GIMP/C2/An-Image-For-The-Web/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 নমস্কাৰ দৰ্শক সকল. GIMP লৈ স্বাগতম জনাইছো ।
00:25 মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো ।
00:31 GIMP বিৰাট শক্তিশালি ছবি মেনিপুলেছ্ন প্ৰ'গৰেম হয় ।
00:35 এই প্ৰথম টিউটৰিয়েলট মই GIMP আৰু ইয়াৰ গঠন সম্পৰ্কীয় চমু আভাস দিব বিচাৰিছো ।
00:39 মই এখন ছবি ৱেবৰ কাৰনে কেনেকৈ প্ৰস্তত কৰা যায় চমুকৈ বাখ্যা কৰিম ।
00:43 মই অনাগত টিউটৰিয়েলবোৰত বিস্তৃত বাখ্যা দিম ।
00:48 এখন ছবি খুলিবলৈ মই মাত্ৰ ছবিখন টুলবষ্কত টানি আনিম আৰু ড্ৰপ কৰিম ।
00:53 আৰু এইটো এনেধৰনৰ !
00:55 এই ছবিখনক এবাৰ চোৱা যাওক ।
00:57 মই ৱেবৰ কাৰনে এই ছবিখন তৈয়াৰ কৰিব বিচাৰো ।
01:02 এই ছবিখনখনৰ সৈতে কি কৰিব পাৰো চোৱা যাওক ।
01:04 প্ৰ্থ্মতে ছবিখ্ন এধলিয়া কৰি লম যাতে ইয়াক আমি অলপ ঘুৰাব পাৰো ।
01:09 তাৰ পিছত মানুহজনৰ পিছফালৰ অংশটো গুছাই দিয়াৰ বাবে ইয়াক কাটি পেলাম ।
01:16 ৩ নম্বৰত মই বহুত বেছি কালাৰ আৰু কনত্ৰাস্ত আনিব লাগিব ।
01:22 মই ছবিখ্নৰ আকাৰ কমাব বিচাৰো কাৰণ এতিয়া ই প্ৰায় 4000 পিক্সেল বহল, যিটো বহুত ডাঙৰ ।
01:31 আৰু তাৰ পাছত ইয়াক স্পস্ত কৰিম আৰু JPEG ইমেজ হিচাবে চেভ কৰিম ।
01:38 ইয়াক ঘুৰোৱাৰ সৈতে আৰম্ভ কৰা যাওক ।
01:40 মই ছবিখনৰ এটা অংশত জুম কৰিম য'ত এইটো বেছি স্প্স্ত হব যাতে ছবিখ্ন তোমালোকে এধলিয়াকৈ ইয়াত চাব পাৰা ।
01:49 যিয়েই নহওক, তোমালোকে স্পেছ প্ৰেছ কৰি আৰু মাত্ৰ কাৰ্চাৰ ঘুৰাই ছবিখ্নৰ চাৰিওফালে চাব পাৰিবা ।
01:56 আৰু এতিয়া মই ইয়াত ক্লিক কৰি ৰোটেট টুলতো বাচি লৈছোঁ ।
02:00 ৰোটেট টুলত কিছুমান অপচন প্ৰথমৰ পৰা ছেট কৰা আছে যিবোৰ গ্ৰাফিকেল কামৰ বাবে উপযুক্ত কিন্তু ফোটোগ্ৰাফিক কামৰ বাবে নহয় ।
02:09 গতিকে ইয়াত দিশতো নৰ্মেল(ফৰ্ৱাদ) ত ছেট কৰা গৈছে কিন্তু মই কাৰেক্তিভ(বেকৱাৰ্দ) ছেট কৰিম ।
02:14 মই পৰীক্ষা কৰিম মোৰ সকলোতকৈ ভাল প্ৰ্ক্ষিপ্তাংশ আছে নে নাই ।গতিকে এইতো ঠিকেই আছে ।
02:17 আৰু মই Preview ত Image ৰ পৰিবৰ্তে Grid বাছি লম ।
02:22 মই চ্‌ল্লাইদাৰটো ঘুৰাই জাল(grid) লাইনৰ সংক্ষ্যা বৃদ্ধি কৰিম । তোমালোকে এইতো সোনকালে দেখা পাবা ।
02:30 এতিয়া মই ছবিখ্নত ক্লিক কৰিম আৰু জালৰ আবৰণ এখ্ন ছবিখনৰ ওপৰত পাম ।
02:36 এই জালখন চিধা কৰিম ।
02:38 আৰু মই এইখন ঘুৰাব পাৰো আৰু GIMP এ ছবিখন একে দিশত শুদ্ধ পথত ঘুৰাব যাতে জালখন আকৌ চিধা হয় ।
02:51 মোক স্পষ্টভাবে দেখাব দিয়া । মই জালখন এনেকৈ ঘুৰাম ।
02:56 মই নিষ্টিত হবলৈ ছবিখনৰ অন্য অংশ পৰীক্ষা কৰিম ।
03:00 মই দেখিবলৈ ভাল পাইছো ।
03:02 এতিয়া মই ৰোতেট বাটানট(Rotate button) ক্লিক কৰিম ।
03:06 এইটো হবলৈ কিছু সময় লাগিব কাৰন ছবিখন প্ৰায় 10 mega-pixels .
03:13 আৰু এইটো হৈ গ'ল । ছবিখন ঘুৰি গ'ল ।
03:16 গোটেই ছবিখন এবাৰ ছোৱা যাওক ।Shift + Ctrl + E এ আমাক ছবিখনলৈ ওভোতাই আনিব ।
03:22 পিছৰ পদক্ষেপটো হৈছে ক্ৰ্প কৰা ।
03:25 মই ক্ৰ্প টুলটো ইয়াত ক্লিক কৰি বাছি লম ।
03:28 মই ছবিখনৰ দিশ অনুপাত 3:2 হিচাবে ৰাখিব বিচাৰো ।
03:33 সেইটোৰ কাৰনে মই Fixed Aspect ratio ইয়াত পৰীক্ষা কৰিম আৰু 3:2 ত টাইপ কৰিম ।
03:39 সেই বক্সৰ পৰা বাহিৰ হৈ আহিবলৈ মাত্ৰ ক্লিক কৰিলেই হ'ল ।
03:43 আৰু এতিয়া মই ক্ৰ্প কৰা আৰম্ভ কৰিব পাৰো ।
03:45 মই ইয়াত এই মানুহজনৰ ভৰি অন্তৰ্ভুক্ত কৰিব বিচাৰো কিন্তু ছবিখনৰ এই অংশটো বাহিৰ কৰিব বিচাৰো ।
03:52 গতিকে মই এই পইনণ্টত আৰম্ভ কৰিছো আৰু বাওফালৰ মাউচ বাটানতো প্ৰেচ কৰি আছো, মই ওপৰৰ পিনে বাওফাললৈ অঞ্চলটো বাছি লবলৈ টানি আনিছো ।
04:01 লক্ষ্য কৰিবা যাতে দিশ অনুপাত অপৰিবৰ্তনীয় হয় ।
04:06 আৰু মই কিমান বিস্তৃতলৈ টানি আনিম নিৰ্ণয় কৰিব লাগিব ।
04:12 মই ভাবো এইতো সম্পুৰ্ণভাবে ভাল ।
04:18 সীমাবোৰ পৰীক্ষা কৰা যাওক ।
04:21 আমি এই অংশটো বাহিৰ কৰিলো। তাত এজন মানুহ বহি আছে ।
04:28 মই ভাবো এই ছবিখনত মানুহজনৰ বাবে ইয়াত যঠেষ্ট ঠাই আছে ।
04:35 গতিকে মই সেই ধৰনে এৰি দিম যাতে এইটো দেখিবলৈ ধুণীয়া হয় ।
04:41 ইয়াত ওপৰৰপিনে খিৰীকিবোৰ আছে ।
04:44 আৰু ছবিখনত এইটো যঠেষ্ট সেইবোৰ খিৰিকী হিচাবে চাবলৈ ।
04:50 কিন্তু মই ভাবো তাৰ চৰিওফালে ভৰিৰ বাবে যঠেষ্ট ঠাই নাই ।
04:54 গতিকে মই মাত্ৰ ছবিখনত ক্লিক কৰিম আৰু অকণমান তলৰ পিনে টানি আনিম ।
04:58 মই ভাবো এইটো এতিয়া ভাল হৈছে ।
05:01 কিন্তু এতিয়া ইয়াত যঠেষ্ট খিৰীকি দেখা পোৱা নাযায় আৰু বহি থকা মানুহজন সীমাৰ বহুত ওচৰত আছে ।
05:08 গতিকে ছবিখন অকণমান ডাঙৰকৈ বনোৱা যাওক ।
05:11 আমি এটা সমস্যাৰ মাজেৰে গৈ আছো । হয়তো তোমালোকে এইতো দেখিছা ।
05:18 ঘুৰোৱাৰ সময়ত এইতো ঘটিছিল ।
05:21 ইয়াত সৰু এটা অংশ যিটো এতিয়া ফটফটীয়া হৈছে।
05:25 মই সেই অংশটো অন্তৰ্ভুক্ত কৰিব বিচৰা নাই ।
05:33 গতিকে ক্ৰ্প টুলঅলৈ উভতি যোৱা যাওক ।
05:35 মই ইয়াত আৰু অলপ বেছি ঠাই বিচাৰিছো ;গতিকে মই এইটো ওপৰৰ পিনে টানি আনিছো ।
05:38 বহুত বেছি নহয় ।
05:40 মই ভাবো এইটো যঠেষ্ট ভাল হৈছে ।
05:44 এতিয়া মাত্ৰ ছবিখনত ক্লিক কৰা আৰু ইয়াত আমি চুটিকৈ কটা আৰু ঘুৰি যোৱা ছবিখন পাইছো ।
05:50 Shift + Ctrl + E এ আমাক সম্পুৰ্ণ দৃশ্যলৈ ঘুৰাই আনিব ।
05:56 পিছৰ পদক্ষেপটো হৈছে ৰং আৰু কন্ত্ৰাস্ত বৃদ্ধি কৰা ।
06:02 ইয়াত বহুত পথ আছে । মই কালাৰ লেভেলবোৰ ব্যবহাৰ কৰিব পাৰো- এইতো ইয়াত,কাৰ্ভচ আৰু ছ্‌ল্লাইদাৰবোৰ ।
06:11 কিন্তু মই এইটো কৰিবলৈ লেয়াৰৰ সৈতে চেষ্টা কৰিম ।
06:18 মই সৰলভাবে ইয়াত এই লেয়াৰৰ অনুলিপি কৰিছো
06:23 আৰু লেয়াৰ মোদতো ওভাৰলে( Overlay )লৈ পৰিৰ্বতন কৰিছো ।
06:30 আৰু তোমালোকে ইয়াৰ বহুত বেচি পৰিণাম দেখা পাইছা ।মই এইতো সিমান পৰিমাণৰ নিবিচাৰো ।
06:36 গতিকে মই ওপাচিটি চ্‌লাইদাৰতো তললৈ নমায় এনে পাৰিমানলৈ আনিছো য'ত মই এইতো দেখিবলৈ ধুনীয়া হোৱা বুলি ভাবিছো ।
06:42 সম্ভৱত্‌ আৰু অলপ বেছি ।
06:46 ঠিক আছে ,মই ভাবো এইটো যঠেষ্ট ভাল হৈছে ।
06:50 মই সদায় সেইতো পৰিৰ্বতন কৰিব পাৰিম যেতিয়ালৈকে মই ইয়াত চেনেল লিস্তলৈ যাবলৈ বাওফালে মাউছটো ক্লিক নকৰো আৰু নকও 'Flatten image' or 'Merge visible layers'.
07:01 তেতিয়া সকোলো পৰিবৰ্তন স্থায়ী হৈ পৰিব ।
07:03 অন্যথায় মই যদি ইয়াত History ত যাও আৰু উভতি যাও আৰু হিচ্‌ত্ৰি (history) নহোৱা কৰো ।
07:10 কিন্তু আমি সেই বিষয়ে পিছত আলোচনা কৰিম ।
07:13 পিছৰ পদক্ষেপটো হৈছে আকাৰ পৰিবৰ্তন (Resizing)
07:16 মই ইমেজ মেনুত ক্লিক কৰিম আৰু স্কেল ইমেজ ওপচনতো বাছি লম ।
07:27 ইয়াত মই মাত্ৰ ৮০০ পিক্সেল লিখিম ।
07:32 আৰু মই উচ্চতাৰ কাৰণে পৰিমাণতো নিজে নিজে পাম ।
07:36 যেতিয়া মই এই লিংকটো ইয়াত আনলক কৰিলো , মই ইয়াৰ আকাৰ পৰিবৰ্তন কৰোতে ছবিখন বিকৃত কৰিব পাৰিম ।
07:44 Interpolation মই ভাবো মই Cubic বাছি লম । সকলোতকৈ ডাঙৰ স্তৰতোএ ইয়াত কিছুমান আৰ্ত এফেক্ত ব্ৰিক বিলদিংৰ সৈতে মই পাইছো। এইটো আচৰিত ধৰনৰ আৰু সেইতো মই বিচাৰি উলিয়াম।
08:02 এতিয়া স্কেলত ক্লিক কৰা ।
08:04 আৰু আমি ফলাফলত লক্ষ্য ৰাখিম ।
08:08 Shift + Ctrl + E ই আমাক সম্পুৰ্ণ ছবিখন দিছে ।
08:13 আৰু মই যেতিয়া ১ দবাম, মই ১০০% যুম পাম ।
08:19 আমি কিবা বিক্ষিপ্ত আৰু বিভ্ৰান্ত বস্তু আছে নেকি এতিয়া আমি ছবিখনত চাৰিওফালে চাব পাৰিম।কিন্তু মই নিজে ভাবো মই ভাল কাম কৰিছো।
08:32 পিছৰ পদক্ষেপটো হৈছে স্পষ্টীকৰণ কৰা ।
08:35 মোৰ কাঁচখন যঠেষ্ট ভাল আৰু মোৰ কেমেৰাতুও।কিন্ত আমি ছবিখন হেৰ-ফেৰ কৰিছো ।গতিকে এইখন অলপ স্পষ্ট কৰিব লগিব ।
08:49 মই ফিল্‌টাৰ (Filters) বাচি ল'ম ।
08:53 আৰু Enhance ত ক্লিক কৰিম আৰু ইয়াত এইতো Sharpening। মই আনচাৰ্‌প (Unsharp) মাচ্‌কও ৱ্যবহাৰ কৰিব পাৰো যিটো বহুত শক্তিশালি স্পষ্টীকৰণ আহিলা ।কিন্তু এতিয়াৰ কাৰনে ,Sharpening টোয়ে যঠেষ্ট ।
09:06 এই আহিলাটোৰ মূলত এটা ওপচন আছে যিটো হৈছে চাৰ্পনেচ চ্‌ল্লাইডাৰ ।এইটো মিলাই দিব পাৰি আৰু এইতো এনেকুৱা এখন ছবিৰ কাৰনে যঠেষ্ট ।
09:16 এইটো হৈছে স্পষ্টীকৰন নকৰা ছবি আৰু যেতিয়া মই এই চ্‌ল্লাইডাৰটো টানি আনিম ,ছবিখন ক্ৰমঃশ স্পষ্ট হৈ গৈ থাকিব ।তোমালোকে বহুত হাঁহী উঠা পৰিণাম পাবা যদি বহুত সময় চ্‌ল্লাইড কৰি থকা ।
09:31 মই ভাবো এই ছবিখনৰ বাবে এই পৰিমাণতো ভাল হব ।
09:38 চুলিবোৰ দেখিবলৈ এতিয়া স্পষ্ট হৈছে কিন্তু ইয়াত তোমালকে কিছুমান মিশ্ৰিত আৰু বিকৃত ৰূপ দেখা পাবা ।
09:46 গতিকে আমি তললৈ চ্‌ল্লাইড কৰিম আৰু এইটো বেছি ভাল হব।
09:52 ছবিখনত কিবা বিকৃতি হোৱাতকৈ মই কোমল পৰিণামলৈ যাবলৈ ভাল পাম ।
10:00 সেইবোৰেই প্ৰমান যে তোমালোকে ছবিখন হেৰ-ফেৰ কৰিছা ।
10:06 গতিকে পৰিনামটো চোৱা যাওক ।
10:09 এইটো দেখিবলৈ যঠেষ্ট ভাল হৈছে ।
10:11 আৰু এতিয়া শেষৰ পদক্ষেপটো হৈছে ছবিখন ছেভিং কৰা ।
10:15 মই ফাইললৈ (File ) যাম আৰু চেভ এচ(Save As )ত ক্লিক কৰিম আৰু মাত্ৰ প্ৰকৃত ফাইল এক্সতেনচন (original file extension ) 'tif' ৰ পৰা 'jpg'লৈ পৰিৱৰ্তন কৰিম ।
10:29 আৰু চেভ বাটানত ক্লিক কৰিম ।
10:32 মই এটা সাবধানবানী পাইছো যে JPEG এ বহুত সংক্ষক স্তৰৰ সৈতে ছবিবোৰ পৰিচালনা কৰিব নোৱাৰে ।ঠিক আছে । গতিকে আমি সেইবোৰ এক্‌চপোৰ্ত(export) কৰিম ।
10:44 মই ভাবো এই ছবিখনৰ বাবে ৮৫% ভাল পৰিমাণ ।
10:53 গতিকে মই এই ছবিখন JPEG ছবি হিচাবে ইয়াত চেভ কৰিম ।
11:01 তোমলোকে সম্পুৰ্ন স্ক্ৰিনত ইয়াক চাব পাৰিবা ।
11:04 এইটো সম্পূৰ্ণ হ'ল । GIMP সম্পৰ্কীয় প্ৰথম টিউটৰিয়েল । অনাগত টিউটৰিয়েলবোৰত,কেনেকৈ GIMP চেতআপ কৰিব লাগে ,কেনেকৈ আকিব ,পৰিৱৰ্তন কৰিব লাগে ইত্যাদি আৰু আহিলা আৰু বহুত কিবা কিবি মই এনেধৰণৰ বিষয়বোৰ আৱৰি লম।
11:17 তোমালোকে যদি মতামত পঠাব বিচাৰা অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখিবা ।
11:25 আৰু বেছি তথ্য http://meetthegimp.org ত উপলবদ্ধ আছে ।
11:31 মই তোমালকৰ পৰা শুনিব বিচাৰো ।তোমালোকে কি ভাল পালা,মই আৰু কেনেকৈ ভাল কৰিব পাৰো,ভবিয্যতত কি চাব বিচাৰা কোৱা ।
11:41 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi, PoojaMoolya