PHP-and-MySQL/C2/GET-Variable/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | গেত ভেৰিয়েবল(get variable)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:09 | গেত(get) ভেৰিয়েবল(variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable) |
00:17 | ই ফৰ্মচৰ(forms) সৈতে অতিকে সক্রিয় উৱেব্চাইট(dynamic website)ৰ বাবে ব্যৱ্হাৰ হয় যাৰ ক্লিক-সক্ষম(click-able) বুটাম(buttons) থাকে |
00:27 | ই উপভোক্তা(user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত(page) দেখিছে |
00:33 | আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন(question mark) |
00:39 | ধৰক উদাহৰণস্বৰূপে, নেম(name) সমান(equals to) এলেক্স("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত(address bar) দেখা দিব পাৰে |
00:47 | আপুনি সম্ভৱত এন্দ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম(your name) সমান কাইল("Kyle") |
00:54 | এইটোৱেই গেত(get) ভেৰিয়েবল |
00:56 | ই মূলত যি কৰে সেইয়া হৈছে, ই এখন HTML form(ফৰ্ম)ৰ পৰা জমা(submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান(storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু,এইটো আপোনাৰ এড্ৰেচ বাৰত(address bar) থাকে |
01:08 | গেত(get) ভেৰিয়েবলৰ সীমাবদ্ধতা আছে । ই মাত্ৰ 100 কেৰেক্তাৰৰ(character) দীঘল হ’ব পাৰে । ই উপভোক্তা(user)ৰ বাবে দৃশ্যমান হয় । গতিকে, ইয়াক এটা পাছওৱৰ্দৰ(password) বাবে ব্যৱ্হাৰ কৰা ভাল নহয় |
01:20 | এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ,Phpত থকা অন্য ভেৰিয়েলচ(variables)ৰ দৰে ইয়াক দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই |
01:28 | মই ক’ম ইকৌ(echo), তাৰপাছত এটা ডলাৰ চিহ্ন($), এটা আন্দাৰস্ক’ৰ(underscore) আৰু এটা গেত(get) |
01:33 | আৰু বৰবন্ধনীৰ(square brackets) ভিতৰত আপুনি ভেৰিয়েবল(variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম("myname") |
01:40 | মুলত এয়াই মই ইকৌ(echo ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত(form) প্ৰবিষ্ট(post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম(form) নাই, মই এতিয়াও এইটো নকল(mimic) কৰিব পাৰো |
01:51 | মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম(myname) সমান এলেক্স("Alex") । তাৰপাছত মই এন্টাৰ(Enter) টিপিম আৰু দাতা(data)টো দৰ্শিত হৈছে |
02:03 | একেধৰণে, মই বিচৰা দৰে কাইল("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল(variable) লিখিব পাৰো |
02;09 | এইটো সংখ্যা(number), আখৰ(letter) বা ষ্ট্ৰিংচ(strings) হ’ব পাৰে |
02:15 | এতিয়া, মই আপোনাক গেত(get) পদ্ধতি(method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম(form) জমা কৰিব পাৰি দেখুৱাম |
02:22 | মূলত, মই এটা HTML পৃষ্ঠা(page) নিৰ্মান কৰিবলৈ গৈছো |
02:30 | মই এখন ফৰ্ম(form) আৰু ফৰ্ম(form)খনৰ একচন(action)টো ল’ম |
02:34 | যদি আপুনি ইতিমধ্যে HTML শিকা নাই, আপুনি ইয়াৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে ইয়াক শিকিলোৱাটো অধিক দৰকাৰ |
02:44 | একচনটো (action) আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি(pace)তেই হ’ব । এই পদ্ধতিটো গেত(get)ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম(form)খন তেনেদৰে শেষ কৰিব পাৰিব |
02:58 | আমাক এটা ইনপুট বক্স(input box)ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ |
03:03 | মই ইয়াক মাইনেম('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল |
03:11 | লগতে আমাক এটা জমা কৰা(submit) বাজাৰ(buzzer) লাগিব । ইনপুট(input)ত,চাবমিত('submit') লিখক, কিছু উপভোক্তা সহায়ক(user friendly) মান যেনে ক্লিক হিয়েৰ("click here") দিয়ক |
03:26 | ইয়াক ৰিফ্ৰেচ(Refresh) কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক |
03:33 | মই এলেক্স('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স(box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো |
03:47 | গতিকে, এতিয়া মই Php ত যি কৰিম সেইয়া হৈছে,এই মানটো ইকৌ(echo) কৰিম |
03:52 | মই এই HTMLটোৰ তলত উদ্ধৃত(quoting) কৰা আৰম্ভ কৰিম । এটা পৃষ্ঠা(page)ত Php আৰু HTML ক অন্তৰ্ভুক্ত(incorporate) কৰাটো সম্ভব । যেতিয়ালৈকে ই Php tags(টেগচ)ৰ মাজত নাথাকে । যেতিয়ালৈকে ই এটা ইকৌ(echo) ফাংচনত আছে |
04:07 | এতিয়া, আহক কওঁ নেম(name) সমান ডলাৰ চিহ্ন(dollar sign), আন্দাৰস্ক’ৰ(underscore), গেত(get) |
04:14 | আৰু, মাইনেম('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ(match) হয় । অন্যথা আপুনি কোনো সহাঁৰি(response) নাপাব |
04:20 | তাৰপাছত ইকৌ(echo)ক’ম আৰু ইয়’ৰ(Your) বা মাত্ৰ হেল্ল’(Hello) আৰু তাৰপাছত নাম |
04:31 | আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰো |
04:35 | আমি ইতিমধ্যে হেল্ল’("hello") পাইছো |
04:40 | আৰু এটা ইফ(if)ব্যৱহাৰ কৰি, মই এলেক্স("Alex") লিখিম যিহেতু মই তাক টিপিছিলো |
04:48 | এনেদৰেই এলেক্স("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই(blank) ফুল ষ্টপ(full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম |
05:06 | আপুনি মাত্ৰ ইফনেম('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী(curly brackets) নালাগে আাৰু নেম('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু(true) |
05:23 | যদি নেম(name)লৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয় ভাবে(automatically) ফল্চ(false) ধৰি লয় । সেইবাবে ই ইয়াক কাৰ্যকৰী(execute) নকৰে |
05:33 | গতিকে, ৰিফ্ৰেচ(Refresh) কৰক । তাত, এইটো গ’ল |
05:39 | আমাৰ বাবে মান আছে আৰু মই তাত টিপিলো |
05:42 | ই চিনাক্ত(detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ(echo) হৈছে |
05:47 | গতিকে, সেইটোৱেই হৈছে গেত(get ) ভেৰিয়েবলৰ শেষ |
05:50 | মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট(post) ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ |