Inkscape/C2/Overview-of-Inkscape/Assamese

From Script | Spoken-Tutorial
Revision as of 11:59, 29 January 2016 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 Inkscapeত স্পোকেন টিউটৰিয়েলৰ শৃঙ্খলাত আপোনাক স্বাগতম।
00:05 এই শৃঙ্খলাত আমি ইনকস্কেপ আৰু তাৰ বৈশিষ্ট্য এৰ সৈতে পৰিচয় হম।
00:11 আমি বিভিন্ন পূর্বনির্ধাৰিত আকাৰ আঁকা আৰু সম্পাদন কৰা শিকিম।
00:21 কলৰ হুইল ব্যবহাৰ কৰা।
00:26 Bezier টুল ব্যবহাৰ কৰা।
00:33 প্রয়োজন অনুযায়ী টেক্সট ব্যবহাৰ আৰু পৰিচালনা কৰা।
00:37 উদাহৰণস্বৰুপে: সুপাৰস্ক্রিপ্ট আৰু সাবস্ক্রিপ্ট।
00:42 টেক্সটত উপৰত ইমেজ ৰাখা।
00:47 এই শৃঙ্খলাত আমি আকাৰৰ সমন্বয় ব্যবহাৰ কৰি এটা টাইল প্যাটার্ন ও তৈয়াৰ কৰা শিকিম।
00:54 এটা ফুলৰ নিচিনা গ্রাফিক্স।
00:58 ব্রোসার্স আৰু ফ্লায়ার্স।
01:02 পোষ্টাৰ আৰু ব্যানাৰ।
01:06 সিডি লেবেল।
01:10 ভিসিটিং কার্ড।
01:13 লোগো আৰু আৰো অনেক কিছু।
01:17 টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 আৰু উইন্ডোজ 7 OS.
01:24 ইনকস্কেইপ সংস্কৰণ 0.48.4.
01:28 Inkscape এটা ওপেন সোর্স ভেক্টৰ গ্রাফিক্স এডিটৰ।
01:31 এইটো লিনাক্স, ম্যাক OS X আৰু উইন্ডোজত কাম কৰে।
01:36 ইনকস্কেপ সকলো ধৰনৰ 2D গ্রাফিক ডিজাইনত ব্যবহাৰ কৰা যাব পাৰে যেনে:
01:41 চিত্রাঙ্কন আৰু পৰিসংখ্যান / কার্টুন আঁকিবলৈ।
01:46 ৰঙিন প্যাটার্ন / ব্যাকগ্রাউন্ড তৈয়াৰ কৰিব।
01:50 এটা ওয়েব পৃষ্ঠাত লেআউট তৈয়াৰ কৰিবলৈ।
01:53 ইমেজ ট্রেস কৰিব।
01:56 ওয়েব ভিত্তিক বোতাম আৰু আইকন তৈয়াৰ কৰিবলৈ।
02:00 ওয়েবৰ বাবে ইমেজ ম্যানুপুলেট কৰিবলৈ।
02:05 ইনকস্কেপ সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি উবুন্টু লিনাক্সত সংস্থাপিত কৰা যাব পাৰে।
02:11 সিন্যাপটিক প্যাকেজ ম্যানেজাৰ সম্পর্কে অধিক জানিবলৈ এই ওয়েবসাইটত লিনাক্স টিউটৰিয়েল পড়ক।
02:17 Dash home ত যাওক। লিখক Inkscape.
02:20 আপোনি লোগোত দুইবাৰ টিপি ইনকস্কেইপ খুলিব পাৰে।
02:23 এতিয়া উইন্ডোজত ইনকস্কেপ সংস্থাপন কৰা শিকিম।
02:28 আপোনাৰ ব্রাউজাৰ খুলক। 'Inkscape.org' ত যাওক।
02:33 Download বোতামত টিপক। উইন্ডোজৰ বাবে থাকা Installer বিকল্পটো চয়ন কৰক।
02:40 আপোনি তাৰ সংস্কৰণৰ সৈতে Download Inkscape এই বাক্যটো দেখোৱাম। এইটোত টিপক।
02:46 ডায়লগ বাক্স দেখায়। Save ত টিপক।
02:51 installer ফাইল আপোনাৰ মেশিনত ডাউনলোড কৰা লাগিব। Downloads ফোল্ডাৰত যাওক।
02:58 ইনকস্কেপ সংস্থাপিত কৰিবলৈ exe ফাইলে দুইবাৰ টিপক।
03:02 ডিফল্ট ভাষা হল English. এতিয়া Next ত টিপক।
03:07 এবাৰ Nextত টিপক।
03:09 এবাৰ Nextত টিপক।
03:11 Destination ফোল্ডাৰ ডায়লগ বাক্স দেখায়। ডিফল্টৰুপে, ইনকস্কেপ Programs ফাইলত সংৰক্ষিত হৈছে। এতিয়া Installত টিপক।
03:20 ইনকস্কেপ সংস্থাপিত হৈছে। এটা কিছো মিনিট সময় লব পাৰে।
03:25 Next ত টিপক। ইনস্টলেশন সমাপ্ত কৰিবলৈ Finishত টিপক।
03:30 এতিয়া ইনকস্কেপ সফটওয়্যাৰ নিজে নিজেই খোলে।
03:34 নহলে, ডেস্কটপত নির্মিত এটা শর্টকাট আইকন আছে। এইটোক খুলিবলৈ ইয়াত দুইবাৰ টিপক।
03:42 ইনকস্কেপ খুলাত উভয় পদ্ধতি ব্যর্থ হলে আপোনি Start menu> All programs আৰু তাৰপিছত Inkscape ত টিপিব পাৰে।
03:50 ইনকস্কেপ ইন্টাৰফেস এতিয়া খুলিব।
03:54 এতিয়া, এই প্রদর্শনী সমাপ্ত কৰিবলৈ আমি লিনাক্সত উভতি যাম।
03:58 যদিও ইয়াত দেখোৱা ধাপবোৰ যি কোনো OS ত ইনকস্কেপত কাম কৰিব।
04:04 প্ৰধান অঙ্কনৰ এলাকাক canvas বোলে। যেতিয়াই আমি সকলো গ্রাফিক্স তৈয়াৰ কৰিম।
04:10 ইয়াত ইনকস্কেপত বিভিন্ন টুল বিকল্প আৰু মেনু বিকল্প আছে। আমি এই শৃঙ্খলাত বিষদভাবে প্রতিটো সম্পর্কে শিকিম।
04:17 এতিয়া সংক্ষেপে ইনকস্কেইপ ব্যবহাৰ কৰা শিকো।
04:21 আমি Rectangle টুল নির্বাচন কৰি এটা চতুর্ভুজৰ আকাৰ তৈয়াৰ কৰিম।
04:25 চতুর্ভুজৰ আকাৰ আঁকিবলৈ canvas ত টিপক আৰু ড্র্যাগ কৰক।
04:29 ইয়াত এইটো আমাৰ চতুর্ভুজ।
04:32 আমি এই ইনকস্কেপ অঙ্কন সংৰক্ষণ কৰো।
04:34 File মেনুত যাওক। Save ত টিপক।
04:38 আমি ইয়াৰ নাম drawing_1.svg দিও আৰু Documents ফোল্ডাৰত সংৰক্ষণ কৰিম।
04:45 ইয়াত svg ডিফল্ট ইনকস্কেপ ফাইল এক্সটেনশন নির্দেশ কৰে।
04:49 আমি আহিব লগীয়া টিউটৰিয়েলত ইনকস্কেইপ আৰু তাৰ ৰোমান্চকৰ বৈশিষ্ট্য সম্পর্কে আৰো শিকিম।
04:55 আমি আগতেই এই শৃঙ্খলাত টিউটৰিয়েলৰ পৰা কিছু দেখিছিলো।
05:00 নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিও প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক।
05:06 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
05:13 অধিক বিবৰণৰ বাবে, আমালৈ লিখক।
05:15 স্পোকেন টিউটৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
05:21 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
05:25 আমি টিউটৰিয়েলৰ শেষলৈ অাহিছো।
05:27 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi