Inkscape/C2/Overview-of-Inkscape/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Inkscapeত স্পোকেন টিউটৰিয়েলৰ শৃঙ্খলাত আপোনাক স্বাগতম। |
00:05 | এই শৃঙ্খলাত আমি ইনকস্কেপ আৰু তাৰ বৈশিষ্ট্য এৰ সৈতে পৰিচয় হম। |
00:11 | আমি বিভিন্ন পূর্বনির্ধাৰিত আকাৰ আঁকা আৰু সম্পাদন কৰা শিকিম। |
00:21 | কলৰ হুইল ব্যবহাৰ কৰা। |
00:26 | Bezier টুল ব্যবহাৰ কৰা। |
00:33 | প্রয়োজন অনুযায়ী টেক্সট ব্যবহাৰ আৰু পৰিচালনা কৰা। |
00:37 | উদাহৰণস্বৰুপে: সুপাৰস্ক্রিপ্ট আৰু সাবস্ক্রিপ্ট। |
00:42 | টেক্সটত উপৰত ইমেজ ৰাখা। |
00:47 | এই শৃঙ্খলাত আমি আকাৰৰ সমন্বয় ব্যবহাৰ কৰি এটা টাইল প্যাটার্ন ও তৈয়াৰ কৰা শিকিম। |
00:54 | এটা ফুলৰ নিচিনা গ্রাফিক্স। |
00:58 | ব্রোসার্স আৰু ফ্লায়ার্স। |
01:02 | পোষ্টাৰ আৰু ব্যানাৰ। |
01:06 | সিডি লেবেল। |
01:10 | ভিসিটিং কার্ড। |
01:13 | লোগো আৰু আৰো অনেক কিছু। |
01:17 | টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 আৰু উইন্ডোজ 7 OS. |
01:24 | ইনকস্কেইপ সংস্কৰণ 0.48.4. |
01:28 | Inkscape এটা ওপেন সোর্স ভেক্টৰ গ্রাফিক্স এডিটৰ। |
01:31 | এইটো লিনাক্স, ম্যাক OS X আৰু উইন্ডোজত কাম কৰে। |
01:36 | ইনকস্কেপ সকলো ধৰনৰ 2D গ্রাফিক ডিজাইনত ব্যবহাৰ কৰা যাব পাৰে যেনে: |
01:41 | চিত্রাঙ্কন আৰু পৰিসংখ্যান / কার্টুন আঁকিবলৈ। |
01:46 | ৰঙিন প্যাটার্ন / ব্যাকগ্রাউন্ড তৈয়াৰ কৰিব। |
01:50 | এটা ওয়েব পৃষ্ঠাত লেআউট তৈয়াৰ কৰিবলৈ। |
01:53 | ইমেজ ট্রেস কৰিব। |
01:56 | ওয়েব ভিত্তিক বোতাম আৰু আইকন তৈয়াৰ কৰিবলৈ। |
02:00 | ওয়েবৰ বাবে ইমেজ ম্যানুপুলেট কৰিবলৈ। |
02:05 | ইনকস্কেপ সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি উবুন্টু লিনাক্সত সংস্থাপিত কৰা যাব পাৰে। |
02:11 | সিন্যাপটিক প্যাকেজ ম্যানেজাৰ সম্পর্কে অধিক জানিবলৈ এই ওয়েবসাইটত লিনাক্স টিউটৰিয়েল পড়ক। |
02:17 | Dash home ত যাওক। লিখক Inkscape. |
02:20 | আপোনি লোগোত দুইবাৰ টিপি ইনকস্কেইপ খুলিব পাৰে। |
02:23 | এতিয়া উইন্ডোজত ইনকস্কেপ সংস্থাপন কৰা শিকিম। |
02:28 | আপোনাৰ ব্রাউজাৰ খুলক। 'Inkscape.org' ত যাওক। |
02:33 | Download বোতামত টিপক। উইন্ডোজৰ বাবে থাকা Installer বিকল্পটো চয়ন কৰক। |
02:40 | আপোনি তাৰ সংস্কৰণৰ সৈতে Download Inkscape এই বাক্যটো দেখোৱাম। এইটোত টিপক। |
02:46 | ডায়লগ বাক্স দেখায়। Save ত টিপক। |
02:51 | installer ফাইল আপোনাৰ মেশিনত ডাউনলোড কৰা লাগিব। Downloads ফোল্ডাৰত যাওক। |
02:58 | ইনকস্কেপ সংস্থাপিত কৰিবলৈ exe ফাইলে দুইবাৰ টিপক। |
03:02 | ডিফল্ট ভাষা হল English. এতিয়া Next ত টিপক। |
03:07 | এবাৰ Nextত টিপক। |
03:09 | এবাৰ Nextত টিপক। |
03:11 | Destination ফোল্ডাৰ ডায়লগ বাক্স দেখায়। ডিফল্টৰুপে, ইনকস্কেপ Programs ফাইলত সংৰক্ষিত হৈছে। এতিয়া Installত টিপক। |
03:20 | ইনকস্কেপ সংস্থাপিত হৈছে। এটা কিছো মিনিট সময় লব পাৰে। |
03:25 | Next ত টিপক। ইনস্টলেশন সমাপ্ত কৰিবলৈ Finishত টিপক। |
03:30 | এতিয়া ইনকস্কেপ সফটওয়্যাৰ নিজে নিজেই খোলে। |
03:34 | নহলে, ডেস্কটপত নির্মিত এটা শর্টকাট আইকন আছে। এইটোক খুলিবলৈ ইয়াত দুইবাৰ টিপক। |
03:42 | ইনকস্কেপ খুলাত উভয় পদ্ধতি ব্যর্থ হলে আপোনি Start menu> All programs আৰু তাৰপিছত Inkscape ত টিপিব পাৰে। |
03:50 | ইনকস্কেপ ইন্টাৰফেস এতিয়া খুলিব। |
03:54 | এতিয়া, এই প্রদর্শনী সমাপ্ত কৰিবলৈ আমি লিনাক্সত উভতি যাম। |
03:58 | যদিও ইয়াত দেখোৱা ধাপবোৰ যি কোনো OS ত ইনকস্কেপত কাম কৰিব। |
04:04 | প্ৰধান অঙ্কনৰ এলাকাক canvas বোলে। যেতিয়াই আমি সকলো গ্রাফিক্স তৈয়াৰ কৰিম। |
04:10 | ইয়াত ইনকস্কেপত বিভিন্ন টুল বিকল্প আৰু মেনু বিকল্প আছে। আমি এই শৃঙ্খলাত বিষদভাবে প্রতিটো সম্পর্কে শিকিম। |
04:17 | এতিয়া সংক্ষেপে ইনকস্কেইপ ব্যবহাৰ কৰা শিকো। |
04:21 | আমি Rectangle টুল নির্বাচন কৰি এটা চতুর্ভুজৰ আকাৰ তৈয়াৰ কৰিম। |
04:25 | চতুর্ভুজৰ আকাৰ আঁকিবলৈ canvas ত টিপক আৰু ড্র্যাগ কৰক। |
04:29 | ইয়াত এইটো আমাৰ চতুর্ভুজ। |
04:32 | আমি এই ইনকস্কেপ অঙ্কন সংৰক্ষণ কৰো। |
04:34 | File মেনুত যাওক। Save ত টিপক। |
04:38 | আমি ইয়াৰ নাম drawing_1.svg দিও আৰু Documents ফোল্ডাৰত সংৰক্ষণ কৰিম। |
04:45 | ইয়াত svg ডিফল্ট ইনকস্কেপ ফাইল এক্সটেনশন নির্দেশ কৰে। |
04:49 | আমি আহিব লগীয়া টিউটৰিয়েলত ইনকস্কেইপ আৰু তাৰ ৰোমান্চকৰ বৈশিষ্ট্য সম্পর্কে আৰো শিকিম। |
04:55 | আমি আগতেই এই শৃঙ্খলাত টিউটৰিয়েলৰ পৰা কিছু দেখিছিলো। |
05:00 | নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিও প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক। |
05:06 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
05:13 | অধিক বিবৰণৰ বাবে, আমালৈ লিখক। |
05:15 | স্পোকেন টিউটৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
05:21 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
05:25 | আমি টিউটৰিয়েলৰ শেষলৈ অাহিছো। |
05:27 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |