PHP-and-MySQL/C2/Comparison-Operators/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | এই PHP টিউটৰিয়েলত,আমি কম্পেৰিজন অপাৰেতৰচ(Comparison Operators)ৰ বিষয়ে শিকিম |
00:05 | কম্পেৰিজন অপাৰেতৰচে(Comparison operators) দুটা মান(values),দুটা ষ্ট্ৰিং(string) বা দুটা ভেৰিয়েবলচ(variables) তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে |
00:15 | ইয়াৰ বাবে,মই এটা ইফ(if) ষ্টেতমেন্ত(statement) ব্যৱহাৰ কৰিবলৈ গৈছো |
00:19 | আহক ইফ(if) ষ্টেতমেন্ত(statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো |
00:25 | মোৰ চৰ্ত(condition) হৈছে if(ইফ) 1==1, |
00:30 | echo(ইকৌ) |
00:33 | "True"(ট্ৰু) |
00:37 | আৰু তাৰপাছত else(এলচ) |
00:42 | echo(ইকৌ) |
00:44 | "False"(ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ(brackets) নালাগে ;গতিকে মই সিহঁতক আঁতৰ কৰিম |
00:51 | আহক ইয়াক সভৃত(indent ) কৰো |
00:56 | সভৃতকৰণ(indenting)ক সংকোচ নকৰিব |
00:59 | এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ(comparison operator) |
01:02 | দুটা সমান চিহ্ন(==)ই কম্পেৰিজন অপাৰেতৰক(comparison operator) বুজাই । আমি এইটো আগতে ইফ(if) ষ্টেতমেন্তত দেখিছো |
01:08 | 1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু("True") ইকৌ(echo ) কৰিব । আহক ইয়াক চেষ্টা কৰো |
01:13 | আমি ট্ৰু ("True") পালো |
01:15 | মই এইটো সলাম । যদি(if) 1টো 1 তকৈ ডাঙৰ হয়(1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ |
01:27 | ফল্চ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয় |
01:33 | এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান(1>=1)লৈ সলাওঁ |
01:37 | যদি(if) 1টো 1তকৈ ডাঙৰ বা সমান হয়,ট্ৰু("True") অন্যথা ফল্চ("False") ইকৌ(echo) কৰিব |
01:45 | ইয়াত, আমি ট্ৰু("True") পাব লাগিব |
01:48 | আপুনি সৰু(less than)বা সমান(equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে,উদাহৰণ স্বৰূপেঃ সৰু(less than)(<) |
01:55 | ফল্চ("False") হ’ব, সৰু(less than)বা সমান(equal to)টো ট্ৰু("True") হ’ব |
02:01 | লগতে আমি কব পাৰো সমান নহয় ('not equal')। গতিকে,যদি 1টো 1ৰ সমান নহয়(1!=1) ইকৌ(echo) ট্ৰু("True") |
02:11 | ৰিফ্ৰেচ(Refresh) কৰি,আমি ইয়াত ফল্চ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয়(1!=2) |
02:20 | আমি ট্ৰু("True") পাম কাৰন 1টো 2ৰ সমান নহয় |
02:25 | এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ(comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব |
02:33 | ইয়াক বিস্তৃত(Expand) কৰক - সিহঁতক অভ্যাস(practice) কৰক-আৰু আপুনি সিহঁতক ভালদৰে বুজিব |
02:40 | আপুনি লগতে এই অপাৰেতৰ(operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1 |
02:48 | num2 = 2 । এতিয়া আমি যি কৰিম, এই মান সমূহ সলনি কৰিম আৰু আমি আগ বাঢ়িম |
03:01 | ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা |
03:11 | অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ("False") পাওঁ |
03:24 | ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ(comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ |
03:33 | স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো |