GIMP/C2/Triptychs-In-A-New-Way/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:23 | GIMP লগ পাবলৈ স্বাগতম জনাইছো |
00:25 | মোৰ নাম বৈজয়ন্তী ডেকা আৰু মই এইতো গুৱাহাতীত বানীবদ্ধ কৰিছো । |
00:30 | মই নিউৱৰ্কত জেচনৰ পৰা এটা ইমেইল(e-mail) পাইছিলো আৰু তেখতে ত্ৰিপতিকচৰ বিষয়ে অনুস্থানতো বন্ধ কৰিছিল মাত্ৰ,এইতো কৰাৰ বাবে অন্য পথ এটা বিছাৰি উলিওৱাৰ বাবে,মই ত্ৰিপতিকচ কৰাৰ আৰম্ভ কৰাৰ আগতে । |
00:45 | আৰু তেখেতে বেলেগ পথ এটা বিচাৰি পাইছিল লেয়াৰ মাস্ক ৱ্যবহাৰ কৰাৰ সৈতে । |
00:50 | আৰু মই ভাবিছো মই আপোনালোকক সেইতো এই তিউতৰিয়েলত দেখোৱাতো উচিত হব । |
00:57 | মই জেচনে ত্ৰিপতিচ কৰিবলৈ ৱ্যবহাৰ কৰা ছবিখন আপোনালোকক দেখাব নোৱাৰো কাৰন তেখেতে সহজতে উপলব্ধ নোহোৱা ছবিবোৰ ৱ্যবহাৰ কৰে গতিকে মই সেইবোৰ ৱ্যবহাৰ কৰিব নোৱাৰো। |
01:10 | লেয়াৰ মাচক ৱ্যবহাৰ কৰি ত্ৰিপতিচ কৰাতো বিৰাত সহজ আৰু মই তেখেতৰ লেয়াৰ মাচক ৱ্যবহাৰ কৰা ধাৰনাতো কিছু উন্নত কৰিছো । |
01:21 | মই আচৰিত হৈছো মোৰ কিয় সেই বুদ্ধিতো পোৱা নাছিলো । |
01:25 | আৰু মই ত্ৰিপতিচ এই তিনিখন আলোকচিত্ৰৰ সহায়ত কৰিব বিচাৰো । |
01:31 | মই এইখন ছবি বাওফালে,এই দ্বিতীয় খন মাজভাগত আৰু এইখন সোফালে বিচাৰো । |
01:42 | মই এই চতুৰ্ভুজীয় ফ্ৰেম সলাই এই ছবিখনত মিলা কিবা এটা দিব বিচাৰো । |
01:49 | আমি এইতো কেনেকৈ কাম কৰে চাম । |
01:53 | এতিয়া মই ইয়াত এই ছবিবোৰৰ সহায়ত ত্ৰিপতিচ সজা আৰম্ভ কৰিম আৰু মই মোৰ তুল বক্স উইন্দো আগফালে অনাৰ বাবে তেব দবাম । |
02:05 | ফাইলত ক্লিক কৰক আৰু নতুন ছবি এখন নিৰ্মান কৰিবলৈ নিউ নিৰ্বাচন কৰক আৰু আমি প্ৰ্স্থৰ বাবে ৩৪০০ আৰু উচ্ছতাৰ বাবে ১২০০ দিফল্ট ভেলু পাম। |
02:19 | গতিকে মই তিনিখন ছবি পালো ১০০০ৰ পৰা ১০০০ লৈ আৰু সেই দুখনৰ মাজত ১০০পিক্সেল সীমাৰেখা পালো । |
02:31 | সেইবোৰ কেনেদৰে কাম কৰে চাও আহক । |
02:36 | এই ছবিখন নতুন ছবিখনৰ ভিতৰত পাবলৈ,মই এই ছবিখনৰ পিছফালৰ লেয়াৰতো ইয়াত মোৰ নতুন ছবিখনত তুল বক্সৰ পৰা তানি আনিম |
02:54 | এইখন মোৰ সম্পুৰ্ন বাওফালে থকা ছবি,গতিকে মই ইয়াক লেফট বুলি আকৌ নামাংকন কৰিম আৰু মই তাইপ কৰাৰ পাছত ৰিতাৰ্ন (return) দবাম |
03:04 | গতিকে এই ছবিখন বাওফালে থকাতো উচিত হব। |
03:08 | আৰু পিছৰ ছবিখন সোফালে থকাতো উচিত ,গতিকে মই ছবিখন একে ধৰনে তানি আনিম আৰু সেই অনুসাৰে ৰাইত নামেৰে নামাংকন কৰিম । |
03:32 | আৰু এইখন হৈছে তৃতীয়খন ছবি আৰু এইখন মোৰ কেন্দ্ৰৱৰ্তী উইন্দো,গতিকে মই এই ছবিখন নতুন ছবিখনৰ ওপৰত তানি আনিম আৰু এই লেয়াৰতো চেন্তাৰ বুলি পূনৰ নামাংকন কৰিম । |
03:49 | মই সোফালৰ আৰু কেন্দ্ৰীয় লেয়াৰতো নেদেখা কৰিছো আৰু এতিয়া মই বাওফালৰ লেয়াৰতো তললৈ আনিব খোজো আৰু মই যেতিয়া তলৰ পিনে ১০% কৈ ডাঙৰ কৰো আপোনালোকে দেখা এই লেয়াৰৰ সীমাৰেখাবোৰ দেখা পাব আৰু এতিয়া ছবিখনৰ গোতেই ফ্ৰেম দেখা পোৱা গৈছে । |
04:16 | আৰো এতিয়া মই মুভ তুল বাচি লৈছো যাতে মই এই ছবিখন ঘূৰাব আৰু অলপ মিলাব পাৰো । |
04:26 | এই ছবিখন ঘুৰা নাই কাৰন মই চেন্তাৰ লেয়াৰতো বাচি লৈছো । |
04:33 | গতিকে মই এতিয়া বাওফালৰ লেয়াৰতো বাচি লৈছো আৰু বটলতো প্ৰয়োজনীয় স্থানত স্থাপন কৰিছো । |
04:39 | মই এই লেয়াৰতো অলপ তললৈ আনিব খোজো,গতিকে মই তুল বক্সৰ পৰা স্কেল তুল বাচি লৈছো আৰু তুলৰ বৃতান্তলৈ গৈছো আৰু এচপেক্ত ৰেচিওত ক্লিক কৰিছো আৰু প্ৰিভিউত মই ইমেজ অপচনতো নিৰ্বাচন কৰিছো। |
04:59 | আৰু এতিয়া মই লেয়াৰৰ ভিতৰত ক্লিক কৰিছো,আৰু বৃতান্ত উইন্দো এফালে তানি আনিছো আৰু কোনৰ পৰা ইয়াক অকনমান কমাইছো । |
05:09 | মই ভাবো অলপ কম বা বেছি কৰিব লাগিব। |
05:15 | মই এই ছবিখন ধৰি তানি আনিব পাৰো আৰু মই য’ত বিচাৰো তাত স্থাপন কৰিব পাৰো আৰু মই ভাবো মই ইয়াৰ ওপৰত কিছুমান দিক্ নিয়ন্ত্ৰন কৰা লাইন নির্দেশিকা সংস্থাপন কৰাতো উচিত হব। |
05:30 | ১০০%ৰে মই এই ছবিখনৰ ভিতৰত ডাঙৰকৈ চাম আৰু ওপৰৰ বাওফালৰ কোনৰ পিনে যাম। |
05:38 | এতিয়া ইয়াত মই নির্দেশিকা দিক্ নিয়ন্ত্ৰন কৰা লাইনৰ বাবে ৰুলাৰ্চ তললৈ তানি আনিম |
05:43 | মই আচৰিত হৈছো মই কিয় ৰুলাৰ ঘুৰাব পৰা নাই আৰু ইয়াত এটা অপচন আছে এক্তিভ লেয়াৰ ঘুৰোৱাৰ বাবে, ইয়াক বাচি লৈ মই এক্তিভ লেয়াৰ ঘূৰাব পাৰো । |
06:01 | এইতো লেয়াৰ বোৰক বচোৱাৰ বাবে এটা ভাল অপচন আৰু সোফালে ১০০ হিচাবে মই ফ্ৰেমৰ আকাৰ নিৰ্বাচন কৰিম আৰু মই তললৈ যাম আৰু মই ইয়াক ১১০০ ত সংস্থাপন কৰিম আৰু সোফালে ১১০০ হিচাবে সংস্থাপন কৰিম |
06:31 | মোৰ ছবিখনৰ বাবে এইতোয়ে হৈছে ফ্ৰেম । |
06:34 | Shift + Ctrl + E এ মোক সম্পুৰ্ন ছবিখন দিব আৰু এতিয়া মই এক্তিভ লেয়াৰ অপচন বাচি ল’ম। |
06:43 | আৰু জুম ৰেচিওত মই ১০% নিৰ্বাচন কৰিছো । |
06:48 | মই ভাবো মই ১৩% বাচি লোৱাতো উছিত হব আৰু সেইতোয়ে যথেষ্ঠ । |
06:59 | মই স্কেল তুলত ক্লিক কৰিহচো আৰু এচপেক্ত ৰেচিও ৰাখিছো আৰো এই স্কেল উইন্দো ফ্ৰেমৰ বাহিৰলৈ তানি আনিছো । |
07:10 | এতিয়া মই এই ছবিখন জুখিব পাৰিম । |
07:14 | মই ক’ত এই ছবিখন ৰাখিব বিচাৰো এতিয়া মোৰ চাবলৈ ফ্ৰেম আছে । |
07:21 | মই ভাবো মই এইখন অলপ সৰু বনাব লাগিব কাৰন মই ইয়াত ছবিখনত গ্লাচৰ চা থকাতো বিচাৰো । |
07:40 | এতিয়া মই স্কেলত ক্লিক কৰিছো আৰু মই মোৰ স্কেল ছবি পায় গৈছো । |
07:49 | ছবিখনৰ চাৰিওফালে ফ্ৰেমতো পোৱাৰ বাবে মই মাত্ৰ এটা লেয়াৰ মাস্কক যোগ দিম । |
08:01 | আৰু মই মোৰ লেয়াৰ মাস্কক ক’লা তৈয়াৰ কৰিলো যিটো হব সম্পূৰ্ন স্বচ্ছ । |
08:07 | আৰু মাত্ৰ এদত ক্লিক কৰক । |
08:13 | গতিকে ইয়াৰ চাৰিসিমাৰ ভিতৰত মই চতুৰ্ভুজ নিৰ্বাচন কৰিলো আৰু চতুৰ্ভুজতো ব’গা ৰঙেৰে ভৰ্তি কৰিলো । |
08:23 | মই ইয়াৰ ওপৰত ব’গা ৰং তানি আনিছো আৰু আপোনালোকে দেখা পাইছে যে বটলতো ক্ৰমশ: দেখা গৈ আছে আৰু ইয়াত ফ্ৰেমতো সম্পূৰ্ন কৰাৰ বাবে,মই মাত্ৰ ইয়াত ভিতৰত ডাঙৰকৈ চাইছো । |
08:36 | আৰু মই ব’গা ৰঙেৰে বিশৃঙ্খল স্ত্ৰোকৰ সহায়ত লেয়াৰ মাচকত ৰং কৰিম । |
08:44 | সেইতো কৰাৰ বাবে মই ব্ৰাচ তুল বাচি ল’ম,ইয়াৰ দাইল’গলৈ যাম আৰু মই ইয়াত ৰং কৰাৰ বাবে কোমল ব্ৰাচ বাচি ল’ম । |
09:01 | ৰং কৰাৰ আগতে মই মোৰ নিৰ্বাচন Shift + Ctrl + A দবাই নিৰ্বাচন মুক্ত কৰিব লাগিব,আৰু এতিয়া মই ব’গা ৰঙেৰে ৰং কৰা আৰম্ভ কৰিব পাৰো । |
09:13 | ব’গা ৰংতো নিৰ্বাচন কৰা হয় গৈছে । |
09:16 | এতিয়া ইয়াৰ চাৰিওফালে মই ব’গা ৰঙেৰে ৰং কৰিলো আৰু আপোনালোকে দেখা পাইছে মই যেতিয়া লেয়াৰ মাস্ককত ব’গা ৰঙেৰে ৰং কৰি আছো,মই ছবিখন তলৰ পিনে দেখি আছো । |
09:28 | আৰু ৰং কৰোতে অসমান হৈছে কিন্তু কোনো কথা নাই । |
09:40 | এতিয়া মই বেলেগ এদাল ব্ৰাচ বাচি লৈছো আৰু মই ভাবো এইদাল বেছি ভাল । |
09:49 | মই এটা আহযুক্ত কোণ পাইছো । |
09:52 | মই ছবিখন ১০০% ডাঙৰ কৰি চোৱাতো উচিত হব যাতে আপোনালোকে এইতো চাব পাৰে । |
10:04 | মই ইয়াত আহ যুক্ত পৰিসীমা পাইছো আৰু মই ইয়াক এক মুহুৰ্ততে ইয়াৰ ওপৰত দুবাৰ ৰং কৰি আৰু বেছি আহ যুক্ত বনাম । |
10:16 | আৰু আপোনালোকে দেখা পাইছে যে পাৰীবোৰ আৰু বেছি অসমান হৈছে । |
10:22 | সম্ভবত ইয়াত এইতো শুধ্য আহিলা নহয় কিন্তু আপোনালোকে বিভিন্ন ধৰনৰ আহিলা ৱ্যবহাৰ কৰিব পাৰে আৰু এতিয়া মই ছবিখন স্পষ্ট কৰিব খোজো । |
10:35 | আপোনালোকে চাব পাৰে যে মই এতিয়াও এই লেয়াৰ মাস্কত কাম কৰি আছো । |
10:41 | আপোনালোকে ইয়াত পৰীক্ষা কৰি চাব পাৰে । |
10:43 | লেয়াৰ মাস্কতো ইয়াত ব’গা ৰঙেৰে নিৰ্বাচন কৰা আছে । |
10:47 | গতিকে ফিল্টাৰচ,ব্লাৰ,গচিয়ান ব্লাৰত ক্লিক কৰিছো আৰু মই হাই ব্লাৰ কাউন্ত ইয়াত বাচি লম আৰু মই ভাবো সেইতো থিকে আছে । |
11:03 | আৰু এতিয়া ইয়াৰ চাৰিওফালে মই সচাকৈয়ে আহযুক্ত পৰিসীমা পাইছো । |
11:10 | গতিকে সম্পূৰ্ন ছবিখন এবাৰ ছোৱা যাওক । Shift + Ctrl + E |
11:17 | মই প্ৰথম অংশতো ত্ৰিপতিচৰ পালো আৰু মই অন্যবোৰো এনে দৰে কৰিম। |
11:26 | মই আন ছবিবোৰৰ সৈতে শেষ কৰিলো আৰু আপোনালোকে ইয়াত ছাব পাৰে মই ৰুলাৰ্চৰ ওপৰত পুনৰ এবাৰ ৰং কৰিছো আৰু মই সেইতো ইয়াতো কৰিব পাৰো । |
11:39 | এতিয়া মই ৰুলাৰবোৰ গুচাব খোজো আৰু সেইতো কৰাৰ নতুন পথতো হৈছে ইমেজলৈ,ইমেজ গাইদলৈ যোৱা আৰু ইয়াত মই সকোলো গাইদ নোহোৱা কৰিব পাৰিম । |
11:54 | আৰু মই বিচাৰি পাইছিলো যে মই ইয়াত নিউ গাইদ কৰিব পাৰো আৰু পোজিচন স্ংক্ষা অনুসাৰে নিৰ্বাচন কৰিব পাৰো |
12:03 | এই অপচনতো পোৱাতো বিৰাত আচৰিত । |
12:08 | GIMP ৰ বহুত অপচন আছে যে আপোনালোকে তাৰে গোতেইবোৰ মনত ৰাখিব নোৱাৰে । |
12:14 | ভিউলৈ যাওক আৰু লেয়াৰ বাওন্দাৰিং নিৰ্বাচন মুক্ত কৰক । |
12:18 | মই এই বটলতো কোনৰ পিনে অলপ আৰু বিচাৰো। |
12:23 | মই ভাবো ইয়াত অলপ বেছি ঠাই আছে আৰু ইয়াত অলপ কম ঠাই আছে । |
12:30 | মই ভাবো সোফালৰ আৰু মধ্যভাগত থকা ছবিখন ইয়াত সোফালৰ কোনতোত আছে । |
12:36 | মই ভাবো এই বটলতো তাত ওপৰৰ পিনে যাব লাগে । |
12:41 | গতিকে মই সম্পুৰ্ন ছবি মোদৰ পৰা বাহিৰ ওলায় আহিম । |
12:45 | মই মধ্য আৰু সোফালৰ লেয়াৰতো নিৰ্বাচন মুক্ত কৰিছো আৰু বাওফালৰ লেয়াৰতোত মনোযোগ দিছো । |
12:54 | এতিয়া মই ৰুলাৰ্চ নিৰ্দেশনাৰ বাবে বিচাৰো । |
12:58 | গতিকে ইমেজ,গাইদচ,নিউগাইদত ক্লিক কৰক আৰু পথালি অবস্থান ১০০ তাইপ কৰক। |
13:10 | আকৌ ইমেজলৈ গাইদচ,নিউ গাইদলৈ যাওক আৰু লম্বীয় অবস্থা ১০০ হিচাবে ক্লিক কৰক । |
13:20 | আৰু এতিয়া মই মোৰ মুভ তুল বাচি লৈছো।অপচনলৈ যওক,মুভ দা এক্তিভ লেয়াৰ নিৰ্বাচন কৰক আৰু মই মাত্ৰ এইতো ওপৰলৈ ঘূৰাম । |
13:37 | মই ভাবো মই ভুল কৰিলো গতিকে পদক্ষেপবোৰ Ctrl + z দবাই নোহোৱা কৰিম আৰু ইয়াত আপোনালোকে দেখিচে যে মাচকতো নিৰ্বাচন হৈছে । |
13:49 | মই লেয়াৰতো ঘূৰাব বিচাৰো । |
13:51 | গতিকে এতিয়া মই ছবিখন নিৰ্বাচন কৰিম আৰু মই মাত্ৰ ইয়াক ওপৰলৈ তানি আনিম আৰু ইয়াৰ সৈতে মাস্কো ঘূৰিব ধৰিছে । |
13:58 | মই মাস্কতো বন্ধ কৰিবলৈ কোনো পথ বিচাৰি পোৱা নাই কিন্তু মই সেইতো শুধ্য কৰিব পাৰিম । |
14:04 | মই লেয়াৰ মাস্কতো নিৰ্বাচন কৰিছো আৰু লেয়াৰ মাস্কতো পিছলৈ ইয়াত মোৰ কোনলৈ তানি আনিছো। |
14:13 | মই ভাবো এইতো এতিয়া দেখিবলৈ ধূনীয়া হৈছে । |
14:19 | আৰু এতিয়া এই ছবিখন সম্পূৰ্ন হ’ল নিউঅৰ্কত থকা জেচনৰ সহায়ত । |
14:28 | নহয় এই ছবিখন সম্পুৰ্ন হোৱা নাই । |
14:32 | সধাৰনতে মই নাপাহৰা কিন্তু বানীবদ্ধ কৰাৰ সময়ত সদায় পাহৰা বস্তুতো কাৰন মই মোৰ ছবিখন তৈয়াৰ কৰাতকৈ বহুত ধৰনৰ বস্তুৰ বিষয়ে ভাবিব লাগে। |
14:47 | মই আকৌ ইয়াক সংৰক্ষন কৰিব পাহৰিলো । |
14:56 | jaegermeister.xcf হিচাবে ইয়াক সংৰক্ষন কৰক, xcf প্ৰত্যক লেয়াৰৰ বিষয়ে জ্ঞান লৈ গথিত আৰু মই ৱেবৰ বাবে কৰা পুৰ্নমাপৰ সকোলো বস্তু নোহোৱা কৰিম। |
15:08 | এই দৰ্শনিৰ প্ৰদৰ্শনত আপোনালোকে এই ফাইললৈ এটা লিংক meetthegimp@org ত পাব আৰু আপোনালোকে যদি কিবা মতামত দিব খোজে তেতিয়াহলে সেইতো অনুগ্ৰহ কৰি কৰিব। |
15:18 | এইতো বৈজয়ন্তী ডেকা স্পোকেন তিউতৰেল প্ৰোজেক্তৰ বাবে দাবিং কৰিছো । |