Netbeans/C2/Introduction-to-Netbeans/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:00 | নমস্কাৰ বন্ধুগণ, উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ এই টিউটোৰিয়েললৈ আমি আপোনাক স্বাগত জানাচ্ছি, |
00:08 | আপোনি যদি আপোনাৰ জীবনত অনেক ডকুমেন্ট তৈয়াৰ কৰিবলৈ bisariboচাব, তেনেহলে আপোনি লেটেক্ ব্যবহাৰ আৰম্ভ কৰা উচিত |
00:19 | |
00:27 | লেটেক্ সম্পূর্ণ বিনামূল্য আৰু open source software | |
00:44 | সর্বপৰি লেটেকত উত্কৃষ্ট user community বা ব্যবহাৰকাৰীৰ সংগঠন আছে যি যিকোনো প্রকাৰৰ সাহায্য প্রস্তুত কৰে, উদাহৰণস্বৰুপে tug india |
00:52 | |
00:58 | |
01:06 | আপোনি http fossee.in ওয়েবসাইটৰ পৰা লেটেকৰ বিষয়ে ভবিষতে যিকোনো প্রকাৰৰ সাহায্য আশা কৰিব পাৰিব | লক্ষ্য কৰক fossee শব্দ দুটি s আৰু দুটি e এৰ ব্যবহাৰ আছে |
01:22 | আমি এতিয়া উইন্ডোস্ অপাৰেটিং সিস্টেমত লেটেক্ ব্যবহাৰ কৰাৰ পদ্ধতি বর্ণনা কৰিম | |
01:37 | তাৰপিছত চাম টেকনিক্ সেন্টাৰ , যি মিকটেকৰ এটি বিনামূল্য front end |
01:49 | আমি এটি বিনামূল্য আৰু ওপেন সোর্স pdf ৰিডাৰ , সুমাত্রাৰ বর্ণনা দি আমাৰ এই টিউটোৰিয়েল সমাপ্ত কৰিম | সুমাত্রাৰ ব্যবহাৰ optional অর্থাৎ ঐচ্ছিক হয় |
02:04 | ইয়াৰ ২.৭ সংস্কৰণ টি আপোনি mictex dot org ত পাব |
02:18 | 24ইয়াত এইটো আছে | 30আপোনি এইটোক ডাউনলোড় কৰিব পাৰে | |
02:40 | ফাইল টিৰ নাম ইয়াত দেখোৱা হৈছে | এটি এটি ডাঙৰ ফাইল হয়,প্রায় ৮৩ মেগা বাইটৰ | |
02:57
. মিকটেকৰ সম্পূর্ণ সংস্কৰণ টি আৰু ডাঙৰ, প্রায় ৯০০ মেগা বাইটৰ,সেয়ে আমি ইয়াক ব্যবহাৰ নকৰো| | |
03:04 | |
03:12 | আমি সেইটিক এতিয়া ওপেন কৰিম | |
03:21 | সেই আইকনত ক্লিক কৰি ইনস্টলেশান আৰম্ভ কৰো | |
03:32 | এইটো প্রায় ২০ মিনিট সময় লব ইনস্টল হবলৈ ,সেয়ে আমি ইয়াত নেদেখাও | |
03:41 | এইটি এই স্থানত ইনস্টল হৈ অছে | |
03:47 | ই এটি বিনামূল্য reader যা pdf ফাইলত দেখাবলৈ সাহায্য কৰে | |
03:56 | যদি থাকে, তেনেহলে আপোনি এই slideৰ বাকি অংশক নাচালেও হব| |
04:03 | |
04:11 | এইটি ইয়াত দেখা গৈছে | |
04:21 | কোনো প্রশ্নেৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নাই | আমি এই ইনস্টলেশন পূর্বেই কৰি ৰাখিছো| |
04:29 | texnicenter.org -এই ওএবসাইটলৈ যাওক | লক্ষ্য কৰক, texniccenter বানানত দুটি c আছে | |
04:43 | টেকনিক্ সেন্টাৰৰ ওএবসাইটত ইয়াতে download directory আছে |
05:01 | আমি তললৈ যোৱাত texniccenter . ওআৰজি লৈ উভতি গৈছো. |
05:10 | |
05:28 | | |
05:36
ডাউনলোডত ক্লিক কৰা যাওক . আমি আমাৰ পূর্বৰ ওয়েবপেজত উভতি গৈছো| | |
05:45 | যিহেতু আমি পূর্বে ই এইটোক ডাউনলোড কৰি ৰাখিছো, |
06:00 | তেনেহলে সম্পূর্ণ পদ্ধতি-টো দেখা যাওক | ওয়েবসাইট-ত গৈ ডাউনলোড বাটন ত ক্লিক কৰক | |
06:19 | সূচীৰ প্রথমেই থাকা টেকনিক্ সেন্টাৰ installer আপোনাৰ প্রয়োজন হব | |
06:27 | ডাউনলোড় কৰাৰ পিছত, এইটোক সেভ কৰে, যাতে ভবিষ্যতত ইনস্টল কৰাৰ সময়ত পুনৰায় ইয়াৰ ব্যবহাৰ কৰিব পাৰে | |
06:38 | এইটোক ডবল ক্লিক কৰি আৰু তাৰ পিছত কোনো উত্তৰ পৰিবর্তন ন কৰাকে এইটোক ইনস্টল্ কৰা যাওক | |
06:47 | ইনস্টলেশান আৰম্ভ কৰা যাওক | gpl চুক্তিক মানা যাওক| পৰবর্তী পর্যায় লৈ যাওক |ইয়াক ইনস্টল্ কৰা যাওক | ঠিকআছে, ই ইনস্টল্ হৈছে | |
07:29 | আইকনৰ ওপৰত ডবল ক্লিক কৰক আৰু টেকনিক্ সেন্টাৰ launch কৰক| |
07:45 | ঠিকআছে , আইকন টি ডেস্কটপত আছে | এইটোক লন্চ(launch) কৰা যাওক | এইটোক বন্ধ কৰা যাওক | ইয়াৰ পিছত আমি এটিক configure কৰিম | ই কয় যে কোন স্থানত টেক্ সংস্কৰণ টি আছে | |
08:15 | c colon,program files,miktex ২.৭ ,miktex,bin | ইয়াক আপোনি অবশ্যই ব্রাউস(browse) কৰি সঠিক স্থানটি বিচাৰিব পাৰিব| |
08:41 | এইটি হল post script viewer | আমি ইয়াক সম্মতি দিও| আৰু একো এন্টাৰ নকৰো |
08:49 | |
09:06 | এইটিক ক্লিক কৰা যাওক | এতিয়া ই নির্বাচিত হৈ আছে, next তাৰপিছত finish ত ক্লিক কৰা হল | |
09:33 | এতিয়া আমি এইটিক সৰু কৰিম যাতে আপোনি সম্পূর্ণটা দেখিব পাৰে | |
09:46 | এইটিক সামান্য কিছু দাঙৰ কৰো | ঠিকআছে, এতিয়া এইটো ব্যবহাৰ কৰা যাব পাৰে | এতিয়া ইয়ালৈ উভতি আহা যাওক | |
10:07 | ই এটা configuration মেনু খুলিব আৰু আপনাকে কোনো লেটেক সংস্কৰণ ইনস্টল কৰিবলৈ সোধিব| ই আপোনাক মিকটেক্ ইনস্টল কৰিবলৈতে অনুমোদন কৰে| |
10:16 | next -ত ক্লিক কৰক| ফোল্ডাৰত মিকটেক ৰ binary ফাইল-টি আছে, তাৰ অবস্থান নির্দেশ কৰিব লাগিব| |
10:27 | আমাৰ ডাইৰেকটৰি-ত় ই ইয়াত আছে | এইটি আমি লিখিছো | PS files -ত আমি কিছু লিখা (ভৰোৱা) প্রয়োজন নাই *** | তাৰপিছত আমি ব্রাউস কৰো আৰু acrobat PDF reader বাবে ইয়াক স্থাপন (লোকেট )কৰো | |
10:48 | আপোনি যদি moudgalya dot org ত ‘what is compilation’ নামৰ মৌখিক টিউটোৰিয়াল-টি দেখা নাই, তেনেহলে এতিয়া সেটিক চাওক| |
11:00 | তেনেহলে টেকনিক সেন্টাৰলৈ যাওক আৰু ফাইল মেনু-ত় ক্লিক কৰা যাওক | |
11:15 | আমাৰ উচৰত আগৰে পৰা hello.tex নামৰ এটা ফাইল আছে, এইটিক লোড কৰা যাওক | সেয়ে এয়াই যি আমি কৰিম , |
11:24 | তেনেহলে এইটি ওপেন কৰা যাওক | ইয়ালৈ উভতি আহা যাওক | |
11:50 | texnic center dot org ৰ পৰাও আপোনি সহায়তা পাব পাৰে, এই ওএবসাইট-টি আমি আগেও দেখিছো | |
12:00 | মোৰ মানে ইয়ালৈ আহা যাওক, ইয়াতে help, contents আছে | |
12:16 | |
12:28 | আপোনি ইয়াতো ক্লিক কৰিব পাৰিব, অনেক প্রকাৰৰ তথ্য দেখিব পাৰিব যেনে latex maths আৰু graphics সংক্রান্ত তথ্য. |
12:42 | এইটিক বন্ধ কৰা যাওক | |
12:52 | |
13:02 | ইয়ালৈ আহা যাওক | সেয়ে help on texnic center **- প্রথমটো আপোনাক টেকনিক সেন্টাৰ-এৰ font, look and feel এৰ বিষয়ে জানিবলৈ সাহায্য কৰে | |
13:25 | কেতিয়াবা ইয়াত এই manualত প্রদর্শিত তথ্য আৰু প্রকৃত implementationৰ মাজত পার্থক্য থাকে, সেয়ে তথ্যেৰ বাবে ইন্টাৰনেটত সার্চ কৰিব পাৰে| |
13:37 | |
13:45 | |
13:52 | এতিয়া ইয়ালৈ আহা যাওক আৰু লেখাৰ ফন্ট সামান্য দাঙৰ কৰা যাওক | সেয়ে tools, options, text format-লৈ যোৱা যাওক | |
14:19 | তেনেহলে আমি ফন্ট সাইজ দাঘৰ কৰিছি | এতিয়া আপোনি এডিটৰত লাইন-এৰ নম্বৰ-ও দেখিব পাৰিব| |
14:44 | tools, options, editor, show line numbers -ত ক্লিক কৰা যাওক | এতিয়া লাইন-এৰ নম্বৰবোৰ দেখা গৈছে| |
15:03 | latex to pdf অপশন-টিত ক্লিক কৰক| তেনেহলে এইটি কৰা যাওক | ইয়াৰ পিছচত CTRL SHIFT আৰু F5 key একেলগে press বা প্রয়োগ কৰিব পাৰে | |
15:27 | CTRL SHIFT আৰু F5 key একেলগে প্রয়োগ কৰলে কি হব ? ডকুমেন্ট কম্পাইল হৈ যাব আৰু তৈয়াৰ হোৱা pdf ফাইল-টি দেখা যাব | ফাইল-টিত এটামাত্র লাইন থাকা উচিত | তেনেহলে এইটি কৰা যাওক - ctrl shift, f5 | |
15:48 | আৰু এতিয়া ই pdf reader খুলিছে | সেয়ে এইটোক ইয়ালৈ আনা যাওক | এইটিকে দাঙৰ কৰা যাওক | আপোনি ইয়াত মাত্র এটা লাইন দেখিব পাৰিছে| |
16:06 | এতিয়া hello dot tex আৰু hello dot pdf ফাইল-দুটিকেই বন্ধ কৰা যাওক | আমি এইটোক পিছত কৰিব পাৰো| |
16:19 | ইয়াৰ বাবে report dot tex ফাইলটো লোদ কৰা যাওক যি 'report writing' এৰ বিষয় মৌখিক টিউটোৰিয়াল প্রস্তুত কৰৰিবলৈ ব্যবহাৰ কৰা হৈছে | এই টিউটোৰিয়াল টি moudgalya dot org ওএবসাইটত আছে | |
16:32 | এ টিকে বন্ধ কৰা যাওক আৰু report dot tex ফাইলটিকে খোলা যাওক | আমি এটিক ইয়াত ৰাখো, যাতে আমি এটিৰ আৰো বেশি অংশ দেখিব পাৰো| এইবাৰ প্রথমে crtl shft f5 key একেলগে প্রয়োগ কৰি বা press কৰে এটিকে কম্পাইল্ কৰা যাওক | |
17:06
কম্পাইল্ হোৱাৰ পিছত এটা পাতৰ ৰিপোর্ট তৈয়াৰ হৈছে | সেয়ে এইটিক ইয়াত লোৱা যাওক | এটিকোও ালপ দাঙৰ কৰা যাওক | কি হয় | |
17:31 | এতিয়া এই ডকুমেন্ট-এৰ ক্লাস টি ৰিপোর্টলৈ পৰিবর্তন কৰা যাওক | ইয়াত এটি আর্টিকল আছে, এইটিক ডিলিট কৰা যাওক আৰু ইয়াত ৰিপোর্ট লেখা যাওক | |
17:46 | চাওক, এতিয়া ই দুটি পৃষ্ঠা-লৈ আহিছে | এটিক দাঙৰ কৰা যাওক | এবাৰ দ্বিতীয় পৃষ্ঠায়লৈ যোৱা যাওক | এতিয়া ই দ্বিতীয় পৃষ্ঠাত আছে . |
18:14 | এবাৰ এটিক পুনৰায় কম্পাইল কৰা যাওক | সেয়ে ইয়ালৈ ইভতি আহা যাওক | এইটিৰ কোনো প্রয়োজন নাই, সেয়ে এইটিক বন্ধ কৰা যাওক | |
18:36 | আমি এইটি-উল্লেখ কৰিব বিচাৰিছো যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা-টি দেখি আছো| আপোনি দ্বিতীয় পৃষ্ঠাটো ইয়াত দেখিব পাৰিছে | |
18:51 | |
19:03 | সেয়ে এইটি উল্লেখ কৰা প্রয়োজন যে pdf ফাইলটি প্রথম পৃষ্ঠাত খোলে | আমি আগে দ্বিতীয় পৃষ্ঠা-টি দেখিছিলো কিন্তু কম্পায়লেশনন কৰাত ই প্রথম পৃষ্ঠাত খোলে | |
19:19 | এইটো ডকুমেন্ট-এৰ বাবে এটা সচায়ে সমস্যাৰ কাৰণ হব পাৰে | |
19:27 | এইটো দাঙৰ ডকুমেন্টৰ বাবে এটা সমসা হয়. |
19:37 | সুমাত্রা নিজেই pdf-ফাইলটোক ৰিফ্রেশ কৰে আৰু ইয়াৰ সৈতে ই সর্বশেষত পড়া পৃষ্ঠা-টি মনত ৰাখে | |
19:51 | এই software -টি বিচৰাত আপোনি এই পৃষ্ঠা-টিত পাব | আমি এতিয়া আপোনাক এই পৃষ্ঠা-টি দেখোৱাম | |
20:01 | আৰু এই ডাউনলোদ পৃষ্ঠাযলৈ যাওক | আৰু ই আপনাকে ইনস্টল কৰিবলগিয়া ফাইলটি দেখোৱাই, এইটি প্রায় ১.৫ Mb সাইজৰ হয় যি আমি আগেই ডাউনলোড কৰে ৰাখিছো | |
20:17 | ইয়ালৈ উভতি আসা যাওক | পৰবর্তী পৃষ্ঠালৈ যোৱা যাওক | এতিয়া এই আইকনক ডবল ক্লিক কৰি ইনস্টল কৰাৰ প্রক্রিয়া আৰম্ভ কৰা যাওক | কোনো প্রশ্নৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নেই | |
20:35 | প্রথমে downloadsলৈ যোয়া যাওক, মই সুমাত্রা আগেই ডাউনলোড কৰি ৰাখিছো | এইটি ইনস্টল কৰা যাওক | ঠিকআছে, এইটি হৈ গৈছে | |
20:54 | তেনেহলে এতিয়া সুমাত্রা ইনস্টল হৈ গৈছে | এতিয়া পৰবর্তী পৃষ্ঠালৈ যোয়া যাওক | তেনেহলে আমাৰ কম্পিউটাৰ-ত ই program files-ত ইনস্টল হৈছে, sumatra dot pdf | |
21:11 | সেয়ে buildলৈ যাওক তাৰপিছত আউটপুট প্রোফাইল নির্ধাৰিত কৰিব | তাৰপিছত আমি পৰবর্তী কার্যবোৰ কৰিম| |
21:22 | ই ইয়াত আছে | সেয়ে এইটোক বিছচৰা যাওক | এতিয়া আমাক এইটোৰ প্রয়োজনো নেই | সেয়ে এইটোক বন্ধ কৰা যাওক | এইটো টেকনিক সেন্টাৰ , তাৰপিছত build, আউটপুট প্রোফাইল নির্ধাৰণ কৰা যাওক, viewerলৈ- যোয়া যাওক | |
21:43 | মনে কৰক যে আমি এইটিক পৰিবর্তন কৰিবলৈ চাও | ব্যাক কৰা যাওক | ব্যাক | |
21:54 | প্রোগ্রাম ফাইলসত আপোনি সুমাত্রা দেখিছা| ই ইয়াত আছে | আপনি ইয়াক ব্যবহাৰ কৰিব লাগিব| ঠিকআছে,আমি কার্য সম্পন্ন কৰিলো | |
22:11 | এইটো যি অমি কৰিলো. এতিয়া আমি সুমাত্রা ব্যবহাৰ কৰাৰ উপযুক্ত হয়| |
22:25 | এতিয়া report dot tex ফাইল টিক crtl আৰু f7 key এৰ একেলগে প্রয়োগৰ দ্বাৰা কম্পাইল্ কৰা যাওক | |
22:34 | |
22:47 | তেনেহলে লেটেক্ ফাইলস -লৈ যাওক, সেয়ে report dot pdf ফাইল ইয়াতে আছে | এতিয়া সুমাত্রা-এৰ দ্বাৰা ওপেন কৰা যাওক | |
23:08 | এইটিক নিয়া যাওক | এতিয়া পিছৰ পাতটোলৈ যোয়া যাওক | এইটি প্রথম পাত হয়, তাৰপিছত দ্বিতীয় পাতলৈ যোৱা যাওক | |
23:42 | আমি ইয়াত"Added line" -এই লাইন টি যোগ কৰিম, সেভ কৰক আৰু তাৰপিছত Crtl F7 কৰিম | |
24:03 | প্রকৃতপক্ষে এইটি আগৰে পৰা আছিল,এই বিষয়টি প্রমান কৰাৰ সবতকৈ সহজ উপায় হল এইটোক সৰু কৰা ,যাতে দুটিকে একেলগে দেখা যায় | |
24:23 | এইটি খোলা যাওক, লেখাটি এতিয়া আৰু নাই | |
24:38 | এইটি বন্ধ কৰা যাওক, সেভ কৰা যাওক, ctrl f7 | |
24:59 | |
25:05 | ইয়ালৈ উভতি আসা যাওক | এইটি পৰিবর্তিত নাই হয়| সেয়ে এইটি সুমাত্রা-ৰ সর্বপ্রধান বৈশিষ্ট্য | |
25:18 | pdf ফাইলটি নিজে নিজেই পৰিবর্তিত হৈ যায়, আমি একো কৰিব নালাগে| |
25:25 | এটা appendix যোগ কৰা যাওক, ctrl f7-এৰ দ্বাৰা কম্পাইল কৰা যাওক, এতিয়া ডকুমেন্টত এতিয়া তিনটি পৃষ্ঠা আছে | এতিয়া তেনেহলে তৃতীয় পৃষ্ঠাযলৈ যোয়া যাওক আৰু পুনৰায় কম্পাইল কৰা যাওক | এতিয়া ডকুমেন্ট-টি তৃতীয় পৃষ্টা-তেই খোলে | |
25:38 | আমি মিকটেক্এৰ প্রাথমিক সংস্কৰণ ইনস্টল্ কৰিছো আৰু লেটেক্এৰ এটা প্রাথমিক সংস্কৰণ উপলব্দ আছে. এইটোক ব্যবহাৰ কৰি বহু কাম কৰিব পাৰে| |
25:48 | তাৰে কিছো ইয়াত তালিকাবদ্ধ হৈছে. যাৰ মাজত অবশ্যই এটা হল বিমাৰ | |
25:57 | মিকটেক্ এৰ প্রাথমিক সংস্কৰণ ইনস্টল্ কৰাৰ পিছত সেইটিক আপডেট্ কৰক| |
26:06 | |
26:12 | আপডেট্ ত ক্লিক কৰক, mirror,proxy -ত ইতয়াদি নির্বাচন কৰক| এইভাবে মিকটেক্ আপডেট্ হব | |
26:22 | যদি কোনো প্যাকেজ্ অনুপস্হিত থাকে , তেনেহলে মিকটেক্ ইনস্টলেশান -ই আপনাক সেইটি ইনস্টল্ কৰাৰ বাবে prompt কৰিব বা জিঞ্জাস কৰিব| |
26:32 | বা CDৰ পৰাও ব্যবহাৰ কৰিব পাৰিব | প্রথমে hard ডিস্ক-ত CD -এৰ সম্পূর্ণ তথ্যটি copy কৰিব লাগিব আৰু তাৰপিছত তাৰ পৰা ইন্চটল কৰক | |
26:45 | ইয়াৰ বাবে hard disc-ত প্রায় ১ GB জাগাৰ প্রয়োজন হয়| |
26:55 | উদাহৰণস্বৰুপ,আপোনি Tug india ত য়োগায়োগ কৰিব পাৰিব | |
27:01 | আমি লেটেক্ এৰ বিষয় ভবিষ্যতে আৰু মৌখিক টিউটোৰিয়াল প্রস্তুত কৰাও আশা ৰাখো | |
27:12 | অংশগ্রহন কৰাৰ বাবে ধন্যবাদ | |