GIMP/C2/Triptychs-In-A-New-Way/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:23 | নমস্কাৰ দৰ্শক সকল. GIMP লগ পাবলৈ স্বাগতম জনাইছো |
| 00:25 | মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো |
| 00:30 | মই নিউৱৰ্কত জেচনৰ পৰা এটা ইমেইল(e-mail) পাইছিলো আৰু তেখতে ত্ৰিপতিকচৰ বিষয়ে অনুস্থানতো বন্ধ কৰিছিল মাত্ৰ,এইতো কৰাৰ বাবে অন্য পথ এটা বিছাৰি উলিওৱাৰ বাবে,মই ত্ৰিপতিকচ কৰাৰ আৰম্ভ কৰাৰ আগতে । |
| 00:45 | আৰু তেখেতে বেলেগ পথ এটা বিচাৰি পাইছিল লেয়াৰ মাস্ক ৱ্যবহাৰ কৰাৰ সৈতে । |
| 00:50 | আৰু মই ভাবিছো মই আপোনালোকক সেইতো এই তিউতৰিয়েলত দেখোৱাতো উচিত হব । |
| 00:57 | মই জেচনে ত্ৰিপতিচ কৰিবলৈ ৱ্যবহাৰ কৰা ছবিখন আপোনালোকক দেখাব নোৱাৰো কাৰন তেখেতে সহজতে উপলব্ধ নোহোৱা ছবিবোৰ ৱ্যবহাৰ কৰে গতিকে মই সেইবোৰ ৱ্যবহাৰ কৰিব নোৱাৰো। |
| 01:10 | লেয়াৰ মাচক ৱ্যবহাৰ কৰি ত্ৰিপতিচ কৰাতো বিৰাত সহজ আৰু মই তেখেতৰ লেয়াৰ মাচক ৱ্যবহাৰ কৰা ধাৰনাতো কিছু উন্নত কৰিছো । |
| 01:21 | মই আচৰিত হৈছো মোৰ কিয় সেই বুদ্ধিতো পোৱা নাছিলো । |
| 01:25 | আৰু মই ত্ৰিপতিচ এই তিনিখন আলোকচিত্ৰৰ সহায়ত কৰিব বিচাৰো । |
| 01:31 | মই এইখন ছবি বাওফালে,এই দ্বিতীয় খন মাজভাগত আৰু এইখন সোফালে বিচাৰো । |
| 01:42 | মই এই চতুৰ্ভুজীয় ফ্ৰেম সলাই এই ছবিখনত মিলা কিবা এটা দিব বিচাৰো । |
| 01:49 | আমি এইতো কেনেকৈ কাম কৰে চাম । |
| 01:53 | এতিয়া মই ইয়াত এই ছবিবোৰৰ সহায়ত ত্ৰিপতিচ সজা আৰম্ভ কৰিম আৰু মই মোৰ তুল বক্স উইন্দো আগফালে অনাৰ বাবে তেব দবাম । |
| 02:05 | ফাইলত ক্লিক কৰক আৰু নতুন ছবি এখন নিৰ্মান কৰিবলৈ নিউ নিৰ্বাচন কৰক আৰু আমি প্ৰ্স্থৰ বাবে ৩৪০০ আৰু উচ্ছতাৰ বাবে ১২০০ দিফল্ট ভেলু পাম। |
| 02:19 | গতিকে মই তিনিখন ছবি পালো ১০০০ৰ পৰা ১০০০ লৈ আৰু সেই দুখনৰ মাজত ১০০পিক্সেল সীমাৰেখা পালো । |
| 02:31 | সেইবোৰ কেনেদৰে কাম কৰে চাও আহক । |
| 02:36 | এই ছবিখন নতুন ছবিখনৰ ভিতৰত পাবলৈ,মই এই ছবিখনৰ পিছফালৰ লেয়াৰতো ইয়াত মোৰ নতুন ছবিখনত তুল বক্সৰ পৰা তানি আনিম |
| 02:54 | এইখন মোৰ সম্পুৰ্ন বাওফালে থকা ছবি,গতিকে মই ইয়াক লেফট বুলি আকৌ নামাংকন কৰিম আৰু মই তাইপ কৰাৰ পাছত ৰিতাৰ্ন (return) দবাম |
| 03:04 | গতিকে এই ছবিখন বাওফালে থকাতো উচিত হব। |
| 03:08 | আৰু পিছৰ ছবিখন সোফালে থকাতো উচিত, গতিকে মই ছবিখন একে ধৰনে তানি আনিম আৰু সেই অনুসাৰে ৰাইত নামেৰে নামাংকন কৰিম । |
| 03:32 | আৰু এইখন হৈছে তৃতীয়খন ছবি আৰু এইখন মোৰ কেন্দ্ৰৱৰ্তী উইন্দো,গতিকে মই এই ছবিখন নতুন ছবিখনৰ ওপৰত তানি আনিম আৰু এই লেয়াৰতো চেন্তাৰ বুলি পূনৰ নামাংকন কৰিম । |
| 03:49 | মই সোফালৰ আৰু কেন্দ্ৰীয় লেয়াৰতো নেদেখা কৰিছো আৰু এতিয়া মই বাওফালৰ লেয়াৰতো তললৈ আনিব খোজো আৰু মই যেতিয়া তলৰ পিনে ১০% কৈ ডাঙৰ কৰো আপোনালোকে দেখা এই লেয়াৰৰ সীমাৰেখাবোৰ দেখা পাব আৰু এতিয়া ছবিখনৰ গোতেই ফ্ৰেম দেখা পোৱা গৈছে । |
| 04:16 | আৰো এতিয়া মই মুভ তুল বাচি লৈছো যাতে মই এই ছবিখন ঘূৰাব আৰু অলপ মিলাব পাৰো । |
| 04:26 | এই ছবিখন ঘুৰা নাই কাৰন মই চেন্তাৰ লেয়াৰতো বাচি লৈছো । |
| 04:33 | গতিকে মই এতিয়া বাওফালৰ লেয়াৰতো বাচি লৈছো আৰু বটলতো প্ৰয়োজনীয় স্থানত স্থাপন কৰিছো । |
| 04:39 | মই এই লেয়াৰতো অলপ তললৈ আনিব খোজো,গতিকে মই তুল বক্সৰ পৰা স্কেল তুল বাচি লৈছো আৰু তুলৰ বৃতান্তলৈ গৈছো আৰু এচপেক্ত ৰেচিওত ক্লিক কৰিছো আৰু প্ৰিভিউত মই ইমেজ অপচনতো নিৰ্বাচন কৰিছো। |
| 04:59 | আৰু এতিয়া মই লেয়াৰৰ ভিতৰত ক্লিক কৰিছো,আৰু বৃতান্ত উইন্দো এফালে তানি আনিছো আৰু কোনৰ পৰা ইয়াক অকনমান কমাইছো । |
| 05:09 | মই ভাবো অলপ কম বা বেছি কৰিব লাগিব। |
| 05:15 | মই এই ছবিখন ধৰি তানি আনিব পাৰো আৰু মই য’ত বিচাৰো তাত স্থাপন কৰিব পাৰো আৰু মই ভাবো মই ইয়াৰ ওপৰত কিছুমান নির্দেশিকা সংস্থাপন কৰাতো উচিত হব। |
| 05:30 | ১০০%ৰে মই এই ছবিখনৰ ভিতৰত ডাঙৰকৈ চাম আৰু ওপৰৰ বাওফালৰ কোনৰ পিনে যাম। |
| 05:38 | এতিয়া ইয়াত মই নির্দেশিকাৰ বাবে ৰুলাৰ্চ তললৈ তানি আনিম |
| 05:43 | মই আচৰিত হৈছো মই কিয় ৰুলাৰ ঘুৰাব পৰা নাই আৰু ইয়াত এটা অপচন আছে Move the active layer, ইয়াক বাচি লৈ মই এক্তিভ লেয়াৰ ঘূৰাব পাৰো । |
| 06:01 | এইতো লেয়াৰ বোৰক বচোৱাৰ বাবে এটা ভাল অপচন আৰু সোফালে ১০০ হিচাবে মই ফ্ৰেমৰ আকাৰ নিৰ্বাচন কৰিম আৰু মই তললৈ যাম আৰু মই ইয়াক ১১০০ ত সংস্থাপন কৰিম আৰু সোফালে ১১০০ হিচাবে সংস্থাপন কৰিম |
| 06:31 | মোৰ ছবিখনৰ বাবে এইতোয়ে হৈছে ফ্ৰেম । |
| 06:34 | Shift + Ctrl + E এ মোক সম্পুৰ্ন ছবিখন দিব আৰু এতিয়া মই এক্তিভ লেয়াৰ অপচন বাচি ল’ম। |
| 06:43 | আৰু জুম ৰেচিওত মই ১০% নিৰ্বাচন কৰিছো । |
| 06:48 | মই ভাবো মই ১৩% বাচি লোৱাতো উছিত হব আৰু সেইতোয়ে যথেষ্ঠ । |
| 06:59 | মই স্কেল তুলত ক্লিক কৰিহচো আৰু এচপেক্ত ৰেচিও ৰাখিছো আৰো এই স্কেল উইন্দো ফ্ৰেমৰ বাহিৰলৈ তানি আনিছো । |
| 07:10 | এতিয়া মই এই ছবিখন জুখিব পাৰিম । |
| 07:14 | মই ক’ত এই ছবিখন ৰাখিব বিচাৰো এতিয়া মোৰ চাবলৈ ফ্ৰেম আছে । |
| 07:21 | মই ভাবো মই এইখন অলপ সৰু বনাব লাগিব কাৰন মই ইয়াত ছবিখনত গ্লাচৰ চা থকাতো বিচাৰো । |
| 07:40 | এতিয়া মই স্কেলত ক্লিক কৰিছো আৰু মই মোৰ স্কেল ছবি পায় গৈছো । |
| 07:49 | ছবিখনৰ চাৰিওফালে ফ্ৰেমতো পোৱাৰ বাবে মই মাত্ৰ এটা লেয়াৰ মাস্কক যোগ দিম । |
| 08:01 | আৰু মই মোৰ লেয়াৰ মাস্কক ক’লা তৈয়াৰ কৰিলো যিটো হব সম্পূৰ্ন স্বচ্ছ । |
| 08:07 | আৰু মাত্ৰ এদত ক্লিক কৰক । |
| 08:13 | গতিকে ইয়াৰ চাৰিসিমাৰ ভিতৰত মই চতুৰ্ভুজ নিৰ্বাচন কৰিলো আৰু চতুৰ্ভুজতো ব’গা ৰঙেৰে ভৰ্তি কৰিলো । |
| 08:23 | মই ইয়াৰ ওপৰত ব’গা ৰং তানি আনিছো আৰু আপোনালোকে দেখা পাইছে যে বটলতো ক্ৰমশ: দেখা গৈ আছে আৰু ইয়াত ফ্ৰেমতো সম্পূৰ্ন কৰাৰ বাবে,মই মাত্ৰ ইয়াত ভিতৰত ডাঙৰকৈ চাইছো । |
| 08:36 | আৰু মই ব’গা ৰঙেৰে বিশৃঙ্খল স্ত্ৰোকৰ সহায়ত লেয়াৰ মাচকত ৰং কৰিম । |
| 08:44 | সেইতো কৰাৰ বাবে মই ব্ৰাচ তুল বাচি ল’ম, ইয়াৰ দাইল’গলৈ যাম আৰু মই ইয়াত ৰং কৰাৰ বাবে কোমল ব্ৰাচ বাচি ল’ম । |
| 09:01 | ৰং কৰাৰ আগতে মই মোৰ নিৰ্বাচন Shift + Ctrl + A দবাই নিৰ্বাচন মুক্ত কৰিব লাগিব,আৰু এতিয়া মই ব’গা ৰঙেৰে ৰং কৰা আৰম্ভ কৰিব পাৰো । |
| 09:13 | ব’গা ৰংতো নিৰ্বাচন কৰা হয় গৈছে । |
| 09:16 | এতিয়া ইয়াৰ চাৰিওফালে মই ব’গা ৰঙেৰে ৰং কৰিলো আৰু আপোনালোকে দেখা পাইছে মই যেতিয়া লেয়াৰ মাস্ককত ব’গা ৰঙেৰে ৰং কৰি আছো,মই ছবিখন তলৰ পিনে দেখি আছো । |
| 09:28 | আৰু ৰং কৰোতে অসমান হৈছে কিন্তু কোনো কথা নাই । |
| 09:40 | এতিয়া মই বেলেগ এদাল ব্ৰাচ বাচি লৈছো আৰু মই ভাবো এইদাল বেছি ভাল । |
| 09:49 | মই এটা আহযুক্ত কোণ পাইছো । |
| 09:52 | মই ছবিখন ১০০% ডাঙৰ কৰি চোৱাতো উচিত হব যাতে আপোনালোকে এইতো চাব পাৰে । |
| 10:04 | মই ইয়াত আহ যুক্ত পৰিসীমা পাইছো আৰু মই ইয়াক এক মুহুৰ্ততে ইয়াৰ ওপৰত দুবাৰ ৰং কৰি আৰু বেছি আহ যুক্ত বনাম । |
| 10:16 | আৰু আপোনালোকে দেখা পাইছে যে পাৰীবোৰ আৰু বেছি অসমান হৈছে । |
| 10:22 | সম্ভবত ইয়াত এইতো শুধ্য আহিলা নহয় কিন্তু আপোনালোকে বিভিন্ন ধৰনৰ আহিলা ৱ্যবহাৰ কৰিব পাৰে আৰু এতিয়া মই ছবিখন স্পষ্ট কৰিব খোজো । |
| 10:35 | আপোনালোকে চাব পাৰে যে মই এতিয়াও এই লেয়াৰ মাস্কত কাম কৰি আছো । |
| 10:41 | আপোনালোকে ইয়াত পৰীক্ষা কৰি চাব পাৰে । |
| 10:43 | লেয়াৰ মাস্কতো ইয়াত ব’গা ৰঙেৰে নিৰ্বাচন কৰা আছে । |
| 10:47 | গতিকে ফিল্টাৰচ,ব্লাৰ,গচিয়ান ব্লাৰত ক্লিক কৰিছো আৰু মই হাই ব্লাৰ কাউন্ত ইয়াত বাচি লম আৰু মই ভাবো সেইতো থিকে আছে । |
| 11:03 | আৰু এতিয়া ইয়াৰ চাৰিওফালে মই সচাকৈয়ে আহযুক্ত পৰিসীমা পাইছো । |
| 11:10 | গতিকে সম্পূৰ্ন ছবিখন এবাৰ ছোৱা যাওক । Shift + Ctrl + E |
| 11:17 | মই প্ৰথম অংশতো ত্ৰিপতিচৰ পালো আৰু মই অন্যবোৰো এনে দৰে কৰিম। |
| 11:26 | মই আন ছবিবোৰৰ সৈতে শেষ কৰিলো আৰু আপোনালোকে ইয়াত ছাব পাৰে মই ৰুলাৰ্চৰ ওপৰত পুনৰ এবাৰ ৰং কৰিছো আৰু মই সেইতো ইয়াতো কৰিব পাৰো । |
| 11:39 | এতিয়া মই ৰুলাৰবোৰ গুচাব খোজো আৰু সেইতো কৰাৰ নতুন পথতো হৈছে ইমেজলৈ,ইমেজ গাইদলৈ যোৱা আৰু ইয়াত মই সকোলো গাইদ নোহোৱা কৰিব পাৰিম । |
| 11:54 | আৰু মই বিচাৰি পাইছিলো যে মই ইয়াত নিউ গাইদ কৰিব পাৰো আৰু পোজিচন স্ংক্ষা অনুসাৰে নিৰ্বাচন কৰিব পাৰো |
| 12:03 | এই অপচনতো পোৱাতো বিৰাত আচৰিত । |
| 12:08 | GIMP ৰ বহুত অপচন আছে যে আপোনালোকে তাৰে গোতেইবোৰ মনত ৰাখিব নোৱাৰে । |
| 12:14 | ভিউলৈ যাওক আৰু লেয়াৰ বাওন্দাৰি নিৰ্বাচন মুক্ত কৰক । |
| 12:18 | মই এই বটলতো কোনৰ পিনে অলপ আৰু বিচাৰো। |
| 12:23 | মই ভাবো ইয়াত অলপ বেছি ঠাই আছে আৰু ইয়াত অলপ কম ঠাই আছে । |
| 12:30 | মই ভাবো সোফালৰ আৰু মধ্যভাগত থকা ছবিখন ইয়াত সোফালৰ কোনতোত আছে । |
| 12:36 | মই ভাবো এই বটলতো তাত ওপৰৰ পিনে যাব লাগে । |
| 12:41 | গতিকে মই সম্পুৰ্ন ছবি মোদৰ পৰা বাহিৰ ওলায় আহিম । |
| 12:45 | মই মধ্য আৰু সোফালৰ লেয়াৰতো নিৰ্বাচন মুক্ত কৰিছো আৰু বাওফালৰ লেয়াৰতোত মনোযোগ দিছো । |
| 12:54 | এতিয়া মই ৰুলাৰ্চ নিৰ্দেশনাৰ বাবে বিচাৰো । |
| 12:58 | গতিকে ইমেজ,গাইদচ,নিউগাইদত ক্লিক কৰক আৰু পথালি অবস্থান ১০০ তাইপ কৰক। |
| 13:10 | আকৌ ইমেজলৈ গাইদচ,নিউ গাইদলৈ যাওক আৰু লম্বীয় অবস্থা ১০০ হিচাবে ক্লিক কৰক । |
| 13:20 | আৰু এতিয়া মই মোৰ মুভ তুল বাচি লৈছো। অপচনলৈ যওক, মুভ দা এক্তিভ লেয়াৰ নিৰ্বাচন কৰক আৰু মই মাত্ৰ এইতো ওপৰলৈ ঘূৰাম । |
| 13:37 | মই ভাবো মই ভুল কৰিলো গতিকে পদক্ষেপবোৰ Ctrl + z দবাই নোহোৱা কৰিম আৰু ইয়াত আপোনালোকে দেখিচে যে মাচকতো নিৰ্বাচন হৈছে । |
| 13:49 | মই লেয়াৰতো ঘূৰাব বিচাৰো । |
| 13:51 | গতিকে এতিয়া মই ছবিখন নিৰ্বাচন কৰিম আৰু মই মাত্ৰ ইয়াক ওপৰলৈ তানি আনিম আৰু ইয়াৰ সৈতে মাস্কো ঘূৰিব ধৰিছে । |
| 13:58 | মই মাস্কতো বন্ধ কৰিবলৈ কোনো পথ বিচাৰি পোৱা নাই কিন্তু মই সেইতো শুধ্য কৰিব পাৰিম । |
| 14:04 | মই লেয়াৰ মাস্কতো নিৰ্বাচন কৰিছো আৰু লেয়াৰ মাস্কতো পিছলৈ ইয়াত মোৰ কোনলৈ তানি আনিছো। |
| 14:13 | মই ভাবো এইতো এতিয়া দেখিবলৈ ধূনীয়া হৈছে । |
| 14:19 | আৰু এতিয়া এই ছবিখন সম্পূৰ্ন হ’ল নিউঅৰ্কত থকা জেচনৰ সহায়ত । |
| 14:28 | নহয় এই ছবিখন সম্পুৰ্ন হোৱা নাই । |
| 14:32 | সধাৰনতে মই নাপাহৰা কিন্তু বানীবদ্ধ কৰাৰ সময়ত সদায় পাহৰা বস্তুতো কাৰন মই মোৰ ছবিখন তৈয়াৰ কৰাতকৈ বহুত ধৰনৰ বস্তুৰ বিষয়ে ভাবিব লাগে। |
| 14:47 | মই আকৌ ইয়াক সংৰক্ষন কৰিব পাহৰিলো । |
| 14:56 | jaegermeister.xcf হিচাবে ইয়াক সংৰক্ষন কৰক, xcf প্ৰত্যক লেয়াৰৰ বিষয়ে জ্ঞান লৈ গথিত আৰু মই ৱেবৰ বাবে কৰা পুৰ্নমাপৰ সকোলো বস্তু নোহোৱা কৰিম। |
| 15:08 | এই দৰ্শনিৰ প্ৰদৰ্শনত আপোনালোকে এই ফাইললৈ এটা লিংক meetthegimp@org ত পাব আৰু আপোনালোকে যদি কিবা মতামত দিব খোজে তেতিয়াহলে সেইতো অনুগ্ৰহ কৰি কৰিব। |
| 15:18 | এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ। |