GIMP/C2/An-Image-For-The-Web/Assamese
From Script | Spoken-Tutorial
Revision as of 22:09, 11 December 2014 by Baijayanti (Talk | contribs)
Time | Narration |
00:23 | GIMP লৈ স্বাগতম জনাইছো । |
00:25 | মোৰ নাম বৈজয়ন্তী ডেকা আৰু মই এইতো গুৱাহাটীত বানীবদ্ধ কৰিছো । |
00:31 | GIMP বিৰাট শক্তিশালি ছবি মেনিপুলেছ্ন প্ৰ'গৰেম হয় । |
00:35 | এই প্ৰথম টিউটৰিয়েলট মই GIMP আৰু ইয়াৰ গঠন সম্পৰ্কীয় চমু আভাস দিব বিচাৰিছো । |
00:39 | মই এখন ছবি ৱেবৰ কাৰনে কেনেকৈ প্ৰস্তত কৰা যায় চমুকৈ বাখ্যা কৰিম । |
00:43 | মই অনাগত টিউটৰিয়েলবোৰত বিস্তৃত বাখ্যা দিম । |
00:48 | এখন ছবি খুলিবলৈ মই মাত্ৰ ছবিখন টুলবষ্কত টানি আনিম আৰু ড্ৰপ কৰিম । |
00:53 | আৰু এইটো এনেধৰনৰ ! |
00:55 | এই ছবিখনক এবাৰ চোৱা যাওক । |
00:57 | মই ৱেবৰ কাৰনে এই ছবিখন তৈয়াৰ কৰিব বিচাৰো । |
01:02 | এই ছবিখনখনৰ সৈতে কি কৰিব পাৰো চোৱা যাওক । |
01:04 | প্ৰ্থ্মতে ছবিখ্ন এধলিয়া কৰি লম যাতে ইয়াক আমি অলপ ঘুৰাব পাৰো । |
01:09 | তাৰ পিছত মানুহজনৰ পিছফালৰ অংশটো গুছাই দিয়াৰ বাবে ইয়াক কাটি পেলাম । |
01:16 | ৩ নম্বৰত মই বহুত বেছি কালাৰ আৰু কনত্ৰাস্ত আনিব লাগিব । |
01:22 | মই ছবিখ্নৰ আকাৰ কমাব বিচাৰো কাৰণ এতিয়া ই প্ৰায় 4000 পিক্সেল বহল, যিটো বহুত ডাঙৰ । |
01:31 | আৰু তাৰ পাছত ইয়াক স্পস্ত কৰিম আৰু JPEG ইমেজ হিচাবে চেভ কৰিম । |
01:38 | ইয়াক ঘুৰোৱাৰ সৈতে আৰম্ভ কৰা যাওক । |
01:40 | মই ছবিখনৰ এটা অংশত জুম কৰিম য'ত এইটো বেছি স্প্স্ত হব যাতে ছবিখ্ন তোমালোকে এধলিয়াকৈ ইয়াত চাব পাৰা । |
01:49 | যিয়েই নহওক, তোমালোকে স্পেছ প্ৰেছ কৰি আৰু মাত্ৰ কাৰ্চাৰ ঘুৰাই ছবিখ্নৰ চাৰিওফালে চাব পাৰিবা । |
01:56 | আৰু এতিয়া মই ইয়াত ক্লিক কৰি ৰোটেট টুলতো বাচি লৈছোঁ । |
02: | ৰোটেট টুলত কিছুমান অপচন প্ৰথমৰ পৰা ছেট কৰা আছে যিবোৰ গ্ৰাফিকেল কামৰ বাবে উপযুক্ত কিন্তু ফোটোগ্ৰাফিক কামৰ বাবে নহয় । |
02:09 | গতিকে ইয়াত দিশতো নৰ্মেল(ফৰ্ৱাদ) ত ছেট কৰা গৈছে কিন্তু মই কাৰেক্তিভ(বেকৱাৰ্দ) ছেট কৰিম । |
02:14 | মই পৰীক্ষা কৰিম মোৰ সকলোতকৈ ভাল প্ৰ্ক্ষিপ্তাংশ আছে নে নাই ।গতিকে এইতো ঠিকেই আছে । |
02:17 | আৰু মই Preview ত Image ৰ পৰিবৰ্তে Grid বাছি লম । |
02:22 | মই চ্ল্লাইদাৰটো ঘুৰাই জাল(grid) লাইনৰ সংক্ষ্যা বৃদ্ধি কৰিম । তোমালোকে এইতো সোনকালে দেখা পাবা । |
02:30 | এতিয়া মই ছবিখ্নত ক্লিক কৰিম আৰু জালৰ আবৰণ এখ্ন ছবিখনৰ ওপৰত পাম । |
02:36 | এই জালখন চিধা । |
02:38 | আৰু মই এইখন ঘুৰাব পাৰো আৰু GIMP এ ছবিখন একে দিশত শুদ্ধ পথত ঘুৰাব যাতে জালখন আকৌ চিধা হয় । |
02:51 | মোক স্পষ্টভাবে দেখাব দিয়া । মই জালখন এনেকৈ ঘুৰাম । |
02:56 | মই নিষ্টিত হবলৈ ছবিখনৰ অন্য অংশ পৰীক্ষা কৰিম । |
03:00 | মই দেখিবলৈ ভাল পাইছো । |
03:02 | এতিয়া মই ৰোতেট বাটানট(Rotate button) ক্লিক কৰিম । |
03:06 | এইটো হবলৈ কিছসময় লাগিব কাৰন ছবিখন প্ৰায় 10 mega-pixels . |
03:13 | আৰু এইটো হয় গ'ল । |
03:14 | ছবিখন ঘুৰি গ'ল । |
03:16 | গোটেই ছবিখন এবাৰ ছোৱা যাওক ।Shift + Ctrl + E এ আমাক ছবিখনলৈ ওভোতাই আনিব । |
03:22 | পিছৰ পদক্ষেপটো হৈছে ক্ৰ্প কৰা । |
03:25 | মই ক্ৰ্প টুলটো ইয়াত ক্লিক কৰি বাছি লম । |
03:28 | মই ছবিখনৰ দিশ অনুপাত 3:2 হিচাবে ৰাখিব বিচাৰো । |
03:33 | সেইটোৰ কাৰনে মই Fixed Aspect ratio ইয়াত পৰীক্ষা কৰিম আৰু 3:2 ত টাইপ কৰিম । |
03:39 | সেই বক্সৰ পৰা বাহিৰ হৈ আহিবলৈ মাত্ৰ ক্লিক কৰিলেই হ'ল । |
03:43 | আৰু এতিয়া মই ক্ৰ্প কৰা আৰম্ভ কৰিব পাৰো । |
03:45 | মই ইয়াত এই মানুহজনৰ ভৰি অন্তৰ্ভুক্ত কৰিব বিচাৰো কিন্তু ছবিখনৰ এই অংশটো বাহিৰ কৰিব বিচাৰো । |
03:52 | গতিকে মই এই পইনণ্টত আৰম্ভ কৰিছো আৰু বাওফালৰ মাউচ বাটানতো প্ৰেচ কৰি আছো, মই ওপৰৰ পিনে বাওফাললৈ অঞ্চলটো বাছি লবলৈ টানি আনিছো । |
04:01 | লক্ষ্য কৰিবা যাতে দিশ অনুপাত অপৰিবৰ্তনীয় হয় । |
04:06 | আৰু মই কিমান বিস্তৃতলৈ টানি আনিম নিৰ্ণয় কৰিব লাগিব । |
04:12 | মই ভাবো এইতো সম্পুৰ্ণভাবে ভাল । |
04:18 | সীমাবোৰ পৰীক্ষা কৰা যাওক । |
04:21 | আমি এই অংশটো বাহিৰ কৰিলো। তাত এজন মানুহ বহি আছে । |
04:28 | মই ভাবো এই ছবিখনত মানুহজনৰ বাবে ইয়াত যঠেষ্ট ঠাই আছে । |
04:35 | গতিকে মই সেই ধৰনে এৰি দিম যাতে এইটো দেখিবলৈ ধুণীয়া হয় । |
04:41 | ইয়াত ওপৰৰপিনে খিৰীকিবোৰ আছে । |
04:44 | আৰু ছবিখনত এইটো যঠেষ্ট সেইবোৰ খিৰিকী হিচাবে চাবলৈ । |
04:50 | কিন্তু মই ভাবো তাৰ চৰিওফালে ভৰিৰ বাবে যঠেষ্ট ঠাই নাই । |
04:54 | গতিকে মই মাত্ৰ ছবিখনত ক্লিক কৰিম আৰু অকণমান তলৰ পিনে টানি আনিম । |
04:58 | মই ভাবো এইটো এতিয়া ভাল হৈছে । |
05:01 | কিন্তু এতিয়া ইয়াত যঠেষ্ট খিৰীকি দেখা পোৱা নাযায় আৰু বহি থকা মানুহজন সীমাৰ বহুত ওচৰত আছে । |
05:08 | গতিকে ছবিখন অকণমান ডাঙৰকৈ বনোৱা যাওক । |
05:11 | আমি এটা সমস্যাৰ মাজেৰে গৈ আছো । হয়তো তোমালোকে এইতো দেখিছা । |
05:18 | ঘুৰোৱাৰ সময়ত এইতো ঘটিছিল । |
05:21 | ইয়াত সৰু এটা অংশ যিটো এতিয়া ফটফটীয়া হৈছে। |
05:25 | মই সেই অংশটো অন্তৰ্ভুক্ত কৰিব বিচৰা নাই । |
05:33 | গতিকে ক্ৰ্প টুলঅলৈ উভতি যোৱা যাওক । |
05:35 | মই ইয়াত আৰু অলপ বেছি ঠাই বিচাৰিছো ;গতিকে মই এইটো ওপৰৰ পিনে টানি আনিছো । |
05:38 | বহুত বেছি নহয় । |
05:40 | মই ভাবো এইটো যঠেষ্ট ভাল হৈছে । |
05:44 | এতিয়া মাত্ৰ ছবিখনত ক্লিক কৰা আৰু ইয়াত আমি চুটিকৈ কটা আৰু ঘুৰি যোৱা ছবিখন পাইছো । |
05:50 | Shift + Ctrl + E এ আমাক সম্পুৰ্ণ দৃশ্যলৈ ঘুৰাই আনিব । |
05:56 | পিছৰ পদক্ষেপটো হৈছে ৰং আৰু কন্ত্ৰাস্ত বৃদ্ধি কৰা । |
06:02 | ইয়াত বহুত পথ আছে । মই কালাৰ লেভেলবোৰ ব্যবহাৰ কৰিব পাৰো- এইতো ইয়াত,কাৰ্ভচ আৰু ছ্ল্লাইদাৰবোৰ । |
06:11 | কিন্তু মই এইটো কৰিবলৈ লেয়াৰৰ সৈতে চেষ্টা কৰিম । |
06:18 | মই সৰলভাবে ইয়াত এই লেয়াৰৰ অনুলিপি কৰিছো |
06:23 | আৰু লেয়াৰ মোদতো ওভাৰলে( Overlay )লৈ পৰিৰ্বতন কৰিছো । |
06:30 | আৰু তোমালোকে ইয়াৰ বহুত বেচি পৰিণাম দেখা পাইছা ।মই এইতো সিমান পৰিমাণৰ নিবিচাৰো । |
06:36 | গতিকে মই ওপাচিটি চ্লাইদাৰতো তললৈ নমায় এনে পাৰিমানলৈ আনিছো য'ত মই এইতো দেখিবলৈ ধুনীয়া হোৱা বুলি ভাবিছো । |
06:42 | সম্ভৱত্ আৰু অলপ বেছি । |
06:46 | ঠিক আছে ,মই ভাবো এইটো যঠেষ্ট ভাল হৈছে । |
06:50 | মই সদায় সেইতো পৰিৰ্বতন কৰিব পাৰিম যেতিয়ালৈকে মই ইয়াত চেনেল লিস্তলৈ যাবলৈ বাওফালে মাউছটো ক্লিক নকৰো আৰু নকও 'Flatten image' or 'Merge visible layers'. |
07:01 | তেতিয়া সকোলো পৰিবৰ্তন স্থায়ী হৈ পৰিব । |
07:03 | অন্যথায় মই যদি ইয়াত History ত যাও আৰু উভতি যাও আৰু হিচ্ত্ৰি (history) নহোৱা কৰো । |
07:10 | কিন্তু আমি সেই বিষয়ে পিছত আলোচনা কৰিম । |
07:13 | পিছৰ পদক্ষেপটো হৈছে আকাৰ পৰিবৰ্তন (Resizing) |
07:16 | মই ইমেজ মেনুত ক্লিক কৰিম আৰু স্কেল ইমেজ ওপচনতো বাছি লম । |
07:27 | ইয়াত মই মাত্ৰ ৮০০ পিক্সেল লিখিম । |
07:32 | আৰু মই উচ্চতাৰ কাৰণে পৰিমাণতো নিজে নিজে পাম । |
07:36 | যেতিয়া মই এই লিংকটো ইয়াত আনলক কৰিলো , মই ইয়াৰ আকাৰ পৰিবৰ্তন কৰোতে ছবিখন বিকৃত কৰিব পাৰিম । |
07:44 | Interpolation |
07:45 | মই ভাবো মই Cubic বাছি লম । সকলোতকৈ ডাঙৰ স্তৰতোএ ইয়াত কিছুমান আৰ্ত এফেক্ত ব্ৰিক বিলদিংৰ সৈতে মই পাইছো।এইটো আচৰিত ধৰনৰ আৰু সেইতো মই বিচাৰি উলিয়াম। |
08:02 | এতিয়া স্কেলত ক্লিক কৰা । |
08:04 | আৰু আমি ফলাফলত লক্ষ্য ৰাখিম । |
08:08 | Shift + Ctrl + E এ আমাক সম্পুৰ্ণ ছবিখন দিছে । |
08:13 | আৰু মই যেতিয়া ১ দবাম, মই ১০০% যুম পাম । |
08:19 | আমি কিবা বিক্ষিপ্ত আৰু বিভ্ৰান্ত বস্তু আছে নেকি এতিয়া আমি ছবিখনত চাৰিওফালে চাব পাৰিম।কিন্তু মই নিজে ভাবো মই ভাল কাম কৰিছো। |
08:32 | পিছৰ পদক্ষেপটো হৈছে স্পষ্টীকৰণ কৰা । |
08:35 | মোৰ কাঁচখন যঠেষ্ট ভাল আৰু মোৰ কেমেৰাতুও।কিন্ত আমি ছবিখন হেৰ-ফেৰ কৰিছো ।গতিকে এইখন অলপ স্পষ্ট কৰিব লগিব । |
08:49 | মই ফিল্টাৰ (Filters) বাচি ল'ম । |
08:53 | আৰু Enhance ত ক্লিক কৰিম আৰু ইয়াত এইতো Sharpening। মই আনচাৰ্প (Unsharp) মাচ্কও ৱ্যবহাৰ কৰিব পাৰো যিটো বহুত শক্তিশালি স্পষ্টীকৰণ আহিলা ।কিন্তু এতিয়াৰ কাৰনে ,Sharpening টোয়ে যঠেষ্ট । |
09:06 | এই আহিলাটোৰ মূলত এটা ওপচন আছে যিটো হৈছে চাৰ্পনেচ চ্ল্লাইডাৰ ।এইটো মিলাই দিব পাৰি আৰু এইতো এনেকুৱা এখন ছবিৰ কাৰনে যঠেষ্ট । |
09:16 | এইটো হৈছে স্পষ্টীকৰন নকৰা ছবি আৰু যেতিয়া মই এই চ্ল্লাইডাৰটো টানি আনিম ,ছবিখন ক্ৰমঃশ স্পষ্ট হৈ গৈ থাকিব ।তোমালোকে বহুত হাঁহী উঠা পৰিণাম পাবা যদি বহুত সময় চ্ল্লাইড কৰি থকা । |
09:31 | মই ভাবো এই ছবিখনৰ বাবে এই পৰিমাণতো ভাল হব । |
09:38 | চুলিবোৰ দেখিবলৈ এতিয়া স্পষ্ট হৈছে কিন্তু ইয়াত তোমালকে কিছুমান মিশ্ৰিত আৰু বিকৃত ৰূপ দেখা পাবা । |
09:46 | গতিকে আমি তললৈ চ্ল্লাইড কৰিম আৰু এইটো বেছি ভাল হব। |
09:52 | ছবিখনত কিবা বিকৃতি হোৱাতকৈ মই কোমল পৰিণামলৈ যাবলৈ ভাল পাম । |
10:00 | সেইবোৰেই প্ৰমান যে তোমালোকে ছবিখন হেৰ-ফেৰ কৰিছা । |
10:06 | গতিকে পৰিনামটো চোৱা যাওক । |
10:09 | এইটো দেখিবলৈ যঠেষ্ট ভাল হৈছে । |
10:11 | আৰু এতিয়া শেষৰ পদক্ষেপটো হৈছে ছবিখন ছেভিং কৰা । |
10:15 | মই ফাইললৈ (File ) যাম আৰু চেভ এচ(Save As )ত ক্লিক কৰিম আৰু মাত্ৰ প্ৰকৃত ফাইল এক্সতেনচন (original file extension ) 'tif' ৰ পৰা 'jpg'লৈ পৰিৱৰ্তন কৰিম । |
10:29 | আৰু চেভ বাটানত ক্লিক কৰিম । |
10:32 | মই এটা সাবধানবানী পাইছো যে JPEG এ বহুত সংক্ষক স্তৰৰ সৈতে ছবিবোৰ পৰিচালনা কৰিব নোৱাৰে ।ঠিক আছে । গতিকে আমি সেইবোৰ এক্চপোৰ্ত(export) কৰিম । |
10:44 | মই ভাবো এই ছবিখনৰ বাবে ৮৫% ভাল পৰিমাণ । |
10:53 | গতিকে মই এই ছবিখন JPEG ছবি হিচাবে ইয়াত চেভ কৰিম । |
11:01 | তোমলোকে সম্পুৰ্ন স্ক্ৰিনত ইয়াক চাব পাৰিবা । |
11:04 | এইটো সম্পূৰ্ণ হ'ল । GIMP সম্পৰ্কীয় প্ৰথম টিউটৰিয়েল । অনাগত টিউটৰিয়েলবোৰত,কেনেকৈ GIMP চেতআপ কৰিব লাগে ,কেনেকৈ আকিব ,পৰিৱৰ্তন কৰিব লাগে ইত্যাদি আৰু আহিলা আৰু বহুত কিবা কিবি মই এনেধৰণৰ বিষয়বোৰ আৱৰি লম। |
11:17 | তোমালোকে যদি মতামত পঠাব বিচাৰা অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখিবা । |
11:25 | আৰু বেছি তথ্য http://meetthegimp.org ত উপলবদ্ধ আছে । |
11:31 | মই তোমালকৰ পৰা শুনিব বিচাৰো ।তোমালোকে কি ভাল পালা,মই আৰু কেনেকৈ ভাল কৰিব পাৰো,ভবিয্যতত কি চাব বিচাৰা কোৱা । |
11:41 | এইতো বৈজয়ন্তী ডেকা স্পোকেন টিউটেৰেল প্ৰোজেক্তৰ কাৰনে দাবিং কৰি আছো। |