BOSS-Linux/C2/Synaptic-Package-Manager/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00: 01 | সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম |
00: 07 | এই টিউটোৰিয়েলত, আমি শিকিম |
00: 10 | বস লিনাক্স 3.4.2ত অ্যাপ্লিকেশন ইনস্টল কৰা |
00: 14 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি |
00: 18 | ইয়াত আমি ব্যবহাৰ কৰিছো |
00: 20 | বস লিনাক্স 3.4.2' gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '. |
00: 26 | আপোনি সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব |
00: 32 | আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব. |
00: 36 | সেয়ে, আমি প্রথমে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা |
00: 41 | আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত BOSS ডেস্কটপ দেখিব পাৰিব. |
00: 48 | এতিয়া, Application, System Tools, Administration লৈ যাওক. |
00: 56 | আৰু তাৰপিছত 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.' |
01: 00 | এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব. |
01: 06 | আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক. |
01: 11 | আমি প্রথম বাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰাত, এটা introduction ডায়লগ বক্স প্রদর্শিত হব. |
01: 19 | এই ডায়লগ বক্সত সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে. |
01: 25 | আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' কনফিগাৰ কৰক. |
01: 36 | অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে. |
01: 41 | এই কামৰ বাবে, আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডোলৈ যাও. |
01: 47 | এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক. |
01: 54 | "'Preferences ' উইন্ডোত বিভিন্ন ট্যাব আছে. |
01: 58 | প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে 'নেটওয়ার্ক' ট্যাবত ক্লিক কৰক. |
02: 03 | Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet আৰু |
02: 09 | Manual Proxy Configuration' |
02: 12 | আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো. |
02: 17 | আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' বাটনত ক্লিক কৰক. |
02: 23 | 'HTTP প্রমাণীকৰণৰ' উইন্ডো পর্দাত প্রদর্শিত হব. |
02: 28 | যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.' আৰু OKত ক্লিক কৰক |
02: 33 | এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক. |
02:37 | তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ 'OKত ক্লিক কৰক. |
02: 42 | এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম. |
02: 49 | আপোনি যদি প্রথমবাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব. |
02: 57 | এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক. |
03: 02 | ই কিছো সেকেন্ড লব পাৰে. |
03: 06 | ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে. |
03: 14 | এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক 'vlc' |
03: 23 | ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিব. |
03: 28 | VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক. |
03: 33 | এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা Mark for installation বিকল্প নির্বাচন কৰক. |
03: 39 | এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব. |
03: 45 | স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ 'মার্ক' বাটনত ক্লিক কৰক. |
03: 51 | টুল বাৰত যাওক আৰু Apply বাটনত ক্লিক কৰক. |
03: 56 | উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে. |
04: 02 | ইনস্টলেশন আৰম্ভ কৰাৰ বাবে 'Apply ' বাটনত ক্লিক কৰক. |
04: 07 | ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে. |
04: 16 | ইনস্টলেশন সম্পন্ন হোৱাত 'Downloading Package File ' উইন্ডো শীঘ্রই বন্ধ হব. |
04: 25 | আমি 'vlc' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম. |
04: 29 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডো বন্ধ কৰক. |
04: 33 | এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও. |
04: 40 | আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও. |
04: 49 | ইয়াত আমি 'VLC মিডিয়া প্লেয়াৰ' তালিকাভুক্ত হোৱা দেখিব পাৰিব. |
04: 54 | ইয়াৰ মানে vlc ' " সফলভাবে ইনস্টল হৈছে. |
04: 59 | একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন ইনস্টল কৰিব পাৰিম. |
05: 06 | সংক্ষেপ কৰা যাওক. |
05: 08 | এই টিউটোৰিয়েলত আমি শিকিছো |
05: 10 | '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' প্রক্সি কনফিগাৰ কৰা |
05: 14 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা প্যাকেজ ইনস্টল কৰা. |
05: 20 | এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে |
05: 24 | ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
05: 28 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক। |
05: 36 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়. |
05: 44 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
05: 50 | যোগদানৰ বাবে ধন্যবাদ। |