওক। Views ত টিপক। Upcoming Events বিছাৰক। Editত টিপক। |
| 09:01 | এতিয়া viewক এডিট কৰিবলৈ উভতি যাও যত সেইটোক এৰিছো। |
| 09:06 | প্রিভিউ দেখিবলৈ তলত স্ক্রোল কৰক। |
| 09:10 | এতিয়া greater than or equal to now ইয়াৰ সৈতে Event Date ইয়াৰ সঠিক ফিল্টাৰিং কৰিছো। |
| 09:17 | তাৰ পিছত SORT CRITERIA চেক কৰিম। |
| 09:22 | ডিফল্টৰুপে, Drupalএ অধ:ক্রমত লেখনিৰ তাৰিখ দ্বাৰা কনটেন্টক সৰ্ট কৰে। |
| 09:30 | Events ইয়াৰ বাবে, এইটো দৰকাৰী যে Event Date আৰোহীক্রমত হয়। |
| 09:37 | এইটোক সলাবলৈ Authored on আৰু Remove ত টিপক। |
| 09:44 | Add ত টিপি আকৌ এবাৰ Event Date পোৱা পর্যন্ত তলত স্ক্রোল কৰক। |
| 09:51 | Apply ত টিপক। |
| 09:53 | এতিয়া Order ত, Sort ascending চয়ন কৰক। যি আজিৰ পৰা ইভেন্টক চৰ্ট কৰে। |
| 10:03 | Apply ত টিপক। |
| 10:05 | এতিয়া Events আপডেট কৰিছো আৰু সঠিকভাবে Sort Criteria সেট কৰিছো। |
| 10:11 | আমি সূচী দেখিবলৈ সক্ষম হব লাগিব যি হল এইৰকমে। |
| 10:16 | ভবিষ্যতত আহা সকলো ইভেন্ট EVENT DATE ক্রমত সূচীবদ্ধ। |
| 10:23 | আগোৱাই যোৱাৰ আগেই নিশ্চিত কৰক যে আপোনি Save ত টিপিছে। |
| 10:27 | আৰু এটা বিষয় হল আমি এই বিশেষ View ইয়াৰ সৈতে কাম কৰিম। |
| 10:32 | TITLE আৰু Logo columns জুড়ক আৰু তাৰ পিছত TITLE আৰু EVENT DATEক সৰ্ট যোগ্য কৰক। |
| 10:41 | এইটো কৰিলে ইউসাৰে TITLE ত টিপিব পাৰে আৰু এইটো ফীচাৰ দ্বাৰা সর্ট হব। |
| 10:48 | উপৰত স্ক্রোল কৰক। FORMAT, Table ত যাওক আৰু Settingsত টিপক। |
| 10:57 | Content Event Logo ত COLUMN ড্রপ ডাউন পৰা Title চয়ন কৰক। |
| 11:03 | এইটো SEPARATOR ইয়াৰ বাবে, সিম্পল লাইন ব্রেক ৰাখে। |
| 11:08 | Title আৰু Event Date কলম ঊর্ধ্বক্রমত SORTABLE কৰক আৰু Apply ত টিপক। |
| 11:17 | এতিয়া Title আৰু logo একেই কলমত আছে আৰু উভয় TITLE আৰু EVENT DATE এতিয়া সৰ্টযোগ্য। |
| 11:26 | Title ক Event Nameত সলাওক। |
| 11:31 | Title ত টিপক আৰু Label ত Title ক Event Nameলৈ সলাওক। Apply ত টিপক। |
| 11:40 | প্রিভিউ এলাকাত স্ক্রোল কৰক। Event Name আৰু logo আৰু date সকলো সেট। |
| 11:48 | টিউটোৰিয়েলত, পিছৰ লোগো উন্নত কৰিবলৈ ইয়াৰ আকাৰ সলোৱা সম্পর্কে শিকিম। |
| 11:55 | এতিয়া Save ত টিপি View প্ৰশিক্ষন কৰো। |
| 11:59 | Homepage ত যাবলৈ Back to site ত টিপক। |
| 12:03 | Upcoming Events ত টিপক। |
| 12:06 | table ভবিষ্যত আহা ইভেন্টৰ সৈতে ব্যবস্থিত থাকা বিছাৰো। |
| 12:13 | আপোনি এয়াও দেখে যে Event Name আৰু Event Date দ্বাৰা সৰ্ট কৰিব পাৰি। |
| 12:20 | ইয়াৰ সৈতেই, আমি প্রথম Table View পূর্ণ কৰিছো। |
| 12:24 | সংক্ষেপে, |
| 12:26 | এই টিউটোৰিয়েলত fields ইয়াৰ tables বনোৱা সম্পর্কে শিকিছো। |
| 12:41 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
| 12:51 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
| 12:58 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
| 13:07 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
| 13:19 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |